ডলি ঘোষৰ জনপ্ৰিয় গীত//অসমীয়া আধুনিক গীত//assamesemelody17

Sdílet
Vložit
  • čas přidán 22. 10. 2023
  • ডলি ঘোষৰ জনপ্ৰিয় গীত//অসমীয়া আধুনিক গীত//assamesemelody17
    ডলি ঘোষ বাইদেউৰ কেইটামান জনপ্ৰিয় অসমীয়া গীতৰ সংগ্ৰহ। শুনি ভাল পাব নিশ্চয়।
    নাহৰ ফুলা বতৰতে
    গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
    দুহাততে দিছা....
    গীতিকাৰ - নিৰ্মলপ্ৰভা বৰদলৈ
    সুৰ - কুল বৰুৱা
    সংগীত - অতুল মেধি
    বিচাৰি পাওঁ তোমাক....
    গীতিকাৰ - হীৰেন গোঁহাই
    সংগীত - ভূপেন হাজৰিকা
    ভাল লাগে মোৰ....
    গীতিকাৰ/সুৰকাৰ - প্ৰশান্ত বৰদলৈ
    বিহুৰ তলিখন....
    গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
    বুকু বৰা এই মৰম....
    গীতিকাৰ/সুৰকাৰ - দীপালী কাকতি
    যাৰ জীৱনৰ সুঁতি....
    গীতিকাৰ/সুৰকাৰ - হীৰেন গোঁহাই
    জিলমিল ৰ'দালিতে....
    গীতিকাৰ - মৃণাল কুমাৰ চৌধুৰী
    কত আশা লৈ....
    গীতিকাৰ - হীৰেন গোঁহাই
    সুৰ - শঙ্কৰ দাস
  • Hudba

Komentáře • 45

  • @narmadaroy9341
    @narmadaroy9341 Před 27 dny +3

    ইমান জীপাল গান

  • @user-ni7du8dn2k
    @user-ni7du8dn2k Před měsícem +3

    ইমান‌ ধুনীয়া

  • @sunubaishya1490
    @sunubaishya1490 Před 2 měsíci +3

    ভাল লাগিল

  • @putulchangmai9012
    @putulchangmai9012 Před 11 hodinami

    Very nice

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r Před 18 hodinami

    Old is gold.hira kimat things .Purani gitbort imagei beleg.Doli ghosar git bor suni val lage❤❤❤❤❤❤

  • @SamiranParashar-jh5lh
    @SamiranParashar-jh5lh Před 12 dny

    Ever green song.

  • @mitaliganguly5630
    @mitaliganguly5630 Před měsícem +2

    Nice 👍👍👍👍

  • @kaminiray4904
    @kaminiray4904 Před 2 měsíci +3

    ❤❤❤❤❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před měsícem +3

    Evergreen Assamese song . ♥️

  • @ranjitboro6437
    @ranjitboro6437 Před 6 měsíci +4

    Jibanor.rongbur.utloawa.geet❤

  • @mrinalkumarsaikia9351

    Old is GOLD❤❤❤

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r Před 6 dny

    old songs are very sweet hearing again hearing🎉🎉🎉.

  • @madhurekhaborpatro2549

    ❤❤❤❤

  • @nironburagohain
    @nironburagohain Před 2 měsíci +2

    Bahut2 bhaal laage Ane purana gaan hunile.

