ভাইটী দেউতাৰ ইমান ধুনীয়া গীত বোৰ আৰু কণ্ঠশ্বৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছা বহুত বহুত ধন্যবাদ আৰু আশীৰ্বাদ জনালোঁ। কালজয়ী গীত। শুনি থাকিলেও আমনি নালাগে।your voice is as like as your father. God bless you.❤❤🎉🎉
Bhakha bisari powa nai koboloi. Amar Puthibhoral r golden jubilee t dekhilu hosa kobole gole name to huna o nasilo agot. Hundor kontho. Aguwai jowa vaiti
শ্ৰদ্ধাৰ সূৰ্য্য দাস,পুলক বেনাৰ্জী,জীতেন ডেকা,লোকনাথ গোস্বামী,চাৰু গোঁসাই, আদি নমস্য গায়কৰ লগত ৰিজাব পৰা নতুন প্ৰজন্মৰ গায়ক এওঁ,ৰাইজে আৰ্শীবাদ কৰক এদিন অসমৰ সংগীত জগতৰ ভোটাতাৰা হৈ জিলিকিব,নতুন মাত্ৰা দিব পাৰিব অসমীয়া সংগীতক,,,উটি-ভাহি ফুৰিব নালাগে,অহংকাৰীও হব নালাগে,সস্তীয়া জনপ্ৰিয়তাৰ দৌৰত ভাগ লব নালাগে,অখাদ্যৰ পৰা দূৰত থাকিব লাগে,সংগীত চৰ্চাক আগভাগ দি,সাধনা কৰিলে এওঁ সঁচাকৈয়ে যে আমাৰ সম্পদ হব,সেয়া প্ৰায় খাটাং।
ভগবান সহায় হওঁক ।
আপোনাৰ বহুমূলীয়া উপদেশ, লগতে আশীৰ্বাদ পাই সঁচাকৈ ধন্য ইমান মৰম দিয়াৰ বাবে,,, আন্তৰিক ধন্যবাদ জনালোঁ আপোনাক 🙏🙏🙏
ঈশ্বৰে দিছে এই কন্ঠ, শান্ত, গভীৰ, সুমধুৰ। মঙ্গল কামনা কৰিলো।
Khub bhaal Laga gaan.
Ariyan r Gaan r sachai bahut ojan ase..
Aagbahri jowa...
Best of luck ..sweet voice.. Bare bare khunisu tumar voicetu
Moja hoise
এতিয়া লৈ ২০ বাৰ শুনিলো ..আজি ফেচবুকত পাাই ....কি ভাল লাগিচে নেযানো কিন্তু গীতটোৰ প্ৰেমত পৰি গলো ...ইমান মিঠা কণ্ঠ আচৰিত ....দাদাতকৈ ও বহু গুনে ওপৰত গাইচে... 🥰🥰🥰💞💞💞💞💘💘💘💘💘
মোৰু একেই
মহেন্দ্ৰ দাৰ কন্ঠত কিমান যে শুনিলোঁ,,,আৰু এইবাৰ আৰিয়ানৰ কন্ঠত,,,বাহ কি সুন্দৰ😍
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
👌🏻👌🏻
ভাইটী দেউতাৰ ইমান ধুনীয়া গীত বোৰ আৰু কণ্ঠশ্বৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছা বহুত বহুত ধন্যবাদ আৰু আশীৰ্বাদ জনালোঁ। কালজয়ী গীত। শুনি থাকিলেও আমনি নালাগে।your voice is as like as your father. God bless you.❤❤🎉🎉
Baap nombori toh beta 10 nombori. Aariyan you really proved it. God bless you beta.
