Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
❤ মন ভৰি পৰে
কি যে বিনন্দীয়া গীতৰ সুৰত আমি ডাঙৰ হৈছিলোঁ৷ সৌভাগ্যবান আমি৷
দোভাগ ৰাতি..... গীতটি সুলেখা ডেকা বাইদেৱেহে গাইছে। অনুগহ কৰি শুধৰাই দিয়ক
পুৰনা গানবোৰ শুনিলে মনতো ইমান ভাল লাগে শৰু কাললৈ মনত পৰি যায় ৰেডিঅয় আমাক অতিজৰ পৰা শুনায় আছে আৰু শুনায় থাকিব বূলি আশা থাকিল আৰু আপোনালোকৰ ডিঘাও কামনা কৰিলো ভগবানে ভালে ৰাখক
অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতকেইটি শুনি আপ্লুত হলোঁ।🙏❤
তাহানিৰ এৰি অহা দিনবোৰলৈ মনত পৰে । বহুত ভাল লাগিল ।
পুৰণি গীতৰ কথা,সুৰৰ মধাই বেলেগ 👌🌹🙏❤️
বৰ ধুনীয়া
গীত সমূহ বৰ ভাল লাগিল। পাৰিলে সুৰকাৰ আৰু গীতিকাৰ সকলৰ নাম সমূহ দিবলৈ চেষ্টা কৰিব ছোন 🙏
❤ আমাৰ দিনৰ গান,বৰ ভাল লাগিল
কিমান ভালপাওঁ এই গীতবোৰ, ভাষাৰে বুজাব নোৱাৰো ❤️❤️💝
😊😊
Hasakoi bohut vl lagise
পুৰণি গীত বোৰ শুনি বৰ ভাল লাগে ,মই শুনি এই থাকোঁ ,
Evergreen Assamese songs.. thanks for upload1. Dubhag Rati sung by Sulekha Deka5. Riniki O' Riniki sung by Pahari Saikia
Mojjjaaa Lagil O Huni OP Song 🕺💃 hai hai Gd Song
উমেশ গগৈৰ " মই দেখিছোঁ তোমাক মানস চকুৰে পাহৰা দিনৰ ৰূপত" গীত টি শুনিবলৈ পোৱা হ'লে !!!❤❤❤
আগৰ মনপৰশাগীতৰ কথাই বেলেগ 🌷🌷ভাল লাগিল
সুন্দৰ গীত কেইটি। শুনি আপ্লুত হলো। ধন্যবাদ
Nothing to comments old is always purest gold for ever and ever
Very sweet❣️👍❣️❣️❣️❣️
অতি ধুনীয়া গীত শুনি আনন্দিত হৈছো ।
Ggyhuaad
80 r geetbur sunile mon korobale uri jai. Bohut bhal lage 👍
হয়, এই গীতবোৰৰ মাদকতাই বেলেগ..
Anakuwa purani gan huniboloi puwar babe bohut dhanyabad.
♥️💚♥️👏👍
Assamese old song hune baut vl lg
Biswajit tomar ai anusthantir babe dhanyabad.Bartaman punar purani gitburr darkar haise.Ami alapate radio ata online kari aniso.
❤❤❤❤❤❤
I love all assames old songs. Old is Gold.
❤❤
Bahut val lage ai purani git bur
অৰ্থ আছিল পুৰনি গীত বোৰত সেয়ে মই আজিও শুনি থাকো ৷ গায়ক সকল হয়তু জীবিত নাই সকলো শিল্পীলৈ সেৱা জনালো ৷ ❤❤
Dhonyobad sir
সুন্দৰ
Thank you
Bohag dhunia mur ati prio geet
Moja😂
সদায় দি থাকিব❤❤❤❤❤❤
Very nice ok🌹🌹
Thank you! Cheers
Mon porosha geet bohut dinor পাছত। শুনিছোঁ
🙏
Ever green song❤
Very nice evergreen assamese song.
Nostalgic !!! Awesome Songs.
