বিপ্ৰ দামোদৰ ,আখ্যান||Kamala gogoi||Dihanam||দিহানাম||Bipra damudar ||

Sdílet
Vložit
  • čas přidán 5. 02. 2021
  • "দিহাৰত্ন" "দিহাসম্ৰাট"-কমলা গগৈৰ কণ্ঠত পুনৰবাৰ আমাৰ চেনেলৰ যোগেদি বিপ্ৰ দামোদৰ সুমধুৰ দিহানাম ভাগ ভিডিও মাধ্যমে আপোনলোকলৈ আগবঢ়াই দিলো,, সকলোৱে মৰমে আদৰি লব বুলি আশা ৰাখিলো🙏🙏🙏
    #KamalaGogoi#Dihanam#SumitSaikia_Official
  • Hudba

Komentáře • 1,1K

  • @rirupon9251
    @rirupon9251 Před rokem +14

    Deowta apunar দিহানাম huni bohtu আপ্লুত হৈ জাৱো ইমান সুন্দৰকৈ পৰিবেশন কৰিছে krishna krishna God bless you

  • @gautamsaikia6835
    @gautamsaikia6835 Před 2 lety +13

    অন্তৰ চুই গৈছে ,বহুত ভাল লাগিল।

  • @jayabaruah1801
    @jayabaruah1801 Před měsícem +2

    বহুত বহুত বেছি ধুনীয়া কণ্ঠ❤❤❤❤❤❤❤

  • @purabichiring9065
    @purabichiring9065 Před rokem +12

    নাম পৰিবেষণ অতি সুন্দৰ ৷বিপ্ৰ দামোদৰ আখ্যানটি নামৰ মাজেৰে সাৱলীল ভাৱে উপস্থাপন কৰাত শুনিলে শুনি থাকিবৰ মন গৈছে ৷

  • @khageshsumideka8588
    @khageshsumideka8588 Před 3 lety +5

    Bohut vall lagil bapp .. krishna .. krishna

  • @jharnagogoi8308
    @jharnagogoi8308 Před 2 lety +11

    ইমান সুন্দৰভাৱে ব্যাখ্যা কৰিছে শুনি বহুত বহুত ভাললাগিল ৷
    কৃষ্ণ কৃষ্ণ

  • @kamalphukan1365
    @kamalphukan1365 Před měsícem +2

    সুন্দৰ 🙏
    জাতীয় জীৱনৰ আদৰৰ দিহা সম্ৰাটজন অসম সন্তানহৈ সুস্থ ৰূপত প্ৰচাৰ প্ৰসাৰ কৰক জাতীয় সংস্কৃতি !
    গভীৰ শ্ৰদ্ধাৰে 🙏🏻

  • @HimanshuKalita
    @HimanshuKalita Před rokem +6

    অতি সুন্দৰ প্ৰদৰ্শন প্ৰভু ভগৱন্ত আপোনাৰ শ্ৰীচৰনত এই অভাজনে সেৱা জনায়চু এই অভাজনৰ সেৱা গ্ৰহণ কৰিব 🙏

  • @nituldutta3682
    @nituldutta3682 Před rokem +8

    অতি সুন্দৰ পৰিৱেশন।

  • @lifeofalabour1689
    @lifeofalabour1689 Před 2 lety +20

    ইমান সুন্দৰ আখ্যান শুনিলে এৰিব মন নাযায় আৰু মনতো বহুত শান্তি লাগে।❤️❤️❤️

  • @nagendrabaruah8232
    @nagendrabaruah8232 Před 2 lety +9

    প্ৰভু ভগৱন্তই আপোনাক যাতে ভালে ৰাখে তাৰে কামনা কৰিলো আৰু অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছে কি কম আপ্লুত হলো। কৃষ্ণ কৃষ্ণ বাপ মোৰ সেৱা নিবেদন কৰিছো।