Thank you so much 🙏
বাবা আৰিয়ান তুমি হৃদয় উলিয়াই লৈ যোৱাকৈ গীত গাইছা।
তুমি অদ্বিতীয় ❤️❤️। মোৰ নোটতো লগাৰ লগে লগেই মহেন্দ্ৰ হাজৰিকা দাদালৈ মনত পৰি গ'ল
অশেষ ধন্যবাদ জনালোঁ ❤🙏
এই লৰাজনৰ কণ্ঠদান কৰা গীত যিখন থিয়েটাৰে ল'ব সেইখনে হিট হ'ব।
মধুময় গানে মন প্ৰফুল্লিত কৰি তুলিছে। ধন্যবাদ থাকিল
অশেষ ধন্যবাদ জনালোঁ
বৰ সুন্দৰ কণ্ঠ ।শুনি থাকিলেও হেপাহ নপলায়। কণ্ঠ যুগ যুগ জীয়াই ৰাখক ঈশ্বৰে ।
অশেষ ধন্যবাদ জনালোঁ 🙏
💐🎊🥰অপূৰ্ব
বাপেক চাই পুতেক।সুন্দৰ ভাইটি।ভগৱানে কুশলে ৰাখক আৰু আগুৱাই যোৱা।
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
আৰিয়ান ভাইটি , তোমাৰ দেউতাৰ মই এজন নেপথ্য অনুৰাগী । মহেন্দ্ৰ দাৰ আধুনিক তথা জাতিয় চেতনাবোধৰ গীত বিলাকৰ ক্ষেএত অসমীয়া সংগীত জগতত যি অৱদান আগবঢ়াইছে ঠিক সেইদৰে তুমিও এই অৱদানৰ অংশিদাৰ হিচাবে অগ্ৰস হবা বুলি আশা , শুভেচ্ছা আৰু আৰ্শীবাদ থাকিল ।
আপোনাক কি বুলি ধন্যবাদ জনাম 🙏 ভাষাহীন মই
বৰ মিঠা কন্ঠ শুনিলে শুনি থাকিব মন যায় ।সুন্দৰ
bht sweet song ,hodai abar hunu
সচাকৈ অতি সুন্দৰ। সুযোগ্য পিতৃ ৰ সুযোগ্য সন্তান। ভগৱানে ভালে কুশলে ৰাখক অসমৰ নাম উজ্জ্বল কৰিবলৈ।
Val lagil bohut
Thank you
Uffff krishna.... Mjjjaaaa lgise
অশেষ ধন্যবাদ জনালোঁ 🙏
কিমানবাৰ যে শুনিলোঁ হিচাপ নাই !
অসমৰ অন্যতম সম্ভাবনাপূৰ্ণ কণ্ঠশিল্পী আৰিয়ান হাজৰিকা ।
অশেষ ধন্যবাদ জনালোঁ 🙏
বহুত বহুত বেছি ভাল লাগিল।তুমি আৰু আগুৱাই যোৱা।🥰
অশেষ ধন্যবাদ জনালোঁ
খুব সুন্দৰ কণ্ঠ 👌👌👌👌 আশীৰ্বাদ সদায় থাকিব আৰিয়ানলৈ 🙏🏻🙏🏻🙏🏻🙏🏻👌
বহুত বহুত সূন্দৰ ❤️🎼🎹👍👍👍
আন্তৰিক ধন্যবাদ জনালোঁ 🤙
Khub xundar Kantha 💯👏👏👏
Xubei xundar kontha tumar baba.... Gai jua aguai jua... Ashirbaad amar xadai thakibo... God bless❤❤❤
অফুৰন্ত ধন্যবাদ জনালোঁ 🙏🙏❤
Khub xundar paribexon 💯👌
আজি প্ৰথম শুনিলোঁ তুমাৰ গীত ধুনীয়া লাগিল ..আৰু গাই যোবা আমি আছো তুমাৰ লগত
ধন্যবাদ । আশীৰ্ব্বাদ কৰিব
ভাল -- লাগিল, অৰিয়ান 👍👌আশীৰ্বাদ কৰিছো তোমাৰ ভৱিষ্যত উজ্জ্বল হওঁক
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
Akhibad কৰিছোঁ 🙏, আগুৱাই যোৱা
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
Bhakha bisari powa nai koboloi.
Amar Puthibhoral r golden jubilee t dekhilu hosa kobole gole name to huna o nasilo agot.
Hundor kontho.
Aguwai jowa vaiti
Dada tumi aru aguai jua .
আন্তৰিক ধন্যবাদ জনালোঁ ভন্টি
সুন্দৰ আৰিয়ান গাণৰ ছন্দ সুৰৰ ছন্দ।
হৃদয় চুই গ'ল ।
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
বাপ চাই বেতা, বহুত সুন্দৰ
ধন্যবাদ জনালোঁ 🙏
Hridoi sui goise , eman dhuniya gaise.
