O Ghumoti Aah O Aah- নিচুকনি গীত // Sakuntala Aru Sankar Joseph Ali (1984) // Hits of Mridula Barua
Vložit
- čas přidán 28. 02. 2019
- শকুন্তলা আৰু শঙ্কৰ জোচেফ আলি- A hit Assamese film by Nip Barua
Story by Nip Barua
Lyrics by Keshab Mahanta
Sung by Kabita Borthakur - Krátké a kreslené filmy
অসমীয়া চিনেমা জগতৰ অতি ভদ্ৰ অমায়িক অভিনেত্ৰী গৰাকীয়েই হয়তো মৃদুলা বৰুৱা বাইদেউ।হৃদয়ত প্ৰশান্তি ৰ বা দিয়া এটি চিৰ যুগমীয়া গীত💕💕💕💕💕।
L P
P
L
Pp
P
P
P
P
P
P
P
P
P
.
P
P
P
P.
P
P
Great and naturally beautiful actress she was talented. Olop bhejal naai taiir roop acting aru charitrat. They are great
শৈশৱৰ ৰেডিঅ তোলে বৰকৈ মনত পৰি যায় এই গান বোৰ শুনিলে..😔.
সঁচাকৈ
Old is gold. ইমান ধুনীয়া গান। সৰু কালৰ কথা মনত পৰি গল।
এই চিনেমাখনত থকা দীপেন বৰুৱাৰ কণ্ঠত -- যায় শকুন্তলা পতি গৃহে যায়,, গীতটি শুনিবলৈ বহুত বহুত মন গৈ আছে ।
লৰালি কাললৈ মনত পৰি গ'ল,,,,,,
এনে সুন্দৰ গীতসমূহ এতিয়া পাবলৈ নাই । উলিয়ালেও শুনোতা নাই ।
এইবিলাক গীত শুনিলেই মনটো ভাল লাগি যায়। চিনেমাকেইখনো আগতে চাইছিলো। সেয়ে আৰু চাবলৈ বহুত মন যায়। কিন্তু দুখৰ বিষয় যে অসমীয়া টিভি চেনেলকেইটাত এখনো পুৰণি চিনেমা নিদিয়ে।
সৰুতে ৰেডিঅ' ত শুনিবলৈ পাইছিলো❣️❣️❣️
সৰু কালৰ কথাবোৰ মনত পৰি যায় । ভাল টোপনিও আহি যায় ।
খুবেই প্ৰিয় গীত মোৰ...শুনিলে শুনি থাকিব মন যায়
এই পুৰণা গীত বোৰৰ সৈতে আমাৰ বৰ্তমান প্ৰচলিত গীত বোৰ কত টিকিব পাৰিব বাৰু ।সঁচা কে old is gold...🥰🥰👌👌👌
bos moi ayti geet singing kori kori ahiasu
কি সুন্দৰ গীত,
কবিতা বৰঠাকুৰ বাইদেউলৈ অশেষ ধন্যবাদ জনালোঁ ।
মোৰ বাইদেউ সৰু (টুলনি বিয়া ) এই কেছেত খন আনি ছাইচিলো বহুত ভাল লাগিছিল । এতিয়া গানতো শুনি লৰালি কালৰ কথা ৱোৰ মনত পৰি গল ।
Buja-nubuja kalotei Ma'k herualu..I often listen to this song to lure myself.so touching..
এই সুন্দৰ গীত বিলাকত dislike মৰা বোৰ কোন পাষণ্ড বাৰু.. বেয়া পোৱা তোমালোকে নুশুনিলেই হল
Modern rap buja bilk jn lgiseeee
Pagol heibor. .. drinks Kori rastat Pori thoka xeibor..ako nubuje diok xeibor a ..may be Bangladeshi...puroni gitok koneo noware.. challenge 👊👊👊👊👎👎👎✌️✌️✌️✌️✌️💪💪💪💪💪💪💪💪💪💪💪💪💪💪💪🏼💪💪💪💪💪💪💪💪💪💪
ভুলতে দিচলাইক হৈ গ'ল চাগে। জানি বুজি এনেকোৱা গানত দিচলাইক কৰিব নোৱাৰে কিজানি কোনেও।
Hoidei
সেইবোৰেই আজিকালি "অহৈমা" বুলি নিজকে চিনাকী দিয়া অসমৰ নাগৰিক
নিজৰে টোপনি আহি যায় এই গীতটি শুনিলে। 😇প্ৰশান্তি আছে কিবা এক।
সচাঁকৈ কি অপূৰ্ব সুন্দৰ গীত আৰু কণ্ঠ! আপ্লুত হৈ গ'লো বহুত দিনৰ মূৰত শুনি।
The child artist in the film is me Prarthana Hazarika
@@prarthanah12বাহ! খুব ভাল লাগিল জানিব পাৰি! আপুনি অভিনয় জগতৰ লগত এতিয়াও জৰিত হৈ আছে নে? আপোনাৰ অভিনয় চাবলৈ পালে বহুত ভাল লাগিব!❤❤❤
Muk Maye Ai Gaan tu Hunai hunai huwaisil horute monot pori gol din bur.....Sundor Geet
এই গীতটি শুনিলেই মোৰ দুচকু চিপচিপীয়া হৈ যায় ৷ এনেই এনেই ৷
One of my favourite song of childhood.Thanks Bobita baa for your melodious voice.
