Best song, my favourite song, I love you this song,my favourite song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song
Harute radiot jetia ei gaantu ketiaba baje moi khub beya Pau kintu homoy holoni hoi,age barhi ahe aru manuhor logote posondoru nicchoi growth hoi hekarone bahut bosor pasot 8.4.2013 t jetia late charu gohain r ebosoria mrityu diwas celebration ot ghty commerce college auditorium ot jetia present asilu ei gaantu kunubai gaisil" Tumi mur moromore" aru moi Jen natun koi gaantu hunisilu aru asorit hoisilu ei gaantu e baru moi 88,98ot beya paisilu ne?
এইবোৰ আমাৰ অতুলনীয় সম্পদ । নিভাজ সহজ সৰল যাদু যাদু লগা কি সুন্দৰ । হৃদয় হাত পৰি যায় এই গানবোৰ শুনিলে । ২০২২ ট কোনে কোনে শুনি আছা ?? এটা লাইক কৰি দিয়া🤍
Ĺnu*kjpunñyyñ
সচাকৈ ভাল লাগিছে তুমি মোৰ মৰমৰে মইনা।
আগৰ যিবিলাক গায়ক-গায়িকা তেখেত লোকৰ গান সুনিলে দেহা শীতল পৰি যায় |
অ' হয় নেকি? পাৰিলে ফেন অফ কৰি সেই গানবোৰ শুনিব। কাৰেন্টৰ বিলটো ৰাহি হ'ব।
L
@@user-zu9om3fm9u😢
পুৰনি গানবোৰ শুনিলে কিবা আবেগিক হৈ পৰো।এপলক হলেও নিজকে পাহৰি পেলাও 😭
YES,
Really heart touching song, best song, my favourite song, I love you this song
এইবোৰ চিৰযুগমীয়া গীত ।আমাৰ যৌৱনৰ মধুৰ ক্ষণবোৰ এইবোৰেৰে সজাইছিলো।
Old is Gold কথাষাৰ একেবাৰে সচাঁ ।
হৃদয় স্পৰ্শ কৰা গান।অমৰ গান
বহুত ৰোমান্টিক হলে হে এনে ধৰণৰ গীতৰ জন্ম হব পাৰে। আজিকালিৰ বেপাৰী সকলে নোৱাৰে
Right
সঁচাকৈ অতি সুন্দৰ গান , ভাল লাগিল
বহু দিনৰ মূৰত গীতটো শুনি ভাল লাগিল। এনেবোৰ চিৰসেউজ গীতে মনটো জীপাল কৰি তোলে।
বৰ ভাল লাগিল গীতটো শুনি ৷
Iman dhuniya gan bohut xunilu amoni loga nai ganto xodai siro xeuj hoi thakok soindha ba aponak tq
সঁচাকৈ এটি ধুনীয়া গান।
এই পুৰণি গান বোৰ শুনিবলৈ পালো বৰ ভাল লাগিল ।
সচাকৈ পুৰণি গীতবোৰ শুনি থাকিবৰ মন
Evergreen songs, heart touching ❤❤
গানবোৰে বহুত সময়ত মনৰ কথাকে কৈ যায়।
স্কুলীয়া জীৱনত যেতিয়া এই গানটো শুনিছিলোঁ বৰ লাজ লাগিছিলি। কিন্তু এতিয়া ইমান যে ভাল লাগে!
Hosakoie gan tu bor val loga.. Old is gold kothakhar misa nohoi ❤❤
বহুদিনৰ পিছত গানটো শুনি বহুত ভাল লাগিল॥এনে দৰে পুৰণি গান বোৰ দি থাকিব॥
বহুত ধুনীয়া গীত । বাৰে বাৰে শুনিলেও আমনি নলগা ।
অতি সুন্দৰ গীত
চাৰু দা,সদায় অমৰ হৈ থাকিব। মোৰ অতি শ্ৰদ্ধাৰ/মৰমৰ শিল্পী। সৰুৰ পৰাই তেখেতৰ গান শুনিছো।খুব ভাল পাওঁ।
Good romantic song
Ai bor geet hridayt so jotone rakhiso
গানবোৰে মনৰ আবেগ দুৰ কৰি হৃদয় চাফ চিকুন কৰে আৰু জীৱৰ প্ৰতি সমান চকুৰে চাবলৈ প্ৰেৰণা যোগায়।
সচাকৈয়ে
Yes
I like old songs ☺️
এটি সুন্দৰ প্ৰেমৰ গীত । শুনিলেই শুনি থাকিবলৈ মন যায়। দুখন হৃদয় জুৰাই ৰঙীণ সপোন......
