কপৌ পাহি তোৰে খোপাত(lyrics ৰ সৈতে)// Apurba Bezborua//অপূৰ্ব বেজবৰুৱা//Kopou pahi ture khupat

Sdílet
Vložit
  • čas přidán 8. 02. 2022
  • অপূৰ্ব বেজবৰুৱা।
    অসমৰ সংগীত জগতৰ এজন নক্ষত্ৰক হেৰুৱালোঁ। তেখেতক জীয়াই ৰাখি তেখেতৰ কৰ্মৰাজিক জীয়াই ৰখাটো আমাৰ দায়িত্ব।
    Copyright owners
    FILSCAP, IPRS_CS

Komentáře • 110

  • @virenvikromofficial3035
    @virenvikromofficial3035 Před 2 lety +45

    শতকোটি নমন।এনে চিৰসেউজ গীতৰ শ্ৰুতাৰ সংখ্যা দেখি খুব দুখ লাগিছে

  • @elorabezbaruah8543

    Upload kora ei geet tu Jitul Sonowal da r konthor, remix korisil teu.. original Deuta r konthortu nhoi

  • @nitulchetia334
    @nitulchetia334 Před 2 lety +8

    চিৰ সেউজ অপূৰ্ব বেজবৰুৱা দেৱৰ গীত বোৰ সদায় আমাৰ মাজত ধৰি ৰাখিবলৈ চেষ্টা কৰিম

  • @digantadas4418

    Sei dinote gayok hobor mon asil ai gan suni

  • @dulaldeka6815

    বহুত ভাল লাগিল

  • @mitalisamazdder9908

    অসাধারণ গান খুব ভাল লাগে এই গান বোর শুনি,

  • @gopalsamaddar-ro9me

    Purana kotha bilak monont pore

  • @northeastrhinosridersclubp780

    Bor monot pora ooo horu time burla ghrt jatea khurai aibur gan logai thka

  • @prabinakutum539
    @prabinakutum539 Před 2 lety +8

    দেউতাৰ বৰ প্ৰিয় গীত লগতে মোৰো!💞

  • @manabkonwar423
    @manabkonwar423 Před rokem +2

    বহু ভাল লাগিলে

  • @deepjyotisonowal4632

    মোৰ দৰে এই গান টো আৰু কোন বন্ধু এ শুনিছে

  • @AnjaliBhattacharya-gh6el

    2024 t o xuni asu. Ki xundar geet

  • @dineshachandrarabha7158

    অপূৰ্ব বেজবৰুৱাৰ গীতবোৰ আমাৰ প্ৰজন্মৰ অধিক শ্ৰোতাৰে প্ৰিয় আছিল।

  • @indexofmylife

    দেহা মন শাঁত পৰি গল....অশেষ ধন্যবাদ ভগৱানক 😢

  • @jatinbezbaruah2951
    @jatinbezbaruah2951 Před rokem +15

    তেওঁৰ আত্মা ই চিৰ শান্তি পাওক তাৰে কামনা কৰিলো প্রভু 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼😓😓😓🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰

  • @rabindratalukdar3191
    @rabindratalukdar3191 Před rokem +5

    সচাই এইবোৰ বৰ সুন্দৰ গীত। এনে গীতসমূহ সৃষ্টি হ‌ওক।এনে গীতসমূহ সংগ্ৰহ অতি আদৰনীয়

  • @jitulkonwar5749

    শুনি শুনি হেঁপাহ নপলাই।

  • @SEBAKCHANGMAI

    Apurba Bejbaruah 🙏What a masterpiece ❤

  • @NagenRajbongshi

    ❤❤❤❤🎉🎉🎉🎉🎉

  • @jyotibhabhattacharyya6296

    Very good ❤❤❤❤❤