সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ

Sdílet
Vložit
  • čas přidán 13. 11. 2021
  • সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ। সম্পাদনা : ৰিতুমণি নাথ গগৈ
    #radio_rodali #monuranjongogoi_songs
    #assamesesong
    সন্নিৱিষ্ট গীতৰ তালিকা :
    ১. ব'হাগ ধুনীয়া জোনালী পৰত - ১৯৮২ চন
    ২. বিহুতলীলৈ আহিলা - ১৯৮৩ চন
    ৩. তুমি মোৰ জীৱনৰ - ১৯৮৫ চন
    ৪. অ' জোন জোনালী - ১৯৮১ চন
    ৫. চঞ্চলা জুৰিটিৰ - ১৯৯৩ চন
    ৬. চেনেহৰে অসমখনি - ২০১৪ চন
    শুনক আৰু শুনাওক আপোনাৰ প্ৰিয়জনক
    বি. দ্ৰ : এই অনুষ্ঠানৰ জড়িয়তে আমি অসমৰ সোণালী দিনৰ সুৰীয়া গীত সমূহক প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে ডিজিটেল আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
    Our Fb Page : / radiorodali
    For Contact Us : radiorodali@gmail.com
    Copyright Disclaimer :👉
    Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
    * Our songs copyright has been saved for the rightful owners*
    With regards
    Radio Rodali
  • Zábava

Komentáře • 337

  • @ReenaDewri-lx6ql
    @ReenaDewri-lx6ql Před 11 měsíci +5

    ৰেডিঅ' শুনাৰ দিনবোৰলৈ বৰকৈ মনত পৰি গ'ল। দেওবৰীয়া দুপৰীয়া নাটক থুপ খাই সকলোৱে শুনি যি আনন্দ লাভ কৰিছিলো , সেই দিনবোৰ বৰ সুন্দৰ আছিল।❤️❤️👍👍

  • @chimojitsharma3698
    @chimojitsharma3698 Před 11 měsíci +4

    অতীতলৈ মনত পৰিগল,প্ৰতিটো গীতেই মুখস্থ, বহুত আবেগিক হৈ পৰিলো

  • @--mxmmusicals3134
    @--mxmmusicals3134 Před 9 měsíci +3

    বৰ সুন্দৰ কৈ আলেখ্য প্ৰস্তুত কৰি অনুষ্ঠানটো পৰিবেশন কৰিছে। ভাল লাগিল। এই চেগতে প্ৰয়াত প্ৰিয় শিল্পী জনাক শ্ৰদ্ধা নিবেদন কৰিলোঁ।

  • @kabitabordoloii
    @kabitabordoloii Před 8 měsíci +2

    শৈশৱতে শুনিছিলো এই গীতবোৰ আজিও শুনিলে ভাল লাগে

  • @arupjyotisaikia7390
    @arupjyotisaikia7390 Před rokem +2

    মন ভৰি যোৱা সৃষ্টি । সকলো দুখ ভাগৰ দুৰ হৈ যায় ।

  • @DibyaranjanLachan-wx6kn
    @DibyaranjanLachan-wx6kn Před 4 měsíci +2

    তেখেতৰ গীত শুনি শুনি ডাঙৰ হৈছোঁ বুলি কলেও মিছা কোৱা নহ'ব। সদায়ে তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰো।

  • @Kiran-si2bf
    @Kiran-si2bf Před 10 měsíci +4

    বৰ ভাল লাগে ,ইমান সুমধুৰ গীত ,মই নিজকে আপুন পাহৰা হৈ পৰো,আশা কৰোঁ এনেকোৱা গীত poshar কৰি থাকে ,

  • @ritamanisahariavillagevide9956
    @ritamanisahariavillagevide9956 Před 8 měsíci +2

