Ma mur moromor deuta chenehor.( মা মোৰ মৰমৰ দেউতা চেনেহৰ )
Vložit
- čas přidán 16. 08. 2020
- Ma mur moromor deuta chenehor.
মা মোৰ মৰমৰ দেউতা চেনেহৰ ।
An Assamese song by Sandhya Menon.
কণ্ঠশিল্পী - সন্ধ্যা মেনন ।
{ Note : - The image of the lady used in this video is of the singer, Sandhya Menon.} - Hudba
বাইদেউ আপোনাৰ গীতটো সছাই বহুত ধুনীয়া লাগিছে ধন্যবাদ❤❤
মা দেউতাৰ সমান এই পৃথিৱীত কােনাে হবই নোৱাৰে...😂 আইজনী ভালে থাকক সদাই🙏🙏🙏
মোৰ গানটো শুনি চকুৰ পানী উলাই গৈছে বক দুখ লাগে মোৰ 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
Ati madhur hriday kapuwa siraseuj assamiya gan jiye assamiyar gourav bohrayese❣️❣️❣️❣️♥️♥️♥️♥️♥️
ইমান ভাল লাগে গানটো, শুনিয়ে থাকো অনবৰতে, ৰাতি শুবৰ সময়ত এবাৰ নুশুনিলে ভাল টোপনি নাহে❤❤❤❤🙏🙏🙏🙏
ভাল লাগিল ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে মনতে বহু সুখ পালোহেঁতেন,,,
Mur babe bohut bhal loga geet.
Bahut bhal lage xunile
বাইদেউ আপোনাৰ সুন্দৰ মনোমোহা গীতটো সছাকৈ বহুতো ভাললাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
49.@@probinagogoi3805
_Maa Mur maramar deuta senehor,,,doraloi nidibi mo....k_ ai gaanor bolchabi khon kot pam baru?😢😢😢
ময়ো চেষ্টা কৰিছোঁ আপোনাৰ দৰে গাব বাইদেউ ইমান সুন্দৰ আগৰ গান বোৰ ভাল লাগে শুনি😂
বৰ ভাল লাগিছে মনপৰসা গীত🌹🌹
Bahut bhal lage
Nice song and sweet voice love you so much dear ba ❤️❤️❤️❤️
Bohut hundor bea lagi jai hunile 😰😰❤❤❤
বৰ ধুনীয়া। ন-ক্ইনাজনীৰ বিদায় বেলাৰ মনৰ কথাখিনি , সুন্দৰ ৰূপত ফুটি উঠিছে গীতৰ মাজত। সুন্দৰ কথা , সুন্দৰ কন্ঠ। কিন্তু বৰ বেদনাদায়ক....।
Very fine
উন্নতমানৰ এটি চিৰ যুগমীয়া গীত😮
সৰুতে গাই ভাল পোৱা গীতটো বহু দিনৰ পাছত শুনিলো মনটো ভাল লাগিল
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
অন্তৰ চুইযোৱা গীত
মই বৰ ভাগ্যৱতী মোৰ ওচৰতে বিয়া হৈছে।
হৃদয় কপোৱা গীত, সচাকৈ এনে গীত শুনিবলৈ পাই মই অতিকৈ আনন্দিত হৈছো, গীতিকাৰক অশেষ ধন্যবাদ,, আৰু ভৱিষ্যতে ও এনে গীত শুনিবলৈ পালে নথৈ সুখী হম,,,,,,
এনে গীতে পৰিয়ালৰ সদস্য ৰ সৈতে সদায়ে যেন জড়িত হৈ থাকিম যেন লাগে,,,,,
সুন্দৰ আৰু শুনিও ভাল লাগিল,,, এনে গীতে মনটোক খুবেই আনন্দ পাও, সচাকৈ কন্যা সন্তানৰ জন্ম হলে মনতে খুব দুখ ৰ সৃষ্টি কৰে, ভাবিলে অতিকৈ দুখ লাগে,
Very nice
নতুন প্ৰজন্মৰ বাবে এই তো বহুত জৰুৰী গীত
হয়, আপুনি ঠিকেই কৈছে । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Gogoi dangariani bohut2 dhanyavad
CT
@@probinagogoi3805
সঁচাকৈ বৰ।সুন্দৰ লাগিছে শুনি পুৰণি গান
Bar prio git mur. 😢
Mur moromor geet.
Good song
হৃদয় চুই যোৱা গান , সুন্দৰ গান 🙏
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
অতি সুন্দৰ গীত। এই গীতটো মোৰ অতিকৈ প্ৰিয়। বহুত ভাল লাগে এই গীতটো শুনি।
এই গীতটো বহুত ভাল লাগে ।
This is my favorite song .I love very much this song.
