AAI SARASWATI O Original VIDEO আই সৰস্বতী অ APAROOPA Bandana Boraha Bhupen Hazarika
Vložit
- čas přidán 21. 11. 2015
- ( Sung by Bandana Boraha & Bhupen Hazarika )
পাত গাভৰু : আই সৰস্বতী অ' ----ৰংফুল বকুলী !
তোমালৈ মানি যাওঁ কি !
মাজ বয়সীয়া পুৰুষ : বোলো কি ?
পাত গাভৰু : তোমালৈ মানি যাও শুকুলা ছাগলী
মাহে পৰমানে দি
মিলনদৈ, শশী মিলনদৈ
শশী মিলনদৈ বাখৰ কলিদৈ
বাখৰ কলিদৈ আৰু মঙলদৈ
মাহে পৰমানে দি ।
মাজ বয়সীয়া পুৰুষ : ক'লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে ---হুৰৰৰৰ...
ক'লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে--- হুৰৰৰ...
এ, এই জনীৰ চকুলৈ চাবকে নোৱাৰি
জালুক জলকীয়াই পোৰে মিলনদৈ
শশী মিলনদৈ শশী মিলনদৈ
বাখৰ কলিদৈ বাখৰ কলিদৈ
আৰু মঙলদৈ জালুকে পোৰাদি পোৰে
পাত গাভৰু : যাঃ, এইডাল নাহিবি, যাঃ দূৰতে থাকিবি
যাঃ এইডাল নাহিবি, যাঃ দূৰতে থাকিবি
মোৰ পিনে নেচাবি একা
যাঃ ক'ৰেনো গেন্ধেলা, গেন্ধেলা নে ফেদেলা
যাঃ ক'ৰেনো গেন্ধেলা, গেন্ধেলা নে ফেদেলা
একে ভুকুত কঁকাল হ'ব বেঁকা ।
মাজ বয়সীয়া পুৰুষ : অ' পিৰিটি কি বস্তু চিনিব নোৱাৰি
হে' কোনজন ঈশ্বৰৰ মায়া
হে' তুমি নকৰিলে কৰোতা নাই মোৰ
হে ' ভাটি বয়সতে বিয়া
পাত গাভৰু: পাণবৰিয়ালৰ পাণ ঐ নানিবি
নানিবি গুৱালৰ দৈ
গামখাৰু আনিলেও
তোৰদৰে বুঢ়াটোক
কাহানিও নোবোলোঁ পৈ !
মাজ বয়সীয়া পুৰুষ : এ' মইনাজান, মইনাজান , বিয়া-বাৰু নকৰোঁ
মইনাজান মইনাজান, পলুৱাই নিম তোক
মইনাজান মইনাজান, নেলাগে হোমৰে জুই
মইনাজান মইনাজান, তোৰদৰে নাচনীক
মইনাজান মইনাজান, পলুৱাই নিনিলে
মইনাজান মইনাজান, মৰিমে বৰলা হৈ ।
পাত গাভৰু : কি ক'লি, কি ক'লি, মোক নিবি পলুৱাই
তোৰ তেনে সাহসফেৰা আছে
পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই
লৰি যাম তোৰ পাচে পাচে।
মাজ বয়সীয়া পুৰুষ : ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই
মোৰ নামে ওলাইছে পটা,
তোমাকে পলুৱাই নিবই যে লাগিব
নহ'লে জীৱনটো বৃথা মিলনদৈ
দ্বৈত কণ্ঠ: শশী মিলনদৈ
বাখৰ কলিদৈ
বাখৰ কলিদৈ
আৰু মঙলদৈ
নহলে জীৱনটো বৃথা
এ'.........অ'.........
(Written & Composed by Bhupen Hazarika,for the Movie APAROOPA directed by Jahnu Barua 1982) - Zábava
A2 Gan kune kune 2024 huni asa
Like kora❤
কালজয়ী গীত ! আপ্লুত হলোঁ ৷
Old is gold🥰..2021 t kune kune xuni ase..like ata kori jaba
আহ! কি অপূৰ্ব শব্দ শব্ধ চয়ন আৰু কন্ঠৰ যুগলবন্দী।
নিপনদাৰ ধেমালিখিনিয়ে আজিও মন মুহিলে ৷ নিপনদাই এইবোৰ কৰিলেহে যেন মিলি ৷ জগতত যেন নিপনদাৰ দৰে আৰু কোনো নোলাব ৷
এয়া ভূপেন দাৰ অমৰ ৰচনা
অতি সুন্দৰ চলচ্চিত্ৰ আৰু গীত। অভিনয় অতি সুন্দৰ নিপন দা ৰ। এইবোৰ চলচ্চিত্ৰ অমৰ, চিৰসেউজ।
অতি প্ৰিয় গীতটো দেখাপাই সচাকৈ ভাল লাগিচে।
নিপন গোস্বামী দেৱলৈ বৰকৈ মনত পৰিছে অ।🥲🥲🥲
One of my best favorite old song.
Ei geet tu mur ketiyau xuni amoni nelage.