    Agor sei dinboorei bohut val loga asil.❤❤❤

  • @hiteshborah1367
    @hiteshborah1367 Před rokem +1

    সচাকৈ বহু দিনৰ পিছত সুন্দৰ সন্ধিয়া এটি। গীতেৰে উপভোগ কৰি বৰ সুখী হলো ।

  • @chitradas4893
    @chitradas4893 Před 9 měsíci +2

    Dhunia geet

  • @user-uy6mf4st9c
    @user-uy6mf4st9c Před 2 měsíci +1

    Silpi Monoranjan gogoi sir r geetbor xuni khub val lage . Hriday sui jua geet

  • @mahendradas1610
    @mahendradas1610 Před rokem +3

    Mahendra dad, realy sonali dinar suria geet

  • @bababoruah1027
    @bababoruah1027 Před 9 měsíci +2

    লৰালিৰ সেই সোনোৱালী দিনবোৰলৈ মনত পৰি গল

  • @ggv7608
    @ggv7608 Před rokem +2

    Nice 👍 shearing 💕 ভাল লাগে আগৰ গানবোৰ #ganesh_Gogoi_vlog

  • @juleedutta1821
    @juleedutta1821 Před 4 měsíci +1

    Hundor ❤👌👍

  • @bababoruah1027
    @bababoruah1027 Před 9 měsíci +2

    উফ❤️❤️❤️কি যে মধুৰ দিন আছিল❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @khokansarkar1483
    @khokansarkar1483 Před rokem +2

    সোণালী দিনৰ গীত শুনি বহত ভাল লাগিল।

  • @rameshchsarma4406
    @rameshchsarma4406 Před rokem +3

    সঁচায় দেই ! মোৰ প্ৰিয় গায়কৰ এজন।নষ্টালজিক হৈ যোৱাৰেই কথা! আকাশবাণী গুৱাহাটীৰ প্ৰতিটো আধুনিক গীতৰ অনুস্থানেই মোৰ প্ৰিয় আছিল।ৰাতিপুৱাৰ গীতিমালিকা শুনিবলৈ মই কোনো দিনে এৰা নাছিলোঁ।

  • @nilomonigogoi2121
    @nilomonigogoi2121 Před rokem +2

    বহুত ধুনীয়া ❤️

  • @jayantatalukdar7623
    @jayantatalukdar7623 Před 2 měsíci +1

    ❤❤❤❤❤❤❤❤❤❤ ভাল লগিছে... ৰেডিঅ এতিয়া নাইকীয়া e hoi gol

  • @harenborah4086
    @harenborah4086 Před 9 měsíci +3

    এলাগী হৈ পৰি থকা ৰেডিঅ'টোলৈ বাৰে বাৰে ঘুৰি চাইছো।

  • @jatinsarmah2300
    @jatinsarmah2300 Před 2 lety +2

    সঁচাকৈ অতীত মধুৰ, বৰ্তমান গধুৰ ৷ শৈশৱৰ সোণালী দিনৰ স্মৃতি সোঁৱৰি কণ্ঠশিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদিলো ৷

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @user-vd1qi5id7k
    @user-vd1qi5id7k Před 5 měsíci +1

    Montu jipal koribole hole aibilak geet xuna oti awachyak .
    Chiro jugomiya ai geet br banibodho kri raijak diyar babe
    bohut dhanyabad .
    Bhobishyate ari borenya xilpir
    geet xunar axare

  • @nitulsenapati7435
    @nitulsenapati7435 Před 11 měsíci +3

    Bahut vl lgil puroni dinbur jen ghurai palu

  • @rajeshbharali14
    @rajeshbharali14 Před 9 měsíci +3

    Aapunak dhanyawad janaisu geet jugan dharar babe

  • @bkgogoi8636
    @bkgogoi8636 Před 9 měsíci +3

    ৰেডিঅলৈ মনত পৰে আজি আমাৰ ঘৰত ৰেডিঅ নাই অতি সূন্দ গীত ❤🙏🙏🙏🙏🙏

  • @nabajitsarma4974
    @nabajitsarma4974 Před rokem +2

    বহুত ভাল লাগিল

  • @leenahandique4285
    @leenahandique4285 Před 2 lety +3

    বহত।ভাল।লাগিল

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @gayatricreation4903
    @gayatricreation4903 Před 11 měsíci +2

    পূৰনি দিনলৈ মনত পৰি গ'ল

  • @rabindratalukdar3191
    @rabindratalukdar3191 Před rokem +2

    সচাই এইবোৰ বৰ সুন্দৰ গীত । evergreen song

  • @amarendrasarmah7915
    @amarendrasarmah7915 Před 2 lety +2

    অন্তৰ চুইযোৱা গীত শুনি সচাকৈয়ে নষ্টালজিক অনুভৱ কৰিছো।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @nagendeka6625
    @nagendeka6625 Před rokem +2

