Pohaniya Charaiti Urile.( পোহনীয়া চৰাইটি ) by Rerik K Digbak || Sanglap( সংলাপ ) With Snigdhasikha
Vložit
- čas přidán 26. 08. 2024
- Pohaniya Charaiti Urile.( পোহনীয়া চৰাইটি ) by Rerik K Digbak || Sanglap( সংলাপ ) With Snigdhasikha
#Sanglap
___
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
মই ভাবোঁ অসম সাহিত্য সভা তথা আছুৰ দৰে সংগঠনে এওলোকক কিছু সন্মান জনাই দুয়োখন ৰাজ্যৰ মাজত এক মিলন সেতু গঢ়াত সহায় কৰিব পাৰে।
फ्
So sweet her voice god bless you
বৰ ভাল হৈছে গান টো শুনি পাগল হৈ গলো কিমান ধুনীয়া সুৰ বহুত ভাল হৈছে 👌very nice
অতি সুন্দৰকৈ গাইছে গীতটো আৰু হৃদয়স্পৰ্শী হৈছে। বহুত ভাল লাগিছে। এনেদৰে অতিথি মাতি আনি প্ৰগ্ৰাম কৰিলে মনোগ্ৰাহী হয় ভাল লাগে।
অনাঅসমীয়া ছোৱালী হিচাপে অতুলনীয় কণ্ঠ। অশেষ অশেষ নমস্কাৰ।
বহুত ভাল লাগিল
ইমান সুন্দৰকৈ গীতটো পৰিৱেশন কৰিলে
It is very difficult to believe that she is from Arunachal. Good bless you very much .
Next Assamese song coming soon 😊
ইমান সুন্দৰ গাইছে , পাগল হৈ গৈছোঁ । প্ৰথমতে ভাবিছিলোঁ অলপ উচ্চাৰণ পৃথক হব , কিন্তু কি আচৰিত ? ইমান সহজেই গাই আছে । 🙏🙏🙏
আপোনালোকে প্ৰতিটো কথা নিগেটিভ দেখাৰ অভ্যাস নিকি । গীততো ভাল লাগি শলাগ লবলৈ কমেণ্ট কৰিছিলোঁ , আশা কৰাতকৈ বেছি ভাল শুনি । কিন্তু আপুনি সলাগৰ ভাষাই বুজি নাপালে ।
আৰু ইয়াত কমেণ্ট কৰিব আহিছে ? ইয়াত ভয়ৰ কথা কৰ পৰা আহিল ?
Mind Blowing...superb...Bohut bohut val gaise
Tezpurot jaok.
@@studychenel8397 kio
@@ilovemyindia9761 Aponak kowa nai.CHEF monmik koiso.
কি বুলি ধন্যবাদ জনাম ভাবিব নোৱাৰো! বহুত বহুত ধন্যবাদ।
মই অৰুনাচলৰ জন্মগত আদিম tribal/ অসমীয়া মাধ্যমত পঢ়া নাছিলো /কিন্তু বহুত নিজা পৰিশ্ৰমৰ আৰু ভাষাৰ তদাৰক (tutor)ৰ মৰমৰ ফলতেই অসমীয়া ভাষা কব,গাব আৰু লিখিব পৰা যোগ্য কৰি ললে আৰু লৈছো / মোৰ কাৰণে কিন্তু জটিল /সেয়েহে মই অসমী ভাষা প্ৰেমী /
ধন্যবাদ ভাতৃ
অসমীয়া শিকি ইমান ধুৱীয়া কৈ মনৰ কথা খিনি লিখিছে , পঢ়ি বৰ ভাল লাগিল। ধন্যবাদ।
@Fuleswari Baro What does it mean?
বহুত ধন্যবাদ, অৰুণাচল,অসম একেলগে থাকিব তেতিয়াহে।
@@mrinalmedhi8346❤
বহুত ধুনীয়া গাইছে ।খুব ভাল লাগিল শুনি , শুভেচ্ছা থাকিল দেই
সুমধুৰ সংগীত।বৰ ভাল লাগিল।ঈশ্বৰে মংগল কৰক আৰু কুশলে ৰাখক।
Onderful কি গাইছে মনমগজুত ধৰি গ'ল
Bahut Bahut Bhal Laagil,Akhamia Geetat Geet Gaaboloi Hobidha Deeba laage
Very nice so good wanderful old song is gold bohut hundor lagise kontho to excellent parpomance
সঁচা কৈ ইমান সুন্দৰকৈ গীতটি গাইছে । মন ভৰি গল। তাই আৰু আগুৱাই যাওক অশেষ কামনা কৰিলো
সুন্দৰ
ইমান ধুনীয়া লাগিলে গানটো শুনি❤️❤️ আৰু শুনি ব পাম বুলি আখা আছে বা❤️❤️
Dy 365 bahut bahut dhayanabad. Apunalokor jariote delhit thaki eai assomia gaan bur huniboloi pai aamr asomiar bahut garba hai. Ekhat logako v v thanks. Aapna luke eao loogak himat aaru manch diya babe
ৰেৰিকবা আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো
ইমান সুন্দৰকৈ গাইছে । খুব ভাল লাগিছে। বাৰে বাৰে শুনিবলৈ মন যায়।
মই সদায় দুই তিনি বাৰ মান শুনো।
গায়িকা গৰাকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ধন্যবাদ।
অতি সুন্দৰ কৈ গাইছে, শিল্পী গৰাকীক ধন্যবাদ জনালো।
Nice
Vl lagise
সঁচাকে বহুত ধুনীয়াকৈ গাইছে,,, বহুত বহুত ধন্যবাদ অসমীয়া গীত গোৱাৰ কাৰণে💜💜💜
Love from an Assamese from America. Beautiful song sung by a beautiful Arunachali sister with her angelic voice.
