KHAGEN MAHANTA SONGS | ASSAMESE JUKEBOX | NK PRODUCTION | SERIES 60
Vložit
- čas přidán 23. 03. 2022
- Tracklist♫
♫ EJAR PHULA DEKHI
♫ PAHAROR JURITI
♫ HALIKI O
♫ XUNERE GORHAALU
♫ MON POTHAROR
► Thank you for listening the Audio jukebox do not forget to Like, Comment, Share and Subscribe to Our CZcams Channel - Hudba
Anyone 2024 ❤
কালজয়ী অমৰ গীত।
Yes
@@BinodKumarSarma-wk7fwhu t
Kkk
Mee.........................💖
২০২৪ ত শুনি আছোঁ। সদায় প্ৰিয়
Moi😊😊😊
Very nice
আই...ঐ কি ধুনীয়া!🌈❤️
Anyone in 2024❤
Yes
Yes I know who❤❤
অসমৰ লোক সঙ্গীতৰ সম্ৰাট খগেন মহন্ত দেৱ আমাৰ মাজত সদায় থাকিব । তেওঁৰ গীত বোৰত কেঁচা মাটিৰ গোন্ধ সদায় চিৰ প্ৰবাহিত হৈ থাকে ।
পুৰণি গীত বোৰ শুনিয়েই ভাল লাগে । যথেষ্ট অৰ্থপূৰ্ণ । খগেন মহন্ত, ডঃ ভূপেন হাজৰিকা দেৱৰ গীত সমূহ সঁচাই কালজয়ী গীত ।
Khagen mahanta is our Dimond ♥️🌝
যিমানেই পুৰণি হৈ নাযাওক কিয় !
সদায় প্ৰিয় হৈ থাকিব এইবোৰ গান ।❤❤
দেহ সূত পৰি যায় 🎉
বহু বছৰৰ মূৰত শূনি ভাল লাগিছে 😊🎉❤
বহু দিন পিছত শুনিলোঁ 🎶🎧ভাল লাগিল 👏
Bohut dhunia gan,eibur gan ajikali huna manuh kom .
অতি সুন্দৰ গীত। সেৱা জনালোঁ আপোনালোকক।
পুৰণি সুৱদী গীত। শুনিলে শুনি থাকিবৰ মন।
বৰ ভাল লাগিল। পুনৰ এনে গীত পাবলৈ আশা কৰিলো।
সুন্দৰ
চিৰসেউজ ❤
Kirshna Kirshna Kirshna Kirshna Kirshna Kirshna 🙏🙏🙏🙏🙏🙏. Bapjana ha aymatiri geraki kirshna kirshna kirshna kirshna kirshna kirshna 🙏🙏🙏🙏🙏🙏
Legendary singer ❤
Great song..🙏🙏🙏🌼🌼🌼Old is gold..Xuni bhal lagil ..
Always Favourite ❤️
2023 কোনে কোনে শুনিলা like ata Diya।।
Bahut dhuniya dhuniya gan 👌👌
বিহু সম্ৰাট ❤❤❤
Anyone listening this masrerpiece in 2023❤️
Yeah
I am listening
@@dipenmorang9975 qaaaqaaaaqqaqaaaaaaqq~~a0q11
Yes I listen ❤this is everv
Green song
I'm listening❤
Legendary Songs never LOST❤
Jai Khagen Mahanta ata❤️
নিশ্চয়।বৰঘৰ গঢ়ি উঠাৰ বাবে সংগ্ৰাম কৰিবই লাগিব
বৰ সুন্দৰ গীত 😍
মন পৰশা গীত শুনিবলৈকে যেন নোপোৱা হৈ পৰিলো !🙏🙏🙏🙏🙏
Superb .khub bhal lagil 🎉🎉🎉
Bahut val lagil.agaloiu di thakib anaekua gitar lahor.
Aibor gan sunile porani katha bor khub manat pare nice song
নষ্টালজিক হৈ পৰিছোঁ আৰু পৰিছে
আন বহু বহু লোক।ধন্যবাদ।
এই চিৰসেউজ গীত সমূহ আমাৰ অমূল্য সম্পদ ৷ শুনি থাকিলেও হেপাহ নপলাই ৷
Bht dhunia ❤️❤️❤️moi ajon keyboardist hisape besi bhag gaan janibo lge kintu atia xuni xuni bare bare xuni asu imn dhunia
বহুত ভাল এইবিলাক গীতত কেঁচা মাটিৰ গোন্ধ থকা গীত বহুত ভাল লাগে
Xosai ay ganbur xodai jiai thakibo.
মাটিৰ গান সদায় জীয়াই থাকিব অসমবাসীৰ মাজত।
Hi
@@rinatayung691 😄😄😄😄😄😄😯😃😄😄
বাদ্ব যন্ত্ৰ কম থকা গীত বোৰ সদায়, শান্তি শৃংখলা বযায় ৰাখে,,,,,,,,
ঠিক কৈছে।
My favorite singer jayanta hazarika khogen Mahatma bhuben hazarika all are legend
গানতো শুনি ডেকাকালৰ কাথা মনত পৰিছে
😊very nice song Evergreen song❤
অতি মৰমৰ শিল্পী আছিল
ধন্যবাদ জনালো।
বহুত ভাল লাগিল গান বোৰ শুনি, অপৰিসীম আপোনাৰ কন্ঠ
Hhi by Dr
T
Old is gold. So soothing. Why such people die? Nature cannot give answer!
