Video není dostupné.
Omlouváme se.
NABA NABA BOHAG AAHE নৱ নৱ বহাগ আহে LYRICS Bhupen Hazarika TUNE Laxmikant Pyarelal ARTIST Shanta Uji
Vložit
- čas přidán 9. 04. 2015
- ( Artist- Shanta Ujir, Lyrics- Bhupen Hazarika , Tune- Laxmikant Pyarelal, REMAKE)
নব নব বহাগ আহে
সৰু ফুলে মিচিকি হাঁহে
মনে তোমাক ধিয়ায়
নব নব মোৰ ৰচনাকে
শুনোতাই গুনগুনাই
মনে তোমাক ধিয়ায়
স্বপ্ন হৈ ৰচনাত
মেদিনীৰ হাঁহি বঢ়ালা
তুমিয়েই মোৰ আপোন বৰ
সৰগৰ সূৰ সঁজালা
নব নব মিলন নিশাৰ
সৰু তৰা জকেমকায়
মনে তোমাক ধিয়ায়
ই যে ভাগ্য সু-আৱাহনী
শতবাৰ মানি ললো
অভিজ্ঞতা উপচি পৰে
জলধিত মানসৰো
অ’ দেখি লহৰ যে ধুনীয়া
হিয়া যে ৰূপতে নাচে
মনে তোমাক ধিয়ায় ...
কোনোবা আছেনে মোৰ দৰে যিয়ে এতিয়াও এই গান বোৰৰ প্ৰেমিক
হয় আছোঁ।
মই আছো
Hoi asr
Hoi ♥️🙏
Moi
কিমান ব্যস্ততাৰ মাজত ভূপেনদাই এই গান অসমীয়ালৈ ভাঙনি কৰিছিল আৰু কি ভাব আবেগৰ সৃষ্টি কৰিছে । অন্তৰ চুই যায়।
এই গান বোৰে হৃদয় জূৰাই।শুনিলে শুনি থাকিবৰ মন যায়।
হৃদয় স্পৰ্শ কৰি গৈছে ,কি যে সুমধুৰ গীত, শিল্পী জনিলৈ সহস্ৰ প্ৰণাম।।
এই গীতবোৰ আমাৰ অসমৰ অতুলনীয় সম্পদ।
Mainbarasha mojja
এনেবোৰ গীতৰ হে শ্ৰোতা আমি ❤️❤️
আগতেওঁ ,আৰু আজিও শুনি থাকিবৰ মন ৷কি যে মুৰ্ছনা ৷
অপুৰ্ব শিল্প আৰু শিল্পীৰ কোনোদিনে মৃত্যু নাই ।
শুনিও যেন হেপাহ নপলায়।
তাহানিৰ অন্তৰ কপোৱা শ্ৰেষ্ঠ গীত ।
👍👍
এইবোৰ হল সোনৰ টুকুৰা .....যিমানে পুৰনি হব সিমানে উজ্বল হব ।
Jintu
এইবোৰ প্ৰাণ পৰশি যোৱা গীত, কোনে পাহৰিব পাৰে, আমাৰ আত্মা হয়
Hoi sir thik koise apuni
Pahorid nuari
Xosa Kotha koisa dada
পুৰণি গীতবোৰৰ সুৰেই সুকীয়া শুনিলে শুনি থাকিবৰ মন যায় আৰু মনটো নস্তালজিক হৈ পৰে।
হ্দয় কপাই যোৱা গান
মুৰ অতি পিয এই গানটো
O larar mak
Bahut vall pao Moi poroni git bor
পাহৰি গৈছিলো এনে গানৰ কথা। সোঁৱৰাই দিয়াৰ বাবে ধন্যবাদ।
এই টো ইমান ভাল গান
পুৰণি গীতবোৰ শুনিলে মনটোত এটা এনেকুৱা অনুভূতিৰ সৃষ্টি হয় যাক ভাষাৰে বুজাব নোৱাৰি ।
সুৱদি সুৰীয়া🌺🌺🎶🎶🎵যাউতী যুগীয়া
সুন্দৰ..সৰু কালৰ কথা বোৰ মনত পৰিল... ৰেডিওত শুনা... ❣️
Val lage ☺️👍
ইমান ধুনীয়া গীত আৰু মিউজিক
Composition, সুন্দৰ লহৰ,বৰ মিঠা গীত। শুনিয়েই থাকিব মন যায়।
কথা, সুৰ আৰু কণ্ঠৰ অপূৰ্ব মিলন এই গীতটো। অতুলনীয়।
Apurba ❤👌❤
Salute to Bhupen da
সছাই এইটো গীত শুনিলে মোৰ মালৈ মনত পৰি যায় । এই গীততি মোৰ মাৰ প্ৰীয় গীত । মই মাৰ পৰা দুৰত থাকো সেয়েহে এই গীততি শুনিলে মালৈ বহুত মনত পৰে ।
ময়ো।।।
ইমান ধৃনিয়া মন ভৰি যোৱা পুৰণি গীত !!
