খণ্ড ৩ || কৃষ্ণৰ মৃত্যুৰ খবৰ বসুদেৱ আৰু দৈৱকীক কোনে দিছিলগৈ || ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ || pranjit
Vložit
- čas přidán 25. 08. 2023
- প্ৰয়াত ৰুদ্ৰ নাথবাপৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান স্থান ঘাঁহি গাওঁ
ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
pranjit gogoi bhagawat path
bhagawat path
ভাগৱত পাঠ
ব্যাখ্যা
©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike
অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ ভাগৱতৰ বাখ্যা পৰা বহুতো জ্ঞান লাভ কৰিছো ।
কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ আপোনাৰ চৰনত শেৱাহে কৃষ্ণ
😂😅😅
কৃষ্ণ ৰাম কৃষ্ণ ৰাম
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
🙏কৃষ্ণ🙏কৃষ্ণ🙏কৃষ্ণ🙏
Good morning gogoiডাঙৰীয়া আপোনাৰএবাৰশ শুনিয়েই আজিকালি সদায় কামএৰিআপোনাৰব্যাখ্যা শুনি থাকো ৷joi sri ram ধন্যবাদ
Apunar soronot pronam provu🙏🙏
ইমান ভাল লাগিছে শুনি।কিন্তু খুব দুখো লাগিছে।কৃষ্ণ প্ৰভু🙏🙏🙏
কৃষ্ণ আপোনাৰ অমৃতময় ভাগৱত পাঠ শুনি বহু আনন্দিত হৈছো ।
Krishna 🙏 Krishna 🙏bap 🙏
Krishna 🙏 bapjon apunar vagobot path moi hodai huni thaku ...eman val lage huni ....moi katiaba khaboloike pahori janu provu..agoloiku jate anekua hundor vagobot path agobohai tar karone asa korilu ...🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম জনালো ।কৃষ্ণ
ওম নমো ভগৱতে বাসুদেৱায় 🙏🙏🙏
Krishna Krishna 🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ
Krishna Krishna pravu hewa nibedisu
কৃষ্ণ প্ৰভু
বহুতো জ্ঞান লাভ কৰিছো বোপা কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Krishna bohut,bhal,lagil
Krishna 🙏
Bap krishna krishna krishna apunar shri charan ot koti koti naman nivedisu🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
Krishna Krishna
Bahut val lagil Huni.
Share korisu
Krishna pravu 🙏
Nomoskar jonalu
Krishna krishna
আপোনাৰ ব্যাখ্যা শুনি বহুত ভাল লাগে
কৃষ্ণ বাপ
ওম নম ভাগৱতে বাসুদেৱা ❤
Krishna
ৰাম ৰাম ৰাম হৰি হৰি হৰি gogoiডাঙৰীয়াআপোনাৰ ভাগত ব্যাখ্যাই মোকonlinor priyo regularহিহ্য হৈ আছো গগৈ ডাঙৰীয়াধন্যবাদ
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🌹🌹🌹
Krishna Krishna na🙏🙏🙏
সুন্দৰ ব্যাখ্যা নজনা বোৰ জানিব পাৰিছো।
কৃষ্ণ প্ৰভু
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ বহুতে ভাল কথা পাই বাপ
Krishna Bap Aapunak Pornam 🙏🙏 Jai Guru Sankar 🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ!
কৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
🙏
❤❤🙏🙏🙏🙏
হে বাপ আপুনি অমৃত বিলাই আছে কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
Om nomha kishnia nomhh
Joy guru shankar Krishna. Krishna Bap 🙏🙏🙏🙏💛 .
