Probina Gogoi
Probina Gogoi
  • 1 925
  • 6 437 482

Video

Tumi mur moromore moina. (তুমি মোৰ মৰমৰে মইনা )
zhlédnutí 7KPřed 10 měsíci
Tumi mur moromore moina. তুমি মোৰ মৰমৰে মইনা । An Assamese modern song by Charu Gibson and Konika Bhattacharya. This is collected from the broadcasting of AIR Dibrugarh. First Version. প্ৰথম সংস্কৰণ । কণ্ঠশিল্পী - চাৰু গোহাঁই । - কণিকা ভট্টাচাৰ্য । গীতিকাৰ - চাৰু গোহাঁই । সুৰ/সংগীত - চাৰু গোহাঁই আৰু জে.পি. দাস ।
Parabhate Shyamkanu (পৰভাতে শ‍্যামকানু )
zhlédnutí 6KPřed rokem
Parabhate Shyamkanu. পৰভাতে শ্যামকানু । শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীত । This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - দীপালী বৰঠাকুৰ । ( Credited to AIR Dibrugarh )
Borgeet (বৰগীত) {Uddhaba bandhu madhupuri rahala muraru } {উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু }
zhlédnutí 1,5KPřed rokem
Borgeet. বৰগীত । উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু শ্ৰীশ্ৰী শঙ্কৰদেৱ বিৰচিত বৰগীত । This is a recorded and broadcasted version of AIR Dibrugarh station. কণ্ঠশিল্পী - গুণীন ওজা । - ৰূপজ্যোতি ওজা । ( Credited to AIR Dibrugarh )
Borgeet (বৰগীত) {Parabhate shyamkanu dhenu loiya sange } {পৰভাতে শ্যামকানু ধেনু লৈয়া সঙ্গে }
zhlédnutí 1,4KPřed rokem
Borgeet. বৰগীত । পৰভাতে শ্যামকানু ধেনু লৈয়া সঙ্গে শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীত । This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - ৰমেন দত্ত । ( Credited to AIR Dibrugarh )
Swapna buli matila muk ( স্বপ্না বুলি মাতিলা মোক )
zhlédnutí 1,8KPřed rokem
Swapna buli matila muk. স্বপ্না বুলি মাতিলা মোক । An Assamese modern song by Renu Sharma This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - ৰেণু শৰ্মা । গীতিকাৰ - নিৰ্মলপ্ৰভা বৰদলৈ । { Credited to AIR Dibrugarh }
Borgeet.( বৰগীত ) {Hari herore bap pashilu sharane } { হৰি হেৰৰে বাপ পশিলো শৰণে }
zhlédnutí 3,7KPřed rokem
Borgeet. বৰগীত । হৰি হেৰৰে বাপ পশিলো শৰণে । নেৰিবা বান্ধৱ মোক জীৱনে মৰণে ।। শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত বৰগীত । কণ্ঠশিল্পী - অনন্ত ওজা - ৰিণা ৰয় খাটনিয়াৰ This is a recorded and broadcasted version of AIR Dibrugarh. { Credited to AIR Dibrugarh}
Jikir.( জিকিৰ ) {Banda O aallaloi nechawo mon kori } {বান্দা অ আল্লালৈ নেচাৱ মন কৰি }
zhlédnutí 1,2KPřed rokem
