Komentáře •

  • @user-jm9ro7ct3k
    @user-jm9ro7ct3k Před 8 dny +1

    ভাল লাগিল কথা খিনি শুনি। কথা বুজোৱাৰ পাৰদৰ্শিতা খিনি ও ভাল লাগিল।

  • @binuramboroo7419
    @binuramboroo7419 Před 10 dny +5

    🙏🙏🙏জয় মা কামাখ্যা 🙏🙏🙏

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 Před 13 dny +9

    সুন্দৰ আৰু মনোগ্ৰাহী ব্যাখা ।

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Před 7 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @GhanashyamBhuyan-gy3ly
    @GhanashyamBhuyan-gy3ly Před 9 dny +4

    আপোনাৰ বক্তব্যত একমত হব নোৱাৰি ৷

  • @anupomborah2582
    @anupomborah2582 Před 11 dny +9

    ব্যাস দেৱ পুৰাণ লেখি মতিভ্ৰম হৈছিল৷আপুনি পঢি হৈছে৷ভাগৱত পঢ়ক৷

  • @tonmoyborah22
    @tonmoyborah22 Před 13 dny +11

    ভাল লাগিল শুনাৰ পাছত.... ভগৱান প্ৰকৃত ভক্ত আপোনাৰ দৰেই চিন্তাৰ কৰে.....
    আপোনাৰ দৰেই সকলোবোৰ যেন চিন্তাৰ কৰে..🙏🙏

  • @basantidutta8038
    @basantidutta8038 Před 12 dny +6

    ভাল‌ লাগীলে‌ কথা বোৰ ।

  • @UjjalSaukadhara
    @UjjalSaukadhara Před 3 dny

    Joi guru Sankara

  • @rabinkalita3203
    @rabinkalita3203 Před 11 dny +2

    সুন্দৰ ব্যাখ্যা

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g Před 13 dny +16

    বৰা বাপজনা কথা খিনি লগত একমত হব নোৱাৰি লো যিহেতু কথা খিনি ভাগৱত মতেৰে কোৱা ভাল আছিল কৃষ্ণ।

  • @krishnakakaty2624
    @krishnakakaty2624 Před 10 dny +2

    Krishna Krishna provu xoto kuti pronam janai su bohut bohut। Val। Lagil xundr aru agoloi ,- - - - - - - - - - - -

  • @rekhaneog1101
    @rekhaneog1101 Před 13 dny +5

    কথা খিনি জানিবলৈ পায় ভাল লাগিল ধন্যবাদ

  • @DipaliBaruah-si7fp
    @DipaliBaruah-si7fp Před 13 dny +3

    Val lagil

  • @user-hv9fy1qy7i
    @user-hv9fy1qy7i Před 11 dny +2

    কৃষ্ণ,কৃষ্ণ

  • @binitakakati1561
    @binitakakati1561 Před 8 dny

    🙏🙏🙏

  • @sanskritaboro239
    @sanskritaboro239 Před 9 dny +1

    এক কৃষ্ণ দেব করিয়োক সেব।জয় জগত গুরু শ্রী মন্ত শংকর দেব।

  • @jonmoniyom6601
    @jonmoniyom6601 Před 10 dny +1

    Apurar kotha khiniye mon2 sui gol.... Bohut val lagil...

  • @rupalimedhi9704
    @rupalimedhi9704 Před 11 dny +2

    ভাল লাগিল

  • @krishnahazarika8760
    @krishnahazarika8760 Před 12 dny +2

    Vl lagil
    Krishna 🙏

  • @bhobanikantaborsaikia5206

    Krishna Krishna Krishna kripamoy, prabhudev tumar soronot sewa aru pronam nibedisu, aporadh khama koriba.

  • @HemantaKonch-fj6of
    @HemantaKonch-fj6of Před 10 dny +2

    Krishna Krishna

  • @apurbasarmah69
    @apurbasarmah69 Před 13 dny +3

    Right kotha koisay

  • @DPffx
    @DPffx Před 12 dny +2

    বৰ ভাল পালোঁ, কৃষ্ণ

  • @DonKelar123
    @DonKelar123 Před 13 dny +3

    Jay Mata kamayakha

  • @user-ik6ky2my7y
    @user-ik6ky2my7y Před 13 dny +1

    Bohut vl lagil .