    অনুপম।

  • @abhijitborah5030
    @abhijitborah5030 Před rokem +1

    লিখনিৰে বুজাব নোৱাৰা এক অনুভৱ। এই গীতবোৰে অতীতৰ সেই মধুৰ দিনবোৰলৈ বৰকৈ মনত পেলাই দিয়ে।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před rokem

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ ❤️

  • @sharatmaina4918
    @sharatmaina4918 Před 5 měsíci +1

    বৰ সুন্দৰ পদক্ষেপ

  • @binodkakati7300
    @binodkakati7300 Před 2 lety +5

    সঁচাকৈ গীতটিয়ে আপোন পাহৰা কৰিলে ! গীতৰ কথা, সুৰ আৰু কণ্ঠ অতি সুন্দৰ ! মনোৰঞ্জন গগৈদেৱৰ গীতবোৰ শুনিলে শুনি থাকিবৰ মন যায় ! সচাঁকৈ সোণালী দিনৰ সুৰীয়া গীত ! গীতটি শুনি পুৰণি দিনবোৰ লৈ মনত পৰি নষ্টালজিক হৈ পৰিলোঁ ! কিন্তু দুখৰ বিষয়- আজি এই গৰাকী মহান শিল্পীৰ গীত শুনিবলৈ পোৱা নাযায় !🙏🙏🙏

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @hafizurrahman4757
    @hafizurrahman4757 Před rokem +2

    Rj অভিজিৎ দা আপোনাৰ কণ্ঠত অপূৰ্ব মেজিক আছে যিয়ে মোক বাৰুকৈয়ে উৎসাহিত কৰিছে | আশা কৰিছো আপোনাৰ কণ্ঠত গীতৰ কলি এটা শুনিবলৈ পাম | সঁচাকৈ আপোনাৰ মাতে মোক দেউলীয়া কৰিছে..... আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিলোঁ 😊🥰😊

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před rokem

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ❤️ ❤️

  • @meenakshigogoi-om4ct
    @meenakshigogoi-om4ct Před 10 měsíci +3

    Super Find

  • @nabingogoi8689
    @nabingogoi8689 Před 2 lety +35

    সচাঁই মনোৰঞ্জন গগৈ দাৰ গান আৰু সুৰে মানুহৰ মনত এক অনন্য আনন্দ দি যায় ।তেখেতৰ অকাল বিয়োগে অসমৰ অপূৰণীয় ক্ষতি কৰিলে ।তেখেতৰ বিদেহ আত্মা য'তে নাথাকক তাতে শান্তিৰে থাকক তাৰ বাবে আজি প্ৰাৰ্থনা জনালো ।ওঁম শান্তি ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +3

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।ধন্যবাদ

    • @nabingogoi8689
      @nabingogoi8689 Před 2 lety +2

      নিশ্বয়।ভাল কালক সদায় প্ৰসংশা কৰি যাম ।অভিনন্দন জনালো

    • @mriduladas1878
      @mriduladas1878 Před 2 lety

      .

    • @tankewarkalita1796
      @tankewarkalita1796 Před 2 lety

      mo

    • @tankewarkalita1796
      @tankewarkalita1796 Před 2 lety +1

      .,

  • @chitradas4893
    @chitradas4893 Před 9 měsíci +1

    Bihu suria geet xuni bar vaal lagil

  • @junugogoi4732
    @junugogoi4732 Před 11 měsíci +3

    Nice song

  • @manjukardong8270
    @manjukardong8270 Před 8 měsíci +1

    Bohu bashor murot huni bohut bhal lagil. Amar bakosor nisina radiotuloi manot poril.

  • @ujjalkonwar6930
    @ujjalkonwar6930 Před 4 měsíci +1

    Yeah! very nice. I still remember those time. Oh God! what times those were. I was in school and got ready for school listening to all this beautiful numbers on radio. But anyway, times move on so do we, don't we?

  • @niruprovaniruprova763
    @niruprovaniruprova763 Před rokem +2

    সচাই সোণালী দিনৰ সোণসেৰীয়া গীত

  • @sobisobibhuyan8812
    @sobisobibhuyan8812 Před 10 měsíci +2

    Hosai huni thakibo mon Jai.

