![Radio Rodali Entertainment](/img/default-banner.jpg)
- 4
- 575 190
Radio Rodali Entertainment
India
Registrace 2. 08. 2021
Official CZcams Channel of Radio Rodali.
*We are opening the CZcams channel only for the Entertaining Purposes.
For Contact Us : radiorodali@gmail.com
Whatsapp : 6000492428
*We are opening the CZcams channel only for the Entertaining Purposes.
For Contact Us : radiorodali@gmail.com
Whatsapp : 6000492428
সোণালী দিনৰ সুৰীয়া গীত। চতুৰ্থ খণ্ড। কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ
সোণালী দিনৰ সুৰীয়া গীত।চতুৰ্থ খণ্ড। কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ ।
#radio_rodali
#assamese_oldsong
#assamese_melody
৭০,৮০ আৰু ৯০ দশকৰ কেইটামান মন পৰশা সোণালী গীত ।যিকেইটা গীত শুনিলে আপুনি হয়তো আকৌ এবাৰ নষ্টালজিক হৈ পৰিব। যৌৱনৰ সেই সোণালী দিনবোৰলৈ মনত পৰিব। সোণালী দিনৰ সুৰীয়া গীত, দ্বিতীয় খণ্ডৰ বিশেষ শিল্পী
ড০ অনিমা চৌধুৰী।
সন্নিৱিষ্ট কৰা গীতৰ তালিকা :
১. দিখৌ নৈৰ পাৰৰে - ১৯৮২ চন
২. দুচকুত কাজল বোলাই - ১৯৭২ চন
৩. তেজীমলা সাৰে আছে - ১৯৮৫ চন
৪. অনুভৱ মোৰ - ১৯৭৯ চন
৫. শুনি কি নুশুনি - ১৯৭৯ চন
বি. দ্ৰ : এই অনুষ্ঠানৰ জড়িয়তে আমি অসমৰ সোণালী দিনৰ সুৰীয়া গীত সমূহক প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে ডিজিটেল আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
Our Fb Page : Radiorodali/
For Contact Us : radiorodali@gmail.com
Copyright Disclaimer :👉
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
* Our songs copyright has been saved for the rightful owners*
With regards
Radio Rodali
#radio_rodali
#assamese_oldsong
#assamese_melody
৭০,৮০ আৰু ৯০ দশকৰ কেইটামান মন পৰশা সোণালী গীত ।যিকেইটা গীত শুনিলে আপুনি হয়তো আকৌ এবাৰ নষ্টালজিক হৈ পৰিব। যৌৱনৰ সেই সোণালী দিনবোৰলৈ মনত পৰিব। সোণালী দিনৰ সুৰীয়া গীত, দ্বিতীয় খণ্ডৰ বিশেষ শিল্পী
ড০ অনিমা চৌধুৰী।
সন্নিৱিষ্ট কৰা গীতৰ তালিকা :
১. দিখৌ নৈৰ পাৰৰে - ১৯৮২ চন
২. দুচকুত কাজল বোলাই - ১৯৭২ চন
৩. তেজীমলা সাৰে আছে - ১৯৮৫ চন
৪. অনুভৱ মোৰ - ১৯৭৯ চন
৫. শুনি কি নুশুনি - ১৯৭৯ চন
বি. দ্ৰ : এই অনুষ্ঠানৰ জড়িয়তে আমি অসমৰ সোণালী দিনৰ সুৰীয়া গীত সমূহক প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ লগতে ডিজিটেল আৰ্কাইভৰ জড়িয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
Our Fb Page : Radiorodali/
For Contact Us : radiorodali@gmail.com
Copyright Disclaimer :👉
Copyright Disclaimer under Section 107 of the copyright act 1976, allowance is made for fair use for purposes such as criticism, comment, news reporting, scholarship, and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non-profit, educational or personal use tips the balance in favour of fair use.
* Our songs copyright has been saved for the rightful owners*
With regards
Radio Rodali
zhlédnutí: 112 987
Video
সোণালী দিনৰ সুৰীয়া গীত | বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ নষ্টালজিয়া |
zhlédnutí 13KPřed 2 lety
সোণালী দিনৰ সুৰীয়া গীত । তৃতীয় খণ্ড । কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ নষ্টালজিয়া সৈতে আৰ. জে অভিজিৎ । #radio_rodali #assamese_oldsong #assamese_melody এমুঠি চিৰসেউজ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ । Sponsored by : Assam Publishing Company কিতাপৰ ৫০ বছৰীয়া সোণালী যাত্ৰাৰ আপুনিও অংশীদাৰ হওঁক আৰু Krishi Foods ( Taste the best) । Assam Publishing Com...
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী কুল বৰুৱাৰ এমুঠি চিৰসেউজ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ
zhlédnutí 25KPřed 2 lety
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী কুল বৰুৱাৰ এমুঠি চিৰসেউজ গীতৰ নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ । সম্পাদনা : ৰিতুমণি নাথ গগৈ । #radiorodali #kulabaruah_songs #assamese_oldsongs ৬০ আৰু ৭০ দশকৰ কেইটামান মন পৰশা সোণালী গীত । যিকেইটা গীত শুনিলে আপুনি হয়তো আকৌ এবাৰ নষ্টালজিক হৈ পৰিব। সোণালী দিনৰ সুৰীয়া গীত, তৃতীয় খণ্ডৰ বিশেষ শিল্পী কণ্ঠশিল্পী /সংগীত পৰিচালক: কুল বৰুৱা । সন্নিৱিষ্ট কৰা গীতৰ তালিকা ...