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r Před 18 dny

    Git keitaandgayski verysweet good bless to singer

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r Před 12 dny

    Sweet sweetsweetganbor

  • @rahulamin3481
    @rahulamin3481 Před 7 měsíci +4

    চিৰ যুগমীয়া

  • @minuchoudhury6537
    @minuchoudhury6537 Před 7 měsíci +4

    Very. Nice song

  • @user-vo8yy5hm6l
    @user-vo8yy5hm6l Před 11 dny

    বাইদেউ আপোনাৰ গীতবোৰ চীৰসেউজ হৈ থাকক

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r Před 18 dny

    Very very nice.........so nice gan

  • @junagogoi7823
    @junagogoi7823 Před 8 měsíci +2

    Good morning 🌞💐🌞

  • @bhadrabatibarman2520
    @bhadrabatibarman2520 Před měsícem +4

    বাইদেউ আপোনাৰ প্ৰতিটো গীতেই ভাল লাগে ।❤

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 Před 2 měsíci +3

    এইটো বহু পুৰণি গীত; কিন্তু সদায় যেন চিৰ সেউজ

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r Před 6 dny

    old songs are different image

  • @user-gz7gl8vu7r
    @user-gz7gl8vu7r Před 18 dny +1

    Old gitbor eman sweet comments karibaloi bhakha nai mor

  • @ManikaPathak-pn1wf
    @ManikaPathak-pn1wf Před 8 měsíci +12

    Baidew aponar ganbilak khub Lage moi gao aponar gan

  • @mamonipator7640
    @mamonipator7640 Před 6 měsíci +1

    Khuub dhuniya geet.pratibosore bohagbihut nahor fula botorot.nahor fulibor holne .duhatote disa.
    buku vora ei morom.jilmil rodalite.bohagor epahi ful koril kiya.Apunar eikeita geet moi gaoei baideu.amar ghorot taprekordot apunar casate bajai sabe gan xunisil etia ei systemtue naikia hol.casatebur asei,

  • @bharotiborthakur8044
    @bharotiborthakur8044 Před 4 měsíci +3

    বাইদেওৰ সকলো গীত মোৰ প্ৰিয়।চীৰ সেউজ গীত বোৰ আমি পুনৰ চৰ্চা কৰি থাকিম।

  • @rahulamin3481
    @rahulamin3481 Před 7 měsíci +1

    ❤❤❤

  • @bhadreswardeka1695
    @bhadreswardeka1695 Před 8 měsíci +3

    বহুত ভাল লাগিছে। Thanks

  • @sanahigogoi381
    @sanahigogoi381 Před 8 měsíci +3

    সুন্দৰ গীত সুন্দৰ কণ্ঠ

  • @smritysaikia8710
    @smritysaikia8710 Před 8 měsíci +2

    Very nice God bless you

  • @mithunpegu5935
    @mithunpegu5935 Před 6 měsíci +3

    অতীতৰ সেউজীয়া গীতে আমাক,নিজক বুজিবলৈ শিকাই,আজিৰ সেউজীয়া গীতে ভৱাই তুলে!

  • @user-nv1dn9qz7i
    @user-nv1dn9qz7i Před 3 měsíci +1

    Purna gitbor kiman je mitha

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb Před 8 měsíci +2

    🎉 nice.

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Před 7 měsíci +2

    SUPERBHATAM SISTER LOVE YOU 🙏♥️🙏 ENJOY YOUR GREAT DAY WITH FAMILY MEMBERS ONLY,,,T/C,,, MAAp.

  • @ranjitboro6437
    @ranjitboro6437 Před 6 měsíci +1

    Hridai.juraua.❤

  • @PrbinChutia
    @PrbinChutia Před 7 dny

    ইমান সুন্দৰ, শ্ৰুতি মধুৰ আৰু চিৰ সেউজ গীত, শুনিলে হেপাহেই নপলাই। অসমৰ এটি বিখ্যাত পৰিয়ালৰ বোৱাৰী, মাননীয়া ডলি ঘোষ বাইদেউৰ অসমীয়া সংগীত জগতলৈ অনন্য অৱদান। ভাবিলে আচৰিত লাগে। এনেবোৰ অৱদানে বাইদেউক আসমী আইৰ বোকোত চিৰস্মৰণীয় কৰি ৰাখিব। ফটোত বাইদেউৰ বিষাদ ভৰা মূখ,খনি দেখিলে, অন্তৰখন বিষায় যায়, হাহাকাৰ কৰি উঠে। এইয়া হয়তো বাইদেউৰ অসম্পূৰ্ণ দাম্পত্য জীৱনৰ বেদনাও হব পাৰে। বাইদেউ আপুনি য'তেই আছে সুখত থাকক, শান্তিত থাকক তাকে কামনা কৰি প্ৰাভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছো। ধন্যবাদ।