Assam News: বনস্মিতা বৰগোহাঁইৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ নতুন মোৰ

Sdílet
Vložit
  • čas přidán 11. 07. 2024
  • বনস্মিতা বৰগোহাঁইৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ নতুন মোৰ। চিনাক্ত হৈছে মূল অভিযুক্ত ৰাহুল আলী। ৰাহুল আলী নামটোক লৈ সৃষ্টি হৈছিল কিছু খেলিমেলি। বহুতে অভিযোগৰ আঙুলি তুলিছিল ৰাজু ৰিয়াজলৈ। আৰক্ষীয়ে নিশ্চিত কৰিছে ৰাহুল আলীৰ পৰিচয়।
    #assamfloods #floodsassam #floods2024 #assamfloods2024
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 CZcams channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Komentáře • 57

  • @beautykonwar427
    @beautykonwar427 Před 26 dny +29

    ছোৱালী জনী বেছি হাৰামী সেই বুঢ়া আলী লগত কিয় ইমান হলিগলী

    • @himantavlog9815
      @himantavlog9815 Před 26 dny

      Suali joni harami hbo pre no doubt bt burha lgt holi goli nai.. Burhai taik kam die krne ata business relation asil... Burar dhanda he beleg asil

    • @bijukhatowal9575
      @bijukhatowal9575 Před 26 dny +3

      ঠিক কথা কৈছে । জেগাত পিৰপিৰনী হৈছিল

    • @bhaskarbordoloi9049
      @bhaskarbordoloi9049 Před 26 dny +1

      Right 👍

    • @CS-jy9ix
      @CS-jy9ix Před 25 dny

      নাৰী দেহ সৰবৰাহকাৰী, লাভ জেহাদৰ বলি। বহিৰাগত, জেহাদীৰ সদায় চফট টাৰ্গেট একাংশ ভেলেঙা, হোজা, অদূৰদৰ্শী, খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰী ছোৱালী বোৱাৰী সকল। চকু দুটা মেলি ভালকৈ পৃথিৱীখন চাবলৈ শিকা, দূৰদৰ্শী হোৱা, সহজতে পোৱা ধনৰ লোভ ত্যাগ কৰা, নহলে বহিৰাগত লোকৰ হাতত এনেকুৱা পৰিস্থিতি লৈ বলি কা বকৰা হবলৈ সাজু হৈ থাকা। সহজতে উটি ভাঁহি যোৱা বন্ধ কৰা।

  • @anjanborah-5069
    @anjanborah-5069 Před 26 dny +15

    মৃত্যুৰ পিছত ক'ব নাপায় । একো নকওঁ আৰু 🙏🙏

    • @CS-jy9ix
      @CS-jy9ix Před 25 dny +2

      সঁচা কথা কোৱাত কিহৰ ভয়। এনেকৈয়ে মৰি আছে একাংশ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰী ছোৱালী বোৱাৰী।

  • @ranadowari9260
    @ranadowari9260 Před 25 dny +7

    তাই চজ ধজ চাই সেইখন ঘৰৰ যেন নালাগে। কাউৰী হৈ বগলীৰ ছাল দিয়ে। হায় হায়

  • @sashibhatta5198
    @sashibhatta5198 Před 26 dny +5

    বহি:ৰাজ্যত কৰ্মৰত যুৱতী সকলে পোছাক-পৰিচ্ছদ, খাৱন-শোৱন সকলো ক্ষেত্ৰতে নিজেই সাৱধানে থকাটো ভাল বুলি এই প্ৰতিবেদনে প্ৰমাণ দিছে ৷ পিতৃয়ে সময় থাকোতেই বনস্মিতাক ঘৰলৈ মাতি পঠিয়াব পাৰিলেহেঁতেন ৷

  • @pranabgogoi6283
    @pranabgogoi6283 Před 26 dny +12

    Nizor dukhot morisae.