Jikir. জিকিৰ । বান্দা অ' আল্লালৈ নেচাৱ' মন কৰি This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - য়াছমিন চুলতানা ৰহমান আৰু সংগীবৃন্দ { Credited to AIR Dibrugarh }
Jikir ( জিকিৰ ) {Jene bhati pani} { যেনে ভাটি পানী }
zhlédnutí 1,1KPřed rokem
Jikir. জিকিৰ । যেনে ভাটি পানী চৌদিশে নচলে যেনে বাৰিষাৰে বান This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - য়াছমিন চুলতানা ৰহমান আৰু সংগীবৃন্দ ( Credited to AIR Dibrugarh )
Jikir. ( জিকিৰ ){ Mojila bhojila mon musar salat } { মজিলা ভজিলা মন মুছাৰ ছালাত }
zhlédnutí 1,1KPřed rokem
Jikir. জিকিৰ । মজিলা ভজিলা মন মুছাৰ ছালাত This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - য়াছমিন চুলতানা ৰহমান আৰু সংগীবৃন্দ {Credited to AIR Dibrugarh}
Chuwa mur chenehir rup madhuri.(,চোৱা মোৰ চেনেহীৰ ৰূপ মাধুৰী )
zhlédnutí 816Před rokem
Chuwa our chenehir rup madhuri. চোৱা মোৰ চেনেহীৰ ৰূপ মাধুৰী ‌। An Assamese modern song by Karunadhar Sharma . This is collectex from AIR Dibrugarh broadcasting. কণ্ঠশিল্পী - কৰুণাধৰ শৰ্মা ।
Lokageet (লোকগীত) { Arun padatale bikailu deha o } { অৰুণ পদতলে বিকাইলো দেহা অ }
zhlédnutí 10KPřed rokem
Lokageet. লোকগীত । অ অৰুণ পদতলে বিকাইলো দেহা অ মঞি কেন নাজানো তোমাৰ সেৱা This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - আৰিফা বেগম । { Credited to AIR Dibrugarh }
Tukari geet ( টোকাৰী গীত ) {Shankar guru oi tumi bhakatare hiya} {শঙ্কৰ গুৰু ঐ তুমি ভকতৰে হিয়া}
zhlédnutí 8KPřed rokem
Tukari geet. টোকাৰী গীত । শঙ্কৰ গুৰু ঐ তুমি ভকতৰে হিয়া This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - জিতেন মহন আৰু সংগীবৃন্দ । { Credited to AIR Dibrugarh }
Nila nodir nila rong jilmiliya. ( নীলা নদীৰ নীলা ৰং জিলমিলিয়া )
zhlédnutí 1,7KPřed rokem
Nila nodir nila rong jilmiliya. নীলা নদীৰ নীলা ৰং জিলমিলিয়া । An Assamese modern song by Mira Begum. This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - মীৰা বেগম । গীতিকাৰ - লক্ষ্যহীৰা দাস । { Credited to AIR Dibrugarh }
Rimjhim rimjhim boroxun. ( ৰিমঝিম ৰিমঝিম বৰষুণ )
zhlédnutí 1,4KPřed rokem
Rimjhim rimjhim boroxun. ৰিমঝিম ৰিমঝিম বৰষুণ । An Assamese modern song by Porinita Goswami. This is a recorded and broadcasted version of AIR Dibrugarh. কণ্ঠশিল্পী - পৰিণীতা গোস্বামী । গীতিকাৰ - অৰূপ কুমাৰ শৰ্মা । { Credited to AIR Dibrugarh }
Tukari geet(টোকাৰী গীত){Pitribhakti dekhuwale shriramachandre } {পিতৃভক্তি দেখুৱালে শ্ৰীৰামচন্দ্ৰে }