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Před 2 lety +2

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আপোনালোকৰ মৰম আৰ্শীবাদ যেন আমি সদায় পাওঁ,,,

  • @ramnareshsharma6246
    @ramnareshsharma6246 Před 2 lety +1

    Ati sundar bhakty sangit Verry nice🙏🙏🙏🙏🙏🙏

  • @samirandas2444
    @samirandas2444 Před 2 lety +4

    বৰ ভাল লাগিল দুয়ো জনা সখাৰ বৰ্ণনা শুনি , কৃষ্ণ-দামোদৰ,,

  • @a.nexperimenty.t306
    @a.nexperimenty.t306 Před 3 lety +7

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ বাপজনা বৰ সুন্দৰ হৈছে 🙏🙏🙏

  • @mridulkr.saikia7980
    @mridulkr.saikia7980 Před 4 měsíci +2

    সুন্দৰ হৈছে ।
    পুৱাই মনে প্ৰাণে ফৰকাল হৈ গল ।
    কৃষ্ণ বিনে নাহি আন শ্ৰেস্ঠ দেব ।

  • @minaramdas7942
    @minaramdas7942 Před rokem +4

    অতি সুন্দৰ ধৰ্ম প্ৰচাৰৰ নাম ভৰ্তি গীত গাই

  • @jinaboiragi995
    @jinaboiragi995 Před 2 lety +4

    বৰ সুন্দৰ । মনপ্ৰাণ ভৰি গল । কৃষ্ণ কৃষ্ণ প্ৰভু ।

  • @utpalsaikia1430
    @utpalsaikia1430 Před 3 lety +7

    আপোনাৰ দিহা নাম শুনি মই আপ্লুত। সুন্দৰ কৈ বুজাই দিছে শুনি ভাল লাগিল। 🙏❤🙏❤🙏

  • @kunjalatagogoi8739
    @kunjalatagogoi8739 Před 8 dny +1

    কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ ব্যাখ্যা 🙏🏻🙏🏻🙏🏻

  • @bulbulrajbongshibulbulrajb2940

    সুন্দৰ❤❤❤।কৃষ্ণ।এটা কথা কওঁ দায় দুখ নধৰিব।বাহত বগোৱা আৰু এতিয়া উপৰত এটা ৰং তলত এটা ৰং মানে পেটিকুটৰ লগত ব্লাইজৰ লগত ৰং মিলাই গীত গোৱা সকলৰ গুৰুত্ব বেছিকৈ দিয়া ধেখিচো। মাননীও কিন্ত লগত লৈ যাব নোৱাৰাকৈ দিমাণ্ড কৰে।

  • @parishmitaborahmunu5210
    @parishmitaborahmunu5210 Před 3 lety +5

    Krishna ram pravu🙏🙏🙏

  • @prabalamchi2739
    @prabalamchi2739 Před 3 lety +11

    সৌভাগ্য ,ইমান ধুনীয়া ব্যখ্যা
    হৃদয়ৰ চুই গৈছে 😭

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Před 3 lety +2

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @bhadredswarbora127
      @bhadredswarbora127 Před 2 lety

      I'm going to know the mobile no.How it is possible? I am going to arrange this program at golaghat sensual.