সচাই ভাল লাগে পোৰনি গান খুনি।
Bohut sundor gan
Fabulous
বৰ ভাল লাগিছে মন পৰশা গীত❤❤❤
Dhany bad
আগতে টেপত শুনিছিলো ৷
Nice song ❤❤❤❤
গানটো শুনি আবেগিক হৈ গলো, বৰ সুন্দর গীত, আগতে নাই শুনা এইটো গীত, চেনেহৰে আই গানটো দিবচোন❤❤
হৃদয় পৰশা পুৰণি গীত বোৰ জাউতিযুগীয়া
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
এই গানটো যেতিয়াই শুনো চকুপানী নিগৰি আহে😢😢😢 মা দেউতালৈ আপোন ঘৰখন বৰকৈ মনত পৰে❤
ইমান সুন্দৰ গীত ❤️❤️❤️
প্ৰবীনা বা ধুনিয়া লাগিছে ...... ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
অতি সুন্দৰ তুমি যতে আছা কুশলে থাকা ।
নাৰী জীৱনৰ বাস্তৱ ছৱি প্ৰকাশ হৈছে।খুবেই ভাল লাগে এই গীতটি
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
😂
অতি সুন্দৰ গীত, বহুত ভাল লাগে গীতটো মোৰ , My favourite song
সচাকৈ হৃদয় চুই যোৱা গান
বহুত হৃদয় ভৰা গান, বাস্তৱিকতা প্ৰকাশ পাইছে, কোব সুন্দৰ।
Bahut val lage apnar ganbor
A heart touching song which fill my heart when I listen.
Thank you so much.
Mor val loga geet
Very good ba
Hundor hoise
সন্ধ্যা মেনন বাইদেউৰ কণ্ঠৰ অপূৰ্ব মাদকতা অসমীয়া গীতত এক অনন্য চানেকি !
মা দেউতাৰ সমান কোনো হবই নোৱাৰে।
বৰ ভাল লাগিলে গানটি শুনি চকু পানী ওলাই গল
বহুত ভাল লাগে আগৰ দিনৰ গান 😭
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
😭
Nice 👍👍👍👍👍
I love this song🥰❤❤❤
পুৰণি গান শুনি বৰ আপ্লুত হলো।
Apunar gaan bur suni bhal lage aru soku pani boi ahe, Sundar kontha
এই গীত টি মোৰ অতি প্ৰিয় ।তাতে সন্ধ্যা বাইদেওৰ সুললিত কণ্ঠই সোণত যেন সুৱগাহে চৰাইছে ।
Hosakoi dukh lge aibur hunile 😥
অজানিতে চকুদুটা যেন সেমেকি আহিল-----------
সন্ধ্যা বা তুমি গোৱা প্ৰত্যকটো গীটেই মোৰ অতিকৈ প্ৰিয় ।
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ থাকিল ।
My one of the favourite song ❤️❤️
Mur piyo geet
heart touching...soku pani ulai gol
অশেষ ধন্যবাদ থাকিল ।
A
Heart touching song....❤❤❤❤❤❤
Mor aadoror geet
( Ulala ) radio t hunisilu aibor geet akebare hridoy sui joa geet hobdo hoiliye jen hridoy sui jai ❤️khub dhunia
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
@@probinagogoi3805 ধন্যবাদ 🙏
মোৰ বৰ প্ৰিয় এই গানটি❤
Old is gold. Congratulations.
I love you maa 😢😢
এই গীতটি বাৰ আবেগিক চকু লো ওলাই যায় বাৰ দুখ লগা আকৌ দি থাকিব
Mis you ma deuta
Bor xundar geet bahut dukh lage
My feborite song
সচাঁকৈ মা মোৰ মৰমৰ দেউতা চেনেহৰ বহুত মনত পৰে মা দেউতালৈ
🙏🙏🙏Pranam joniso ...maam
❤❤❤❤ pl like koridibo❤❤❤❤❤❤❤❤❤❤❤❤❤❤maa moromor hosa❤❤❤❤
Ati hundor poribekhon
Excellent performance
Nice song 🎵🌼🌺
Mur bahut val lage
Ai ganto bahut dukh Lage
Hridoy sui goise emman hundor kontha, Moi Redio Center ot anurudh Kori Hondhya Menon baidew r gan xuni silu .
আপোনাৰ মন্তব্যত অতিশয় আপ্লুত হৈছোঁ । অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
সুন্দৰ কণ্ঠ ! সুন্দৰ গীত ! সুন্দৰ সুৰ ! শুনি থাকিলেও হেঁপাহ নপলোৱা এটি যাউতিযুগীয়া গীত !
বহুত ভাল লাগে পুৰনি গীতবোৰ শুনি । আগলৈও দি থাকিব ।
নিশ্চয়, অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
এৰা এইবোৰ হে গীত তুলনা নাই।
👍 nice song 👌💖
Thank you so much.
ma Dauta homan ai jibnot ru kunu hbo nurua❤💋❤
পুৰনি অসমীয়া গীত বোৰেই ভাল আছিল, আজিকালি বজৰুৱা গীতবোৰ শুনিবলৈ মন নাযায়।
পুৰণি গীতৰ এটা সুকীয়া আমেজ আছে । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
মোৰ অতিকে ভাল লগা গায়িকা গৰাকীৰ সুমধুৰ কণ্ঠত সুমধুৰ গীতটিয়ে হৃদয় চুই গ'ল।শুভ ৰাত্ৰি।
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
Maa.bulile.manto.kiba.hoy.jai.eman.xundar.lage.maa.xabdato.sanahar.marmor.kaliga.tukura.maa😢😢😢😢😢
Old is gold ❤❤
Thank you so much.
Very very sweet
Thank you for so much.
💖💖💖 অতিকৈ প্ৰিয় গীত। শুনি শুনি হেঁপাহ নপলাই।
আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
So beautiful song...♥️♥️♥️
বাৰ বিয়ালৈ মনত পৰে, বাৰ বিয়াৰ কেছেট টো এই গীতটো আছে,
বৰ ভালো লাগিল, গানটো শুনি
অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
পুৰণি গান বোৰে মনৰ জোৰ পেলাই
Bhaswati Bezbaruah 🤣🤣😂😭😭❤❤