Purana. Gitsonival. Lagil
I fully agreement with fr your agy
I fully agree with Ranjit K Fi
Old is gold mis u khagen da
Anyone 2024
ভাল পাওঁ এই সু-মধূৰ গীত শুনি ভাল পোৱা সকলক । বহুত বহুত ধন্যবাদ ।
খগেন মহন্ত ❤
Bahut val lagil.mon parasa veet
2024 মই নৱপ্ৰজন্ম তথাপিও এইবোৰ গীত শুনো। এইবোৰ গীতৰ কথাই বেলেগ।
❤🎉❤ এনে ধৰণৰ গীতবোৰে এতিয়া কোনে সৃষ্টিৰ বুকুলৈ কঢ়িয়াই আনিৱ ধন্যবাদৰ পাত্ৰ হৈ সৰ্বকালৰ শ্ৰেষ্ঠ আসনত স্হান পায় সৌভাগ্য ৱান হৱ ❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম প্ৰভু প্ৰনাম।। ❤
❤
সৰুতে শুনা গীত কেইটামান শুনি বৰ ভাল লাগিল৷
কাচোনমতী’ নামৰ এটা অডিয়কেচেট আছিল খগেন মহন্তৰ৷শুনিবলৈ পোৱা যাব নেকি?
ৰাতিপুৱা টোপনিৰ পৰা উঠি মুখ হাত ধৈ হাতত চাহ কাপ লৈ, হম থিয়েটাৰ টো অপেন কৰি ☺ উফ: কি যে শান্তি লাগে এইবোৰ গীত শুনি 😇😘
Eman dinor pasot hunilu val lagil
বৰ ভাল লাগিল
Khagen mahanta is my idol ...☺️☺️😌😌😌
Old is always gold
অতি প্ৰিয় মোৰ গায়ক🙏🏻
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
মন পৰশা
ধুনীয়া গীত
এইবোৰ গান শুনি সঁচাই বহুত ভাল লাগে🥰
Dada,nice
বহুত ভাল লাগে।এই পুৰণা গান বোৰ।👌👌
সুন্দৰ মহন্ত দা!
Hodai ei gaan bure asomiyak sohokti diboh....🌾🙏 Joi aai assom
Very nice voice
Horute kokai ai geet ti hunai kulat tuli huwaisile . I like this song 🎵 ❤
Heartful 🎶
So soothing, so enthralling so melodious and so unique, will be difficult for the upcoming singers to fill-up his boots.
Huni bohut val lgil, old is gold, ❤from Arunachal
এই বিলাক গীত শুনি থাকিলে শুনি থাকিবৰ মনয যায।
Sundar get. Bar. Bhal lagil
সুন্দৰ অপূৰ্ব গীতৰ সমাহাৰ ভাল লাগিল শুনি
জয় খগেন মহন্ত
👌
জুন/২০২৪ ত শুনি আছোঁ।খগেন মহন্তদেৱক সশ্ৰদ্ধ প্ৰণাম।
বহুত ভাল গীত আৰু কণ্ঠ❤❤❤
.
গীতৰ কথা আৰু সুৰ ভাল হ'ব লাগে।উচ্চ ধ্বনিৰ বাদ্য হ'ব নালাগে। তেতিয়া সকলো গীতেই শুনি ভাল লাগে।
❤Old is gold
চিৰ যুগমীয়া গীত । সচাই ভাল লাগিল। ৰেডিঅ'ত শুনিবলৈ পাও মাজে সময়ে ।
So soothing.
❤
Old is gold ❤
Great 🙏🙏🙏🙏🙏🌼🌼🌼🌼RIP.🌼🌼🌼🌼🌼🌼🌼🌼
ATI.khundar.song
আগতে এই গীত সমূহ গ্ৰামফোনত বজাইছিলো। এতিয়া শুনিবলৈ নোপোৱা হলো।আমনি নালাগে
bhut vl lgil
@@rupaliborah4292 bohut,bhal,lagise
ধূণীয়া
Nice song❤❤❤
Legend+Ultra🌷
ইমান সুন্দৰ 🙏🙏🙏🙏
Right now listening 🎧
সঁচাই এই পুৰণি গীত বোৰ বহুত ভাল লাগে শুনি❤️☺️
Anyone listening this masterpiece in 2024 ❤
Elu elu
Excellent performance
এই বোৰ গান শুনিব মন গৈছিল আপোনালোকৰ মাজত সোমাই পৰিলো নমস্কাৰ 🙏🙏🙏🙏🙏🙏
L
@@sabilalnewar4503 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄
G
🙏🙏🙏💕
মোৰ।বহুত ভাল।লগা গীত
@@kalpanaborah7100 😄😄😄😄😄😄😄😄😄😄😄😄😄😄😄😐😃😃
Ki kam emam dhunia gaan
Ever green songs very nice