  • @dipalidutta2939
    @dipalidutta2939 Před 12 dny +1

    কথাটো সচা।ভাল লাগিল।

  • @mahendraray-jc5gj
    @mahendraray-jc5gj Před 11 dny +1

    যিয়ে যেনেকৈ ভগৱানক লাভ কৰিব বিচাৰে সিয়ে তেনেকৈ লাভ কৰে
    কোনেবাই ভগৱানক তান্ত্রিক পদ্ধতিৰ দ্বাৰ লাভ কৰিৱ বিচাৰে আৰু কোনেবাই সাত্ত্বিক পদ্ধতি দাৰা লাভ কৰিৱ বিচাৰে যিয়ে যেনেকৈ বিচাৰে তাই তেনেকৈ লাভ কৰে
    সনাতন হিন্দু ধৰ্মত যিমান দেৱ দেৱীৰ উল্লেখ পোৱা যায় সকলো দেৱ দেৱী একে কোনেও বেলেগ নহয় বেলেগ হল মানুহৰ মন
    বেলেগ হল মানুহৰ চিন্তা

  • @kusharegon8298
    @kusharegon8298 Před 11 dny +1

    কৃষ্ণ কৃষ্ণ

  • @dipamonigogoi-ni2kb
    @dipamonigogoi-ni2kb Před 12 dny +2

    Hundar byakha 🙏🙏🙏

  • @ANITARAMCHIARY-hj4en
    @ANITARAMCHIARY-hj4en Před 11 dny +2

    Krishna Hari Ram Narayan Narayan

  • @mahanpuja7915
    @mahanpuja7915 Před 13 dny +4

    Bap krishna bharatar bahirat aibilak
    Naidekhun, prithibi tu ekai ami bujiboi nusru.krishna.

  • @mondiramech899
    @mondiramech899 Před 12 dny +1

    সুন্দৰ কৃষ্ণ 🙏

  • @DipankorDihiangai-up8ru
    @DipankorDihiangai-up8ru Před 11 dny +1

    Krishna

  • @buddhaboruah3008
    @buddhaboruah3008 Před 12 dny +1

    Krishna ❤❤❤🙏🙏🙏

  • @AmitPegu-yq5fy
    @AmitPegu-yq5fy Před 10 dny +3

    বসুমতি চুৱা হ'লে মাটিৰ ওপৰত খুজ দিয়া তো কি হ'ব

  • @madhujyagogoi9721
    @madhujyagogoi9721 Před 12 dny +11

    শংকৰ, মাধৱ গুৰু জনাই আমাক যি পন্থা দেখাই গৈছে,আমি তেনেকৈ কৰা উচিত বুলি ভাবোঁ

    • @muninoza4944
      @muninoza4944 Před 9 dny

      হয় হয় আমাৰ আধাৰতোয়েই হ'ল শঙ্কৰ মাধৱৰ শাস্ত্ৰহে । আপোনাৰ কথাবোৰৰ কোনো যুক্তি নাইড় আপুনি এজন মহা তান্ত্ৰিক ধৰ্মৰ মানুহ ।

  • @biswachutia4369
    @biswachutia4369 Před 9 dny

    Hi thank and FYI we can meet at your house

  • @ritabarman44
    @ritabarman44 Před 10 dny +2

    Maniba lage

  • @mohendrasaikia4808
    @mohendrasaikia4808 Před 13 dny +10

    পণ্ডিতালি এৰি 'ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম' । নামঘৰকোটো বৈকুণ্ঠ ধামেই বোলা হয় ।

  • @anjalidas4572
    @anjalidas4572 Před 11 dny +3

    যুগ ধৰ্মক বিসৰ্জন দিলে নেকি
    আপুনি ইফালে ও কয় সিফালে ও কয় দেখুন

  • @SudiptaDas-ow5se
    @SudiptaDas-ow5se Před 12 dny +1

    I respect your philosophy

  • @bhadrahira6578
    @bhadrahira6578 Před 10 dny +1

    Right ❤

  • @jonalidevi8964
    @jonalidevi8964 Před 12 dny +1

    ঠিক কৈছা

  • @Ronjugohain
    @Ronjugohain Před 11 dny

    val lagil apuni bujaidiyar babae

  • @user-tr5mg1cj7o
    @user-tr5mg1cj7o Před 11 dny

    Krishna ❤🙏

  • @user-zj2si9sm1n
    @user-zj2si9sm1n Před 10 dny +1

    এক কৃষ্ণ দেৱ

  • @krishnagogoi1657
    @krishnagogoi1657 Před 9 dny +2

    কামাখ্যাত যোনি পূজা কৰে | কোন সন্তানে এতিয়া মাকৰ যোনি পূজা কৰে? ভুল হলে ক্ষমিব |