Ai bor geet hridayt rakhiso
Old is gold❤❤❤
শুনি বহুত ভাল লাগে এই গানটো।
সচাকৈ ভাল লাগিল তুমি মোৰ মৰমৰে মইনা
এই পুৰণা গীতবোৰ মোৰ বৰ প্ৰিয় এনেকুৱা দৰদী সুৰৰ গীত নতুন গীতত বহু কমেই পোৱা যায়
পুৰণি গীতবোৰৰ কথাই বেলেগ বহুত দিনৰ পিছত শুনি ভাল লাগিল
Sweet song
Gan tu dhunia bar val lagise voice quality beautiful
Uff emn val lage
সচাকৈ আগৰ গান বোৰ ভাল লাগে বাৰে'বাৰে শুনিব মন যায়
ধুনীয়া গান ।শুনি বহুত ভাল লাগিল মোৰ।
পুনৰ গীত তো শুনি ভাল লাগিল l
Bahut dhuniya hidoi sui jua gaan
Bor val lagise
বৰ ভাল লাগিল
Kub duniya lagise ei gaan
সুন্দৰ গীত
Love this song. Old is gold
Hridoy jur Pori Jay. Bare bare xuni thakibo man jay.geet tu mor bahut priya.thank you.
Moi ei gantu gai 1 priz paisu
অতি সুন্দৰ,,পুৰণি গানৰ মদকতাই সুকীয়া।ইমান কোমল শব্দ ,কোমল সুৰ মন প্ৰাণ কঁপি উঠে।
6 to
Puni gan bahut bhal pano. Dhanyabad
Puroni gaan bilak mur bhut priyo hoi .
গানটি শুনি মনতো জীপাল হৈ উঠিল
Best song, my favourite song, I love you this song,my favourite song, excellent song, evergreen, marvelous, awesome, superhit, most beautiful song, best song
One of my favorite
কি বুলি কম বহু ত ভাল লাগিল
Vert very beautiful
এই গানটো মই খুউব ভাল পাওঁ
Mur papa a buhut val pai song to😊😊😊
Awesome
Old is gold
Bha saru da god bless you.🎸🎸🎸
Tamam voice quality.... kiman bhal loga gaan....
কি যে আৱেগসনা গীত।।ভাষা নাই বুজাবলৈ
Sweet voice &...👍nice music..
Bohut dhuniya lagise gan to suni mok
Evergreen
Best song, my favourite song, I love you this song, my favourite song, most beautiful song, best song, my favourite video
Evergreen song🙏🙏
সুন্দৰ উপভোগ কৰিছোঁ
Oti hundor gan dei
my favourite song...
Haosakoi asorit val loga gan
Mon bhal lagil
Xosakoi
Lovely .....song
মই সৰু হবৰ মন
Old is gold.evergreen song .
Gaan r kotha.... Uffff Dridoy sui jai
Xosake bhut dhuniya gaan tu xunile xuni thakibo mn jy
xundor geet. bahu dinor murot xunilo.
অপূৰ্ব সুন্দৰ গীত ।
সুন্দৰ গান
Harute radiot jetia ei gaantu ketiaba baje moi khub beya Pau kintu homoy holoni hoi,age barhi ahe aru manuhor logote posondoru nicchoi growth hoi hekarone bahut bosor pasot 8.4.2013 t jetia late charu gohain r ebosoria mrityu diwas celebration ot ghty commerce college auditorium ot jetia present asilu ei gaantu kunubai gaisil" Tumi mur moromore" aru moi Jen natun koi gaantu hunisilu aru asorit hoisilu ei gaantu e baru moi 88,98ot beya paisilu ne?
👍 nice music
Khub xundor geet🙏🙏💐💐💐
Tumi mur moromore moina,line tu hit..
Bivor hoi goisu
Redio .....90s monot pori jai
Tumi mor moromore moina❤❤❤
Moja
Best singer Dr.Sandhya Menon,Dr.Saru Gohain
Old is gold. 🌹🌹🌹🌹🌹🌹
Mojja lagil gaan2 huni
bahut Mozza aya
বহুত ভাল লাগিলে সছাই কৈছা
শুনিলে হেঁপাহ নপলায়,বুকু ভৰি যায় ।
Vary Nice Song
Oh! My heart bleeds. ❤❤❤
ধন্যবাদ টুটুল দাদা ও ছাৰ বহুত ধুনীয়া এটা গান শুনিবলৈ link টো দিয়াৰ বাবে ।।
💓💓❤️❤️❤️❤️💕💕💕
ধুনীয়া
সন্ধ্যা মেননৰ মাত টো বৰ মিঠা আছিল । স্কুলত পঢ়ি থকাৰ দিনৰে পৰা ( সম্ভৱতঃ ১৯৮৫ চনৰে পৰা ) আজি লৈকে শুনি আছো , আজিও আমনি লগা নাই , এটা অপূৰ্ব সুন্দৰ গীত
ভাল লাগিল
Charu Da, One of my favourite singers, His voice always touches me
পাঠ বাকচত ক্লিপ এটা পেষ্ট কৰিবলৈ তাৰ ওপৰত টিপক।পাঠ বাকচত ক্লিপ এটা পেষ্ট কৰিবলৈ তাৰ ওপৰত টিপক।
এঐ
@@puspanjoligohain3578 aa
Always favourite