  • @sabitriduttas9249
    @sabitriduttas9249 Před 2 lety +2

    বহুত সুন্দৰ গীত বহুত ভাল লাগে শুনি।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @surenboruah3241
    @surenboruah3241 Před 2 lety +3

    👌👌👌

  • @UjjwalBharali-qi2ub
    @UjjwalBharali-qi2ub Před 8 měsíci +1

    Hosakoi purona gan bur bohut val huni huni. ❤

  • @abharanisonowal3099
    @abharanisonowal3099 Před 2 lety +2

    মন‌ভৰি‌ গল্ আপোনালৈ ধন্যবাদ

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @utolamon
    @utolamon Před 11 měsíci +2

    Bhal lagil❤

  • @monuramtaid7943
    @monuramtaid7943 Před 11 měsíci +3

    পুৰণি চিৰসেউজ গীতবোৰ শুনিলে অতিতৰ ধেমেলীয়া যৌৱন কালৰ দিনবোৰলৈ গুৰি যাওঁ আৰু ৰোমান্তিক হৈ পৰো।

  • @saraswatichaliha5773
    @saraswatichaliha5773 Před 2 lety +2

    সচাই মন চুই যোৱা গীত

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @khageswardadhara8489
    @khageswardadhara8489 Před měsícem +1

    ❤❤❤

  • @AntarikaRajkhowa.65
    @AntarikaRajkhowa.65 Před rokem +3

    All time favorite👌

  • @mamonipator7640
    @mamonipator7640 Před 2 lety +1

    Xasai muhaniya geet. Dhuniya. Thanks

  • @moheshpegu1438
    @moheshpegu1438 Před 10 měsíci +1

    সচাই ভাল লাগিছে শুনি

  • @chandrakamaldeori6419
    @chandrakamaldeori6419 Před 2 lety +3

    dangaria aponak bahot bahot dhainiyabat ei gitkeita r babe

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +1

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @jagadisnath7439
    @jagadisnath7439 Před 2 lety +3

    বৰ সুন্দৰ লাগিছে।নিজকে বয়স কমি ল'ৰা যেন লাগিছে।এনে গীত বিলাক আৰু শুনাবচোন।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @prithvirajborah114
    @prithvirajborah114 Před 2 lety +3

    Beautiful very beautiful

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @nilakantarabha5776
    @nilakantarabha5776 Před 11 měsíci +3

    সেই সময়ত মনোৰঞ্জন গগৈ মোৰ প্ৰিয় গায়াক আছিল। তেখেতৰ কণ্ঠ সুনিয়ে ময়ো গীত গাবলৈ চেষ্টা কৰিছিলোঁ। তেখেতৰ গীত বোৰ তেখেতক স্মৰণ কৰি তেখেতৰ নিচিনাকৈ গাবলৈ চেষ্টা কৰিছিলোঁ।

  • @kusumsharma4537
    @kusumsharma4537 Před rokem +2

    Moji🎉🎉

  • @usharanirabha8158
    @usharanirabha8158 Před rokem +3

    Dhuniya 💚💮💮

  • @ankuranarpistha6331
    @ankuranarpistha6331 Před 2 lety

    অপূৰ্ব কণ্ঠ, অপূৰ্ব সুৰ,অপূৰ্ব গীতৰ কথা।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @kusumsharma4537
    @kusumsharma4537 Před rokem +2

    Lovely. Song😢😮

  • @jagadisnath7439
    @jagadisnath7439 Před 2 lety +1

    বৰ সুন্দৰ লাগিছে। ধন্যবাদ জ্ঞাপন কৰিছো।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @debojitahomrk6645
    @debojitahomrk6645 Před 2 lety +2

    🙏সৰুতে radioত শুনিবলৈ পোৱা গীত কেইটা আজি আপোনাৰ যোগেদি শুনিবলৈ পাই মই আৰু মোৰ মা-দেউতাই বৰ হেঁপাহেৰে শুনিলোঁ । আগলৈ এনেধৰণৰ গীত পাই থাকিম বুলি আশা কৰিলোঁ । ধন্যবাদ 👍👍👍👍👍❤️❤️❤️❤️❤️

