ৰাম,ৰাম ৰঘুনন্দন-নীলমণি গোস্বামীৰ কণ্ঠত|বৰসবাহৰ বৰ দিহানাম| Ram Raghunandan|Nilamoni Goshami|Dihanam
Vložit
- čas přidán 13. 12. 2022
- আউনীআটী সত্ৰ ,উত্তৰ গুৱাহাটীত অনুষ্ঠিত হোৱা নামঘৰ সমাৰোহত দিখৌমুখ পুনিয়া সত্ৰৰ গোঁসাই নীলমণি গোস্বামী আৰু তেখেতৰ সংগীবৃন্দই পৰিবেশন কৰা বৰসবাহৰ বৰ দিহানাম ভাগ আপোনালোকলৈ আগবঢ়াই দিলো, কৃষ্ণ🙏🙏🙏
সমূহ শিল্পীবৃন্দলৈ আমাৰ সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অফুৰন্ত মৰম আৰু শুভাশীষ জ্ঞাপন কৰিছো🙏💖🙏
#BorDihanam#SumitSaikia_Official - Hudba
উহ ,কি কম ,ভাষা নাই। কৃষ্ণ 🙏🙏
বৰ সুন্দৰ লাগিল। আজিকালি এনে দিহা কমেছে দেখিবলৈ পোৱা যায়। কৃষ্ণ 🙏
প্রভূ জনাৰ কন্ঠত বৰ ভাল লাগিল
কৃষ্ণ🙏🙏🙏ধন্যবাদ
ইমান সুন্দৰ, প্ৰভু জনালৈ বহুত বহুত ধন্যবাদ, কৃষ্ণ কৃষ্ণ 🙏🙏🙏
🙏
কৃষ্ণ
Ram ram
Hundor
ধন্যবাদ
ৰাম ৰাম।
এয়াহে দিহানাম।বৰ সুন্দৰ লাগিল।আন্তৰিক ধন্যবাদ জনালোঁ।
ধন্যবাদ
এয়াই প্ৰকৃত দিহানাম 🙏🏿 কৃষ্ণ 🙏🏿
কৃষ্ণ🙏🙏🙏ধন্যবাদ
😊p
Krishna 🙏🙏🙏
নিলমনিদা বহুত সুন্দৰ হৈছে আগুৱাই জক তাকে কামনা কৰিলোঁ।
ধন্যবাদ
Moja hoisa
ধন্যবাদ
নীলমনি দা 🙏🙏🙏
নিখুঁত পৰিবেশন, সুন্দৰ । কৃষ্ণ
Nices dada
Tulona bihin. Namaskar
.
ৰাম ৰাম ৰাম🙏🙏🙏 জয়🙏
অতি সুন্দৰ কৃষ্ণ
ধন্যবাদ
বৰ সুন্দৰ লাগিল
সুন্দৰ এক দিহানাম দেখিলো
ধন্যবাদ
সুন্দৰ 🙏
ধন্যবাদ
Bor sundor
ধন্যবাদ
অতি সুন্দৰ পৰিৱেশন। আপ্লুত হ'লো। কৃষ্ণ 🙏🙏🙏
ধন্যবাদ
❤❤❤❤ সুন্দৰ প্ৰদৰ্শন কৃষ্ণ
Val lagil
ধন্যবাদ
Hundor hoise🙏
ধন্যবাদ
Dhuniya lagise krishna
ধন্যবাদ
Dikhowmukh r moram ♥️♥️🙏🙏
কৃষ্ণ🙏🙏🙏
Probhu bor hundor enekua diha aru dibo
কৃষ্ণ🙏🙏🙏ধন্যবাদ
ইমান ধুনীয়া হৈছে নীলমণি দা
কৃষ্ণ 🙏 সুন্দৰ
ধন্যবাদ
Hundar dihanam.