এইবোৰ গান শুনিলে ,কেৱল গানটোৰ কথা হে শুনি থাকো শুনি থাকো যেন লাগে।
অন্তত চুই যোৱা কালজয়ী গীত ❤
সময়ৰ কথা নাই যিকোনো সময়তে শুনিব পাৰি ।
Xur aaru lirics khubai sundar 💅💕
সুন্দৰ গীত । শুনিলে মন শাত পৰি যায় ।
বহুত ভাল লাগিল
ধুনীয়া গান
বহুত সুন্দৰ গীত
ভাগ্য ছবিৰ এই গীত চিনেমা হলত শুনিছিলো মোৰ অতি প্ৰিয় বন্ধু গম্ভীৰ শৰ্মাৰ লগত ।ভাগ্য সচাই মোৰ জীৱনৰ প্ৰথম চিনেমা । বহুত ভাল লাগিছিল । দুখ লাগে বন্ধু জন চিৰ দিনৰ বাবে গুছি গ'ল । গীতটোৱে আমনি কৰে ।
Evergreen song for ever. One of my most favourite song. Old is Gold. 😘😘😘😘😘😘
Song,isolds,but
এইবোৰ গান শুনিলে সঁচাকৈয়ে মনটো কিবা বেলেগ অনুভৱ হয়।
my heart really beats fast after hearing this song❤️❤️❤️
অতীতৰ সপোনৰ ন আমেজ।। বিশ্লেষণ কৰিব নোৱাৰা কণ্ঠ আৰু সুৰ।
বুঢ়া গছৰ পান খাবলৈ ভাল
Yes
Very nice song
আমাৰ সময়ত যিবোৰ হে গান শুনি আছো, মইতো নতুন গান নুশুনোৱেই, এইবিলাক হে গান 💓💓💓
Sam tu u
বহুত ভাল লাগিল ৷ শিল্পী গৰাকীলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম ৷
,Bhabani Kalita
Bhabani Kalita EVER GREEN
good,,,,
@@narendralaldas8633 qa1
@@narendralaldas8633 aa
Hosai bohut hundor gan
হৃদয় স্পৰ্শ কৰা গীত ।
কৰবাত মন গুছি যায়, কি অপূৰ্ব,,
বৰ ধুনীয়া গীত।।
Evergreen sng... So sweet.. 💞💞
Ever green song.
Moi mor grandfather logot aji bohi thakute mor zubin daar pio boli korar pisot grandfather ai song tor khota kole ahi xonar pisot gom palo old is gold..🥀❤️
Really Speechless. . . Only👍
Aaita aru Kokae xorute gaai Xunaicl.. ei gaan tur lgt bohutu purona smriti khumai ase😢😢😢❤
val lagil
Evergreen song. I heard this song before 33 years ago. Very nice.
কি মজা গান
মোৰ এটি অতি প্ৰিয় গীত, বহুবাৰ শুনিলেও হেপাহ নপলাই
মোৰ শ্ৰদ্ধাৰ দেউতাৰ অতি প্ৰিয় গীত ।
I remember my old pre-primary day's. Lovely song.