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +1

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @chayashreemahantadas4068
    @chayashreemahantadas4068 Před 2 měsíci +1

    ❤❤❤❤

  • @dilip_baruah1108
    @dilip_baruah1108 Před 2 lety +1

    অতি সুন্দৰ ব্যৱস্থা❤❤❤

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +1

    কামিনী কুমাৰ গোহাঁই ৰচনা কৰা আৰু মনোৰঞ্জন গগৈয়ে কন্ঠদান কৰা বিহু সুৰীয়া এই চিৰসেউজ গীতটো তাহানিতে শুনিছিলো। আজি বিচাৰি পাই ভাল লাগিল।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @binodkakati7300
    @binodkakati7300 Před 2 lety +5

    সুন্দৰ সুৰ, সুন্দৰ কণ্ঠ, সুন্দৰ গীত ! আজি বাপতি সাহোন আদৰৰ বিহুটিৰ দিনা এই গৰাকী মহান শিল্পীৰ বিহু সুৰীয়া গীতটি শুনি সঁচাকৈ নষ্টালজিক হৈ পৰিলোঁ ! মোৰ প্ৰিয় গীত এইটোও এটা !🙏🙏🙏

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +2

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

    • @binodkakati7300
      @binodkakati7300 Před 2 lety

      @@RadioRodaliEntertainment মোৰ তৰফৰ পৰাও অলেখ অযুত শুভ কামনা জনালোঁ !

  • @jayantatalukdar7623
    @jayantatalukdar7623 Před 2 měsíci +1

    OLD IS GOLD 😮

  • @biplobibhorali510
    @biplobibhorali510 Před 9 měsíci +1

    School r sai samay buralai bar monot pare. Ai geet bur Suni suni schoolalai saju haisilu.. Apunak Bohut dhnyabad.

  • @rupanjalisonowal5176
    @rupanjalisonowal5176 Před rokem +1

    Khub. Bhal kam karise uponi.all the best.

  • @gunadachetia8694
    @gunadachetia8694 Před 2 lety +1

    সচাঁকৈ মনোৰঞ্জন দাৰ গানবিলাক শুনিলে শুনি থাকিবলৈ মন যায়

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @kaminiray4904
    @kaminiray4904 Před 2 lety +1

    সুন্দৰ গীত , সৰু থাকতে শুনিছিলো ,আজি আকৌ শুনিবলৈ পাই বৰ ভাল লাগিল ।
    সংশ্লিষ্ট সকলোলৈ ধন্যবাদ

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety +1

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

    • @kaminiray4904
      @kaminiray4904 Před 2 lety

      নিশ্চয়

  • @Art.music--710
    @Art.music--710 Před 2 lety +4

    Beautiful 👌👌

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @digantadutta4688
    @digantadutta4688 Před rokem +1

    Great song again we all love

  • @mirabaruah3510
    @mirabaruah3510 Před 2 lety +1

    বহুত ভাল লগা গীত,ধন্যবাদ জনালোঁ

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @dhigantasaikia1967
    @dhigantasaikia1967 Před rokem +3

    Good.

  • @pratimabhuyan4155
    @pratimabhuyan4155 Před 2 lety +1

    ইমান ধুনীয়া গীতৰ কথা সুৰ ।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @rupamchetry5757
    @rupamchetry5757 Před 4 měsíci +1

    ❤❤❤❤❤❤❤

  • @pranatigogoi1186
    @pranatigogoi1186 Před 26 dny +2

    Puronoi gitor homahar hodai hunithokar akha korilu.

  • @deboborah3947
    @deboborah3947 Před 2 lety +6

    ৰেডিওটোলৈ মনত পৰিলে কিবা দূখ দূখ লাগে দেখোন।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      বহুত বহুত ধন্যবাদ জনালোঁ

    • @cmrinal3129
      @cmrinal3129 Před 8 měsíci

      ​@@RadioRodaliEntertainment❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤0❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤0❤0❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤l❤❤❤❤❤❤❤❤❤❤❤❤❤ ni

  • @mamaassam3044
    @mamaassam3044 Před 2 lety +1

    Oti khundar padokhep val lagil👍👍👌+🔔✔️❤🌺

  • @bandanasmixvlogs9864
    @bandanasmixvlogs9864 Před 2 lety +1

    আমি সৰু থাকোতে শুনা গীত, শুনিলে শুনি থাকিবৰ মন যোৱা গীত, সেয়ে ৰেডিঅ'টো কানৰ ওচৰত লৈ হলেও গীতবোৰ শুনো

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @prodipduarah5177
    @prodipduarah5177 Před rokem +2

    Very good programme,attractive,Melodious evergreen culture,keep it on thanks.

