Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
বাইদেউ, আপুনি,সেই সময়লৈ, ঘূৰি,যাওক,ভগৱানক,ওচৰত, পাৰ্থনা,কৰিছো
❤❤❤purani git hunile huni thakiboi mon jai❤❤❤
My favorite song melody mur piyo singar nomita bhattacharya ❤ baideo
Geet xuni val lagil thank s ; kabita geet bure morm usor spai Ane tomar mor val puwar nohoine baru ? 🎉🎉 @ 5&6 & ?
আমাৰ যৌৱনকাল এনেবোৰ সংগীতেৰেই ওপচি আছিল,মন তাহানিলৈ উৰি যায়,
Axomor Lata didi I love Nomita Baideu, apunar konthoi mur hridoy sui jai
Aibur gith hunila huni thakibor monjai aakow gaboloi loksun aajkali gitbur hunila khongha uthe
মোৰ প্ৰিয়া গীত।নমস্কাৰ বাইদেউ। দীৰ্ঘায়ু কামনা কৰিলো ।
বহুত ভাল লাগে দেই শুনি। মনত দুখ থাকিলেও দুখ বোৰ পাহৰি যাও সেইকন সময়ত,👪❤
Sweet song sweet voice
Very melodious voice.
My fevauurite Song
সুনীলে শূনি থাকিবৰ মন যায়❤
মোৰ প্ৰিয় শিল্পীৰ সুৱদী কণ্ঠৰ প্ৰিয় গীত।
চিৰ যুগমীয়া গীত।
সঁচা আগৰ দিনবিলাকলৈ মনত পৰে ধন্যবাদ
❤
❤❤
Nice songs
Amar jibon kalar sumdhur geetbur suni montu cata parijay.baideo aponar suodi kantha gitbbur saday jipal hoi thaki asamia samajak sanjibin diyak.
Old is gold
Old is always gold good song thanks
Namita baideo mur favourite singer hoi. ❤❤🎉
অতিতলৈ মনত পৰি যায়। বৰ ভাল পাওঁ এই গীত বোৰ।
I like it remember to childhood nice songs hojai.
Sooooo Sweet Song Amazing ❤❤❤🎉🎉🎉
বাইদেউ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।পুৰনী গীতসমূহে অতীতৰ দিনবোৰলৈ বৰকৈ মনত পেলাই দিয়ে ,ম ই বৰ আবেগীক হয় যাও আজি মোৰ শৈশৱলৈ ঘুৰি যাবৰ মন গৈছে।
Aitu Mur favourite song hoi
My always favourite song, Evergreen song
My favorite song.
Namita baidew gaan Suni mur bor bhal Lage Utpal Jorhat
❤❤❤❤❤❤no language ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Mou mitha sur
Old is gold.
Nice beautiful
Bor vl lage
Vallagel
শুনি থাকিলে আমনি নলগা চিৰ সেউজীয়া গীত l❤🙏🙏🙏
🙏🙏🙏
Moi nigkey saisb Jan lagey baidew dirgiou kamna janalo
Ei geetbure mur sunamoi dinbur monot pelai diye aru mur source Pani ulai
J
Yeibor gaan hunile horukalir dinbor barukoiye monot pore. Aaru sokur pani ulai aaru Maa- Deotakoi bohut monot pore.
ইমান সুন্দৰ, সুমধুৰ আৰু চিৰ সেউজ গীত শুনিলে শুনি থাকিবৰ মন যায়। গীতৰ কথা, সুৰ সকলো অনন্য অতুলনীয়, তাতে আকৌ মাননীয়া নমিতা ভট্টাচাৰ্য্য বাইদেউৰ দৰে এগৰাকী অভিজ্ঞ,কুকিল কণ্ঠী শিল্পীৰ কণ্ঠত গীত কেইটিয়ে প্ৰাণ পাই উঠিছে আৰু শ্ৰুতা মণ্ডলীকো সুৰৰ মায়া জালেৰে মোহাচন্ন কৰি ৰাখিছে। বাইদেউ যতেই আছে, পভু ভগৱন্তই সুখত ৰাখক, শান্তিত তাকেই কামনা কৰিলো। ধন্যবাদ।
চিৰ সেউজ এই গীতবোৰ শুনি থাকিলেও হেঁপাহ নপলায়।
বাঃ কি মাত কি বাজনা কি সুৰ কি যে গীতৰ কথা অমৰ গীত এই বোৰকে কয় |
💥💥🪔💥🪔AssamJayGood🥀🦚🐦🦜💥🪔💥💥
এই গীত বোৰ শুনিলে এৰি দিনবোৰলৈ মনত পৰি যায় 🙏🙏🙏