zhlédnutí 8KPřed rokem
Tukari geet(টোকাৰী গীত){Pitribhakti dekhuwale shriramachandre } {পিতৃভক্তি দেখুৱালে শ্ৰীৰামচন্দ্ৰে }
Tukari geet ( টোকাৰী গীত ) { Edin krishna aahisile } { এদিন কৃষ্ণ আহিছিলে }
zhlédnutí 4KPřed rokem
Tukari geet ( টোকাৰী গীত ) { Edin krishna aahisile } { এদিন কৃষ্ণ আহিছিলে }
Tukari geet.( টোকাৰী গীত ) ( Mon sagarat meli dilu){ মন সাগৰত মেলি দিলোঁ )
zhlédnutí 4,7KPřed rokem
Tukari geet.( টোকাৰী গীত ) ( Mon sagarat meli dilu){ মন সাগৰত মেলি দিলোঁ )
Saru saru pakhi meli.( সৰু সৰু পাখি মেলি )
zhlédnutí 2,8KPřed rokem
Saru saru pakhi meli.( সৰু সৰু পাখি মেলি )
Tukari Geet.( টোকাৰী গীত ){ Aaji namegharot bhakat bahi aase }{ আজি নামেঘৰত ভকত বহি আছে }
zhlédnutí 6KPřed rokem
Tukari Geet.( টোকাৰী গীত ){ Aaji namegharot bhakat bahi aase }{ আজি নামেঘৰত ভকত বহি আছে }
Bornoir bukute jhaobon edori.( বৰনৈৰ বুকুতে ঝাওঁবন এডৰি )
zhlédnutí 2,2KPřed rokem
Bornoir bukute jhaobon edori.( বৰনৈৰ বুকুতে ঝাওঁবন এডৰি )
Bukut ejak dhumuha. ( বুকুত এজাক ধুমুহা )
zhlédnutí 3,5KPřed rokem
Bukut ejak dhumuha. ( বুকুত এজাক ধুমুহা )
Puroni Bihugeet.( পুৰণি বিহুগীত )
zhlédnutí 2,6KPřed rokem
Puroni Bihugeet.( পুৰণি বিহুগীত )
Tukari Geet.(টোকাৰী গীত) { Namu namu maheswara } { নমো নমো মহেশ্বৰ }
zhlédnutí 3,7KPřed rokem
Tukari Geet.(টোকাৰী গীত) { Namu namu maheswara } { নমো নমো মহেশ্বৰ }
Tukari Geet. ( টোকাৰী গীত ) { Hari moi nichinu tumak} { হৰি মই নিচিনো তোমাক }
zhlédnutí 7KPřed rokem
Tukari Geet. ( টোকাৰী গীত ) { Hari moi nichinu tumak} { হৰি মই নিচিনো তোমাক }
Tukari Geet.( টোকাৰী গীত ) ( Deha nawekhoni kore dubu dubu) {দেহা নাৱেখনি কৰে ডুবোঁ ডুবোঁ )
zhlédnutí 7KPřed rokem
Tukari Geet.( টোকাৰী গীত ) ( Deha nawekhoni kore dubu dubu) {দেহা নাৱেখনি কৰে ডুবোঁ ডুবোঁ )
Umakanta Boiragir Tukari Geet. ( উমাকান্ত বৈৰাগীৰ টোকাৰী গীত )
zhlédnutí 60KPřed rokem
Umakanta Boiragir Tukari Geet. ( উমাকান্ত বৈৰাগীৰ টোকাৰী গীত )
Umakanta Boiragir Tukari Geet. ( উমাকান্ত বৈৰাগীৰ টোকাৰী গীত )
zhlédnutí 193KPřed rokem
Umakanta Boiragir Tukari Geet. ( উমাকান্ত বৈৰাগীৰ টোকাৰী গীত )
Eibar bohagot kapouphul aaniba. ( এইবাৰ ব'হাগত কপৌফুল আনিবা )
zhlédnutí 1,1KPřed rokem
Eibar bohagot kapouphul aaniba. ( এইবাৰ ব'হাগত কপৌফুল আনিবা )
O saru bhaniti ( অ' সৰু ভনীটি ) ( ৰেডিঅ' সংস্কৰণ )
zhlédnutí 2,8KPřed rokem
O saru bhaniti ( অ' সৰু ভনীটি ) ( ৰেডিঅ' সংস্কৰণ )