  • @DeepakTossa-gq3co
    @DeepakTossa-gq3co Před 10 dny +1

    কৃষ্ণ কৃষ্ণ জয় জগন্নাথ ❤❤❤❤

  • @rubigogoi5227
    @rubigogoi5227 Před rokem +6

    কৃষ্ণ🙏বৰ ভাল লাগিল🙏

  • @anantaborah1115
    @anantaborah1115 Před 7 měsíci +3

    বৰ সুন্দৰ লাগিছে,🙏🙏🙏

  • @pradipgogoi3182
    @pradipgogoi3182 Před 2 lety +8

    সুন্দৰ কণ্ঠ। বহুতো ভাল লাগিল শুনি।

  • @pukiasissiborgaonicdsproje4668

    কৃষ্ণ বাপ জনা অতি সুন্দৰ

  • @arupkonwar
    @arupkonwar Před 3 lety +22

    ইমান সুনদৰ ব্যখ্যা শুনি বৰ ভাল পালো । 👃👃👃👃

  • @gopinathtalukdar6013
    @gopinathtalukdar6013 Před 2 lety +7

    অন্তৰ চুই জোৱা অতি সুন্দৰ অন্তৰত স্থান লাভ কৰা আপোনাৰ লগতে দলৰ সদস্য তথা সমুহ নাম প্ৰেমি সকললৈ আন্তৰিক শেৱা জনালোঁ মই অধমৰ সেৱা গ্ৰহণ কৰে যেন তাৰেই কামনাৰে

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Před 2 lety

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @gopinathtalukdar6013
      @gopinathtalukdar6013 Před 2 lety

      @@sumitsaikiaofficial2991 আপোনাৰ দিৰঘায়ু কামনাৰে শ্ৰীচৰনত সেৱা থাকিল

    • @tulumoniborah764
      @tulumoniborah764 Před rokem

      @@sumitsaikiaofficial2991 . 0

  • @ranjandas1158
    @ranjandas1158 Před 2 lety +9

    ধন্য, ধন্য হলো ।অতি উত্তম ।

  • @nayansaikia5849
    @nayansaikia5849 Před 3 lety +5

    হিয়া জুৰ পৰি গল প্ৰভু।আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। "কৃষ্ণ"

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Před 3 lety

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আৰ্শীবাদ কৰিব।

  • @santanapatangiya326
    @santanapatangiya326 Před 2 lety +4

    কি সুন্দৰ বৰ্ণনা। বহুত বহুত ভাল লাগিল চাৰ।

  • @samiran4767
    @samiran4767 Před 2 lety +6

    কৃষ্ণ কৃষ্ণ বাপ।সকলো বাপ বান্ধব আৰু আই সমষ্টলৈ সেৱা জনালো 🙏🙏🙏

  • @TROLLEditz150
    @TROLLEditz150 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @rajibsarma1466
    @rajibsarma1466 Před 2 lety +1

    Bhut vl lgise krishnna 🙏🙏

  • @bhrigukalita6479
    @bhrigukalita6479 Před 3 lety +8

    Xundar dada

  • @manabdas9992
    @manabdas9992 Před 2 lety +3

    ধূনীয়া

  • @rinamahanta4241
    @rinamahanta4241 Před 2 lety +3

    সুন্দৰ হৈছে।কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @BabulDakuwa-fl6vv
    @BabulDakuwa-fl6vv Před 2 měsíci +1

    বহুত ভাল লাগিল কৃষ্ণ 👍🤳💯💕☺️🥺🌌🌠🗿🗻🤗🥰🙂🥹😔🫡😇🤠🌝🌜🌞💥✨💕💟💌💖💝💞👣🫶👏🙋💁🧍🧞🧚👼👩‍❤️‍👨🪷🌹💐🏵️🏞️❄️🌫️🪨☄️🌍🌎🌏🪐🌑🌒🌓🌔🌕🌖🌗🌘🐱🐼🐢🦄🐟🐳🦚🥭🍌🍇

  • @animadeori6493
    @animadeori6493 Před měsícem +1

    Ati xunder dihanam.🙏🙏🙏

  • @jitenmahanta9049
    @jitenmahanta9049 Před rokem +10

    অতি সুনদৰ বিপ্ৰ দামোদৰ অাখ্যানৰ নামৰ পৰিবেশটি বহ্যুত দুখ লাগে। শুনিলে শুনি থাকিবলৈ মন ্য়ায় ।