Romantic evergreen songs are very nice. 💞💞💞
Lovely. Lovely. Song👍❤❤❣️❣️❣️😊
Osm👌👌👌
আজিৰ পৰা বিশ বছৰ আগতে ঘৰত ৰেডিঅ আছিল এই গাণ বোৰ শুনিছিলো সুৰৰসাতহৰি, গীতিমালিকা, কল্পতৰু আদি নামেৰে অনুষ্ঠান বোৰত এই বোৰ প্ৰচাৰ কৰিছিল বহুত ভাল লাগিছিল আজি কালি এইবোৰ গাণ শুনিবলৈ নোপোৱা হলো অউ
😊😅😊
Happy . Thanks ❤ from andharpradesh.
শুনি আমনি নলগা
I❤
Very very thans👍❣️❣️❣️❣️
নষ্টালজিক হৈ পৰিলোঁ,ভাল লাগিল শুনি
❤❤❤❤moja
আকাশবাণী গুৱাহাটীৰ গীতিমালিকা ৰ গীত বোৰ খুব সুন্দৰ আছিল... আপোনালোকে সংগ্ৰহ কৰিব পাৰিবনে
নিশচয়, চেষ্টা কৰা হ'ব
@@biswajit3070ধন্যবাদ আপোনালৈ... আপেক্ষা কৰিলো....
I love all Assamese old songs is gold🌹🌹🌹
So good. So. Nice❣️❣️❣️❣️🌹😊
গানটোৰ শুনি থাকিলে সময় বোৰ কেতিয়া কেনেকৈ পাৰহৈ যায় গমকে নেপাও ।
Ever green assamese song
Bahut prio geet for me
Moro ase ati sundar redio ki je val lage huni huni
অসমীয়া গীতবোৰ শুনি মই বৰ ভাল পাওঁ।
Very. Nice. Song
Evergreen song
Ever green song💘☺️❤❣️❣️❣️
Old is gold ❤
Old is. Gold❣️❣️❣️🌹🌹
Very. Good
Mon ura mari gol tahanidinoloi
Ei geetbur mur bohut bhal lage.
ধন্য়বাদ
এইবোৰ গান শুনিলে সছাই দুচকুৰে দুধা চকুপানি বৈ যায়।
Old is gold
Mojja .👌❤🥰
এই গীতবোৰ চিৰ যুগমীয়া
❤❤❤❤❤
Very very nice song ❤️
@@biswajit3070 আজি প্ৰায় দহ বছৰ হ'ল এই টো বস্তো নোসোনা।আগতে ৰাতিপুৱা ৬ বজাতৰ পৰাই আৰম্ভ হয়।কিজে সুমধুৰ ৰাতিপুৱা আৰম্ভণি হয়।এয়া আকাশবাণী কেন্দ্ৰ ডিব্ৰুগৰ বাতৰি কৈছে শ্ৰী প্ৰয়ব্ৰত হাজৰিকাই।আজি কিবা মোৰ সপোন সপোন যেন লাগিছে।
প্ুৰনি গীত শুনিলে শুনি থাকিবৰ মন যায়
old is always gold so donot forget past
Redio tu Mur logori puar pora godhuli loi ke eman mojja lage. Kintu Mur seventy bosor😅😅❤
Old is Gold 🥇
Aibilak hol aku akuta mukuta..asomiya jatir swarnarekha aru symbol
Aru dibo plz
সচ
Assam.f.s.
Bohut kiba kibi monoloi ahe.
Old is gold 🪙
BAYA LOGA NAI
যোৱনৰ বৃন্দাবন খনিতে, তাৰ পাছৰ লাইন টো কি আছিল মোক কোনোবাই অনুগ্ৰহ কৰি জনাব নেকি বাৰু
নষ্টালজিক হৈ পৰিলো ।
,old is everyday gold n there is no advertising* as like Janata Sabin !