Komentáře

  • @bijanborah1064
    @bijanborah1064 Před dnem

    এইটো শুনা নাছিলো,,ধন্যবাদ

  • @SatyabotiBaruah
    @SatyabotiBaruah Před dnem

    So sweet voice, I like most

  • @user-bh8nl3ls2v
    @user-bh8nl3ls2v Před 3 dny

    বহু ভাল লাগিল

  • @arupmahanta9726
    @arupmahanta9726 Před 3 dny

    Very very good

  • @Subhaborpatragohain

    বৰ সুন্দৰ চিৰসেউজ সুমধুৰ মনপৰশা গীত ।

    • @probinagogoi3805
      @probinagogoi3805 Před 3 dny

      আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।

  • @PriyaDutta-y7q
    @PriyaDutta-y7q Před 3 dny

    Bohut dhuniya hoise ❤❤❤❤

  • @nayanjitdeka9434
    @nayanjitdeka9434 Před 4 dny

    লখিমী থিয়েটাৰত দেৱ দাসে কণ্ঠ দান কৰিছিল এই গানটোত।

  • @DipenkrGogoi-ln3ng
    @DipenkrGogoi-ln3ng Před 4 dny

    সচাকৈ গানটো বৰ ভাল লাগে I love you my Song 😊🥰❤❤❤

  • @Khirodgogoi478
    @Khirodgogoi478 Před 5 dny

    Very nice. Krìßhñà... Dhemàji

  • @Pradu326
    @Pradu326 Před 5 dny

    আজি কালি একাংশই নিজৰ মতে মাক দেউতাকে নজনাকৈ দূৰলৈ যায় ।গানটো শুনি পুৰুষ হ’লেও আৱেগিক হৈ যাওঁ । সকলো একে

  • @Pradu326
    @Pradu326 Před 5 dny

    আগতে টেপত শুনিছিলো ৷

  • @KamaleswarBaruah
    @KamaleswarBaruah Před 7 dny

    Very nice

  • @JintuDuarah-l7o
    @JintuDuarah-l7o Před 8 dny

    ভাল লাগিল❤

  • @hiteshdeka5444
    @hiteshdeka5444 Před 8 dny

    ইয়াত কৈ মিথা নাই

  • @khargeswardeka3827
    @khargeswardeka3827 Před 9 dny

    এ প্ৰাণ গোপাল তোমাক শতকোটি প্ৰণাম !

  • @surajrajkhowa3530
    @surajrajkhowa3530 Před 9 dny

    🙏🙏🙏🙏🙏🙏🙏🏿

  • @samirburagohain9829

    গীতটো আজিহে শুনিলো। ধন্যবাদ আপোনাক। আৰু গীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ।

    • @probinagogoi3805
      @probinagogoi3805 Před 9 dny

      কৰুণাধৰ শৰ্মাৰ মুঠ তিনিটা গীত আপলোড কৰা আছে । আপোনাৰ মতামতৰ বাবে অশেষ ধন্যবাদ থাকিল ।

  • @samirburagohain9829

    দিপালী বাইদেউৰ কণ্ঠৰ বৰগীতটিৰ বাবে ধন্যবাদ। আৰু হেৰাই যোৱা গীত আপলোড কৰি থাকিব বুলি আশা ৰাখিলোঁ।

  • @samirburagohain9829

    এখেতৰ বাকী গীতসমূহ আপলোড কৰিবলৈ অনুৰোধ জনালোঁ। অকালতে হেৰাই যোৱা গায়কজনক সশ্ৰদ্ধ প্ৰণাম।

    • @probinagogoi3805
      @probinagogoi3805 Před 9 dny

      আব্ৰাৰ হুছেইনৰ মুঠ 6 টা গীত আপলোড কৰা আছে । আপোনাৰ অনুৰোধৰ বাবে অশেষ ধন্যবাদ থাকিল ।

  • @user-eq1wn9sy2x
    @user-eq1wn9sy2x Před 10 dny

    মোৰ প্ৰিয় গীত,

  • @DevakantaGogoi-kh2gz
    @DevakantaGogoi-kh2gz Před 10 dny

    কেঁচা মাটিৰ গোেন্ধেৰে আমোলমোলাই থকা ;নিভাঁজ অসমীয়া কথা -সুৰৰ বিমোহিত সংগীত।বাৰম্বাৰ শুনিলেও হেঁপাহৰ তৃষা নপলাই এই কালজয়ী গীতসমুহ; আমাৰ মূল্যবান সম্পদ।

  • @BKDAS101
    @BKDAS101 Před 10 dny

    Excellent voice . I am waiting to enjoy another song.