  • @pushpanath1617
    @pushpanath1617 Před 11 dny +2

    আপোনাৰ পন্থা কি জনা হলে ভাল আছিল ?...... প্ৰভু

  • @user-gr4wl2dn6g
    @user-gr4wl2dn6g Před 11 dny +2

    তোমাৰ কথা খিনীত অহঙকাৰ আছে।

  • @krishnomoy228
    @krishnomoy228 Před 12 dny +5

    বাপ জনাৰ কথাত একমত হব পৰা নাই,,, কাৰণ এয়া ভাগৱতৰ মত নহয় ।

    • @RPMRocks-ux8iy
      @RPMRocks-ux8iy Před 8 dny

      ভাগৱত খনো 18 খন পুৰাণৰ মাজৰে এখন পুৰাণ হয়। ব্যাসে 5 নম্বৰত ভাগৱত পুৰাণ লিখিছিল। আপোনাৰ দৰে বহুলোকে 17 খন পুৰাণ লিখি ব্যাসৰ মতি ভ্ৰম হৈ অন্তত ভাগৱত লিখা বুলি কয় কিন্তু 18 নম্বৰত ব্ৰহ্মাণ্ড পুৰাণ হে লিখিছিল ব্যাসে । ভাগৱত 5 নম্বৰত হে লিখিছিল। যেনেকৈ ইংৰাজীৰ পৰীক্ষা গণিতৰ কিতাপ পঢ়ি দিব নোৱাৰি তেনেকৈ কৃষ্ণক ভিত্তি কৰি লিখা ভাগৱত পূৰণৰ পৰা অম্বুবাচীৰ কথা কেনেকৈ কব ? মা কামাখ্যাৰ কথা যি শাস্ত্ৰত আছে সেই শাস্ত্ৰৰ ভিত্তিত হে কব ।

  • @jayadevigoswami5744
    @jayadevigoswami5744 Před 13 dny +1

    Hundred percent right

  • @kanchonbori5520
    @kanchonbori5520 Před 12 dny +9

    আপোনাৰ সিদ্ধান্ত বিলাক শুনিলে কিবা বেমেজালি যেন হে লাগে কৃষ্ণ

    • @biswajitbaruah3564
      @biswajitbaruah3564 Před 12 dny +1

      Beparir dare katha koise, hakalu panthar manuhak tel mari katha koise, ji madhab deb hakto panthar asil, sangkardebat koiu hastrat 2 gunn suka, tene madhabdebe sangkardebar usarat haran lale mane baysnab dharma lale, eur ako katha sauk, gobindra Krishna.

    • @UtpalDas-xj8ux
      @UtpalDas-xj8ux Před 10 dny

      ভিউ বঢ়া বাখ্যা । মানে তুষ্টি কৰন বাখ্যা। ​@@biswajitbaruah3564

  • @user-wg2ei5bt5g
    @user-wg2ei5bt5g Před 10 dny +1

    তোমাক এটা পৰা মশ আগবঢ়ায় ইছো যিমান পৰা কামাখ্যা ধাম গৈ বহি লোৱা এটা ভাল ব্যৱসায় আৰম্ভ কৰিবৰ পাৰিবা ।

  • @durlabhsaikia7779
    @durlabhsaikia7779 Před 10 dny +1

    উচিত কথা কৈছে আপুনি মানুহ ভেদ ভাঙি দিলে কৃষ্ণ

  • @mintuhazarika505
    @mintuhazarika505 Před 12 dny +6

    কৃষ্ণ আপোনাৰ লগত একমত হ'ব নোৱাৰিলে ভাগৱত মতে ব্যাখ্যা দাঙি ধৰিব লাগিছিল

  • @raniborabaidya5292
    @raniborabaidya5292 Před 12 dny +1

    Aapuni thike koise bora baap bhagwanto jihetu hridoyot ase aantor aatmai hei keidin bhagwan k bhabile hob.🙏