  • @madhabidohutia2747
    @madhabidohutia2747 Před 3 lety +5

    Krishna Baap 🙏🙏🙏

  • @akashgayan268
    @akashgayan268 Před 2 lety +4

    ইমান সুন্দৰ ভাল লাগিল 🙏🙏🙏

  • @bipingandhia5406
    @bipingandhia5406 Před 3 lety +7

    কৃষ্ণ 🙏 শত কোটি প্ৰণাম🙏🙏🙏🙏

  • @bijugogoi7521
    @bijugogoi7521 Před 2 lety +8

    🙏🙏🙏 Jai shree krishna 🙏🙏🙏

  • @dombarudhargogoi2917
    @dombarudhargogoi2917 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @sangitasaharia4899
    @sangitasaharia4899 Před 2 lety +1

    Bahut bahut vl lagise, hridoy sui jowa naam. Agoloi aru asha karilo

  • @pronamisaikia6635
    @pronamisaikia6635 Před 2 lety +4

    বহুত ভাল লাগিছে 🙏🙏👍😁

  • @ajitmainu4626
    @ajitmainu4626 Před 3 lety +26

    ভগৱান কৃষ্ণ আৰু তেখেতৰ বন্ধু বিপ্ৰদামোদৰ, বন্ধুত্বৰ আখ্যান বহুত সুন্দৰ বিশ্লেষণ কৰি দিলে।
    ধন্য হলো শুনি।
    এনেকৈয়ে যাতে সকলো বন্ধু বান্ধৱে পালন কৰক।
    কৃষ্ণ

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Před 2 lety +3

      কৃষ্ণ🙏🙏🙏ধন্যবাদ

    • @riyan5211
      @riyan5211 Před 2 lety +1

      😘

    • @kanakprova5524
      @kanakprova5524 Před 2 lety

      @@sumitsaikiaofficial2991 R

    • @rajanidas8834
      @rajanidas8834 Před 2 lety

      Thankyou

    • @rameshchoudhury713
      @rameshchoudhury713 Před rokem

      ঙয় আৰু দদঙদ কৰা হয় আৰু ইয়াৰ বাবে তেওঁ বিখ্যাত গায়িকা লতা এই তছৈঈদ এই নথিৰ এই অঞ্চলত বাস কৰা হৈছিল যদিও তাৰ ওওজছু আৰু দদঙদ এই অঞ্চলত অসমীয়া লিপিৰ ঊথণথঘথ এই নথিৰ এই নথিৰ এই অঞ্চলত অসমীয়া লিপিৰ স্বৰবৰ্ণৰ চতুৰ্থ আখৰ আৰু ছবি এই

  • @shivanisaikia5530
    @shivanisaikia5530 Před 2 lety +5

    It's really awesome....🤗🤗🤗♥️♥️♥️♥️♥️🤗🤗🤗🙏🙏🙏🙏🙏

  • @rirupon9251
    @rirupon9251 Před 2 lety +1

    Apunar dihanam huni eman val llagise biprodamudor r akhyan huni bohut amiud paisu ভাষাৰে প্ৰখাছ কৰিব নোৱাৰোঁ কৃষ্ণ

  • @atulkalita3030
    @atulkalita3030 Před 2 lety +2

    Very sweet dihanaam of Bipra Damudar akhyan with sweet biyakha.

