Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
অ ঘুমতি, আজি মেঘৰ মাডল বাজিলে উফ। ইমান ভাল লাগে❤️। শ্ৰদ্ধা জনালো
জাউতি যুগিয়া“ সোণালী যুগৰ সোণ’সেৰীয়া গীত ৷ বাৰে বাৰে শুনি থাকিলেও’ আমনি নেলাগে ৷
সুন্দৰ গীতৰ সমাহাৰ, মুগ্ধ হলোঁ
সুন্দৰ | শুনিবলৈ শুবিধা কন কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ |
A melodious evergreen evergreen song for ever and ever and the great great artist we all love the people of Assam
আপ্লুত হ'লো। এনে গীতৰ সমাহাৰ আগলৈ আশা কৰোঁ।
মৰম জগাই ইত্যাদি .....
বহুত বহু ত ভাল লাগে
কালেটচনবোৰ খুব ভাল হৈছে৷।
গীতৰ সংগ্ৰহ ধূনীয়া
ইমান সুন্দৰ গীত শুনিলে শুনি থাকিবৰ মন যায় ।
Sundor..Git..Thanks.
Old is gold
ধুনীয়া
মজা 👍👍👍
ধূনীয়া লাগিছে
সছাকৈ খুব ভাল লাগিছে। মাজে সময়ে শুনাই থাকিব দেই ।
সুন্দৰ
পুৰণি গান বোৰ শুনি বৰ ভাল লাগিল 🥰🥰🥰
ভাল লাগিল শুনি ।
Bohut dhuniya 👌👌👌👌👌👌
Sundar git joy ma assam
বৰ্তমান সময়ত ন ন বাদ্যযন্ত্ৰবোৰহে গীত হৈ পৰিছে কিন্তু পুৰণি গীতৰ কথা আৰু সুৰৰ লগত আজিকালিৰ গীত আকাশ পাতাল। পুৰণি বোৰ সেইবাবে সোণ💚💛
Mozza ,,,,.......bohut mozza
Gaonor duporiya Radio baji thoka homoi khiniloi monot pore...bohut miss koru hei dinbur
মনপৰশা গীত শুনি থাকিলে শুনি থাকিবৰ মন যায়
Thank you Anupom and Bitupon👍 অতি সুন্দৰ
মন পৰষা গীত, শুনি থাকিব ৰ মন যায়,
Ai bilak geet mur otike priyo .dhanyabad hei kanthashilpi hokol .aapunalukok pronam he jonaisu
Hosake bahut dhunia..........
Bhut xundr 🙏🙏
বৰ ভাল গীত ভাল লাগিছে
ভাষা নাই ,খুব ভাল লাগে।অনতৰ গলি যায়।
P oni
Dhunia geet xuni val lagise bhut dinr murt xunilu
Sonar kharu very sweet song want to hear again n again
T
অতিকৈ ধুনীয়া মোৰ বৰ প্রিয়
So cute ever green man thouki bathou lagy diyak akuu maram thakil gan banai de happy karak
👌👌👌👌👌👌❤️❤️❤️❤️Amar assmiya .gitr sur koto bisari poa najai.Iman dhuniya ❤️❤️❤️❤️.
বহুত ভাল পালো
বহুত ভাল লাগে। পুৰণি দিনবোৰ লৈ মনত পৰি যায়।
সুন্দৰ মৌবৰষা সুৰৰ গীত।।
Sweet songs .❤
সুন্দৰ হৈছে সকলোখিনি
@@RekhaDevi-nv5sh nice
Mojja
সুন্দৰ চিৰ সেউজ গীত এনেকুৱা গীত পাবলৈ ও নাই শুনিবলৈ ও নাই । এইবোৰ মাজে-সময়ে শুনাই থাকিবছোন।সদায় শুনি থাকিবলৈ মন যায়।
এইবিলাক চিৰ সেউজ গীত শুনি থাকিব পাৰি।
@@bidyadharsaikia5502 +
Xorute xuna phone in kalpotoru kotha mnt pori gol.kiman j xunisilo radio r osort bohi😍😍😍😍😍
Mon porosa gan bohut val lage
Hundar
Bor sweet songs Val lageel
Thanks. Lorali kalar khai dinbur ghurai puwa Jen laga babe.