ধন্যবাদ
ramo ram kisna 🙏🙏🙏 hori bul
কৃষ্ণ🙏🙏🙏
বৰ সুন্দৰ হৈছে । পদ ফাকিৰ pdfদিব নেকী
বৰ সুন্দৰ হৈছে প্ৰভু আমি শুভেচ্ছা জনাইছো ।
Krishna Krishna Bor Val lagil huni
ধন্যবাদ
অতি সুন্দৰ অনুস্থান 🙏 কৃষ্ণ
ধন্যবাদ
Hundor hoise
ধন্যবাদ
অতি প্ৰসংশনীয় ৷
hundor
ধন্যবাদ
বহুত ভাল লাগিল বৰ দিহাভাঘি
ধন্যবাদ
বৰ সুন্দৰ পৰিবেশন ,ভাল লাগিল ।
ধন্যবাদ
Oti hundar....
ধন্যবাদ
সুন্দৰ পৰিৱেশন । কৃষ্ণ কৃষ্ণ 🙏🏻
ধন্যবাদ
@@sumitsaikiaofficial2991 সুন্দৰ পৰিৱেশন। কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্ব কৃষ্ণ।
গোসাঁই ঈশ্বৰৰ নাম বৰ সুন্দৰ লাগিল।
কৃষ্ণ🙏🙏🙏ধন্যবাদ
সুন্দৰ প্ৰভু 🙏🙏🙏
কৃষ্ণ🙏🙏🙏
দিহানাম ভাগ শুনি বৰ ভাল লাগিল ।
ধন্যবাদ
Krishna ❤️
Nice🙏🙏🙏
Thankyou
কৃষ্ণ প্ৰভু বৰ সুন্দৰ হৈছে।
ধন্যবাদ
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 বৰ সুন্দৰ পৰিবেশন👌👌👌👌
ধন্যবাদ
♥️♥️♥️
খুৰা ভাল লাগিল।
ধন্যবাদ
Krishna Ram🙏
🙏
Jay Sri Ram ❤❤
🙏
আপোনাৰ নাম শোনি বহুত ভাল পালো
ধন্যবাদ
Joi seeri ram
ৰাম ৰাম
সুন্দৰ পৰিবেশন।
ধন্যবাদ
🙏🙏🙏
আপ্লুত হলোঁ।
নাম ষাৰ সৰুৰে পৰাই শুনিছোঁ, কিন্তু প্ৰভুজনাৰ কণ্ঠত সুকীয়া সোৱাদ পালোঁ✨
কৃষ্ণ🙏🙏🙏ধন্যবাদ
সঁচাকৈ বৰ ভাল লাগিল 👏❤️
ধন্যবাদ
❤😂🎉😢
Probhu bor hundar hoise Bohut bhal lagil
ধন্যবাদ
অভিনয় সহিতে নাম শুনি আপ্লুত হলো।
ধন্যবাদ
সদায় শুনো ,তথাপি হেপাহ নপলায়।
ধন্যবাদ
কৃষ্ণ কৃষ্ণ প্ৰভু বৰ ভাল লাগিল।
কৃষ্ণ🙏🙏🙏ধন্যবাদ
বৰ সুন্দৰ পৰিবেশন । প্ৰকৃত দিহানাম এয়া ।
বৰ সুন্দৰ পৰিবেশন
Sumitda aapunar babei aaji bor dhuniya nam afaki hunibloi palu
ধন্যবাদ, মৰম দিয়াৰ বাবে💖
Hunar logote dekha u hol😅😅😅
Nice 🙏🙏🙏🙏🙏🙏🙏
Thank you
Probhu val lagil huni, eneku naam akou dibason, moi huni val pao
ধন্যবাদ
কৃষ্ণ, সুন্দৰ হৈছে প্ৰভূ
Hundar.nam.bhal.lagil
ধন্যবাদ
Mop jml
এই দিহা ই হৈছে আছল দিহা। এই দিহা নামৰ কেতিয়াও প্ৰতিযোগিতা হ'ব নালাগে কাৰণ এয়া সম্পূৰ্ণ আধ্যাত্মিক অৰ্থাৎ প্ৰসংগিয়া নামৰ দৰে।
🙏
দেউতা বৰ ভাল লাগিল আজি কালি উঠা নাম নাইকিয়া হৈছে নতূন ঢামে পাহৰি গৈছে
kríѕhnα
Boh7tballagil
ধন্যবাদ
অন্তৰস্পৰ্শী
Atti sundar