  • @biswajitbaruah3564
    @biswajitbaruah3564 Před 13 dny +4

    ,tumalukar katha bilak bhul dharibo moi nuwari katha kuwar dharan bilak bahut hundar ,etia katha hol bhagawat byakhakar bahut hoise , tumaluke hakalu byakhakar mili ekmot hoi laba nuwarane , hakalure kathabilak amil kio , gunara ishae jara jen moti buli kalei nahabo nahoi , kar katha manim ,kun byakhakarar katha sraban karim ,enekoi hole eitu eta byabakhai habaloi goi ase, moi nijei saisu bhagabanar katha najana manuhar agat bhagabanar katha keitaman hundarkoi kai dile kisu luke bhal pai ba eitu koi jane dei kathabilak, bare binkar katha bilak udaharan di mukhastra mati byakha karile manuhar matribhram habo , gatike uttam hastra geeta bhagawate ki koise hundarkoi take bujai kauk, byakh deb pagala huwa puran hamuhar kisu udaharan di bujai labh nai ,bhakti marg sesthra gatike bhakti margtu bujauk kar suwa nika kathabilak bujai ase, hakta, baisnab , eibilak ki koise ,jadi ami baisnab tetia kio ambubasi maniba lage , apuni 2ta katha koi ase, abar koise mana ebar koise namanileu nai , sankardebe koise ubanara luka hari bhajiuko .gobindra Krishna manat kathabilke dula di asil koi dilu ,
    .................

  • @joyabhatterjee4536
    @joyabhatterjee4536 Před 10 dny

    Right

  • @debajanisarma1673
    @debajanisarma1673 Před 9 dny

    Kun hoi aijon? Vaal lagil

  • @sangitadeka7279
    @sangitadeka7279 Před 11 dny

    Apunihe samaj gathan kariba pariba,xundar gyanar adhikari

  • @muninoza4944
    @muninoza4944 Před 8 dny

    তেতিয়া হ'লে তুমি পিতা তুমি মাতা তুমি জন্মদাতা বুলিনো শাস্ত্ৰত কাৰ কথা কৈছে।

  • @biswachutia4369
    @biswachutia4369 Před 9 dny

    Hi hi thank God that hi all just and FYI we can meet at your house on Sunday at hi all just

  • @muninoza4944
    @muninoza4944 Před 10 dny +9

    পূৰাণ সমূহ ব্যাসে তেতিয়াই নাশ কৰি থৈ গৈছে গতিকে অসমবাসীক পূৰাণৰ কথা কৈ পাগল বনাব নালাগে।

    • @global-billionaire8690
      @global-billionaire8690 Před 8 dny

      Naikora nakh. Puran apunar dodai vodai likha nhoi heibabe taru maryada ase

    • @RPMRocks-ux8iy
      @RPMRocks-ux8iy Před 8 dny

      ভাগৱত খনো 18 খন পুৰাণৰ মাজৰে এখন পুৰাণ হয়। ব্যাসে 5 নম্বৰত ভাগৱত পুৰাণ লিখিছিল। আপোনাৰ দৰে বহুলোকে 17 খন পুৰাণ লিখি ব্যাসৰ মতি ভ্ৰম হৈ অন্তত ভাগৱত লিখা বুলি কয় কিন্তু 18 নম্বৰত ব্ৰহ্মাণ্ড পুৰাণ হে লিখিছিল ব্যাসে । ভাগৱত 5 নম্বৰত হে লিখিছিল। যেনেকৈ ইংৰাজীৰ পৰীক্ষা গণিতৰ কিতাপ পঢ়ি দিব নোৱাৰি তেনেকৈ কৃষ্ণক ভিত্তি কৰি লিখা ভাগৱত পূৰণৰ পৰা অম্বুবাচীৰ কথা কেনেকৈ কব ? মা কামাখ্যাৰ কথা যি শাস্ত্ৰত আছে সেই শাস্ত্ৰৰ ভিত্তিত হে কব ।

  • @user-kt8mm5kt7l
    @user-kt8mm5kt7l Před 13 dny +6

    শুদ্ধ টো কি ????

    • @tonmoyborah22
      @tonmoyborah22 Před 13 dny +4

      প্ৰকৃতিৰ কিছুমান নিয়ম পালন কৰাৰ ভাল।

  • @abanikalita6523
    @abanikalita6523 Před 11 dny +1

    প্ৰতিজন বাপে, ভকতে এনেকুৱা বাখ্যা কৰিলে বৃহত্তৰ হিন্দু সকলৰ মাজত সদ্ভাৱ আৰু একতা বৰ্তি থাকিব

  • @ExcitedLawnmower-fx2zv

    Bhagwat bhage ki kole .....