বহুত ভাল লাগে
Bahut.bhalLagil.thank.you
হৃদয়ত মৌ বৰষি যোৱা এই গীত সমূহ জীয়াই থকাৰ পেৰণা আজিৰ যান্ত্রিক যুগত👍👍👍👍👍👍👍👍
In full
মন।সিদয়ৰ।গলিজোৱা।কণথ।বহোত ধন্যবাদ
খুব ভাল লগা গান।
Val lagil
বহুত বহুত বহুত...... ধন্যবাদ জনালো 🙏🙏🙏🙏 শুনি আপ্লুত হলো.... 😊😊
Evergreen...............
সোণালী গীত সচাকৈয়ে!
কৃষ্টিসংস্কৃতিক অৱক্ষয়ৰ সময়ত এই শ্রুতিমধুৰ গীতবিলাকে আশাৰ সন্ধান দিয়ে । আমি থকা এইখিনি ঠাই অসম যেন অনুভৱ হয় ।
সচাঁ কথা এই গীত বিলাকে আমাৰ মনবোৰ ওচৰ চপাই আনে ।
@@digantaboruah809 9
@@kunjalatadevi9912 Pp
B9
গংকে
Bor hundor
Bahut bahut bhal lagil honi. Thank you
Val Loga gan mor......,........
ভাল লাগে এনেকুৱা পুৰণি গানবোৰ,শুনিবলৈ সুবিধা পোৱাৰ বাবে ধন্যবাদ
Bhal. Lage. Puroni. Geet.. Boor. Vupendrra. Songeet. Boor.
মন পৰশা এই গীতবোৰ অতুলনীয় ।
পুৰণি গীত বোৰ শুনি বহুত ভাল লাগিছে
পুৰণি গিত বোৰ সুনি ভাল লাগে।☺️👍💝💖🌟
Evergreen song ..very nice
Bor val lagil
Bar val lagil
অতি ধন্য
Old is gold but gold is never old.
Apurugia git bur huni hosai mon bur val lage thanks
Mojja lagise
Moza
Antr sui jua gan
Bohut bohut moja.....
দেহা মন জুৰ পেলোৱাগীত
হ়দয় চুই যোৱা গান এইবোৰ
Purona git bur xuni bor bhal lagil... Agoloi aru xunabo buli xaxa thakil
অতিকেই সুন্দৰ
Really nice song, mine to listen again and again
Nice collection
V.goog..
হৃদয় ছুই গল।এইবোৰ গানৰ মাদকতা সকলোত কৈ সুকিয়া ।সছাকৈ বৰ ভাল লাগিলে ।
Really it is true that old is Gold n evergreen.
বহুত ভাল লাগে এই গীতবোৰ শুনিলে বা
Moza bro👌👌👌👌
বহুত ভাল লাগিল
Very beautiful song
চিৰ যুগমীয়া গীত সদায় প্রিয়
সুন্দৰ গীত ।
বহুত ভাল লাগে পুৰনি গীত বোৰ শুনিলে
Mojaa😄😄
Nice collections
Bahut bhal geet
Hundor
Bahut Bhal lagil sone
Bohut denor pasot huna palu .val lagiel thanks .Apunaku nomoskar....
