Video není dostupné.
Omlouváme se.
O ghumoti aah. ( অ' ঘুমতি আহ )
Vložit
- čas přidán 6. 02. 2021
- O ghumoti aah.
অ' ঘুমতি আহ ।
" শকুন্তলা আৰু শঙ্কৰ জোচেফ আলী" বোলছবিৰ গীত ।
An Assamese song of the film " Shakuntala aaru Sankar Joseph Ali " by Kabita Borthakur. This is collected from AIR Dibruharh broadcasting.
কণ্ঠশিল্পী - কবিতা বৰঠাকুৰ ।
গীতিকাৰ - কেশৱ মহন্ত ।
{ Note : - The image of the lady used in this video is of the singer, Kabita Borthakur.}
বৰ সুন্দৰ গাইছে।🌺🌺🌺🌺
❤️❤️❤️❤️❤️❤️🙏🙏So nice voice..সুৰ 👌👌👌👌👌👌
বৰ সুন্দৰ গীতটি। বহুত দিনৰ পাছত শুনিলো। বৰ ভাল লাগিল👌👌
বহুত দিনৰ পিছত শুনিলে।
বহুত সুখ পালো গীতটি শুনি।
অশেষ ধন্যবাদ জনালো
বহুত সুন্দৰ 🌹💐💐💐💐💐 ☕
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
সুন্দৰ কন্ঠ কবিতা বৰঠাকুৰৰ। সেই সময়ত বহু দৰদী শিল্পীৰ কন্ঠ ই অসমীয়া চলচ্চিত্ৰ জগতক এক অনন্য মাত্ৰা দিছিল। গীতটো শুনি থাকোতে, ছবি খনৰ দৃশ্য সমূহ মনলৈ আহে।
হয়, আপুনি ঠিকেই কৈছে । আচলতে পৰম্পৰাগত আৰু শাস্ত্ৰীয় সংগীতৰ বহুল প্ৰভাৱৰ বাবেই সেইসময়ৰ গীতবোৰ অনন্য হৈ পৰিছিল । এতিয়া সেই প্ৰভাৱ নাই । আপোনাৰ মতামতৰ ধন্যবাদ জনালোঁ ।
সুন্দৰ বহুদিনৰ পাছত শুনিবলৈ পায় বহুতো ভাল লাগিল ধন্যবাদ জনাইছো।
আপোনালৈও ধন্যবাদ থাকিল ।
@@probinagogoi3805 পত্রিকার সম্পাদক
সুন্দৰ কন্ঠ সুন্দৰ কথা সুন্দৰ কাহিনী সুন্দৰ পৰিৱেশন আৰু সুন্দৰ শ্ৰোতা৷সংগীতা বাইদেউ কেনে আছে৷
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
This most sweet voice of singing of Kabita Borthakur is so lovely for all and ever remained in hearts of all
ইমান মিঠা কণ্ঠ..
গীতিকাৰ আৰু শিল্পীগৰাকীক প্ৰণাম 🙏
গীতটিৰ এটি ভাবিব নোৱাৰা মাদকতা আছে । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
বহুদিনৰ পিছত গানটো শুনি ভাল লাগিছে॥
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
সুন্দৰ গীত
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
অতি সুন্দৰ কণ্ঠ।
Daily xuar homoiyot ei get to xunile tuponi dhore. Bohut Val lage 1984 years r kotha monot pari gol
সুন্দৰ গানটো শুনোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো।
Kabita Borthakur is best of so sweet voice in Assamese music culture which is very lovely singer for all
Yes, you're absolutely right. Thank you so much.
Mur priyo geet
কি যে মাত 💕💕💕💕শুনিলে শুনিয়ে থাকিব মন যাই❤️❤️❤️😘😘😘
Hasakoi.bhall.loga.gan.xundor
.hur
Good
বহুত ভাল লাগিল শুনি ।
অশেষ ধন্যবাদ থাকিল ।
Mojja.......✍️
অশেষ ধন্যবাদ জনালোঁ ।
Mojja
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Very sweet song.
Thank you so much.
XONMANIY SIR AND MEM O,GHUMOTI AAH O GHUMOTI AAH DHUMUHA NAHIBI GUMGUMAI NAGAJIBI MEGH DUM DUMAI GEETOR KOTHA :DR AND GEETIKOBI AND XUROKAR FILIMPORICHALOK AND MEIN ACTOR AND BEST AND SWEET VOICER SINGER TO DR AND GEETIKAR AND BEST SINGER AND FILIMPORICHALOK AND MAIN ACTOR AND BEST AND SWEET VOICER SINGER DR ZUBEEN GARG LOI BOHUT BOHUT BOHUT DHOINY BADERE
My princes like this song. She always listen before going to bed. With out this song she never sleep
শুনি থাকিবলৈ বাৰে বাৰে মন যায়
o ghumoti aah o ghumoti aah kontho xilpee kobita bor thakur by kontho xilpee :lalita bora geetor kotha kecob mohonto by zubeengarg for zug zugoloike xabodhan xabodhan xabodhan ahiase siro senehee ai oxomeer bhaxajononir kon suwalihot &konlora hot . bos ahiase &. ahi thakiboi dine dine proti dine
Nice...
Thank you so much.
গানটো শুনি ভাল লাগিল॥
শুনি থাকিবৰে মন !
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@@probinagogoi3805 সঁহাৰি জনোৱাত বৰ সন্তোষ পালোঁ।ধন্যবাদ।
Nice
মোৰ প্ৰিয় গীত,
Swit song ba
One of my favourite song 😌
Thank you so much.
❤ nice
Old is gold
Thank you so much.
Good old is gold
There are some old song so sweet to hearing like this song lovely for ever
Yes, you are absolutely right. Thank you so much.
My favourite song 👌👍
Thank you so much.
On,
চিৰ সেউজ গীত ,পৰিপক্ক কণ্ঠ আৰু বহুতো । বাইদেউ আপুনি হাওৰাঘাট ৰ (কাৰ্বি আংলঙৰ ) প্ৰয়াত সুভাষ সন্দিকৈৰ লগত " অনুভূতি " নামৰ এটি কেছেটত গীত বাণীবদ্ধ কৰিছিল , যত জে পি দাস ,ৰঞ্জিত কটকী এইসকলেও কণ্ঠ নিগৰাইছিল । কেছেটৰ গীত কেইটি শুনিবলৈ পামনে বাৰু !
বহুত ভাল লাগিলেই
অশেষ ধন্যবাদ থাকিল ।
So nice ..song
Thank you so much.
Purona gete mur hridoy hat pelai jai
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Wcome
Beautiful so
Thank you so much.
Bhal lagil purani gitar amejei belega
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মোৰ প্ৰীয় গীত ।শুনি আমনি নালাগে।বহুবাৰ শুনিলো।
আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
ৰুনুমীৰ না ২৫
চিৰসেউজ গীত।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
গায়কী বাহিৰেও গীতিকাৰ ফটো সমুহ দেখালে ভাল হয়।
আপুনি ঠিকেই কৈছে । অৱশ্যে ,কিছুমান গীতিকাৰৰ ফটো পাবলৈ নাই । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
ইয়াত কৈ মিথা নাই
Ai gaan tu bojai dile.. mur der bosoriya suwali tuponi jai..iman mitha hur...aru music iman hundor ki Kom.. Vakha nai
এয়াই হ'ল গীত আৰু প্ৰাণৰ একাত্মতা । আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Nice
সুন্দৰ গীত
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
On,
Nice
Thank you so much.