অসমীয়া জনপ্ৰিয় বোলছবিৰ,কণ্ঠ- সত্য বৰুৱা, উষা মংগেশকাৰ, দ্বিপেন বৰুৱাই,ককিলা গোস্বামী অনিমা চৌধুৰী

Sdílet
Vložit
  • čas přidán 20. 05. 2024
  • আমাৰ চেনেলটোৰ like comment share subscribe
    কৰিবলৈ নাপাহৰিব ধন্যবাদ 💐💐🎉🙏🙏🙏🎉🎉💐💐
    (১) সেন্দুৰ সেন্দুৰ (অপৰূপা- ১৯৮২)
    কণ্ঠ- সত্য বৰুৱা
    (২) চিনাকি মোৰ মনৰ মানুহ (খোজ ১৯৭৫)
    কণ্ঠ- উষা মংগেশকাৰ
    (৩) অপৰূপা (১৯৮২)
    কণ্ঠ- উষা মংগেশকাৰ
    (৪) পোহনীয়া চৰাই টি,
    (ককা দেউতাক নাতি আৰু হাতী)
    কণ্ঠ- দ্বিপেন বৰুৱাই,ককিলা গোস্বামী
    (৫) কিনো মৰমৰ জৰী (আশ্ৰয় )
    কণ্ঠ- নমিতা ভট্টাচাৰ্য্য
    (৬) চকু মেলি নাচাবা (আজলী নবৌ)
    কণ্ঠ- ৰুণজুন বৰুৱা ফুকন
    (৭) লুকা-ভাকু খেলোঁ আহাঁ
    (পুতলা ঘৰ ১৯৭৬)
    কণ্ঠ- অনিমা চৌধুৰী আৰু নিৰ্মলা মিশ্ৰ
    (৮) অ ঘুমতি আহ (শকুন্তলা আৰু শংকৰ জোছেফ আলি)
    কণ্ঠ- কবিতা বৰঠাকুৰ
    #assameseoldsongs #assamese #zubeengargassamesesong #assamesenewsong #zubeengargassamesesong
    #zubeen_garg
    #সত্যবৰুৱা
    #উষামংগেশকাৰ,
    #দ্বিপেনবৰুৱাই,
    #ককিলাগোস্বামী
    #নমিতাভট্টাচাৰ্য্য
    #ৰুণজুনবৰুৱাফুকন
    #অনিমাচৌধুৰী
    #নিৰ্মলামিশ্ৰ
    #কবিতাবৰঠাকুৰ

Komentáře • 20

  • @trinasonowaltrinasonowal7410

    V good

  • @GopalDeben-fd2us
    @GopalDeben-fd2us Před 14 dny +5

    Old,is,gold.

  • @putudas7349
    @putudas7349 Před 13 dny +1

    ❤❤❤

  • @nivasaikia5575
    @nivasaikia5575 Před 25 dny +2

    Hundar ❤❤

  • @DipanwitaBarman-ss6xf
    @DipanwitaBarman-ss6xf Před měsícem +4

    সুৰবোৰ ইমান সুন্দৰ

  • @bipulrajkhowa3554
    @bipulrajkhowa3554 Před měsícem +7

    😊 সুন্দৰ অসমীয়া গীতৰ শৰাই।

  • @bhanupriya2019
    @bhanupriya2019 Před měsícem +3

    আগৰ সৃষ্টিৰ সুকীয়া ❤❤❤❤❤

  • @gitanjalipathak1375
    @gitanjalipathak1375 Před 28 dny +3

    বৰ ভাল লাগিল ❤️

  • @dulalchandranath9444
    @dulalchandranath9444 Před 9 dny +1

    পুৰণি গীতবোৰৰ এটি সুকীয়া মাদকতা আছে,আগলৈ আৰু এনে গীত শুনিব পাম বুলি আশা ৰাখিলোঁ।

  • @bhanupriya2019
    @bhanupriya2019 Před měsícem +2

    আবেগিক কৰিতুলেঅ❤❤❤❤❤❤

  • @kusumsharma4537
    @kusumsharma4537 Před měsícem +2

    Very nice song and sweet voice by Ajay da thank you so much ❤️❤️❤️❤🎉🎉😢😢❤❤😮😅🎉🎉

  • @chandraphukan7008
    @chandraphukan7008 Před měsícem +3

    প্ৰথমেই আপোনালৈ অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জনাইছোঁ, ইমান সুন্দৰ চিৰসেউজ গীতবোৰ বাচি বাচি একগোট কৰি আপলোড কৰি আমাক উপকৃত কৰিলে তাৰ বাবে কৃতজ্ঞ 🙏। original is original. এটি অনুৰোধ, পাৰে যদি শ্ৰদ্ধাৰ শিল্পী ৰিদিপ দত্তদেৱৰ গীতবোৰ আপলোড কৰিবচোন । আনে গোৱাবোৰ মই বৰ ভাল নেপাওঁ লাগিলে তেখেত যিমানেই মহান গায়ক নহওক ।।

    • @ajaytalukdaryoutube7513
      @ajaytalukdaryoutube7513  Před měsícem

      বহুত বহুত ধন্যবাদ 💐💐🎉💐

    • @ajaytalukdaryoutube7513
      @ajaytalukdaryoutube7513  Před měsícem

      ৰিদিপ দত্ত চাৰৰ দিয়া আছে গান বোৰ
      czcams.com/video/4IdPFc1jxdk/video.htmlsi=-94iA7vw7hWEG5zm

  • @hareswardas7815
    @hareswardas7815 Před měsícem +5

    Amar sang geet