P
Agor kotha monot pore
Xorute eta gaan xunisilu....Etia loike bisari pua nai gaantu
❤ মন ভৰি পৰে
কি যে বিনন্দীয়া গীতৰ সুৰত আমি ডাঙৰ হৈছিলোঁ৷ সৌভাগ্যবান আমি৷
দোভাগ ৰাতি..... গীতটি সুলেখা ডেকা বাইদেৱেহে গাইছে। অনুগহ কৰি শুধৰাই দিয়ক
পুৰনা গানবোৰ শুনিলে মনতো ইমান ভাল লাগে শৰু কাললৈ মনত পৰি যায় ৰেডিঅয় আমাক অতিজৰ পৰা শুনায় আছে আৰু শুনায় থাকিব বূলি আশা থাকিল আৰু আপোনালোকৰ ডিঘাও কামনা কৰিলো ভগবানে ভালে ৰাখক
অসমীয়া সংগীত জগতৰ চিৰসেউজ গীতকেইটি শুনি আপ্লুত হলোঁ।🙏❤
তাহানিৰ এৰি অহা দিনবোৰলৈ মনত পৰে । বহুত ভাল লাগিল ।
পুৰণি গীতৰ কথা,সুৰৰ মধাই বেলেগ 👌🌹🙏❤️
বৰ ধুনীয়া
গীত সমূহ বৰ ভাল লাগিল। পাৰিলে সুৰকাৰ আৰু গীতিকাৰ সকলৰ নাম সমূহ দিবলৈ চেষ্টা কৰিব ছোন 🙏
❤ আমাৰ দিনৰ গান,বৰ ভাল লাগিল
কিমান ভালপাওঁ এই গীতবোৰ, ভাষাৰে বুজাব নোৱাৰো ❤️❤️💝
😊😊
Hasakoi bohut vl lagise
পুৰণি গীত বোৰ শুনি বৰ ভাল লাগে ,মই শুনি এই থাকোঁ ,
Evergreen Assamese songs.. thanks for upload
1. Dubhag Rati sung by Sulekha Deka
5. Riniki O' Riniki sung by Pahari Saikia
Mojjjaaa Lagil O Huni OP Song 🕺💃 hai hai
Gd Song
উমেশ গগৈৰ " মই দেখিছোঁ তোমাক মানস চকুৰে পাহৰা দিনৰ ৰূপত" গীত টি শুনিবলৈ পোৱা হ'লে !!!❤❤❤
আগৰ মনপৰশাগীতৰ কথাই বেলেগ 🌷🌷ভাল লাগিল
সুন্দৰ গীত কেইটি। শুনি আপ্লুত হলো। ধন্যবাদ
Nothing to comments old is always purest gold for ever and ever
Very sweet❣️👍❣️❣️❣️❣️
অতি ধুনীয়া গীত শুনি আনন্দিত হৈছো
।
Ggyhuaad
80 r geetbur sunile mon korobale uri jai. Bohut bhal lage 👍
হয়, এই গীতবোৰৰ মাদকতাই বেলেগ..
Anakuwa purani gan huniboloi puwar babe bohut dhanyabad.
♥️💚♥️👏👍
Assamese old song hune baut vl lg
Biswajit tomar ai anusthantir babe dhanyabad.Bartaman punar purani gitburr darkar haise.Ami alapate radio ata online kari aniso.
❤❤❤❤❤❤
I love all assames old songs. Old is Gold.
❤❤
Bahut val lage ai purani git bur
অৰ্থ আছিল পুৰনি গীত বোৰত সেয়ে মই আজিও শুনি থাকো ৷ গায়ক সকল হয়তু জীবিত নাই সকলো শিল্পীলৈ সেৱা জনালো ৷ ❤❤
❤❤
Dhonyobad sir
সুন্দৰ
Thank you
Bohag dhunia mur ati prio geet
Moja😂
সদায় দি থাকিব❤❤❤❤❤❤
Very nice ok🌹🌹
Thank you! Cheers
Mon porosha geet bohut dinor পাছত। শুনিছোঁ
🙏
Ever green song❤
Very nice evergreen assamese song.
Nostalgic !!! Awesome Songs.
