Asom Desor Bagisare Sowali ( অসম দেশৰ বাগিচাৰে ছোৱালী ) - by Usha Mangeshkar & Bhupen Hazarika.

Sdílet
Vložit
  • čas přidán 26. 07. 2019
  • Assamese film song of Usha Mangeshkar & Bhupen Hazarika / Lyrics, Melody and Music by Bhupen Hazarika / Film : Sameli Memsahab ( চামেলি মেমচাব) of 1975 / Lyrics of the song :
    অসম দেশৰ বাগিচাৰে ছোৱালী
    ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি ;
    হেʼ লছমী নহয় মোৰে নাম - চামেলি ।।
    শিৰীষ তলে ধৰ্‌বি পাহি,
    পাতা লম্বা পাবি বলি ;
    নাকে পিন্ধি নাকফুলি জোৱান ভুলালি
    হেʼ চম্পা নহয় মোৰে নাম চামেলি।।
    বাৰ মাসেৰ বাৰ ফুল
    ভাদ মাসেৰ কেয়াৰে
    কিবা দৰে ছাড়ে গেলʼ
    অভাগিনী পিয়াৰে।
    অʼ অভাগিনী পিয়াৰে।
    ছটʼ ছটʼ ছোকড়ী বৰ বৰ টুক্‌ৰী
    নৰম সবুজ পাতা তলে ডগ্‌ ডগ্‌
    জোৱান বুঢ়াৰ আখি দেখ্
    কৰে লক্‌ লক্‌
    ছটʼ ছটʼ বুকখানা কৰে ঢক্‌ ঢক্‌
    কি ভাবিস ঐ হামাৰ চাহেলী
    মনে ৰাখ মোৰ নাম - চামেলি।
    এʼ বাপ-দাদা আছিলে কোনোবা মুলুকত
    পিছে, আমি বিহু গাব জানো
    এʼ হাঁহে হৈ চৰিমগৈ অʼ মইনা
    তোমাৰেনো পুখুৰীত
    এʼ পাৰ হৈনো পৰিমগৈ চালত
    এʼ ঘামে হৈ সোমামগৈ অʼ মইনা
    তোমাৰেনো শৰীৰত
    মাখি হৈনো চুমা দিম গালত ।
    ভাদৰ মাসত ধম্‌ ধমা ধম্‌
    কৰম পূজাত ধম্‌ ধমা ধম্‌
    বাজাও আমি ধম্‌ ধমা ধম্‌
    মাদল চাওতালী।
    [ ঐ মুখাপিন্ধা, তই কোন ছোৱালীৰে !
    আৰেʼ বীৰবলৰ বেটি তই কি হাণ্টাৰৱালী ?
    নেʼ পিস্তলৱালী ! আৰে পাগলী !]
    উহুঁ, পাগলী নহয় মোৰে নাম চামেলি
    বীৰবলেৰ বেটী মোৰ নাম চামেলি
    অসম দেশৰ বাগিচাৰে ছোৱালী
    ঝুমুৰ-টুমুৰ নাচি কৰোঁ ধেমালি
    হেʼ লছমী নহয় মোৰে নাম - চামেলি
    বীৰবলেৰ বেটী মোৰ নাম চামেলি
    অসম দেশত আমি ফুৰোঁ উমলি ।
    চৰ্দাৰ বʼলে কাম কাম
    বাবু বʼলে ধৰি আন
    চাহেব বʼলে লিব পিঠেৰ ছাম
    অʼ বিদেশী শ্যাম
    ফাঁকি দিয়ে আনিল আসাম ।
    🌿 🌼 🌿

Komentáře • 101

  • @mymusicalmix.8508

    বাঁহী বজোৱা জনক প্ৰণাম জনাইছোঁ ।।।।❤❤❤❤

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +6

    চামেলি মেমচাব ড: ভূপেন হাজৰিকা দেৱৰ অমৰ সৃষ্টি।সু কন্ঠী গায়িকা উষা মেংগচকাৰৰ চিৰসেউজ গীত। সেই সময়ত তেখেতে ভাৰতীয় বহু বিখ্যাত গায়ক, গায়িকাক অসমীয়া চলচ্চিত্ৰ জগতৰ নেপথ্যৰ গীতবোৰ গোৱাইছিল আৰু নিজেও অনুৰূপ আন ভাষাৰ সুন্দৰ সুন্দৰ গীত বোৰ গাইছিল। এনেদৰে সুধা কন্ঠ ই সংস্কৃতিৰ সমন্বয়ৰ মাজেৰে অসমক বিশ্ব দৰবাৰত চিনাকি কৰাই দিছিল।

  • @CSGOGAMER-eg7qj

    অসম দেশ 😌😌😌

  • @alinurislam9622
    @alinurislam9622 Před 3 lety +8

    Ekdom super fantastic songs hoy bohut dhuniya lage o

  • @lukumonibaruah.1263
    @lukumonibaruah.1263 Před 3 lety +5

    বহুত,ভাল,লাগিছে।

  • @lusonpegu8741
    @lusonpegu8741 Před rokem

    Mon olpo beya lagilei ei gan tu xunu

  • @prasantagoswami1477
    @prasantagoswami1477 Před 3 lety +5

    অতিততো বৰ সাংঘাতিক।মনটো গ'লেই নহয় সেই দিন বোৰৰ ওচৰলৈ ।

  • @radhakrishn8755
    @radhakrishn8755 Před 2 lety +5

    সুন্দৰ গীত।।💛

  • @jogamayagogoi9414
    @jogamayagogoi9414 Před rokem +1

    ❤❤❤

  • @atuldas2339
    @atuldas2339 Před 3 lety +3

    👍👍👍👍👍👍👍👍👍

  • @pragyansarmah2803
    @pragyansarmah2803 Před 2 lety +2

    বৰ মজা।

  • @dilipbharali6131
    @dilipbharali6131 Před 2 lety +1

    Era Bator Sur , chameli memsahab and rodali ( Hindi ) . Very very best .

  • @user-yf2xr2hv6h

    মোৰ প্ৰিয়গীতবোৰৰ ভিতৰত এইগীতটিও অন্যতম ।

  • @amitabhchakraborty6529
    @amitabhchakraborty6529 Před 4 lety +11

    So sweet n melodious combination of Bhupen Da lata ji my childhood song so attractive song

  • @diliptalukder2146
    @diliptalukder2146 Před 3 lety +5

    মোৰ দেশৰ মাটিৰ গান ৷প্ৰানৰ শিল্পী ৷

  • @narenborah8344
    @narenborah8344 Před rokem

    Veri . Nice. Naren. Bora

  • @priyanshibarman10
    @priyanshibarman10 Před 4 lety +7

    My favorite song

  • @rulennath7538
    @rulennath7538 Před 4 lety +13

    সোণ সেৰীয়া আপুৰুগীয়া হিয়া শাত পৰি যোৱা গীত ।

  • @sumondas3018
    @sumondas3018 Před 3 lety +12

    Old songs always best ❤️

  • @buddhagogoi2703
    @buddhagogoi2703 Před 2 lety +2

    Old is gold 💯🔥🔥🔥🔥🥰🥰😘😘