  • @surenkachari6911
    @surenkachari6911 Před 2 lety +1

    বন্ধু মনোৰঞ্জন দলে এতিয়া কত আছা নেজানো।90ৰ দশকত যেতিয়া মাজুলী কলেজত আছিলো তোমাৰ কণ্ঠত মনোৰঞ্জন গগৈ ৰ এই গীত বিলাক শুনিছিলো। খুব মনত পৰিছে তোমাক।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @binadevi2980
    @binadevi2980 Před 2 lety +1

    পুৰণি গীতৰ আমেজেই বেলেগ গীত বোৰ শুনি বিভোৰ হলো

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ

  • @harensaikia2554
    @harensaikia2554 Před 2 lety +3

    মন ভৰি গ'ল.....।
    ... পাহৰণিৰ গৰ্ভত লুকাই থকা এই সুমধুৰ গীতকেইটি পুনৰ শুনোৱাৰ বাবে ধন্যবাদ শব্দটি অতি ক্ষুদ্ৰ হ'ব। সচাকৈয়ে ৰেডিঅ শুনা তাহানিৰ দিনবোৰলৈ মনত পৰি গ'ল। আন্তৰিক ধন্যবাদ নিবেদিলোঁ ॥

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @jeshmingogoi9440
    @jeshmingogoi9440 Před 2 lety

    জয় আই অসম

  • @jayantachetia4488
    @jayantachetia4488 Před 2 lety +5

    অতি সুন্দৰ গীত পৰিৱেশন কৰি শুনালে আপোনাক ধণ্যবাদ আৰু আগলৈ শুনাব

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @iveehazarika3737
    @iveehazarika3737 Před 4 měsíci +1

    Good.❤❤❤❤❤❤❤

  • @prasantagoswami1477
    @prasantagoswami1477 Před 5 měsíci +1

  • @rekhaborahdas1184
    @rekhaborahdas1184 Před 2 lety +1

    তেখেতৰ গীতে সচঁাই মন আপ্লুত কৰি তোলে। নষ্টালজিক হৈ পৰো।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @luishlemaboruah5064
    @luishlemaboruah5064 Před 2 lety +1

    আপ্লুত হৈ শুনিলো। আৰু বহু বাৰ শুনিম

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।

  • @anupamphukan3617
    @anupamphukan3617 Před rokem +2

    সুন্দৰ ব্যৱস্থাৰ প্ৰয়াস । ভাল লাগিল আপোনাৰ চিন্তাধাৰা । আগলৈও এনে অদিঅ আৰু ভিডিঅ পাম বুলি আশা কৰিলো !

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před rokem

      আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । শুনি থাকিব ৰেডিঅ' ৰ'দালি ।😍

  • @kusumsharma4537
    @kusumsharma4537 Před rokem +2

    Good. So. Good😢😮

  • @monimalaborah6418
    @monimalaborah6418 Před 2 lety +1

    Uff kiman je vaal lage hei dinbur. Nijeu gaisilu. Moor prio geetu tumi moor jibonore huijyo hikha. Bohut galu hei geettu. Hosai montu hemeki ahil... 🙏🙏🙏🙏🙏

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @gaganchandrahazarika4605
    @gaganchandrahazarika4605 Před 2 lety +1

    সুন্দৰ গীতৰ সঙ্কলন।

    • @RadioRodaliEntertainment
      @RadioRodaliEntertainment  Před 2 lety

      আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ ।শুনি থাকিব ৰেডিঅ' ৰ'দালি ।

  • @kusumsharma4537
    @kusumsharma4537 Před rokem +2

    So. Geet. Moi. Nahrishu🎉🎉😢

  • @anantaborgohain3971
    @anantaborgohain3971 Před rokem +1

    Evergreen Song