Thank you for this beautiful Assamese song.
Missing home What a beautiful song
🙏
❤️
❤Love from Germany.
Love from France
ইমান সুন্দৰকৈ গাইছে, কি কণ্ঠ নিগৰি ওলাই আহিছে শুনি লে শুনি থাকিবলৈ কে মন যায় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏🙏🙏
Like it bro
বৰ আচৰিচ ধৰণৰ মধুৰ কণ্ঠৰ অধিকাৰী । বৰ ভাল লাগিল । DY365 লৈ অশেষ ধন্যবাদ জনালো। আগলৈও গায়িকা গৰাকীৰ গান শুনা পাম বুলি আশা কৰিলো। অনিমা চৌধুৰী বাইদেউৰ কণ্ঠৰ লগত কিছু মিল পালো
Woww ❤️bohut dhuniya koi gaise gaan to ❤️🔥hur to bohut dhuniya
গানৰ selection ভাল। কণ্ঠ সুন্দৰ। আনৰ ভাষা এটা ইমান সুন্দৰ কৰি গোৱাটোও কম কথা নহয়।
Iman dhuniya voice..
vabisilo alop matto beleg habo....nhoi moi vul vabisilo
..assamiya mnuhor dare gaise
sakulu tal balai gol ..buku xane hopa mari dharise ...
I loooooooooooove the voice...well sang
I am from Mangaldoi
DY 365, You can bring the Northeast together this way. BH did. Thank you for letting us know about these wonderful singers and introducing them to the Assamese viewers.’
Rerik is singing this song with best feel of good pronouncing it is lovely for all
সুন্দৰ । মন ভৰি গল
Dy ক বহু বহু ধন্যবাদ এনে এটি সুন্দৰ অনুস্থানৰ বাবে ... আপোনালোকৰ এই যাত্ৰা অব্যাহত ৰাখক আমাকো প্ৰকৃত ৰসৰ যোগান ধৰি যাওক ... শিল্পী গৰাকীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ... গীত টি (ৰেৰিকে গোৱা ) ইউ টিউবত পাম নেকি ?
good night
@@assamdailyupdate puh a
অতি সুন্দৰ কৈ গাইছে ।
সুন্দৰ , অতি সুন্দৰ ।
Pride of Arunachal Rerik Karlo Digbak 💖💖💖💖💖
Yes, She is.
Yes sis
❤️ from UK. Such a beautiful old Assamese song. Bare bare sai thaku, khuni thaku jen lage
Thank you so much ❤️❤️
Next Assamese song will upload last of this month 🙏🏻🙏🏻
সুন্দৰ কন্ঠ, ইমান শুদ্ধকৈ উচ্ছাৰণ কৰিছে।
ইমান ধুনীয়া গাইছে 🧡🙏🧡
Xusakoi eman dhuniya gaise dy365 thanks
বহুত ভাল লাগিছে 👍👍❤️
Artists are really source of love n keep strong reelection among us
Great great, so sweet, god bless both of you sister.
অতি সুন্দৰ। আন্তৰিক শুভেচ্ছা আৰু মৰমৰ লগতে অশেষ ধন্যবাদ থাকিল।
অতি সুন্দৰ কন্ঠদান কৰিছে।
Very good, congratulations sister.
Baideuo 100/100
Khub bhal lagil. Xilpi garàkiloi oti
antorik xubheshya gyapan karilu.
Dhanyabad.
