A pran gopal patila mayare khela.( এ প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা )

Sdílet
Vložit
  • čas přidán 22. 07. 2020
  • A pran gopal patila mayare khela.
    এ প্ৰাণ গোপাল পাতিলা মায়াৰে খেলা ।
    ( মুকুতা বোলছবিৰ গীত )
    কণ্ঠশিল্পী - অনিমা চৌধুৰী ।
    This is collected from AIR Dibrugarh broadcasting.
    { Note : - The image of the lady used in this video is of the singer, Anima Chaudhuri.}

Komentáře • 32

  • @dhirendeka2690
    @dhirendeka2690 Před 2 lety +4

    এই লোক গীতটো মোৰ বৰ প্ৰিয় ।

  • @bibhutidutta73
    @bibhutidutta73 Před rokem +1

    Herai jabo dhara geet bur xongrokhyon korise ,bhal lagil dei

  • @user-go1sg8ve1t

    Bor Val lagose mam❤❤❤❤❤

  • @MAINULHOQUE-cc8fi

    অনিমা আপোনাক এবাৰ ওচৰৰ পৰা চাব বিচাৰো। ইমান ধুনীয়া কন্ঠ ।

  • @dhirenkalita611
    @dhirenkalita611 Před 3 lety +9

    ধীৰেন্দ্ৰ নাথ কলিতা।

  • @MAINULHOQUE-cc8fi

    বাইদেউ আপোনাক কি দি পুজিম। এই লোক গীতটি মই উৰাই ঘুৰাই শুনি থাকো। ইমান ধুনীয়া ৰাতি শুনি শুনি শুই থাকো।

  • @kirangogoi4748
    @kirangogoi4748 Před rokem +2

    বহুদিনৰ আগৰ , সেই মুকুতালৈ মনত পৰি গ,ল ।

  • @user-dh3wp4wg9k
    @user-dh3wp4wg9k Před 2 lety +3

    সুন্দৰ গীত

  • @uttamsaikia861

    KRISHNA.BHUT

  • @milikchandrakumar-zm8sb
    @milikchandrakumar-zm8sb Před rokem +1

    শুনিলে শুনি থাকিব ইচ্ছা যায়

  • @alakeshdevasarma7584
    @alakeshdevasarma7584 Před 2 lety +2

    Jai Sri Hari

  • @renulongchot7547
    @renulongchot7547 Před rokem +1

    কৃষ্ণ কৃষ্ণ 🪔👃অ মোৰ দয়ালু।

  • @sanjaykoushik9839

    ❤❤❤

  • @BimalaDutta-bp7vb

    হেৰাই যাব ধৰা প্ৰিয় গীত ।

  • @rajat6784
    @rajat6784 Před 3 lety +3

    Moja 🙏🙏🙏🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻👍👍👍👍

  • @BHASKARJYOTIBARMAN-en4pv

    মোৰ অতি প্ৰিয় গীত ,চৌধুৰী বাইদেউলৈ নমস্কাৰ জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰি কৰিলোঁ | বিষয় বৰ্মণ |

  • @pinakkar1837
    @pinakkar1837 Před rokem +1

    OlD IS GOLD

  • @renumabegum6778

    অনিমা চৌধুৰী গান মই ভাল পাও

  • @swapnasarma6034
    @swapnasarma6034 Před rokem +1

    অনিমা বাইদেউৰ প্ৰতিটো গীতেই মোৰ প্ৰিয়।মুকুতা চিনেমা খন এবাৰ টিভিত প্ৰচাৰ হলে ভাল লাগিব

  • @lalitkutum8592
    @lalitkutum8592 Před 2 lety +1

    Bor val Lagise.