  • @hkgaming.7548
    @hkgaming.7548 Před 12 dny +11

    ব্যাসদেবে পুৰাণ লিখি মতিভ্ৰম হৈছিল। আপুনি সেই পুৰাণৰ মাধ্যমেৰে কিয় ব্যাখ্যা দিছে।চাৰিপুঠি আৰু ভাগৱতৰ মাধ্যমেৰে দিয়ক। যিহেতু আপুনি এজন বৈষ্ণব।

    • @RPMRocks-ux8iy
      @RPMRocks-ux8iy Před 8 dny +1

      ভাগৱত খনো 18 খন পুৰাণৰ মাজৰে এখন পুৰাণ হয়। ব্যাসে 5 নম্বৰত ভাগৱত পুৰাণ লিখিছিল। আপোনাৰ দৰে বহুলোকে 17 খন পুৰাণ লিখি ব্যাসৰ মতি ভ্ৰম হৈ অন্তত ভাগৱত লিখা বুলি কয় কিন্তু 18 নম্বৰত ব্ৰহ্মাণ্ড পুৰাণ হে লিখিছিল ব্যাসে । ভাগৱত 5 নম্বৰত হে লিখিছিল। যেনেকৈ ইংৰাজীৰ পৰীক্ষা গণিতৰ কিতাপ পঢ়ি দিব নোৱাৰি তেনেকৈ কৃষ্ণক ভিত্তি কৰি লিখা ভাগৱত পূৰণৰ পৰা অম্বুবাচীৰ কথা কেনেকৈ কব ? মা কামাখ্যাৰ কথা যি শাস্ত্ৰত আছে সেই শাস্ত্ৰৰ ভিত্তিত হে কব ।

  • @muninoza4944
    @muninoza4944 Před 11 dny +7

    মহাপুৰুষীয়া মানুহে এইবিলাক ফাতলামি কথা আলোচনা নকৰে ।

    • @ankurraj8350
      @ankurraj8350 Před 10 dny

      কত লিখা আছে ।শংকৰদেৱেতো লিখি যোৱা নাছিল ।আপোনি যদি ভগৱানকো ভাগ ভাগ কৰিছে তেনেহলে আপোনি কৃষ্ণকো নাপায় কিয়নো সকলো দেৱ দেৱীৰ গাত বিষ্ণুৰ শক্তি নিহিত হৈ আছে ।আপোনালোক এনেকুৱা ধৰ্মৰ মানুহ যত কৃষ্ণক মানে বিষ্ণুক নেমানে ।আচলতে আপোনালোকে কৃষ্ণ যে বিষ্ণুৰ পুৰ্ণ অৱতাৰ সেই বিষয়ে নেজানে ।আমি বামুনীয়া হলেও ভগৱান বিষ্ণুক বহুত মানো তেওক কৃষ্ণ ৰূপতো মানো ।

  • @lota340
    @lota340 Před 9 dny +3

    ভাগৱত আগত লৈ অম্বুবাচীৰ চৰ্চা।ভাগৱতত পাইছে নেকি আপুনি অম্বুবাচী ৰ কথা। কথাবোৰৰ যুক্তি সন্মত নহ'ল।

    • @SunilSunilGogoi-re5sl
      @SunilSunilGogoi-re5sl Před 3 dny +1

      ভগৱতত এই বিষয়ে নাই নিকি?

    • @lota340
      @lota340 Před 3 dny

      @@SunilSunilGogoi-re5sl নাই।ভাগৱতত সতীৰ দেহত্যাগ আৰু ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ ছেদ কৰাৰ কথা আছে। কিন্তু অম্বুবাচী চূৱা আৰু পূজাৰ বিষয়ে নাই।আপোনাকে সুধিছো, আপোনাৰ মাকৰ চূৱা হওঁতে এবাৰ মান মানিছিল নেকি?নে পূজা পাতিছিল?

    • @SunilSunilGogoi-re5sl
      @SunilSunilGogoi-re5sl Před 2 dny

      @@lota340 নৰকাসুৰৰ ৰ বিষয়ে আছে,ক,ত আছে নাজানো, মই আছে বুলি ভাবিছো

  • @gunakantabaruah6243
    @gunakantabaruah6243 Před 10 dny

    শেষ কোনো দিনে শেষ হবনে?