গানটো মোৰ বহু প্ৰিয় । ফুল চাউন্দত শুনি থাকো বস্কত লগাই । যেতিয়া ঘৰত অকলে থাকো ।।
এনেকুৱা গীতবোৰ শুনিলেই শুনি থাকিব মন যায়
Bahu dinor murot geetti khunilo. Bahut vaal lagil
These are not only songs....these are golds
And part of life that u cannot erase
Support you
Mridula baruah evergreen actress,,ru gaan tu bhut hunilu,,
ছবি খন চাই বহুত ভাল লাগে। গীত কেইটাও খুব সুন্দৰ।
Heart touching ...All time my favourite.. Thanxs for upload 👍
Very few listen real songs ,dislikers of beautiful songs always remain outside of any human art.yes it is fact .
Bor xundr geet love u maa❤️❤️❤️
বহু দিনৰ পিছত এবাৰ গীত সুনীল বহুত ভাল লাগিল very nice song
Maa loi manat pare.....
যোৱাকালি দিছিল এইখন চিনেমা ৰঙত ....
বহুত ভাল লাগে শুনি এতিয়াও। দেহা শাতঁ পৰি যায়
I remember my golden childhood in assam with my assamese friends.
This song is very special to me because my mother used to sing me this song to sleep 💞
same here.
sir sir nomoskar zodiyu my birth of date 19 65 yes yes my age 5 month bos moi xui xui say thaku ba tumi eman dhuniya koi bos sit down kori asa and bohut dhuniya saboloi zodiyu tumar bhuk loga nai bos mur bhuk lagise zodiyu moi supi asu tumar nisinakoi kinu bhorir bridho angoli bos ahe my mother zodiyu thik gunomai bos ahi muk diyei kinu ai torjoni bos tumar xundor xoindoyjy ahiase ahi ase tumar xundor xoindoyjy bos ahi ase ahiase
Same
❤
hachakai tupani ahi jaay.nice song.
বৰ ভাল লাগিল শুনি । বহুদিনৰ পিছত শুনিলো
Radha kanta boruah
এই বিলাক গানৰ লগত কোনো গানে পাত্তা নাপাই গীতৰ কথা আৰু সুৰ কি অতুলনীয়.
Xhosakoi bohut dhuniya xhoru kalor bohut kothai monot pore
Nice song I love the song
eman hundor gan hunile murei tuponi ahi jai .hundor oti hundor
অতীতবোৰ সচাকৈ বৰ মধুৰ আছিল অ,পাহৰিব নোৱাৰা কিছুমান স্মৃতিয়ে বাৰে বাৰে খুন্দিয়াই।
সৰু কাললৈ মনত পৰি যায় সচাঁই মনটো বহুত ভাল লা গে।
Horure pora huni asu ai geet ti......and still it my favourite.....thanks to its composer and lyricst🙏⚘
1984,,,উৰ্বশীত চাইছিলো ।
Class VI ত তেতিয়া ।
কি যে দিন আছিল সেইবোৰ ।
আৰু আজিৰ দিনবোৰ !
ইমান ধুনীয়া গান, এইবোৰ গান শুনিলে সঁচা কত আছোঁ গমেই নেপাও,
শুনিলে শুনি থাকিবলৈ মন যায়। ইমান ধুনীয়া গান।
কি যে সুৰ....অতীতলৈ মনত পৰে!!!
Beautiful old is gold
soku pani ulai gol..... ma loi monot pori gol... bohut dukh laga gan... huni thakib mon jai......