Khunile khuni thkibo mn juwa gaan.. love it
Khunile nohoy xunile
Khunile nohoy xunile
No
Super,nice,beautiful except this i can't explai
বহুত ভাল লগা গান, সংগীত জগত ক্ষণ এনেকুৱা গানে জীয়াই ৰাকীহব,
বৰ সুন্দৰ গীত
Superb
Moi u aibor puroni git suni khub val pao pagolr dore moi kintu atiyar sowali jibor gan moi mor mar mukhot sorute sunisilu .maye aamak suwai suwai gaisil ru radiot sunisilu bohut sorute ❤❤❤❤
সঁচা কৈ বহুত ভাল লাগিছে । চিৰো যুগমীয়া গীত
আগতেও শুনিছোঁ এতিয়াও কি সুন্দৰ !
Bahut Bahut Bahut apurugia ai ganbur, Hasai bahut hundar.
মন পৰষা গীত
2020 t o kone kone xuni asa ata like dia
Ajiu hunisu moi
bhut dhunia song baideo loi mor bhut bhut dhynabad thakil
Bohut dinor r pisot hunilu gaantu..bhut vl lagile..
মই প্ৰায়েই শুনো । বহুত সুন্দৰ গান।
Bhut dhuniya geet bhupen hazarika deb r hiya jur pri jowa gan
I love you bhupen hazarika
I miss you bhupen hazarika deb
মজা
ভূপেন দাৰ এই গানবিলাকৰ অনুৰাগী আৰু লাখ জন আছে।
When I was in primary section,we used to sing this song. Lovely singing.
Beautiful songs.......heart touching .
This song reminds me of 1970. Now I am 68 yers old.
বহুত ভাল লাগিল গান টো শুনি
Mojja
Old songs is my love... good songs
So sweet voice, so rich in lyric, amazing 🙏🙏
ড: ভূপেন হাজৰিকা দেৱৰ কথাৰে আৰু সুৰকাৰদ্বয় লক্ষ্মীকান্ত প্যাৰেলালৰ এক অমৰ সৃষ্টি।"ভাগ"কথাছবিৰ এটা চিৰসেউজ গীত।শান্তা উজীৰ বাইদেউৰ কন্ঠত গীতটিয়ে প্ৰাণ পাই উঠিছে।কেবা দশক অতিক্ৰম কৰা এই গীতটি আজিও শ্ৰোতাৰ অতি প্ৰিয়। বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত এই গীতটো প্ৰায়েই গোৱা হয়।
সুন্দৰ গীত
Hundor Geet...
Amazing...song........
Bhut bhut Val Laga....
গানটো শুনি মনটো ভৰি গল.😙
Nice song🎶
চিৰ সেউজী গিত । সুন্দৰ মিঠা সোৱাদ গিত । ধন্যবাদ।
Old is gold!
Nice song
Apunalukor montobbyo bur porhi mur anekuwa onuvob hoise jen aji ai jantrikotar majotu xaral monovabor manuh ajiu ase..aibur gane xaralota k nubujay ne..xou tahani 90s r kothabur..xaralata bur...vogobane amak akou agor 90 s loike uvotai niok...
Oh my goodness 😍🥰
My chilhod memory, so thanks !
Khun Bhalo gan
বহুত দিনৰ মূৰত গানটো শুনি শৈশৱলৈ ঘুৰি গ'লো
বহুত ভাল গান।
Bohut val loga gitor ভিতৰত এটা
Apunar mat2 etiyao bhout dhuniya hoi ase....bht val lage xuni...ey2 song2 mur favrt....
সঁচা বহুত ভাল লগা গীত
আজি পোৱা FM অত খুনিলো গানটো । লগা লগ ইউটিউব অত search কৰিলো। বহুত ভাল লাগিছে কিবা গান টো।
❤❤❤
Nice
Mojja, montut bhal lagi jai, ki dhunia kontho