Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
সুন্দৰ মন্তব্য! প্ৰকৃত দিহা নাম আজি নাই! কিন্তু বৰ্তমান আমাৰ নামঘৰৰ বৰসাবাহ সমূহত সৱহুৱা দিহা নাম এতিয়া ও অলপ প্ৰচলিত আছে! জয় গুৰু শঙ্কৰ 🙏🏿
খুব সুন্দৰ কথা কৈছে বৰা দেৱে ।
আজি কলা কুশলি লোক সকলক দুলীয়াজান তৈল নগৰীত দেখা পাই বৰ সুখী হৈছো আমাৰ সেৱা সবেও লব
খুব সুন্দৰ কথা কৈছে আজিকালী প্ৰকৃত দিহানাম গুৱা দল দেখা নোপোৱা হলো। যি নামঘৰতেই সুনু
খুব সুন্দৰ কথা ক'লে বড়া দেৱে বহুত ভাল লাগিল।
বহুত ভাল লাগিল৷ একেবাৰে খাতিৰ কথা কৈছে৷ তেওঁৰ কথা মানি চলা উচিত৷
Right
Anekua ktha bur jniba bht mon jai...aji bht khini ktha e xunilu ..xikilu thank you Suman da eai chennal tor babe...ru aguai jua aru anekua dharanr video di thka
বৰ ভাল লাগিল কথাখিনি শুনি।
এনে সুন্দৰ অনুষ্ঠান মাজে সময়ে হ'ব লাগে।
ভাল লাগিল।
ভিডীঅ টো চাই ভাল লাগিল 😮😮😮😮😮
সচাকৈ দাদা সেৱা জনাইছো🙏🙏🙏
বৰ ভাল কথা কৈছে আপুনি, ভাল লাগিছে শুনি।
Val lagil,best dol tur nam bhag saboloi roi asu.
Val lagil
Bor bhal lagil ..Bht kotha aji janibo parilo ..🙏🙏
Xundar kotha koise bhal lagil🙏🙏
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল
Krishna 🙏🏿 bor sundar katha.kale.Ujabap.krishna
Kotha bilak jonar babe bahut bhal lagil apunar dirghau kamona korilu thanks.
Kothabur val lagil ❤
ধন্য বাদ
Bor val lagil katha khini huni
ভাল লাগিল , নজনা কথাবোৰ জানিব পাৰিলো |
Hundar val lagil
Hundor kothaa koise
Khub dhuniya kantha. Dan Kari nampaaaribakhan karar karana Mur pariyalorhai namaskar jasilo.
প্ৰকৃত দিহানাম লুপ্ত হোৱাটো আপোনালোকৰ দৰে মহান ব্যক্তিৰেই অৰিহনা ওজা ডাঙৰীয়া মহিলাক দুখ দি লাভ নাই। তাৰোপৰি সত্ৰীয়া নৃত্য,ভোৰ তাল নৃত্য আৰু ধুলীয়া ওজা ইত্যাদি কোন সকল লোকে কৰ্মশালা পাতি শিকাই ফুৰে সেই বিষয়ে নিজৰ গাত চিকুটি চালেই গম পাব ইয়াৰ বাবে দায়ী কোন।আমি মহিলা সকলে সদায় শুদ্ধটোৰ বাবেই চিঞৰি আহিছো তাকে ক'লে কব বোল জেতুকী বাই কমিউনিষ্ট বাবে গাছেবাইছে🙏
সদা কথা কৈয়ে থাকক ।
Yh
🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
❤❤❤❤❤ Al ryt
Sundar katha koise
Hxa ktha koise sir a
Duliajanr toil nagrt mur gharar kaser jintomoni gogoik bisarkr assnt dekhi param anandit halo. Krishna
আৰু এটা কথা ভাওনা জানো মহিলাই কৰে এই কথাতো শুদ্ধ নে জনাব চোন
Guru jonae mohelak tater denote Dea nacel
Apuni sunder kotha koise
Krishna
🙏🙏🙏
গতিকে যি সকল জড়িত তেখেত সকলে এই কথাবোৰ শিকি বুজি লোৱা উচিত। কাৰণ এনেকোৱ জনা বুজা আৰু কোৱা মানুহ (আমাৰ সম্পদ) দুনাই নাপাব।🙏🙏🙏
Sumnath dada amar dinor manuh. 82. 83. Porai moi sini pau. Sumnath uja bulile Tatia hokolure sini pai🙏🙏🙏
Krishna 🙏 bhal lagil.
Probhu bohut bhal lagil kothabor honi aponar pora uro honibo mon usil amiu bohut kotha janibo mon asil aponi foonor nambarto diboson
বৰাদেৱ আপুনি একদম সঁচা কথা কৈছে। বিশ্ব ৰেকৰ্ড বিহু ত নীলা , সেউজীয়া, আৰু মুগা এই তিনিটা ৰঙৰ নাচনীৰ পোছাকৰ কিবা বৈশিষ্ট্য আছেনে.. পখিলা নচাদি নাচা ঘূৰি ²নেকি? আপুনিহে ভালকৈ বুজাই দিব পাৰিব। আপোনাৰ বক্তব্য শুনি ভাল লাগিল, ধন্যবাদ।
জুৰ পাটী সেৱা কৰিলে চাবছোন তিৰোতা গৰাকি কোন ফালে থাকে
Namor besarok kopalot telok nobojelo hatot roce
ভাল লাগিল !