বাবা , তুমি খুব সুন্দৰকৈ গাইছা , কথাখিনি ও ভাল । কণ্ঠশিল্পী হিচাপে তুমি সকলোৰে অন্তৰ জয় কৰা ____শুভকামনা জনাইছোঁ ___
অশেষ ধন্যবাদ জনালোঁ 🙏
কি কম, ইমান সুন্দৰকৈ গাইছে যে ফাদাৰতকৈ ভাল হৈছে বুলি ক'বলৈ মন গৈছে । আৰিয়ন, তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
Bohut vl gaisa, khunie hepah nopolai oo....
xundar kontho
বহোত ভাল লাগিল
অশেষ ধন্যবাদ জনালোঁ ।
অতি সুন্দৰ ভাল লাগিল♥️
আন্তৰিক ধন্যবাদ জনালোঁ
সঁচাকৈয়ে………হৃদয় চুই যায়!মহেন্দ্ৰ হাজৰিকাৰ কন্ঠত লাইভ আৰু কেচেটত বহু বাৰ শুনিছো।কিন্ত,এয়া অপূৰ্ব!উজ্জ্বল ভৱিষ্যত আছে ডেকা হাজৰিকাৰ।
আন্তৰিক ধন্যবাদ জনালোঁ আপোনালৈ 🙏
Popp
Nice 👌👍
Thank you 🙏
Bor sundor
আন্তৰিক ধন্যবাদ জনালোঁ
আৰিয়ান তোমাৰ ভবিষ্যত উজ্জ্বল, আৰু কবলৈ মোৰ ভাষা নাই
বহুবাৰ শুনিলোঁ বহুত ভাল লাগিল।
অশেষ ধন্যবাদ জনালোঁ 🙏
@@musicallibrary4149
🌹🌹🌹🌹🌹 aguwai jua
Thank you
Eman xundor hoise nhoi seme seme gaida
ধন্যবাদ জনালোঁ আপোনাক 🙏
বৰ সুন্দৰ কৈ গাইছে
আন্তৰিক ধন্যবাদ জনালোঁ
Hadakoi nijar deotakar nisina bar bhal lagil.
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
সুন্দৰ কন্ঠ তোমাৰ | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো |
আন্তৰিক ধন্যবাদ জনালোঁ ।
Llll
Sweet voice,Dhunia hoise
আন্তৰিক ধন্যবাদ জনালোঁ দাদা
Bhal gaisa. Aguai jua
অশেষ ধন্যবাদ জনালোঁ 🙏
বৰ ধুনীয়া
Deautar nisina sundar kantha tumar 👍👍👍👍👍👍👍👍
অশেষ ধন্যবাদ জনালোঁ 🙏
শুনিয়েই থাকিব মন যায়❤❤
Xundor kantha baba ..
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
Xundar kontha tomar,, bahut val lagetomar gan 💖Aguai joa aru bahu dur🌹Tarbabe Parthana bhagawanar Osarat 🙏🙏🙏
অশেষ ধন্যবাদ জনালোঁ 🙏
মূল গীতটোতকৈ বহুগুণে ওপৰত গাইছে যুৱ হাজৰিকাই ৷ আশীৰ্বাদ কৰিলোঁ #dkdipakkumar
আন্তৰিক ধন্যবাদ জনালোঁ
যাক কোৱা হয় বলিষ্ঠ কন্ঠ আৰু আগুৱাই যোৱা আৰিয়ান।
অশেষ ধন্যবাদ জনালোঁ 🙏
verry good sound , same to your father great sound . proud of you
Thank you a log .. keep blessing
@@dalimkonwar1879 as a new one
_অতি শ্ৰুতিমধুৰ।।সুন্দৰ।।অনুপম।।। আগুৱাই যোৱা।।।_
অনিঃশেষ ধন্যবাদ জনালোঁ 🙏
Hunar dadat koi o dhunia lagise tumr konthat geet2
ধন্যবাদ জনালোঁ
গীত তো সঁচা কৈ ভাল লাগিছে
আন্তৰিক ধন্যবাদ জনালোঁ
So sweet.God bless you 🔥🔥🔥... 👍👍
Thank you 🙏
বহুত ভাল ধুনীয়া
আন্তৰিক ধন্যবাদ জনালোঁ
Bohut dhunia gaise o lorator aro gun ase ne baro
অশেষ ধন্যবাদ জনালোঁ 🙏
বাপেক চাই পুতেক।। কি সুন্দৰ কন্ঠ।
আন্তৰিক ধন্যবাদ জনালোঁ ।🙏
Eman Sundar kantho vobishyot ujjol kamana korsilu AE gaan2 huni Moy hosakoi bhut abegik hoisu bhut vl lGise
Thnak you so much 🙏
সেই দিনবোৰলৈ মনত পৰি গল, পাহৰিব নোৱাৰা মহেন্দ্ৰ দাদাৰ গীত বোৰলৈ
অশেষ ধন্যবাদ জনালোঁ 🙏
কি সুন্দৰ ভগবানে ভালে ৰাখক ।
আন্তৰিক ধন্যবাদ জনালোঁ 🙏
Aguwai juwa beta. God bless you 🙏
Thanks a lot
Uff gaan tu xuni mon xat pri gol..so nice voice brother😍😍
Thank you so much 🙏
সুন্দৰ লাগিছে
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏
বলিষ্ঠ কন্ঠৰে সুন্দৰ পৰিবেশন। যি মূলা বাঢ়িব দুপাততে চিন। Like father like son. Go ahead
অশেষ ধন্যবাদ জনালোঁ 🙏
Song of mankind. Thanks.
