দিহানাম প্ৰতিযোগিতা এই দলটিক বিচাৰকে কিয় পুনৰ নাম গাব লৈ কলে ! প্ৰতিযোগী গৰাকী খং কিয় উঠিল !
Vložit
- čas přidán 24. 05. 2024
- ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ,শৈৱ মহাসংঘ শক্তি সমিতি অসম আৰু জয়া দলং মহিলা সমাজৰ সহযোগত ,শিৱসাগৰৰ সূৰুযমুখী শিল্পী সমাজৰ উদ্যেগত শিৱসাগৰ জিলাৰ শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰত অনুষ্ঠিত হৈ থকা সদৌ অসম মহিলা দিহানাম প্ৰতি্যোগিতাৰ আজি প্ৰথম দিনৰ কাৰ্য্যসূচীৰ ,,,,দিহানাম প্ৰতিযোগিতা,,,
- Zábava
দল পতি গৰাকীলৈ সেৱা ধৰিলো ।ভাষা নাই ইমান সুন্দৰ কণ্ঠ ।
আই গৰাকীৰ সুস্বাঠ্য কামনা কৰিলো ।
এই বয়সতো নামতি গৰাকীৰ নামৰ প্ৰতি থকা হেঁপাহ দেখি বৰ আপ্লুত হলো, তেখেতৰ মঙ্গল কামনা কৰিলো,
সুন্দৰ৷ আই সকললৈ বহুত বহুত শভকামনা জনালোঁ৷🙏🙏
আই গৰাকী লৈ বহুত বহুত ধন্যবাদ থাকিল ।
Namoti aai aapunaak hewa dhorisu.Bor dhunia kontho aapuner.Aapuni naam hridoyor pora gaise.krishna aai bor dhunia house.
অতি সুন্দৰ 🙏🙏
Val lagil 🙏🙏🙏
Nice aita bohur vhal lagil
সুন্দৰ
Mojja
কৃষ্ণ 🙏🙏
Aai gramkir proti sordha voktit ojanite Mur dur khai goise , uhh ki xundor kontha ,
❤❤
Aai gorakik hewa jonalu
তাহান্ত বিনাহি নাহি নাহি নাহি এইদৰে নহয় অ মাত্ , নাই নাই নাই হে হব লাগে
নামতি গৰাকীৰ সমান কিন্তু তেখেতৰ দলটোৰ পালি সকলৰ হেই সহযোগিতা দেখা নাপালোঁ
❤❤❤
Namoti goraki a emn ksto krise baki Pali hokoleu okmnu ksto kra hle hunible ruu Val lgil htn
Goromor dhiyan rakhok.......vogobanok maniboo lage kintu poristriti saboo lage....vogobanok gosor tolor poraou maniboo pari.....
Ai gorakir husathoyo kamona korilu❤❤❤❤
🙏🙏🙏🙏🙏
🙏🙏🙏🙏
অতি সুন্দৰ বহুত বহুত ভাল লাগিল আগ বাঢ়ি যাওঁক সকলো আই লৈ ভক্তি ভৰা সেৱা জনালোঁ 🙏