জন্মিলোঁ যেতিয়া মৰিবই লাগিব | কেলৈ মন আহিলা | Khagen Gogoi Tukari Geet | খগেন গগৈৰ টোকাৰী গীত

Sdílet
Vložit
  • čas přidán 11. 08. 2021
  • জন্মিলোঁ যেতিয়া মৰিবই লাগিব ।
    কেলৈ মন আহিলা ।
    Khagen Gogoi Tukari Geet
    পুৰণি গীত মাত আৰু ভিডিঅ সংগ্ৰহ কৰি ৰাইজলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰিছো । ৰাইজৰ মনোৰঞ্জৰ বাবে । ভুল হ'লে ক্ষমা কৰিব । যদি কিবা অসুবিধা হয় তেনেহ'লে Video টি Delete কৰি দিয়া হ'ব । চেনেলটি জিয়াই ৰাখিবৰ বাবে অনুৰোধ কৰিলোঁ । সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ ।
    ধন্যবাদেৰে -
    Melodious Axom
    melodiousaxom@gmail.com
  • Hudba

Komentáře • 49

  • @ratulsingh7027
    @ratulsingh7027 Před 27 dny

    Bohut hundar

  • @user-jn2ws2ub1p
    @user-jn2ws2ub1p Před 7 měsíci

    Val lagil

  • @ProdipDas-hm7cb
    @ProdipDas-hm7cb Před 2 měsíci

    Jai sri Ram Ram 🙏🙏🙏

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o Před 6 měsíci

    কৃষ্ণ প্ৰভু

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem

    সুন্দৰ, আপোনাৰ সুৰ অতিকৈ শুৱলা আৰু সুমধুৰ শুনিও ভাল লাগে কিন্তু এই সকলো বিলাক মনুষ্য জীৱনতে ঘটে আৰু তেতিয়াই এই গীতটো শুনি লে মই মনতে খুব সুখ অনুভৱ কৰো, সেয়ে আপুনি গাই যাওক চোন ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনাক জনাবলৈ ধন্যবাদ থাকিল সকলোলৈ,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem

    সচাকৈ কৈছো, আপোনাৰ সুৰ যিসুৰ আৰু শুনিও ভাল লাগে কিন্তু, শুনিলে শুনি য়েই থাকিব লাগিব আৰু তেতিয়াই মই এই টোকাৰী গীত শুনিবলৈ ইচ্ছা কৰোঁ বৰকৈ, মনুষ্য জীৱনতে এনে বোৰ কিয় ঘটে সেইটোহে বুজি নাপাওঁ সেয়ে আপুনি গাই যাওক চোন ইমান ভাল লাগিল আৰু সুমধুৰ শুনিও আমনি নালাগে দিয়ক ইমানেই ভাল লাগে যে কবলৈ গলে মই ভাষাই বিচাৰি নাপাওঁ আপোনাক জনাবলৈ,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci

    সচা কথা, কেলৈমই আহিলো মায়াবজাৰলৈ, বজাৰত গধূলি হল,একো কাম নহল সিদ্ধ ী,,চাকিৰ তেল শেষ হল,

  • @bobynath4148
    @bobynath4148 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ। সুন্দৰ

  • @anantaborgohain3971
    @anantaborgohain3971 Před 11 měsíci

    সুন্দৰ হৈছে। ৰাম কৃষ্ণ 🙏

  • @dipanjaliborah8322
    @dipanjaliborah8322 Před 2 lety +1

    Hundar kantha, krishna Pravu.

  • @pradipgogoi3182
    @pradipgogoi3182 Před 2 lety +2

    সুন্দৰ কৃষ্ণ, কৃষ্ণ।

  • @SewaliGogoi-xi2tj
    @SewaliGogoi-xi2tj Před 5 měsíci

    2024 sonot kune hunisa mr nisina

  • @PabanLalung-wo7dw
    @PabanLalung-wo7dw Před 11 měsíci +2

    Nice

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +1

    সচা,একেবাৰে দেহ মন জুৰোৱা সুন্দৰ টোকাৰী গীত শুনিবলৈ পাই মনতে খুব ভাল পালো, আপুনি গাই যাওক চোন, সচাকৈ শুনি খুব ভাল লাগিল,