Thank you so much 🙏
Bahut dhainyabad Bhaity, bahut mitha tumar mat,
অশেষ ধন্যবাদ জনালোঁ
Xundor lagise.
আন্তৰিক ধন্যবাদ জনালোঁ
ইমান সুন্দৰ লাগিছে বহু বাৰ শুনি আছোঁ।
অশেষ ধন্যবাদ জনালোঁ 🙏
সুন্দৰ কণ্ঠ ।
ধন্যবাদ জনালোঁ
Wow🙌👍🙏
সঁচাকৈ অভিভূত হলো তোমাৰ কণ্ঠত গীত শুনি। বহুত বহুত শুভ কামনা জনালো 🙏👍🥰
অশেষ ধন্যবাদ জনালোঁ আপোনাক 🙏🙏
সচাকৈ অতি সুন্দৰ
অশেষ ধন্যবাদ জনালোঁ
সুন্দৰ পৰিবেশন আপ্লুত হলো
অশেষ ধন্যবাদ জনালোঁ
.nice god bless you .
Thank you
Hundor ariyan 🥰❤️
Thank you ❤
Very sweet voice bro
Keep it up
Thanks you
Very nice 👍
Thank you
ইমান সুন্দৰ কন্ঠ ।অভিভূত হৈ গ'লো ।পিছলৈ ঘুৰি নাচাবা ।আগুৱাই যোৱা ভাইটি আশীৰ্বাদ আৰু শুভ কামনা যাচিলোঁ
অনিঃশেষ ধন্যবাদ জনালোঁ
বহু ত ভাল লাগিল
আন্তৰিক ধন্যবাদ জনালোঁ
Bahut bar khunilo,,,,,eman dhuniya koi gaise
অশেষ ধন্যবাদ জনালোঁ । আগলৈ গীত সমূহ শুনিব বুলি আশা কৰিলোঁ
Val lage se
Thnk god boy aguy joya
Thank you so much 🙏
বহুত সুন্দৰ ।
ধন্যবাদ জনালোঁ 🙏
Mojja
HRIDOI SUI GOL BOHUT BOHUT HUBHOKAMANA GOD BLESS YOU BETA❤️🙏
Thank you so much 🙏
অতি সুন্দৰ কণ্ঠ। শুনি বৰ ভাল লাগিল। উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।👍👍
অশেষ ধন্যবাদ জনালোঁ 🙏
বহুত বহুত সুন্দৰ হৈছে গীতটি আৰিয়ান ।আৰু আগবাঢ়ি যোৱা তাৰে কামনা কৰিলোঁ। 💝💝✨
অশেষ ধন্যবাদ জনালোঁ
Really fantastic voice 👌 God bless him 🌹🙏
Thank you so much 🙏
Rising star of Assam ❤️👍
Thanks a lot
ইমান সম্ভাৱনা ময় যুবক আগবাঢ়ি যোৱা, মধুৰ কণ্ঠ ,এইয়া ভগবানৰ দান।
এওঁ ডাঙৰ গায়ক হব এটা সময়ত কণ্ঠ আৰু সুৰ বহুত বেছি ভাল।
🙏অশেষ ধন্যবাদ জনালোঁ , আশীৰ্ব্বাদ কৰিব
Dada tumi aru aguai jua
অশেষ ধন্যবাদ জনালোঁ