বিচাৰকক উভতি ধৰিলে প্ৰতিযোগীয়ে।উজনি অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা।বাকচু কোচ গাওঁ,ধিতাইপুখুৰী
Vložit
- čas přidán 20. 01. 2024
- বিচাৰকক উভতি ধৰিলে প্ৰতিযোগীয়ে।উজনি অসম ভিত্তিত মহিলা দিহানাম প্ৰতিযোগিতা।বাকচু কোচ গাওঁ,ধিতাইপুখুৰী,শিৱসাগৰ ॥ টিয়ক ৰজাবাৰী মহিলা দিহানাম দল ॥ ধন্যবাদ 🙏🙏
#দিহানাম #দিহানামপ্ৰতিযোগিতা #dihanam #dihanaam #assamesemusic #assamesedihanam #assamesedihanaam #sankarguru #sankardev #sankarsankarlovers - Hudba
বহুত ভাল হৈছে
প্ৰথম স্থান পাব লাগে।
কৃষ্ণ নামৰ মহিমা অপাৰ।
কণ্ঠ সুন্দৰ অকৃত্তিম , নিজক পাহৰি গাইছে। সুন্দৰ।
Bohut dhunia
সুন্দৰ৷ আই কেইগৰাকীলৈ শোভকামনা জনালোঁ৷🙏🙏
বঢ়িয়া।আই গৰাকী সৱলৈ শুভেচ্ছা তথা অভিনন্দন জনালো।অনিন্দ সুন্দৰ হৈছে। আয়ুসত বিঘিনী শূন্য হওক।জয় গুৰু শংঙ্কৰ।
বহুত ধুনীয়া হৈছে কৃষ্ণ হে বোলিচো🙏
বিচাৰকৰ মুখত feelings -feelings.😊 কৃষ্ণ 🙏
❤❤❤❤❤!!!কি কম আৰু???অতি সুন্দৰতকৈ ,,,, সুন্দৰ,,,,ভক্তি লাগে ❤❤❤❤❤ বিচাৰকে বেছি English শব্দ প্ৰয়োগ নকৰিলেও হয় ❤কণ্ঠ ❤❤❤❤❤
এইগৰাকী সঁচাই অতুলনীয়। সুন্দৰ কণ্ঠ
বৰ ধুনিয়া নাম বাহঁ
00000000000
000
সুব সুন্দৰ নিদৰ্শন দেখিবলৈ ভাল লাগিল 🙏🙏 কৃষ্ণ কৃষ্ণ প্ৰভূ
বহুত সুন্দৰ হৈছে নাম বাহিৰেও বেলেগ একো নাই।🙏🙏🙏
Krisna krisna good very good
Bor hundor namoti dai ....val lagil bohut samrt hoi dai..krishna krishna
কৃষ্ণ কৃষ্ণ
সুন্দৰ,শ্ৰূৰ্ত মধু,মনোৰম!
Val lagil hosai
ভক্তি ৰ ৰস বৈ গৈছে প্ৰকিত দিহানাম
আই গৰাকীৰ কণ্ঠ সঁচাই মন ভাল লগালে। আই গৰাকী আৰু আগবাঢ়ি যাবলৈ ভগৱন্তই সদায় এনেকৈ কৃপা কৰি যাওক।
Probhu Krishna , bhale lagil.
Hundor hoisa🙏🙏🙏
কৃষ্ণ কৃষ্ণ আই 🙏🙏🙏🙏
Krishna krishna .kija sundar kantha .
Ay maty ❤ krishan
Very smart leady,বহুত বহুত ভাল হৈছে।দলনেত্রীয়ে উলাহত নাম দিলেহে বাকীসকলে মানে দোহাৰত থকাসকলে নামষাৰ মনোগ্রাহীকৈ গাব পাৰিব।আগলৈ আৰু আশা কৰিলোঁ.........।
🙏 🙏 🙏
Hundar hoise
Bhut bhut val lagil
❤❤❤ Jay Shree Krishna ❤❤❤
Bahut bhal hoise.
bahut val haise...❤❤❤
Krisna krisna hori
Bhut dhuniya hoise. Ki hundor hur apunar.
আইটা বৰ ভাল লাগিল🙏🙏🙏 কৃষ্ণ কৃষ্ণ
কৃষ্ণ (নামেহে সংসাৰ কৰিবে নিস্তাৰ)(নাম বিনে আৰ আন নাহিকে সাৰ)কৃষ্ণ 🙏🙏🙏
Krishna hundor aai hokal🙏
ধুনীয়া
ভক্তি আগত একো নাই🙏🙏🙏🙏🙏🙏🙏🙏🙏
কিযে সুন্দৰ কন্ঠ 🙏🙏
Krishna, Krishna, Krishna, Krishna, ❤❤❤❤❤❤❤❤
Nomoskar Jai shree Ram
Maa neribo, anekoi ligi thakok.
Krishna krishna 🙏🏻🙏🏻🙏🏻
Krishna Krishna 🌺🌺🙏🙏🙏
Superb
অতি সুন্দৰ ।
Bahut bahut val haise.Teolokar mangal kamana karilo
❤❤dhunia kontha
কৃষ্ণ কৃষ্ণ কৃপাৰ কৰা 🙏🙏🙏🙏
সুন্দৰ কৃষ্ণ
Bahut Sundar
Krishna Aie goraki krishna. Aponar antoror Sosa vakti ase krishna krishna
❤সুন্দৰ
আই গৰাকীক লগ পাবৰ মন যায়
Oti monpran jopi geet to gaise
Bhut dhuniya edit krise Dai aibur Kam krib arok Dai dada
Sari hunder aai krishna.Aai gorakir kontho,sari nijok naamot bilin kori dis manibo lagibo.Aai aaguwai jawk krishna.
Very Nice 👍
সচাঁ কথাখিনি কৈ দিচে দেহি। নিভেজাল অন্তৰৰ গীতৰ মহিমা,পুৰস্কাৰে শেষ বিচাৰ নহয়🙏
Anakuwa nam guwa mahila dakha nai bahut dhuniya haisa
Krishna
কৃষ্ণ কৃষ্ণ ভাল লাগিল
Nice..Nice
Hundra konth
Very nice
ভালে কৰিলে ধন্যবাদ আইগৰাকি
VERY2 nice❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
🙏🙏
আই গৰাকী কি কম আৰু !
কৃষ্ণ 🙏🙏🙏🙏 আই গৰাকীৰ লগতে সকলো আইলৈ প্ৰণাম জনালোঁ ।
Bicharoker , je " Feelings" buli koise Buji poya nai Aai joniye
Nor val lagil
এটা কথা বোধগম্য নহ'ল,, হৰি নামৰ মহামহিম বিচাৰক মহোদয়ে অসমীয়া শব্দ প্ৰয়োগেৰে আই গৰাকীৰ সৈতে কথোপকথন কৰাত কিবা অসুবিধা পাইছিল? নে উপযুক্ত অসমীয়া শব্দ জ্ঞানৰ অভাৱ? নে কবলৈ লাজ পাইছিল???
Mattu val
Aii gorakie bisarokotkoi vongima valhe hbo kijani
😢
Judge ye feelings dekha paise 😅😅
ইয়াতকৈ ভাল আৰু নহব নেকি?
ধন্যবাদ
থিক আচে কৃষ্ণ কৃষ্ণ সুন্দৰ
মূৰৰ চুলিৰ সমান আয়ুশ হক
Aai goraki kontha xundor ,
বিচাৰক?😂😂😂😂😂!
Gyutcicouxjd
কৃষ্ণ কৃষ্ণ
🙏🙏