  • @krishnakantanath7910
    @krishnakantanath7910 Před 10 dny

    কি যে মন পৰশা গীত

  • @bedobratbharali1455
    @bedobratbharali1455 Před 11 dny

    🙏🙏

  • @pranitadevi6098
    @pranitadevi6098 Před 11 dny

    Jot aasa santit thaka, aaru Jodi duta doshok thakila hoi, asomiya songitor sthan aakhon khon bohut uporot hol heten.😢😢😢

  • @norenrajbongshi4978
    @norenrajbongshi4978 Před 11 dny

    ❤❤❤❤ pl like koridibo❤❤❤❤❤❤❤❤❤❤❤❤❤❤maa moromor hosa❤❤❤❤

  • @helptricks1
    @helptricks1 Před 11 dny

    _Maa Mur maramar deuta senehor,,,doraloi nidibi mo....k_ ai gaanor bolchabi khon kot pam baru?😢😢😢

  • @jitunath1254
    @jitunath1254 Před 11 dny

    Xundor tukari geet ❤

  • @jitunath1254
    @jitunath1254 Před 11 dny

    Xundor tukari geet ❤

  • @one9-dhi
    @one9-dhi Před 11 dny

    মই যে নাজানো তুমি কোন! তেনে বাৰু কিয় মই তোমাৰ সত্তাৰ প্ৰেমত বাৰে বাৰে পৰি যাওঁ! এইয়াই চাগৈ তোমাৰ অতদিনৰ তপস্যা আৰু সাধনা❤

  • @RACTIMRANJANOFFICIAL
    @RACTIMRANJANOFFICIAL Před 11 dny

    আপোনালোকৰ এই চিৰ সেউজ গীতবোৰে আমাক পুনৰবাৰ ৰেদিঅৰ শুনালী দিনবিলাকলৈ লৈ যায়।

  • @abdulhamid5304
    @abdulhamid5304 Před 11 dny

    Baidew iman khundarkoi gaise

  • @dipikadevi3117
    @dipikadevi3117 Před 12 dny

    পুৰণি গীত শুনি ভাল লাগে ❤❤❤

  • @ujwalabaishya5661
    @ujwalabaishya5661 Před 12 dny

    বৰ ভাল লাগে। কৃষ্ণ 🙏

  • @pradipkalita6580
    @pradipkalita6580 Před 13 dny

    আধুনিক গীত মানে জুবিন গাৰ্গ নহয় জয়ন্ত হাজৰিকা আৰু জিতেন ডেকাহে

  • @rajumoniborah7376
    @rajumoniborah7376 Před 13 dny

    সুমধুৰ..

  • @poetry_pulse2705
    @poetry_pulse2705 Před 14 dny

    সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ "ৰূদ্ধ কাৰাৰ দুৱাৰ ভাঙি" সংগ্ৰহ কৰিব পাৰিলে upload কৰিবচোন। 🙏🙏🙏

    • @probinagogoi3805
      @probinagogoi3805 Před 14 dny

      নিশ্চয় চেষ্টা কৰিম । অশেষ ধন্যবাদ থাকিল ।

  • @gautambhuyan2985
    @gautambhuyan2985 Před 15 dny

    Bahut bhal lage

  • @lipichannel195
    @lipichannel195 Před 15 dny

    কি সুন্দৰ❤

  • @KalpanaBorah-co7co
    @KalpanaBorah-co7co Před 15 dny

    বাইদেউ আপোনাৰ গীতটো সছাই বহুত ধুনীয়া লাগিছে ধন্যবাদ❤❤

  • @user-bb1pf8gd2d
    @user-bb1pf8gd2d Před 16 dny

    Likhito rupot dibo

  • @purusottamdas6645
    @purusottamdas6645 Před 16 dny

  • @kuntalahandique224
    @kuntalahandique224 Před 16 dny

    প্ৰিয় গীত বহু আগৰেপৰাই

  • @dhniramdhadumia1398
    @dhniramdhadumia1398 Před 18 dny

    Mur priyo geet

  • @anjumaiboro3077
    @anjumaiboro3077 Před 18 dny

    Mur babe bohut bhal loga geet.

  • @user-ey8ht8uc5j
    @user-ey8ht8uc5j Před 18 dny

    Mor val loga geet

  • @user-rr9ck6eu3i
    @user-rr9ck6eu3i Před 19 dny

    ❤very nice song

  • @dhrubajyotiborah5060
    @dhrubajyotiborah5060 Před 19 dny

    মোৰ গানটো শুনি চকুৰ পানী উলাই গৈছে বক দুখ লাগে মোৰ 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @dipanpaul5431
    @dipanpaul5431 Před 19 dny

    Good

  • @dipanpaul5431
    @dipanpaul5431 Před 19 dny

    Nice song❤