  • @kulendrasarmah6718
    @kulendrasarmah6718 Před 7 dny

    It is very bad habits to neglected other s

  • @muninoza4944
    @muninoza4944 Před 9 dny +1

    অম্বুবাচী বুলিনো কোনখন মহাপুৰুষীয়া শাস্ত্ৰত লিখা আছেনো ?

  • @user-db7cw6mc9b
    @user-db7cw6mc9b Před 11 dny

    Vishnu Sri Krishna hoi Vishnu kane tuuu maa kamakhya hol thotor karne Hindu unity nhuwa hoise jai shree krishna jai shree Ram Jai maa kamakhya Har Har Mahadev jo bole so Nihal

  • @RPMRocks-ux8iy
    @RPMRocks-ux8iy Před 8 dny +1

    কেইজনমান লোকৰ comment ৰ উত্তৰ দিব বিচাৰিছোঁ যে ভাগৱত খনো 18 খন পুৰাণৰ মাজৰে এখন পুৰাণ হয়। ব্যাসে 5 নম্বৰত ভাগৱত পুৰাণ লিখিছিল। আজিকালি বহুলোকে 17 খন পুৰাণ লিখি ব্যাসৰ মতি ভ্ৰম হৈ অন্তত ভাগৱত লিখা বুলি কয় কিন্তু 18 নম্বৰত ব্ৰহ্মাণ্ড পুৰাণ হে লিখিছিল ব্যাসে । ভাগৱত 5 নম্বৰত হে লিখিছিল। যেনেকৈ ইংৰাজীৰ পৰীক্ষা গণিতৰ কিতাপ পঢ়ি দিব নোৱাৰি তেনেকৈ কৃষ্ণক ভিত্তি কৰি লিখা ভাগৱত পূৰণৰ পৰা অম্বুবাচীৰ কথা কেনেকৈ কব ? মা কামাখ্যাৰ কথা যি শাস্ত্ৰত আছে সেই শাস্ত্ৰৰ ভিত্তিত হে কব ।

  • @user-lt5fe5of1l
    @user-lt5fe5of1l Před 11 dny

    Ji jon namor prothom axurto l huy khijone butdu thewr make dexun prithibi

  • @pulakdas2171
    @pulakdas2171 Před 11 dny

    Sundarbaap

  • @munmigogoi2377
    @munmigogoi2377 Před 13 dny +2

    ,Biakh narod songbad d ki kole narode

  • @user-gg4gv9dj2s
    @user-gg4gv9dj2s Před 10 dny

    sakalumanuhe kathabur valdorebuji nuluababe samajkhan duvghois

  • @gunakantabaruah6243
    @gunakantabaruah6243 Před 10 dny

    আমি কামাখ্যা ধামক শক্তি পিঠ বুলি জানো।যত মহাসতীৰ জুনিঅঙশসুদৰ্শন চক্ৰৰ দ্বাৰা মহাদেৱৰ কান্ধৰ পৰা পৰি কামাখ্যা মন্দিৰ হ'ল।যেহেতু মা কামাখ্যা মহাসতী মহাদেৱৰ পত্নী যাৰ শক্তি সৃষ্টিৰ আদি শক্তি মাতৃ সৰুপ ও সদাজাগৰত মাতৃ ৰুপে লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আগৰে পৰা ‌পুজা অৰ্চনা কৰি অহা হৈছে।মনুসয় সভয়তাৰ আদি কালৰ জনবিশ্বাস ও শাস্ত্ৰীয় গিয়ান আমাৰ গুৰুজনাইও মনঠন‌কৰি ভাগৱত লিখি গ'ল। এতিয়া বিভাজন ক'ত ৰল তাকলৈ মুৰ ঘমাই কি লাভ। বিতৰ্কই ‌কোনো‌ সমাধান দিনে ? অসমীয়া ভাগ ভাগ চিন্তা এৰিবৰ হ'ল।যি ঘটি আছে মিদিয়াই কৈয়ে আছে।

  • @pradiptalukdar7798
    @pradiptalukdar7798 Před 9 dny

    প্ৰকৃতি বুলি ভাগৱত শাস্ত্ৰই কি অৰ্থ কৰিছে বাপজনাই ভৱা নাই নেকি ? লগতে বসুমতী মানে বাহিৰৰ দৃশ্যমান পৃথিৱীক নুবুজায় ৷ বিপথে পৰিচালনা কৰা যেন লাগে ৷