    • @pulinnath8881
      @pulinnath8881 Před rokem

      অতি সুন্দৰ ।সেৱা যাছিলোঁ ।

  • @pranjaldeka2014
    @pranjaldeka2014 Před 3 lety +6

    Bhut vl lgixe

  • @anup593
    @anup593 Před 2 lety +11

    সুন্দৰ কণ্ঠ 💖,সদাই সুনো এবাৰ🙏🙏

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Před 2 lety +1

      কৃষ্ণ🙏🙏🙏ধন্যবাদ, আৰ্শীবাদ কৰিব।

  • @user-iq6yi5fc6o
    @user-iq6yi5fc6o Před 23 dny +1

    কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা দিয়া হৈছে বৰ ভাল লাগিছে

  • @debojitbhai4779
    @debojitbhai4779 Před rokem +2

    কৃষ্ণ❤ কৃষ্ণ ❤ কৃষ্ণ 🙏🙏

  • @sadistic0184
    @sadistic0184 Před 3 lety +5

    Bohot Val lagil

  • @kushalborah8605
    @kushalborah8605 Před 3 lety +6

    Val lagise❤❤

  • @user-lf1sr1ko1l
    @user-lf1sr1ko1l Před 6 měsíci +2

    কৃষ্ণ। কৃষ্ণ ,,🙏🙏🙏🙏

  • @user-wp9dt6yl9p
    @user-wp9dt6yl9p Před 4 měsíci +2

    Krishna Krishna ❤🙏🙏

  • @r.hazarika9231
    @r.hazarika9231 Před 2 lety +4

    অতি সুন্দৰ পৰিবেশন, কৃষ্ণ 🙏

  • @nabinborah3265
    @nabinborah3265 Před 3 lety +7

    Val lagil

  • @paragdas2082
    @paragdas2082 Před dnem +1

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @JunuKalita-ow7uh
    @JunuKalita-ow7uh Před rokem +1

    Bohut bohut bohut val lagesa 🙏🙏🙏

  • @pankajsaikiapankaj5827
    @pankajsaikiapankaj5827 Před 2 lety +3

    অতি সুন্দৰ মন মোহিত কৰিছে

  • @kukhesorbora7027
    @kukhesorbora7027 Před 3 lety +4

    Mojaaaa hoise

  • @bidurdekabidurdeka7268
    @bidurdekabidurdeka7268 Před 2 lety +1

    Krishna 🙏🙏🙏🙏🙏🙏 bohut dhuniya lagil khuni

  • @junakigogoi4178
    @junakigogoi4178 Před 2 lety +1

    অতি সুন্দৰ হৈচে

  • @shewaligogoi9549
    @shewaligogoi9549 Před 2 lety +5

    অতি সুন্দৰ, হৃদয় কপি গৈছে।মই এই চৰিত্ৰত মই অভিনয় কৰিছিলোঁ।

  • @bipultalukdar9594
    @bipultalukdar9594 Před 2 lety +14

    কৃষ্ণ কৃষ্ণ 🙏🙏, অতি সুন্দৰ ,এই সুন্দৰ আখ্যান শুনি সঁচাই মন প্ৰাণ ভক্তি ৰসত বিলীন হৈ গল ।

    • @sumitsaikiaofficial2991
      @sumitsaikiaofficial2991  Před 2 lety +2

      কৃষ্ণ🙏🙏🙏

    • @loknathborah8023
      @loknathborah8023 Před 2 lety

      @@sumitsaikiaofficial2991 khubsundar

    • @dhaneswarmedhi5083
      @dhaneswarmedhi5083 Před 2 lety

      @@sumitsaikiaofficial2991 ল্পক্ষণণ্ঠয়ূয়ৎছেউয়ুঙঙউৎকুৎঙঙ উৎক্ষেপণ্ষেপণঙুঙ

  • @user-to3rv9yi5t
    @user-to3rv9yi5t Před 4 měsíci +1

    Krishna Krishna ❤❤namaste 🙏

  • @bhubangogoi7026
    @bhubangogoi7026 Před 2 lety +3

    ৰাম ৰাম কৃষ্ণ কৃষ্ণ বিন্দাবনে বিপ্ৰ দামোদৰ - ওলগ জনালো প্ৰণাম --

  • @dondeswarphukan5492
    @dondeswarphukan5492 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ! বৰ সুন্দৰ প্ৰদৰ্শন

