দিহানাম প্ৰতিযোগিতাৰ মঞ্চত বিচাৰকৰ লগত এয়া কি হল | শিৰোমণি দিহানাম দলে বিচাৰক কি কলে ?

Sdílet
Vložit
  • čas přidán 23. 03. 2024
  • দিহানাম প্ৰতিযোগিতাৰ মঞ্চত বিচাৰকৰ লগত এয়া কি হল | শিৰোমণি দিহানাম দলে বিচাৰক কি কলে ?
  • Zábava

Komentáře • 17

  • @bikashsaikia7912
    @bikashsaikia7912 Před 3 měsíci +6

    এইকেইজন বিচাৰকৰ কোনো দুখ নায় শুদ্ধ বিচাৰ কৰিছে আগতে বিচাৰকেকোৱা কথা কিছুমানহে আলোচনা কৰিছো আজিকালি দিহানামত বিচাৰক বিলাকে সেই আসনখন পোৱাৰ পাছত প্ৰধানমন্ত্ৰীৰ আসন খন পালো বুলি ভাবে নেকি জানো

  • @chandanbhuyan5174
    @chandanbhuyan5174 Před 3 měsíci +6

    আৰু পাত সংস্কৃতিৰ প্ৰতিযোগিতা সকলো ভাওনা হওক দিহানাম হওক নাইবা বিহুয়েই হ ওক প্ৰতিযোগিতাই শেষ কৰা নাইনে । বাহিৰৰ সংস্কৃতিত কিবা প্ৰতিযোগিতা দেখিছেনে ক'ত দেখিব নাই দেখা আৰু নেদেখেও । প্ৰতিযোগিতা নাপাতে তেওলোকে কিন্তু সংস্কৃতিক লৈ সিহতি আমাতকৈ বেছি সংবেদনশীল ।

  • @surabhi12
    @surabhi12 Před 2 dny

    2 number jon ..oja bojai buli janu kintu dihanam

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Před 3 měsíci +4

    দিহা নামৰ সংবিধান এখন হ'ব লাগে। নহ'লে বিচাৰকে শেষ কৰি দিব। এটা সিদ্ধান্তত উপনিত হ'ব নোৱাৰে ।

  • @monuromhatimuria338
    @monuromhatimuria338 Před 3 měsíci +2

    Krishna Krishna bisarokar pokhikhon hoba lage

  • @bontidutta8005
    @bontidutta8005 Před 3 měsíci +1

    বিচাৰকৰ নীতি নিয়ম একে হ'ব লাগে। ভিন্ন বিচাৰকৰ ভিন্ন মতত আমি পাক খাই গলো। এৰিলোঁ হে আৰু।

  • @krishnakakaty2624
    @krishnakakaty2624 Před 3 měsíci +1

    Krishna. Krishna. Val. Lagil. Aji. Kali. Xokolu. Tokaor. Khel. Xokolu. Guru. Hol. Xisso. Nai. Krishna. Krishna

  • @tridipnath7618
    @tridipnath7618 Před 3 měsíci +5

    সকলো বিচাৰকৰ সিদ্ধান্ত একমত হ'লে ভাল হয় কৃষ্ণ 🙏

  • @Queensminivlog570
    @Queensminivlog570 Před 3 měsíci +1

    😮😮

  • @namitasharma1225
    @namitasharma1225 Před 3 měsíci

    বিচাৰকসকলেও প্ৰশিক্ষণ লোৱাটো অতিকৈ জৰুৰী কিয়নো ন বিচাৰকৰ ন ন বিচাৰ প্ৰক্ৰিয়াৰ ফলত প্ৰতিযোগিসল বিমোৰত পৰিব লগীয়া হয়

  • @nirjurajgogoi319
    @nirjurajgogoi319 Před 3 měsíci

    আচলতে নামত প্ৰতিযোগিতা হ'বলৈ নালাগে বুলি ভাবোঁ।

  • @ranojneog
    @ranojneog Před 3 měsíci +1

    নেগেৰা গুৰু ঘাত আছে

  • @rebasaikia7452
    @rebasaikia7452 Před 3 měsíci

    নেগেৰা বাদ্য দিহানামৰ পৰম্পৰাগত বাদ্য নহয়,বুলি কৈ কিয় ভুল ব্যাখ্যা দিছে বাপজন

  • @madhabbora1816
    @madhabbora1816 Před měsícem

    Kar kotha hunim kar kotha bat dim matha bya hoi jai