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ
zhlédnutí 425KPřed 2 lety
সোণালী দিনৰ সুৰীয়া গীত । কণ্ঠশিল্পী, গীতিকাৰ মনোৰঞ্জন গগৈৰ গীতৰ এমুঠি নষ্টালজিয়াৰ সৈতে আৰ. জে অভিজিৎ। সম্পাদনা : ৰিতুমণি নাথ গগৈ #radio_rodali #monuranjongogoi_songs #assamesesong সন্নিৱিষ্ট গীতৰ তালিকা : ১. ব'হাগ ধুনীয়া জোনালী পৰত - ১৯৮২ চন ২. বিহুতলীলৈ আহিলা - ১৯৮৩ চন ৩. তুমি মোৰ জীৱনৰ - ১৯৮৫ চন ৪. অ' জোন জোনালী - ১৯৮১ চন ৫. চঞ্চলা জুৰিটিৰ - ১৯৯৩ চন ৬. চেনেহৰে অসমখনি - ২০১৪ চন শুনক আৰু শুনাওক...
চিৰ যোগমীয়া হেপা নপলাই শুনি।
Puroni bihuhuria aadhunik Geet bur hunabosun
Puronoi gitor homahar hodai hunithokar akha korilu.
সুস্বাস্থ্য কামনা কৰিলো ।
❤❤❤
এইয়াহে হূদয় চুই যোৱা গান ধন্যবাদ ❤❤❤❤
Tahanite radiotu usarate rakhi loi bat sao.aji ai geet tu huniboloi paw neki buli.hosakoi geetu mur bohut bhal lage
❤❤❤❤
OLD IS GOLD 😮
❤❤❤❤❤❤❤❤❤❤ ভাল লগিছে... ৰেডিঅ এতিয়া নাইকীয়া e hoi gol
Silpi Monoranjan gogoi sir r geetbor xuni khub val lage . Hriday sui jua geet
ৰেডিঅ আছিল মোৰ সংগি আৰু গীত হল মোৰ জীৱণি। বহূদিন বিৰতিৰ পাছত অনাতাঁৰ শিল্পিসকলৰ গীত শুনা পাই সঁচাকৈ আপ্লুত হৈ গলো। গতিকে অভিজিৎলৈ ধন্যবাদ আৰু অনিমা বাইদেউলৈ সূ-স্বাস্থ লগতে দীৰ্ঘায়ু কামনা কৰিলো।🙏🙏🎉🎉🎉।
A
তেখেতৰ গীত শুনি শুনি ডাঙৰ হৈছোঁ বুলি কলেও মিছা কোৱা নহ'ব। সদায়ে তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কামনা কৰো।
Yeah! very nice. I still remember those time. Oh God! what times those were. I was in school and got ready for school listening to all this beautiful numbers on radio. But anyway, times move on so do we, don't we?
Good.❤❤❤❤❤❤❤
❤❤❤❤❤❤❤
Hundor ❤👌👍
Montu jipal koribole hole aibilak geet xuna oti awachyak . Chiro jugomiya ai geet br banibodho kri raijak diyar babe bohut dhanyabad . Bhobishyate ari borenya xilpir geet xunar axare
❤
বৰ সুন্দৰ পদক্ষেপ
Baideor bikhye Jani bhal lagil
Good 😢😢😢😢😢😢
Mohan Hilpir mohan git, Tew lokor atmai siro hanti lav korak tarei kamona korilu,,,
Thank you so much.. Stay Tuned Radio Rodali.
Agor sei dinboorei bohut val loga asil.❤❤❤
Ki geet ray baba
Hosakoi purona gan bur bohut val huni huni. ❤
❤
শৈশৱতে শুনিছিলো এই গীতবোৰ আজিও শুনিলে ভাল লাগে
Bohu bashor murot huni bohut bhal lagil. Amar bakosor nisina radiotuloi manot poril.
sweetest
Moi emne vl paw gan bor..... Kothare bujab nwaro... Moi jetiya pra buji pwa hoiso tetiya pra xunie aso regular...
A
Enebor gan sadai chirasmrania
Bihu suria geet xuni bar vaal lagil
Dhunia geet
Very nice songs . 💞♥️💞
Puronik pahori Notun hobo nuari
@radio rodali entertainment আপোনাৰ এই প্ৰচেষ্টাৰ বাবে অশেষ ধন্যবাদ
❤❤❤❤❤
School r sai samay buralai bar monot pare. Ai geet bur Suni suni schoolalai saju haisilu.. Apunak Bohut dhnyabad.
লৰালিৰ সেই সোনোৱালী দিনবোৰলৈ মনত পৰি গল
উফ❤️❤️❤️কি যে মধুৰ দিন আছিল❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
এলাগী হৈ পৰি থকা ৰেডিঅ'টোলৈ বাৰে বাৰে ঘুৰি চাইছো।
বৰ সুন্দৰ কৈ আলেখ্য প্ৰস্তুত কৰি অনুষ্ঠানটো পৰিবেশন কৰিছে। ভাল লাগিল। এই চেগতে প্ৰয়াত প্ৰিয় শিল্পী জনাক শ্ৰদ্ধা নিবেদন কৰিলোঁ।
Aapunak dhanyawad janaisu geet jugan dharar babe
ইমান ভাল কাম। মনটো ভাল লাগি গ'ল।
ৰেডিঅলৈ মনত পৰে আজি আমাৰ ঘৰত ৰেডিঅ নাই অতি সূন্দ গীত ❤🙏🙏🙏🙏🙏
Tekhetor geet bilak bhut val pawano .
Super Find
Super Find
সচাই ভাল লাগিছে শুনি