❤ কৃষ্ণ কৃষ্ণ
কৃষ্ণ। মই তেজপুৰ ইন্দিৰা নগৰত আপোনাক লগ পাইছিলো। বৰ ভাল লাগে আপোনাৰ ভাগৱত পাঠ শুনি🙏🙏
Joy Krishna Joy Krishna Pranam
সাধাৰণতে বৈষ্ণৱ পন্থিসকলে কৃষ্ণকে ঈশ্বৰ বুলি মানে। অন্য পন্থাৰ ভক্তসকলে শিৱক ঈশ্বৰ বুলি মানে।বা অনান্য সকলে নিজৰ নিজৰ পথেৰে ঈশ্বৰক বিচাৰে। কিন্তু সাধাৰণতে ঈশ্বৰ প্ৰকৃততে এক শক্তি যাৰ ৰূপস্বৰূপ এক । অৰ্থাৎ বিন্দুস্বৰূপ পৰম শক্তি।যি বিতৰ্কিত নহয়। কিন্তু গুৰুজনাই দিয়া
পথেৰে আমি যাত্ৰী। কিন্তু প্ৰশ্ন হয় ঈশ্বৰৰ স্বৰূপ অংকিত কৃষ্ণ,শিৱ আৰু অন্যান্য স্বৰূপ সমুহ প্ৰকৃততে কি নো ? কৃষ্ণৰ শক্তি আছে সেই কাৰণে তেওঁ ঈশ্বৰ।শিৱৰ শক্তি আছে সেই কাৰণে তেওঁ ঈশ্বৰ।
আপুনি অধ্যয়ন কৰিছে, ব্যাখ্যা কৰে। আপোনাৰ মানসিকতাই ঈশ্বৰৰ অস্তিত্ব কি বুলি কয়নো?
জনাবচোন 🙏 কৃষ্ণ 🙏
অশ্বত্থামাৰ দেই....
👑
Apunar soronot ponipat bap apuni mohan
Krishna Krishna Sundar bap
Krishna Krishna Krishna 👃👃👃 Bap
কৃষ্ণ
Ramkeishna
Krishna Krishna prabhujona
Gagaiy bap apunar biakha khoni asu bohut val lage
Krishna pravu
জয় শ্ৰীকৃষ্ণ
Krishna.pavogna.baika.bor.Hondur🙏🙏🙏🙏
Krishna krishna krishna,
Krishna provu❤❤❤❤❤❤❤
Krishna krishna krishna baap shwa gonalu joy guru Shankar
Ashastham
Bap uttarrr grovat prakishat ahile
Krishna 🙏🙏
Krishna krishna krishna
Joy shree krishna
কৃষ্ণ কৃষ্ণ প্ৰভু ৷সুন্দৰ ব্যাখ্যা ৷
Krishna ...udhab r naam to bhagawatot
bohut ulai ..teo nu kun asil ...jodi koi diye kunubai nothoi anondo pam ... Krishna
কৃষ্ণ,উত্তৰা গৰ্ভত ব্ৰহ্মাষ্ঠ প্ৰয়োগ কৰা ব্যক্তি জন বাপজনাই দ্ৰোৰ্ণাচায্য বুল কৈছে হয় জানো।
দ্ৰোণাচাৰ্য নহয় হে বাপ অশ্বত্থামা হে আছিল ৷ ভুলতে বাজ হ’ল আপোনাৰ যে গম পাইছোঁ ।
Krishna Krishna❤
Kishan 3
❤
🙏🙏🙏
🙏🙏🙏🙏
Prvujona aitukoriba lage buly kole val lage nigetiv kole nalge
Kissna Provo
Sumitra Gogoi
Krishna Bap Aai samasta aamio Bapjanar para bahuto najana katha janilo lagate Manuhar 10 Khan Duwarr kathao buji palo Lakhman aru Balaramar kathaboro janiba pari Bapjanaloi koti Koti pranam janalo Krishna
🙏🙏🙏 khishna khishna khishna 🙏🙏🙏