Val lagil purona gan
Bohut vl lagil o
বঢ়িয়া লাগিল শুনি
গীত খিনি শুনি দিনটোলৈ মনতো মুকলি হোৱা যেন লাগিছে। ইমান সুন্দৰ! অনুস্থানতোৰ নাম ""প্ৰভাতী গীতৰ শৰাই"" নামা কৰণ কৰক।এয়া আপোনালৈ মোৰ অনুৰোধ।
Ever green song
My best selection 🙏🙇thankd
Maa Diota dinor geet but So memoreal songs 🥰
ধুনীয়া লাগিল
So beautiful song 👌👌💝😹
Bishnu rava geet
Mur khub valoga geet
কালজয়ী গান ।মোৰ অতিকৈ প্ৰিয় গান ।
অ ঘুমতি, আজি মেঘৰ মাডল বাজিলে উফ। ইমান ভাল লাগে❤️। শ্ৰদ্ধা জনালো
জাউতি যুগিয়া“ সোণালী যুগৰ সোণ’সেৰীয়া গীত ৷ বাৰে বাৰে শুনি থাকিলেও’ আমনি নেলাগে ৷
সুন্দৰ গীতৰ সমাহাৰ, মুগ্ধ হলোঁ
সুন্দৰ | শুনিবলৈ শুবিধা কন কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ |
A melodious evergreen evergreen song for ever and ever and the great great artist we all love the people of Assam
আপ্লুত হ'লো। এনে গীতৰ সমাহাৰ আগলৈ আশা কৰোঁ।
মৰম জগাই ইত্যাদি .....
বহুত বহু ত ভাল লাগে
কালেটচনবোৰ খুব ভাল হৈছে৷।
গীতৰ সংগ্ৰহ ধূনীয়া
ইমান সুন্দৰ গীত শুনিলে শুনি থাকিবৰ মন যায় ।
Sundor..Git..Thanks.
Old is gold
ধুনীয়া
মজা 👍👍👍
ধূনীয়া লাগিছে
সছাকৈ খুব ভাল লাগিছে। মাজে সময়ে শুনাই থাকিব দেই ।
সুন্দৰ
পুৰণি গান বোৰ শুনি বৰ ভাল লাগিল 🥰🥰🥰
ভাল লাগিল শুনি ।
Bohut dhuniya 👌👌👌👌👌👌
Sundar git joy ma assam
বৰ্তমান সময়ত ন ন বাদ্যযন্ত্ৰবোৰহে গীত হৈ পৰিছে কিন্তু পুৰণি গীতৰ কথা আৰু সুৰৰ লগত আজিকালিৰ গীত আকাশ পাতাল। পুৰণি বোৰ সেইবাবে সোণ💚💛
Mozza ,,,,.......bohut mozza
Gaonor duporiya Radio baji thoka homoi khiniloi monot pore...bohut miss koru hei dinbur
মনপৰশা গীত শুনি থাকিলে শুনি থাকিবৰ মন যায়
Thank you Anupom and Bitupon👍 অতি সুন্দৰ
মন পৰষা গীত, শুনি থাকিব ৰ মন যায়,
Ai bilak geet mur otike priyo .dhanyabad hei kanthashilpi hokol .aapunalukok pronam he jonaisu
Hosake bahut dhunia..........
Bhut xundr 🙏🙏
বৰ ভাল গীত ভাল লাগিছে
ভাষা নাই ,খুব ভাল
লাগে।অনতৰ গলি যায়।
P oni
Dhunia geet xuni val lagise bhut dinr murt xunilu
Sonar kharu very sweet song want to hear again n again
T
অতিকৈ ধুনীয়া মোৰ বৰ প্রিয়
So cute ever green man thouki bathou lagy diyak akuu maram thakil gan banai de happy karak
👌👌👌👌👌👌❤️❤️❤️❤️Amar assmiya .gitr sur koto bisari poa najai.Iman dhuniya ❤️❤️❤️❤️.