  • @vestigejlteam9047
    @vestigejlteam9047 Před 3 lety +1

    Bohut dhuniya byakhya

  • @djbanimals5510
    @djbanimals5510 Před 3 lety +6

    ৰাম কৃষ্ণ

  • @ajitboruah8358
    @ajitboruah8358 Před 3 lety +4

    ভাল লাগিল

  • @Hiten97
    @Hiten97 Před 6 měsíci +2

    Krishna krishna🙏🙏🙏

  • @bhugeswarhira5881
    @bhugeswarhira5881 Před 2 lety +2

    বহোত ভাল লাগিছে ভগৱানে দয়া কৰে জেন

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Před 2 lety +16

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @rumiduarah9435
    @rumiduarah9435 Před 2 lety +4

    Bahut Hundor hoise

  • @shirugohain7907
    @shirugohain7907 Před 3 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @BituGogoi-dr4kt
    @BituGogoi-dr4kt Před 3 měsíci +1

    Krisno krisno❤

  • @buluramdas3341
    @buluramdas3341 Před 2 lety +3

    বিপ্ৰৰ অভিনয় অতি সুন্দৰ।কৃষ্ণ

  • @pratimdutta5964
    @pratimdutta5964 Před 2 lety +4

    ৰাম নাৰায়ণ ,,,, 🌼🌼

  • @kalpanadas6707
    @kalpanadas6707 Před 2 lety +1

    Xundor, bohut bhal lagil 🙏🙏🙏

  • @user-vs3yv6qw9u
    @user-vs3yv6qw9u Před 3 měsíci +1

    Hare Krishna 👏👏❤❤

  • @manashmaster6950
    @manashmaster6950 Před 3 lety +15

    অতি সুন্দৰ 🙏🙏🙏🙏🙏

  • @anjanbeka6037
    @anjanbeka6037 Před 3 lety +19

    সুন্দৰ ,,,,,,মনমোহিত কৰিছে।।।কৃষ্ণ,,🙏

  • @chinimaibora7626
    @chinimaibora7626 Před 5 měsíci

    অতি সুন্দৰ দিহা নাম শুনি বহুত বহুত ভাল লাগিল।

  • @narayanhazarika3610
    @narayanhazarika3610 Před 3 lety +17

    Bohuuut bohuuut bohuuut vallll lagillll🙏🙏

  • @chandankumarmedhi7343
    @chandankumarmedhi7343 Před 3 lety +4

    সুন্দৰ দাদা

  • @rekhadas5058
    @rekhadas5058 Před 2 lety +1

    হে প্ৰভু চক্ষুয়ে অশ্ৰু নিগৰি গৈছে 👃👃👃

  • @lukumailekharu1022
    @lukumailekharu1022 Před rokem +1

    Eman hundor hoise. Dhaynaward.

  • @dipankarnthakuria4017
    @dipankarnthakuria4017 Před 3 lety +4

    সুন্দৰ।

  • @juntivlogs8700
    @juntivlogs8700 Před 2 lety +7

    আপোনাৰ যি অমৃতময় কণ্ঠ ! মোৰ দৰে আৰু বহু লোক মতলিয়া হৈ পৰিছে। বিশেষ কৈ আপোনাৰ যি কথোপ-কথন সুন্দৰ ভাবে প্রমাণ ভৰি আজিৰ মানুহক যি জ্ঞান দিলে তাৰ বাবে বহুত....বহুত....ধন্যবাদ জ্ঞাপন কৰিছো। 'কৃষ্ণ'

  • @bsaikia1023
    @bsaikia1023 Před 2 měsíci +1

    সুন্দৰ বাখ্যা

  • @ruhinigohain4150
    @ruhinigohain4150 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ।বৰ সুন্দৰ বৰ্ণনা দেই।

  • @rupakray2987
    @rupakray2987 Před 2 lety +11

    ৰাতিপুৱা আজিও শুনিলোঁ । ভাল লাগিল মনটো🥰

  • @mriduldas6080
    @mriduldas6080 Před 3 měsíci +1

    বহোত ভাল লাগিল

  • @biswajitray7588
    @biswajitray7588 Před 2 lety +1

    Bhal . Bahut bhal Lagise.