বাপজন আপোনাৰ কন্ঠ এনেয়ে শুৱলা বাদ্য যন্ত্ৰ নললেও বেছিহে ভাল লাগিব বোপা
bhama asta marisil asaswasthamai
কৃষ্ণ বাপজনাৰ,চৰনত,প্ৰনিপাত,জনালো,বাপজনাক,এটা কঠা,কও়ঁ,বেয়া নাপাব,উতৰা,গ্ৰৰ্ ভʼত,পৰিক্ষীত,যেতিয়া,আছিলে,অষ্ট্ৰিয়াই,ব্ৰহ্মম্মবাণ,মাৰিলে,মইবুজি,পাইছোঅকচমাত,সকলোৱে,ভূলব্যাক্য,পয়োগ,হৈযায়,কিণ্ড্,খুদ্ৰসকলেসেইতোকেই,সচাবুলি,মানিল্ৱ
নমস্কাৰ জনালোঁ
কৃষ্ণ কৃষ্ণ বাপ
ভকতিৰ আৰমভ যদি কৰয় মাতৰ। নাশ নভৈলোৱ হয় মোক্ষৰ ভিতৰ ।
ই লেদিছ মহাপণ্ডিত চাগে কৃষ্ণৰ মৃত্যুৰ সময়ত তাতে আছিলে । সেইকাৰণে কৃষ্ণই মনে মনে ইয়াক কথাবোৰ কৈ গৈছিলে ।
ভগৱানেকিমাছ অবতাৰ লোৱা নাছিল কি মৌ মাখী জনিয়ে মৌপান নকৰিব নেকি আপোনা ভুল ভুল ধাৰনা হৈছে আোপানাৰ এনে অকল সংঘ হৈ কথা কৈছে অনাসংঘ মানুহেও একেখন ভাগৱত পাথ ৰেই আছে আপোনা দৰে জাতী ভাগ ক ৰে ভগৱানে বিছৰানাই আপুনি বিছাৰিছে আপোনাৰ অকলসংঘ বা বে
Drunasarjya ne ashathama
আপুনি কীৰ্তন ৰ সুৰত পঢ়ে নে ভাগৱত ৰ সুৰত???
আপুনি ঘোষা পুথিভঁৰাল
🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ
Ajikali kkobor diboloi goli gale policese dharibo
Durnasiaso nohi
কৃষ্ণৰ মৃত্যু হৈছিল বুলি স্বীকাৰ কৰেনে নকৰে ?
Bhagwan krishna or janmo nhoi mrityu nhoi bhagwan nirgun nirakar... bhagwan krishna janmo rati 12 bajat prakat hoi aahisil aru 125 basar lila sampann hua pisat maya rupe hi sharir tyag kare ajan shikari jugedi....
@@madhabpayeng1278 আপুনি আজিও নেজানে নিশ্চয় যে কৃষ্ণৰ অন্তিম সংস্কাৰ হৈছিল। কিন্তু তেখেতৰ কলিজা টুকুৰা অগ্নি দগ্ধ নহল। সেই ঠাইত আজিও পুজা অৰ্চন কৰা হয়।কৃষ্ণ আমাৰ পুজনীয় হয় ইয়াৰ অৰ্থ এইটোও নহয় যে অন্ধবিশ্বাসত পৰি মুল ভগৱন্তক অপমান কৰিবা কৃষ্ণ নিৰাকাৰ নহয়। সাকাৰ হয়। কৃষ্ণ নিৰ্গুণ নহয় সগুণ। কেৱল নিৰাকাৰ পৰমব্ৰহ্ম নিৰ্গুণ হয়। সত ৰজ তম তিনিগুণৰ অতীত সেই জন নিৰ্গুণ। কিন্তু পৃথিৱীত অৱতাৰ হোৱা সকলো দেৱেই সগুণ। মায়াক আশ্রয় লৈহে তেওঁ অৱতাৰ ধাৰণ কৰিছে। মুল তত্ত্বৰ পৰা আঁতৰি একাংশই গছত বগোৱা আৰম্ভ কৰিছে।
Contrak nambar kishan
Krishna🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
কৃষ্ণ বাপ, অশ্বশথমাই হে বৰ্ম অস্ত্ৰ নিক্ষেপ কৰিছিল, ভূল নধৰিব