বহুত ভাল পালো
বহুত ভাল লাগে। পুৰণি দিনবোৰ লৈ মনত পৰি যায়।
সুন্দৰ মৌবৰষা সুৰৰ গীত।।
Sweet songs .❤
সুন্দৰ হৈছে সকলোখিনি
@@RekhaDevi-nv5sh nice
Mojja
সুন্দৰ চিৰ সেউজ গীত এনেকুৱা গীত পাবলৈ ও নাই শুনিবলৈ ও নাই । এইবোৰ মাজে-সময়ে শুনাই থাকিবছোন।সদায় শুনি থাকিবলৈ মন যায়।
এইবিলাক চিৰ সেউজ গীত শুনি থাকিব পাৰি।
@@bidyadharsaikia5502 +
Xorute xuna phone in kalpotoru kotha mnt pori gol.kiman j xunisilo radio r osort bohi😍😍😍😍😍
Mon porosa gan bohut val lage
Hundar
Bor sweet songs Val lageel
Thanks. Lorali kalar khai dinbur ghurai puwa Jen laga babe.
বহুত ভাল লাগে
Bahut.bhal
Lagil.thank.you
হৃদয়ত মৌ বৰষি যোৱা
এই গীত সমূহ জীয়াই থকাৰ পেৰণা আজিৰ যান্ত্রিক যুগত👍👍👍👍👍👍👍👍
In full
মন।সিদয়ৰ।গলিজোৱা।কণথ।বহোত ধন্যবাদ
খুব ভাল লগা গান।
Val lagil
বহুত বহুত বহুত...... ধন্যবাদ জনালো 🙏🙏🙏🙏 শুনি আপ্লুত হলো.... 😊😊
Evergreen...............
সোণালী গীত সচাকৈয়ে!
কৃষ্টিসংস্কৃতিক অৱক্ষয়ৰ সময়ত এই শ্রুতিমধুৰ গীতবিলাকে আশাৰ সন্ধান দিয়ে । আমি থকা এইখিনি ঠাই অসম যেন অনুভৱ হয় ।
সচাঁ কথা এই গীত বিলাকে আমাৰ মনবোৰ ওচৰ চপাই আনে ।
@@digantaboruah809 9
@@kunjalatadevi9912
Pp
B9
গংকে
Bor hundor
Bahut bahut bhal lagil honi. Thank you
Val Loga gan mor......,........
ভাল লাগে এনেকুৱা পুৰণি গানবোৰ,শুনিবলৈ সুবিধা পোৱাৰ বাবে ধন্যবাদ
Bhal. Lage. Puroni. Geet.. Boor. Vupendrra. Songeet. Boor.
মন পৰশা এই গীতবোৰ অতুলনীয় ।
পুৰণি গীত বোৰ শুনি বহুত ভাল লাগিছে
পুৰণি গিত বোৰ সুনি ভাল লাগে।☺️👍💝💖🌟
Evergreen song ..very nice
Bor val lagil
Bar val lagil
অতি ধন্য
Old is gold but gold is never old.
Apurugia git bur huni hosai mon bur val lage thanks
Mojja lagise
Moza
Antr sui jua gan
Bohut bohut moja.....
দেহা মন জুৰ পেলোৱাগীত
হ়দয় চুই যোৱা গান এইবোৰ
Purona git bur xuni bor bhal lagil... Agoloi aru xunabo buli xaxa thakil
অতিকেই সুন্দৰ
Really nice song, mine to listen again and again
Nice collection
V.goog..
হৃদয় ছুই গল।এইবোৰ গানৰ মাদকতা সকলোত কৈ সুকিয়া ।সছাকৈ বৰ ভাল লাগিলে ।
Really it is true that old is Gold n evergreen.
বহুত ভাল লাগে এই গীতবোৰ শুনিলে বা
Moza bro👌👌👌👌
বহুত ভাল লাগিল
Very beautiful song
চিৰ যুগমীয়া গীত সদায় প্রিয়
সুন্দৰ গীত ।
বহুত ভাল লাগে পুৰনি গীত বোৰ শুনিলে
Mojaa😄😄
Nice collections
Bahut bhal geet
Hundor
Bahut Bhal lagil sone
Bohut denor pasot huna palu .val lagiel thanks .
Apunaku nomoskar....