  • @rebasaikia7452
    @rebasaikia7452 Před 11 dny +3

    আপুনি নিজৰ মতে কিছুমান কথা কৈছে,যিবোৰ শাস্ত্ৰৰ লগত সমন্ধ নাই,আপোনাৰ আৰু কিছু অধ্যয়নৰ প্ৰয়োজন আছে, লগতে আপুনি কিমানজন ৰাইজৰ আগত ব্যখ্যা কৰিছে নেদেখিলো, ,

  • @AmitPegu-yq5fy
    @AmitPegu-yq5fy Před 10 dny

    ভগবানৰ আচল নামতো কি

  • @user-lt5fe5of1l
    @user-lt5fe5of1l Před 11 dny

    Krishna krishna rait kotha koise aponi

  • @paragdutta9155
    @paragdutta9155 Před 12 dny +5

    তই নিজকে পণ্ডিত বুলি ভাবিছ নি । তই এটা পাগল

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m Před 10 dny

    tohotor dharma tohotor tat rakh oru amar dharma Ami rakhisu...

  • @dhrubajyotisarmah6733
    @dhrubajyotisarmah6733 Před 10 dny

    Ahom je e ,bamboo sabda koiche ,adhormi ,,,e bapekor murto bokiche ,,

  • @user-je1fs2jh7k
    @user-je1fs2jh7k Před 8 dny

    Tumi ki jana

  • @apurbakumartalukdar7959
    @apurbakumartalukdar7959 Před 9 dny +1

    দুই তাল মিলাই কথা কব জানে । ভাগৱত পাঠ আপুনি ব্যাখ্যা কৰা যোগ্যতাই নাই

  • @user-kt8mm5kt7l
    @user-kt8mm5kt7l Před 13 dny +2

    শাস্ত্ৰৰ ক'ত আছে

  • @kulendrakalita3444
    @kulendrakalita3444 Před 11 dny

    নাম ঘৰ লিখা ক্ষেত্ৰ নহয় নেকি

  • @RinkuKumar-cn7sf
    @RinkuKumar-cn7sf Před 10 dny

    বাপ লোক সকলক বিভ্ৰান্তিত নেপেলাব

  • @bikasdas371
    @bikasdas371 Před 9 dny

    হৰ হৰ মহাদেৱ❤

  • @sasankamoon7201
    @sasankamoon7201 Před 11 dny +1

    শিৱ বাবা কোন হয়, জনাব নেকি

    • @tusharkalita7832
      @tusharkalita7832 Před 10 dny

      Shiva Mahadev shakti pati jar uporot kuno nai vishnui o jak puja kore xei hoise Shiva aru Shakti

    • @dhrubajyotisarmah6733
      @dhrubajyotisarmah6733 Před 10 dny

      Ei papie mahadebok kot chini pai ,adhom etai

  • @Amu_11116
    @Amu_11116 Před 11 dny

    Parile gita khn pohibo bap jon..krishna he ru

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m Před 10 dny +1

    tohotor sangkari mote aami nosolu...amar neeti niyam beleg...

    • @ajoyvlog3267
      @ajoyvlog3267 Před 10 dny

      তই এটা কুকুৰ ! অসমলৈ অসমীয়াৰ চোৱা চেলেকিবলৈ আহিছিলি !

    • @ajoyvlog3267
      @ajoyvlog3267 Před 10 dny

      তই এটা কুকুৰ ! অসমলৈ অসমীয়াৰ চোৱা চেলেকিবলৈ আহিছিলি !

  • @nripendeka9800
    @nripendeka9800 Před 10 dny

    your speech is spiritual not science .🏝️

  • @sidaborah1607
    @sidaborah1607 Před 10 dny

    Kheli meli baap

  • @tusharkalita7832
    @tusharkalita7832 Před 10 dny +1

    Jijona Devi Shakti k krishnai o puja korisil Jak vrindavanor gopi xokole o puja korisil jak Ram a o puja korisil Jak Vishnui Puja kore xei mahadevik puja koribo nalage buli kobor kun sankari tohot ??? Tohotor sankare naamghoshat Devi Durgar gun gan kori goise tohotor ki aukat teuk prosno koribor ??? Tohotor aukat a ba ki ne nijoke mahapurush buli bhabo

  • @dipjyotihazarika594
    @dipjyotihazarika594 Před 11 dny +1

    আপোনাৰ বাখ্যা টো অলপ ভুল পাইচো