  • @CS-jy9ix
    @CS-jy9ix Před 25 dny +5

    লাভ জেহাদ, নাৰী দেহ সৰবৰাহকাৰীৰ বলি। বহিৰাগত, জেহাদীৰ সদায় চফট টাৰ্গেট ভেলেঙা হোজা অদূৰদৰ্শী খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰী ছোৱালী বোৱাৰী সকল। চকু দুটা মেলি ভালকৈ পৃথিৱীখন চাবলৈ শিকা, দূৰদৰ্শী হোৱা, সহজতে পোৱা ধনৰ লোভ ত্যাগ কৰা, নহলে বহিৰাগত লোকৰ হাতত এনেকুৱা পৰিস্থিতি লৈ বলি কা বকৰা হবলৈ সাজু হৈ থাকা। সহজতে উটি ভাঁহি যোৱা বন্ধ কৰা।

  • @Adnant732
    @Adnant732 Před 26 dny +6

    Miya sudon bisari gole enekuai hobo

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i Před 26 dny +11

    Osomia suali dekhile Muslim robo nuare dang khai Jai.😅😅😅

    • @joynalahmed3235
      @joynalahmed3235 Před 25 dny

      ৰাতি হোটেল লৈ যোৱাৰ সময়ত নাম সুধী যা যাৱ নেকি

  • @anjanborah-5069
    @anjanborah-5069 Před 26 dny +13

    সাংবাদিক জনক তেওঁৰ প্ৰচুৰ জ্ঞানৰ বাবে এটি আন্তৰ্জাতিক বঁটাৰ বাবে মনোনয়ন পঠাবৰ বাবে অনুৰোধ জনালোঁ। ভৰি দুখনৰ ফটো এখন পোৱা হ'লে 🙏🙏

  • @manojpegu4065
    @manojpegu4065 Před 25 dny +2

    চব দুই নম্বৰী...মৰাতো মৰিলেই আৰু জীয়াই থকাবোৰক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক প্ৰশাসনে।

  • @dilipsaikia2179
    @dilipsaikia2179 Před 26 dny +1

    একে বাৰে সত্য অভিভাৱকৰ নিয়ন্ত্ৰণ শূন্য

  • @nayan_2472
    @nayan_2472 Před 26 dny +5

    Sab khojuwatire vul..... khojuwati o moril manuh o morim

  • @missmystical6605
    @missmystical6605 Před 25 dny +1

    অসমৰ প্ৰতিখন জিলাতেই অনুশাসনহীন আৰু সহজলভ্য ধনৰ আশাত বিপথে যোৱা ছোৱালী আছে ।বাতৰিত উল্লেখ কৰা দৰে নিদিষ্ট এই কেইখন জিলাতেই নাই ।বাতৰি পৰিৱেশক জনে যেনেদৰে কৈছে যেন ,তেখেতে জৰিপহে চলাইছিল ।ভাল-বেয়া চৰিত্ৰ সকলো জিলাতেই পোৱা যায় ।ভাগ-ভাগ হৈ নাহে । ভৱিষ্যতে যেন সাৱধানে বিশ্লেষণ কৰিহে কথাবোৰ কয় ।

  • @lizaboruahgogoi4278
    @lizaboruahgogoi4278 Před 26 dny +3

    Bonoshmita mur school frnd asil ..akeloge pohislu class 8 to 10loike

  • @DF1111DM
    @DF1111DM Před 25 dny

    Nice Reporting....experienced Reporter....

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 24 dny +1

    ল'ৰা নাপালে আৰু। অচিন কাঠৰ থোৰা লগালে এনে অৱস্থা হবই। আমাৰ ছোৱালী বোৰনো কিয় আগ গুড়ি নভবাকৈ কিয় বিশ্বাস কৰে। নিজৰ সম্প্ৰদায়ৰ ল'ৰাক বিশ্বাস নকৰাৰ ফল এনেকুৱা হবই। এনে ধৰণৰ ঘটনা আগতেও বহুত ঘটনা ঘটিছে। তথাপিও আমাৰ ছোৱালী বোৰনো কিয় ভাৱি নাচায় বা শিক্ষা নলয়। গুৱাহাটীৰ হাৱাৰ ফল। নিজৰ শিপাক পাহৰিলে অথবা আধুনিক হ'বলৈ গৈ আমাৰ বহুতো ল'ৰা ছোৱালীৰ অৱস্থা এনেকুৱাই হয়।

  • @pranabjaibajrangbalideka959

    Guwahati ahi ple kisuman suwali kiyo janu Satfotai thake najanilu bahut dekhisu aru dekhi asu........