  • @medinitalukdar4873
    @medinitalukdar4873 Před 2 lety +1

    Mojja ....lagise dei

  • @manikahmed5079
    @manikahmed5079 Před rokem +1

    Really heart touching song

  • @umakantahazarika8883
    @umakantahazarika8883 Před 2 lety +1

    Bohut dinar pora ai Geetu bisari asilu,moi 1989 hunisilu,bohut bhaal lagil,So many thanks 🙏🙏🙏🙏🙏🙏

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 2 lety +3

    Xundor🙏🙏🙏🙏

  • @diptichutia2944
    @diptichutia2944 Před rokem

    Heart touching 🙏🙏🙏

  • @AnantaMech
    @AnantaMech Před 2 lety +4

    কৃষ্ণ কৃষ্ণ

  • @p.kchetia9022
    @p.kchetia9022 Před 2 lety +1

    Khogen dar tukari geet aoditio.
    Thanks for new task

  • @akhilburagohain381
    @akhilburagohain381 Před 2 lety +3

    Krishna Krishna Krishna

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 Před 2 lety +1

    Maayaa bazaar hasaakee andhkaar.krisna krisna krisna...

  • @garimagogoi2647
    @garimagogoi2647 Před 2 lety +6

    দেহ মন‌জুৰোৱা টোকাৰী ‌গীত‌।

  • @binoygogoi3999
    @binoygogoi3999 Před 2 lety +1

    Very very nice song

  • @jitendeka5390
    @jitendeka5390 Před rokem +1

    Fine

  • @tburagohain5627
    @tburagohain5627 Před rokem

    GOD BLESS. YOU WITH HIS ALMIGHTY LOVES LONG LIFE

  • @bidyuthazarika2601
    @bidyuthazarika2601 Před 2 lety +3

    🙏🙏🙏

  • @pradipkalita6363
    @pradipkalita6363 Před 6 měsíci

    Aponar geet bor xunder , eai bahir xobddatu Kom hole bhal hoi ,

  • @labanyagogoi5728
    @labanyagogoi5728 Před 2 lety +4

    বৰ ভাল লাগিল ককাইদেউ ।ভগৱন্তই কুশলে মঙ্গলে ৰাখক সমাজলৈ নাম দান দি আমাক কৃতাৰ্থ কৰিব 

  • @minakshipoddar4569
    @minakshipoddar4569 Před 2 lety +1

    Like this song

  • @ranjugogoi4117
    @ranjugogoi4117 Před 2 lety +1

    Most welcome .This type of realizes we have need more for better future

  • @bhrigumonichetia694
    @bhrigumonichetia694 Před 2 lety +1

    Bohu dinor pora bisari asilu.

  • @bhaskarbordoloi7660
    @bhaskarbordoloi7660 Před rokem +1

    🙏🥰🥰🥰🥰 লক্ষী পূজা বুলি হুনিলো 🙏 2022

  • @pransubora1027
    @pransubora1027 Před 2 lety +1

    👏👏👏👏👏

  • @user-ht5yi4lk9r
    @user-ht5yi4lk9r Před 2 lety +3

    গগৈ বাপ আপোনাৰ গীতে মন মুহিপেলাই সচাই বহুত সুন্দৰ👌🙏

  • @pranjoldutta7038
    @pranjoldutta7038 Před 2 lety +6

    সচাঁকৈ গগৈ বাপ ‌ৰ কণ্ঠ ইমাণেই সুন্দৰ হৈছে ❤️এখেতৰ দৰে আন এজন কণ্ঠকাৰ নাই 👍 বৰ সুন্দৰ 👍👍🙏🏿 কৃষ্ণ 🙏🏿🙏🏿

  • @dhniramdhadumia1398
    @dhniramdhadumia1398 Před 2 lety +1

    Krishna , bohut bhal geet. Moi hou hoi thakute huna ai geetti atiaw monot aase 👍👍👍👍👍

  • @prasantasonowal3230
    @prasantasonowal3230 Před 2 lety +8

    ইমান সুন্দৰ সূৰ।ভাষাৰে বুজাব নোৱাৰি

  • @user-jn2ws2ub1p
    @user-jn2ws2ub1p Před 7 měsíci

    Val lagil

  • @user-jn2ws2ub1p
    @user-jn2ws2ub1p Před 7 měsíci

    Val lagil

  • @user-jn2ws2ub1p
    @user-jn2ws2ub1p Před 7 měsíci +1

    Val lagil