Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
সোণ জনি ইমান সুন্দৰ হৈছে তোমাক লৈ দিহা নাম ভাগী। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো তোমাক ভগৱানে আৰু আগুৱাই যোৱাত শুমতি দিয়ক।
বৰ ভাল লাগিছে ।আই গৰাকীৰ চেষ্টাক প্ৰণাম জনাইছো কনমানি জনীয়ে আট ধৰি অনুষ্টানতো আৰু সুন্দৰ কৰি তুলিছে ।কণামানি জনীলৈ বহুত বেছি আৰ্শীবাদ থাকিল ।মাতৃৰ পিতৃৰ আদৰ্শ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ।
অমিয়া বাইদেউ ধন্যবাদ।🙏🙏
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤❤❤❤কৃষ্ণ
জয় গুৰু শংকৰ 🙏 অনুষ্ঠানটিত উপস্থিত থাকিব পাই মনতো বহুত ভাল লাগিল🙏
নিজেও অংশগ্ৰহণ কৰিছিলোঁ , ভাল লাগিল 🙏
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏বহুত সুন্দৰ লাগিল ❤ অংশগ্ৰহণ কৰিলো।
কৃষ্ণ কৃষ্ণ ৰাম ৰাম ।। সেৱা হে ধৰিলোঁ ।।
অমিয়া বাইদেউ আৰু ভন্টি গৰাকীয়ে বহুত সুন্দৰ এটা পদক্ষেপ লৈছে আইসকলক এনেদৰে প্ৰশিক্ষণ দিছে তাৰ বাবে নমস্কাৰ জনাইছোঁ । কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ মোৰ এই ভাগ নাম বহুত ভাল লাগে,গায়কী আই গৰাকীলৈ প্ৰণাম জনালোঁ
বাইদেউ আগুৱাই যাওক।
কৃষ্ণ কৃষ্ণ আই সকললৈ আৰু লগতে উঠি অহা আমাৰ দেশৰ ধৰণী স্বৰূপ শিশু আই কেইগৰাকীলৈ সেৱা নিবেদিছোঁ,, ভগবানে কৃপা কৰক আপোনালোকৰ
🙏🙏🙏কৃষ্ণ কৃষ্ণ অংশগ্ৰহণ কৰি বৰ ভাল লাগিল🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏আই বাপ। কৃষ্ণ🙏
Krishna krishna bhut val video sai🙏🙏🙏🙏🌷
Baideor axamia sangaskritik loi kara karma rajik bahu bar pranam aru ajashra shardha jasilu weare proud of you.🎉🎉🎉.
Dhoinabad Amiya Baidew.hundor padokhep
🙏🙏🙏আই বাপ সকল খুব সুন্দৰ হৈছে । কিন্তু এটা কথা কও বেয়া নেপাব মাজতে এগৰাকী আইয়ে চুলি মেলি আছিল বাবে দেখিবলৈ অলপ বেয়া দেখাইছে ।
কৃষ্ণ, অতি সুন্দৰ
Joi Krishna 🙏🙏🙏
কৃষ্ণ,অনুষ্ঠান ভাগি বহুত সুন্দৰ হৈছে 🙏🙏🙏
কৃষ্ণ কৃষ্ণ। অভিভূত হ'লো আই। প্ৰিঞ্চিপ্ৰিয়া আইদেউৰ নাম শুনি ডাকৰ বচন এফাকি ক'বৰ মন গ'ল --মাক চাইহে জীয়েক। মোৰ ঘৰ বাগছা জিলাৰ আনন্দ বজাৰত। আপোনাৰ প্ৰতিটো ভিডিও চাই থাকো। আমাৰ ওচৰত সৰুপেটা নাইবা বৰপেটাৰোডত এবাৰ প্ৰশিক্ষণ দিলে বৰ ভাল পালো হেঁতেন বাইদেউ। 🙏🙏
এই অনুষ্ঠানত মোৰ বাক দেখা পাই বহুত ভাল লাগিল ❤❤❤
অতি সুন্দৰ পদক্ষেপ। কৃষ্ণ
কৃষ্ণ কৃষ্ণ আই বাপ সকল 🙏🙏🙏
বহুত বহুত ভাল লাগিল বাইদেউ।
Krishna Krishna🙏🙏
Excellent
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ হৈছে
Jai Sri Krishna.
কৃষ্ণ 🙏🙏🙏 কৃষ্ণ
কৃষ্ণ কৃষ্ণ, কৃষ্ণ।
Krishna ❤❤❤❤
কৃষ্ণ কৃষ্ণ
Krishna Krishna aai sakal 🙏🙏🙏🙏
ধন্যবাদ আমিয়া বাইদেউ
Krishna krishna
কৃষ্ণ কৃষ্ণ বাপ আই সমস্ত অতি সুন্দর
Nice song
🙏🙏
❤
Krishna Krishna Ram Ram 🙏🙏🙏
❤❤❤❤
❤❤❤❤❤❤❤❤
দ্বিতীয় মাজুলী শিৱসাগৰ হল
Krishna 🙏🙏🙏
Krishna
🙏🙏🙏🙏🙏
Sundar padkhap Krishna krisn
Krishna Krishna 🎉
Krishna Krishna aimatri amar hatakuti pranipat janalu .
কৃষ্ণ আমিও গৈছিলো এইঅনুষ্ঠানলৈ
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ❤
Krishna Krishna Krishna
Krishna Krishna Krishna saklu aie loye shway nebadulu krishna Joy guru Shankar madhabdab krishna
🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼❤❤❤❤
🙏🙏🙏
কৃষ্ণ 🙏🏼🙏🏼
Amiu ketiaba korobat ei nivaj nam vagi poribekhon koribo parim ne aaigoraki
কত আছে তোৰ হৰি দে দেখুৱাই ।কত আছে তোৰ হৰি দিয়া দেখুৱাই হ'ব লাগে নেকি।
Krishna, Krishna, ai, baap, khamasta,, joy, guru, khangkar,
Jabole nepalu
Krishna🤖
Ki record record hoine world record ne?
সোণ জনি ইমান সুন্দৰ হৈছে তোমাক লৈ দিহা নাম ভাগী। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো তোমাক ভগৱানে আৰু আগুৱাই যোৱাত শুমতি দিয়ক।
বৰ ভাল লাগিছে ।আই গৰাকীৰ চেষ্টাক প্ৰণাম জনাইছো কনমানি জনীয়ে আট ধৰি অনুষ্টানতো আৰু সুন্দৰ কৰি তুলিছে ।কণামানি জনীলৈ বহুত বেছি আৰ্শীবাদ থাকিল ।মাতৃৰ পিতৃৰ আদৰ্শ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে ।
অমিয়া বাইদেউ ধন্যবাদ।🙏🙏
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ❤❤❤❤কৃষ্ণ
জয় গুৰু শংকৰ 🙏 অনুষ্ঠানটিত উপস্থিত থাকিব পাই মনতো বহুত ভাল লাগিল🙏
নিজেও অংশগ্ৰহণ কৰিছিলোঁ , ভাল লাগিল 🙏
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ 🙏🙏🙏
বহুত সুন্দৰ লাগিল ❤ অংশগ্ৰহণ কৰিলো।