  • @dilipsaikia2179
    @dilipsaikia2179 Před 26 dny

    আপোনাক ধন্যবাদ

  • @daspiglets1866
    @daspiglets1866 Před 26 dny +3

    Guwahatit hostel ot thaka sowali bilakor hatot iPhone 📱 besi 🐒karontu sokolowe gom pay 😂

  • @rukminiDevi-fw9gu
    @rukminiDevi-fw9gu Před 26 dny

    Val kotha koise de

  • @basisthaacharya6590
    @basisthaacharya6590 Před 25 dny +1

    আঠুৱা চাই ভৰি মেলিব লাগে।

  • @minakshisaikia2672
    @minakshisaikia2672 Před 22 dny +3

    Anekua suali moriboi

  • @user-hr4md8gh6o
    @user-hr4md8gh6o Před 25 dny

    😮😮😮😮😮😮😮😮

  • @sirumanikachari8689
    @sirumanikachari8689 Před 26 dny +2

    Adhonikota.... Feminism

  • @ronimahammad7506
    @ronimahammad7506 Před 26 dny +3

    Etiya ahil asol kothatu loi.. Rahulr business ki najanu, kintu jodi Rahul Ali suali suply disil hotelot tenehole suali joni ki hoi????? Aybur moriboi lage..... Ghyt ahi American hoi jai upar assamr kaijoni. Kela ghoror tinere Akakh dekha pai aru guwahatit sabi

  • @palashpratim2809
    @palashpratim2809 Před 25 dny

    মোৰ মানুহৰ প্ৰতি কোনো বিশ্বাস নাই , এটাই বস্তুৰ প্ৰতি বিশ্বাস আছে , সেয়া হৈছে বীৰা ! বীৰা হৈছে বদমাছ , অসৎ মানুহক নাকি লগাব পৰা এনে এবিধ বস্তু যি অসত্য মিছা মতা মানুহক গলধনৰ নেলুত ধৰি সত্য বাহিৰ কৰে , তাতে লাগে তেওঁ নাড়ীয়েই হ‌ওক বা পুৰুষেই হ‌ওক । কাৰণ নিজৰ অস্তিত্ব, নিজক সংস্কৃতিৰ কথা পাহৰা , টকাৰ লোভত নিজৰ অস্তিত্ব পাহৰি নিজক অসৎ কামত জড়িত কৰাটো ম‌ই মুঠেও সমৰ্থন নকৰোঁ লাগে নিজে খাবলৈ নাপাই মৰি গলেও মোক নালাগে এনে জীৱন , এনে কৰ্ম কৰি জীয়াই থকা সকলক ভগবান কি আত্মাই ও নিবিচাৰে, কিয় কৰিব লাগে এনে কাম এখন কাপোৰ চিলাই কৰা দোকান কৰক নতুবা একেবাৰে নহ'লে শাক-পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰক , তাত মৰিলেও সন্মান নাযাব কিন্তু এনে কৰ্ম কৰি কি হ'ব? কেইটামান টকাৰ কাৰণে সভ্যতাটোক কোন ফালে লৈ যাব , আপোনালোকে ই চিন্তা কৰক এটা সুস্থ মগজুৰে ?!?!😮😮😮😢😢😢😢😢😢👁️🌠👽
    Final destination, oh my lord , my god.💀💀💀💀

  • @mondeepbharali9991
    @mondeepbharali9991 Před 26 dny +1

    Arunuday 1250 takak xei karone beya pai .hahe

  • @chandandutta3186
    @chandandutta3186 Před 26 dny +1

    Aponalokar kheli meli kiyo hay?

  • @djmanabassam158
    @djmanabassam158 Před 25 dny

    Rahul . Teha besi dimu red lagbo

  • @IndalulKhalong...
    @IndalulKhalong... Před 26 dny +3

    Miya aru kiman tolot najai..

    • @ronimahammad7506
      @ronimahammad7506 Před 26 dny

      Miyar setr luvt jua suali buror anekuai hobo lage,,, Tair hatot iph aru ghoror obosta nai... Renda rendy hoi aybur... aybur mori gole khomaj xhon safa hobo

  • @user-te4mb5de4w
    @user-te4mb5de4w Před 26 dny +1

    Mia mia sudurbhai ali

  • @pranabdas8724
    @pranabdas8724 Před 25 dny

    Tai ji tenekoya agote janu bad diya aro

  • @bontisarmah7541
    @bontisarmah7541 Před 26 dny

    বেচ জ্ঞানৰ ভাণ্ডাৰ আছে মুৰটোত

  • @mahadevassam683
    @mahadevassam683 Před 26 dny +1

    Guliyabo lge

  • @bornalihazarika8294
    @bornalihazarika8294 Před 25 dny

    Ke kom?? 😂

  • @debojitkalita8212
    @debojitkalita8212 Před 25 dny

    Guwahatit tika,gakhir uluai pindha kaijine nijoke Mia Khalifa buli intro d ha besi happy hoi..haikaijni western hbo goi ghonsirika nisina jopiai furibgoi lge. .Kam krbo mon nai dhanda baji aiblk..