সুন্দৰ কণ্ঠ শিল্পী সুন্দৰ গীত অভিনন্দন জ্ঞাপন কৰিলো
সুন্দৰ কন্ঠ বৰ ধুনীয়া লাগিল শুনি।
অসমীয়া গীত ইমান ধুনীয়া গৈছে
সুন্দৰ হৈছে এইদৰে আগুৱাই যোৱাৰ কমনা কৰিলো আৰু শিল্পী গৰাকী লৈ শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
বহু বাৰ শুনিলোঁ কিন্তু আকৌ শুনিবলৈ মন যায়।
murvelous ! মোৰ প্ৰিয় এটি গীত ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে ... সঁচাই কি সুন্দৰ কণ্ঠ ... আৰম্ভনি কন নমিতা বাইদেউৰ দৰে একে হৈছে
Kli teachers day t moi eitu gam...... Bht val lgee eitu gaan..... Aru apunar kontht bht dhuniya lgise ei gaantuu
🙏 Bhout bhout Val lagila....🤝
Oh' so how....axly..no miss..proud...nice ..voice....
Hosai bahut vl lagil
Good
@@birajkolita5723 good
Dadhaa[uuuwere11pl9pppIP
Lovely song lovely voice , l weiting for your next vdo
Bohut.hundor.hoise.
Oti Hundor gaise. 👌👌👌
Beauty of voice and beautiful Northeast....thanks
Excellent god bless u 🙏
সুন্দৰ ,ভাল লাগিল শুনি
বৰ ভাল লাগিল শুনি, ইমান সুন্দৰ কৈ গাইছে ।
Wow really nice so sweet voice 🙏🙏🙏👍👍
Wow ! What a fantastic singing assamese song in thr tune of Arunachal's lady . Thanks .
Baahh baahh xur xuni a maa e gaan 2 gaaise........one of mymother priyo geet.....6.12 pm....sunday......27 sept 2020.....near guwahati......
Eman bhal lagil . thank you so mach projujok aru gayokoloi
Nice song . Amazing voice.God bless her and thanks to Dy 365 .
Wow!!! Wonderful!!!!!! 💞It's one of the melodious songs used to sing by our childhood friend RERIK jee💞🌹👍🎼🙏🌹👍Hope to get more... 🎼🎼Thank u
Pnùùu⁸p0pppp
❤️❤️❤️
সচাকৈ গীত টি বৰ সুন্দৰকৈ গাইছে অসমীয়া গীত ভাল্ পোৱা ই এক্ সমন্বয়
Very good.you teach us unity is stangs..may God bless you.lndrajeet bhattacharyya mangaldoi.
❤️❤️❤️
Salute mam. Wonderful!
ইমান শুৱলা সুৰ ✍️🐥🐦🐦🕊️🕊️🕊️🕊️🕊️🕊️
Hi
ইমান ধুনীয়াকৈ গাইছে ।অসমীয়া উচ্চাৰণ স্পষ্ট ইমান ।
যাৰ তুলনা নাই, সুন্দৰ কন্ঠ।
ইমান ধুনীয়া কণ্ঠ নিগৰাইছে ❤️ ভাল লাগিছে সুনি, আগুৱাই যাওক আপোনালোক❤️❤️
Amazing!
বৰ সুন্দৰ গাইছে,বহু ত বহুত শুভেচ্ছা জনালোঁ।many many thanks sister.
বাঃ কি সুন্দৰ কণ্ঠ মন- প্ৰাণ পুলকিত কৰি তুলিলে। ডি ৱাইলৈ ধন্যবাদ থাকিল এনে এটি সুন্দৰ অনুষ্ঠান আগবঢ়োৱাৰ বাবে।
Really she is a best singer in my vew. I never thought that she will able to sing this song same like original one. But as a Arunasali girl she proved she has any problem in singing assume some. I appreciate her. Wish her bright future in her life as a singer of Arunasal.
ধুনীয়া লাগিছে
Wawww
Et is very fine song God bless you
সঁচাকৈ অতি খুন্দৰ
Wow wow mind blowing
Really amazing..
So sweet😊❤
Wow Arunachalor JiyoRi hoi iman Dhuniya assamese geet Gabo parise mind blowing
Beti🙏
Bahut shundar kanta.Dhanyabad aru hirabhara avinanandan Thakil.
Mindblowing 😍😍😍
Love to u sister. From Assam
oh ইমান সুন্দৰকৈ গাইছে৷
ইমান ধুনিয়া গাইছে কি আছৰিত
Waoooooooo💞
Lovly voice...
Bahut dhuniya lagise gaan2 huni. Hosai tumaluke amar akhamk honman korisa. Bahut bahut dhoinya bad jasilu
Xundor hoise
Wooo moza..god bless you
Love n respect from Jorhat ASSAM
Nice.soooo sweet voice.keep it up .thanks alot.
অকল্পনীয় ,অতি সুন্দৰ কণ্ঠ ।
বা: ইমান সুন্দৰকৈ গীতটি গালে...
Ufff gan2 emn dhuniyake Gaisa this voice make me feel so much happy 🎀🎀💜💜
Waah waah waah waah waah hundor .............. saalam Arunachal Girl
Good bay 365 supar fain
I love you 365 ❤️❤️❤️