গীতটো মোৰ বৰ প্ৰিয়,
eman din agatei eman dhunia sangeet parisalana
Old is gold, I love old Assamese songs, joi aii axom
Old is gold 😍
Emanje val Lage ai ganbur
Dur duronit thaku jodio ai geetbor hunile ghoraloi bohut monot pore......
লৱ এৱস
Imn dhuniya xuni thkb mon jai.antor xat pori jai❤❤❤❤❤....xsa ke ki xundor geet.
Sundor gannn.....
कितना खुबसुरत है ये बहुत ही सुंदर
Hunile huni thakibo mon jai ,
সুন্দৰ গীত শুনিলে টোপনী আহি যায় এতিয়াও
Eman sundar gaan,suni thakele saru kalor dinaloi monot pore goise,Ma ee gungunai thake,bohut val lage,suni thakele suniee thakiba mon jai.
অতি মৰম লগা বাইদেউ গৰাকীৰ অভিনয় অতি মৰমৰ।
Bor Xundor Gan to..
Memories ❤️❤️❤️❤️❤️❤️. Moi aajiu aibur git hunu,bht vl lge o, agr din bur monot pore,kimn dhunia asil,bht besi dhunia asil,Agr dinole ghuri oha jen lge, aru ktiaba sokut paani ahe
যুগান্তকাৰী গীত
My life time fvrt song
প্ৰিয় গীত এটি শুনিবলৈ পাই মন টো ভাল লাগি গল❤
Redio tu loi bor koi monot pori gol aji ... ❤❤❤ love this song ...
It reminds me the moment of my childhood , when maa sang this song for me to sleep .
Really miss those memories of childhood ❤️
Xosakoi bahut bahut val lage, very nice song
Aii git bur 😢xunila sokupani ulai jai...Kim J xundr ...Ami xoru thskuta film bur saisu... nostalgia
এনেবোৰ গীত মৰিশালিৰ নিৰ্জনতা মাজতো অকলে থাকিলে ভয় নালাগে।
সচাকৈ হৃদয় চুই গ'ল
তাহানিৰ সেই দিনবোৰলৈ উভতি যাব মন গৈছে কিয় যে ডাঙৰ হলোঁ
সুন্দৰ গীত
মন পৰশা গীত
Maar homoi r huria geet..❤
Yeh... dislike krny wlay..kon Hy heh log.. kaha see aty Hy yeh log..🤔🤔🤔🤔
মই চতুৰ্থ শ্ৰেণীত পঢ়া সময়ৰ গীত,,,এই বোলছবিৰ গোটেই কেইটা গীতেই চুপাৰ হীট আছিলে, ,,
Aaaa\dde\i➕➕🅰🅰🅰➕➕
🍀🍀😊😊😊🍀🍀
📖📖🙏🙏🙏📖📖
:O:-\:O:O
Old is gold ✨
My pleasure ❤❤❤
My heart 💜💜💜💜💜
Bhal lagil Gan tu huni ❤❤
এই গীত শুনিলে মোৰ দুখ লগে।
Old is it always gold 🙏🙏🙏🙏
ইমান ধুনীয়া গীত। কেতিয়া শুনি আমনি নালাগে
নৈই সমান ব'ব কোন আই সমান হ'ব কোন,
Abar hunile huni thakibo a man Jay.... bhuuut dhunia gaan
Bahut val lagise mur hoikhabar kotha monot pore
চকুপানী নিজে নিজে ওলায় এই গানটো শুনিলে। মোৰ ডেৰমহীয়া ছোৱালী কণক শুৱাওঁতে এইটো গীতো গাঁও মই। এই গানটোত dislike মৰাকেইটা মানুহ নে কি ঔ
Dislike mora keitai Gaan huniboi najane
Gkdkgckgcyk
Vdsbshdbdjcbkd
অসাধাৰণ সৃষ্টি, চিৰযোগমীয়া
হৰ হৰ মহাদেৱ
Iman dhunia gaan antor siu jai
Old is gold
kimn j morom loga song kandi dibo mon jai horu kalor koth mont pori jai bohut bohut
Saku pani ulai gol
All time favourite this songs is heart touching.
পুৰণি দিন বিলাক আকৌ ঘূৰি অহা হেঁতেন।
বুকু সাত পৰি গৈছে❤️
ইমান ধুনীয়া গানটো মন গলেই শুনো । কেতিয়াবা নিজে গাও ।
Really ask Lata ji ki tarah hi has to hai....
Very melodious....👌👌👌👌👌👍👍👍👍👍🌷🌷🌷