বহ বছৰৰ পাছত পুনৰ গীতটো শুনিবলৈ পাই আপ্লুত হলোঁ। অপৰূপা বোলছবিৰ ই এটা চিৰসেউজ গীত।
❤❤❤❤অতি সুন্দৰ 👌👌👌👌👌
My fvrt Legend Bhupen Da sir.........
এ মজা
বহুত সুন্দৰ ,,,ভাল লাগিল❤️❤️
Hundor
Ai সৰু suali joni kun? Tew atia kot ase? Janibor mann jai.
ইমান ধুনীয়া গান অ'
borhia lagil..khub enjoy korilu gaan tu xuni/gaai ei lockdown r xomoiot
Bahut din bisari bisari aji paluge gan tu.. thanks kokaidew
Who is that little girl...?? Old is gold.... Start my day with this...
Kiyo jano Kandi db mn gaisey... Iove love 💕 love 💕
বঢ়িয়া।
Old is gold.
I like old songs.
কি যে আচৰিত আমাৰ ভূপেনদা
সত্যটো ৰ দিনৰ গীত। বৰ চকুলো লগা গান
Right
বহুত ভাল দেই 💐💐
অতি সুন্দৰ
so beautiful song ! I never forget in my life...i watched it in my childhood
Konmani jni nam ki
Bohut val laga gan 2
Oti shundar
❤❤❤
মোৰ অতিকে প্ৰিয় গীত যিমান শুনিলেও শুনি থাকিবৰ মন যায় ।Ever green song.
Very amazing song
oooooooooooopopiiiooooooooooppoppooooopppippipppopp poo opposite poo poo opposite poo post poo poo poo oooopoio poo post poo ipooppo poo ipippipipp poo pippppipipipoppippiipipiippiipipippipiippipiipipppopipiipi poo piiipppoopiipippippooopopopoopooooooopopoooooiiiiiiiiiiiiï you j
Old is gold
Muk,eman bhal lagise, koi hekh koriba nuaru,best,
Mur bor bhal loga geet eitu
ভাল নৃত্য। ধন্যবাদ জনালোঁ।
Better then gold thank you
Val lgl daii😍😍
beautiful..
Amoni nloga all time favorite gaan
❤❤
Mast re
🙏🏻❤💕
Super
purana gaan bur huni bor val lagise
গীতৰ কথাংশ লেখি দিয়া বাবে ভাল লাগিছে !!
🙏🙏🙏.
i had been searching this song for a long time thanks for uploading this song.
Evergreen 💚
দারুন ভাল লেগেছে
Beautiful northeast tune ...... 😍
Binod
@@binodshing85394:52
B iii KO afml
Ajiu ai gan to kune kune hunisa like me
Suni ha aasilu aji dakhlu ...... excellent excellent excellent
By blood Bengali
By sentiment Axomia
🙏
Cuteee
Old is gold.
Moja song very nice video
The Cute little girl is my Elder Sister
Love this song .
So sweet❤❤❤
Val lage bahut git tu
Assamese song vary..nice
ভূপেন হাজৰিকাদেৱৰ গীতসমুহ অসমৰ আপুৰুগীয়া সম্পদ।
সোণ পুৰিলে উজ্জ্বলহে হ'ব।।
তুমি লাইক নকৰিলেও চলিবলৈ একো অসুবিধা নহয়।।।।
ধন্যবাদ জনাইছোঁ
खूप सुंदर गाणं आहे.🌞🌙🔥⚡⭐🌟🌹🌼🍀🍁🌿☘❣😊😘😍😊😊
W
Nipon da, you were one of my favorite assamese actors. Will definitely gonna miss you. 😭RIP💐
Dhuni lagise
#Maa🙏.
🙏🙏🙏.
Sokupani ulai pore......no more wards....
Bhupan hajorika dab apunar ganor khokalu ganai sirojugomia
purna holew geet2 val .ajir ntuwn pjanmoy anekuwa purna geet bur jodi aviny kre nhy aru besi val lagib.
I lik old songs
Love this song
gaan tut biju phukan k dekha nisina palu
Got goosebumps...
I like this vedio
My febrile
Nice
I like old song
😍😍😍😍😍😍😍😍😍
old is gold
G9d song old song my very fevorti
Hundar
Nipon Goswami I miss you 😥😥🙏🙏
Nice song
মোৰ সবাতোকৈ ভাল লগা গান
🥰🥰🥰🥰🥰🥰🥰😘
nice songs
ভূপেন দাৰ গীত ত আনলাইক মৰা কেইজন কি বাৰু? আন লাইক ৰ meaning নাজানে তাৰ মানে
Bangladeshi hoi 😂
Oldisgold
Please movi khon dibo ha
Ki kom beautiful
Dr lp
Ai gan to dislike kora bor manoh nohoi kokor hoi...
Movi khon ase jodi dibo sun please. Jodi bea napai
I search in CZcams weird song then CZcams suggest this song 😂😂😂
সৰু ছোৱালী জনী এতিয়াৰ কি নাম।।মই জন্ম হোৱাৰ 9 বছৰৰ আগৰ ফিল্ম
❤❤❤❤🎵💎