Romantic evergreen songs are very nice. 💞💞💞
Lovely. Lovely. Song👍❤❤❣️❣️❣️😊
Osm👌👌👌
আজিৰ পৰা বিশ বছৰ আগতে ঘৰত ৰেডিঅ আছিল এই গাণ বোৰ শুনিছিলো সুৰৰসাতহৰি, গীতিমালিকা, কল্পতৰু আদি নামেৰে অনুষ্ঠান বোৰত এই বোৰ প্ৰচাৰ কৰিছিল বহুত ভাল লাগিছিল আজি কালি এইবোৰ গাণ শুনিবলৈ নোপোৱা হলো অউ
😊😅😊
Happy . Thanks ❤ from andharpradesh.
শুনি আমনি নলগা
I❤
Very very thans👍❣️❣️❣️❣️
নষ্টালজিক হৈ পৰিলোঁ,ভাল লাগিল শুনি
❤❤❤❤moja
আকাশবাণী গুৱাহাটীৰ গীতিমালিকা ৰ গীত বোৰ খুব সুন্দৰ আছিল... আপোনালোকে সংগ্ৰহ কৰিব পাৰিবনে
নিশচয়, চেষ্টা কৰা হ'ব
@@biswajit3070ধন্যবাদ আপোনালৈ... আপেক্ষা কৰিলো....
I love all Assamese old songs is gold🌹🌹🌹
So good. So. Nice❣️❣️❣️❣️🌹😊
গানটোৰ শুনি থাকিলে সময় বোৰ কেতিয়া কেনেকৈ পাৰহৈ যায় গমকে নেপাও ।
Ever green assamese song
Bahut prio geet for me
Moro ase ati sundar redio ki je val lage huni huni
অসমীয়া গীতবোৰ শুনি মই বৰ ভাল পাওঁ।
Very. Nice. Song
Evergreen song
Ever green song💘☺️❤❣️❣️❣️
Old is gold ❤
Old is. Gold❣️❣️❣️🌹🌹
Very. Good
Mon ura mari gol tahanidinoloi
Ei geetbur mur bohut bhal lage.
ধন্য়বাদ
এইবোৰ গান শুনিলে সছাই দুচকুৰে দুধা চকুপানি বৈ যায়।
Old is gold
Mojja .👌❤🥰
এই গীতবোৰ চিৰ যুগমীয়া
❤❤❤❤❤
Very very nice song ❤️
ধন্য়বাদ
@@biswajit3070 আজি প্ৰায় দহ বছৰ হ'ল এই টো বস্তো নোসোনা।আগতে ৰাতিপুৱা ৬ বজাতৰ পৰাই আৰম্ভ হয়।কিজে সুমধুৰ ৰাতিপুৱা আৰম্ভণি হয়।এয়া আকাশবাণী কেন্দ্ৰ ডিব্ৰুগৰ বাতৰি কৈছে শ্ৰী প্ৰয়ব্ৰত হাজৰিকাই।আজি কিবা মোৰ সপোন সপোন যেন লাগিছে।
প্ুৰনি গীত শুনিলে শুনি থাকিবৰ মন যায়
old is always gold so donot forget past
Redio tu Mur logori puar pora godhuli loi ke eman mojja lage. Kintu Mur seventy bosor😅😅❤
Old is Gold 🥇
Aibilak hol aku akuta mukuta..asomiya jatir swarnarekha aru symbol
Aru dibo plz
সচ
Assam.f.s.
Bohut kiba kibi monoloi ahe.
Old is gold 🪙
BAYA LOGA NAI
যোৱনৰ বৃন্দাবন খনিতে, তাৰ পাছৰ লাইন টো কি আছিল মোক কোনোবাই অনুগ্ৰহ কৰি জনাব নেকি বাৰু
নষ্টালজিক হৈ পৰিলো ।
,old is everyday gold n there is no advertising* as like Janata Sabin !
P
Agor kotha monot pore
Xorute eta gaan xunisilu....
Etia loike bisari pua nai gaantu