CCTV কেমেৰা লগাব লগীয়া হ'ল। সোণৰ অসম প্ৰজেক্টৰ ১১নম্বৰ ঘৰখন সম্পূৰ্ণ কৰা হ'ল

Sdílet
Vložit
  • čas přidán 3. 06. 2024

Komentáře • 1,5K

  • @xopunvlog1852
    @xopunvlog1852 Před měsícem +142

    আপোনাক জন্ম দিয়া মা ৰূপী ভগৱান গৰাকী লৈ মোৰ ফালৰপৰা ধন্যবাদ 😢😢🙏🙏🙏

  • @arindamlahon
    @arindamlahon Před měsícem +106

    উৎপল দা, নিবিৰ দা, সময় দা। আপোনালোক আচল মানুহ। আমাক আৰু এনেকুৱা মানুহ লাগে।

    • @luhitbori5917
      @luhitbori5917 Před měsícem

      ইমান পাচা ক'ত পাছা ভাইতি কেতিয়া মোক তোমাৰ নবেম্বৰত দিবা মই বহুত সুবিধা হয় আছোঁ

  • @mitalinath6601
    @mitalinath6601 Před měsícem +23

    প্ৰজেক্টটোৰ লগত জড়িত প্ৰতিগৰাকী মহান ব্যক্তিলৈ 🙏🙏🙏

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před měsícem +20

    এই প্ৰজেক্টৰ লগত জড়িত সকলো লৈকে বহুত বহুত ধন্যবাদ। ভগৱানে সদায় ভালে ৰাখক, ভাল কাম কৰি যাবৰ বাবে 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻❤️❤️❤️❤️❤️

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Před 28 dny

      ভগৱানে তোমালোকক মানৱ সেৱাৰ বাবেই পঠাইছে ।আগুৱাই যোৱা আমি তোমালোকৰ লগত আছো।এটা কথা ,নেতা পালি নেতা সকলে এনেকোৱা গৃহহীন পৰিয়াল বিলাক নেদেখে নেকি ।

  • @jmind1171
    @jmind1171 Před měsícem +154

    ভগৱানে আপোনাক আৰু শক্তি দিয়ক আপুনি যাতে এনেকুৱা ভাল ভাল কাম বোৰ কৰি যাব পাৰে, 🙏 আপুনি সঁচাকৈ এজন মহান ব্যক্তি ঈশ্বৰে আপোনাক সদায় ভালে ৰাখক... 🙏

  • @Rekhasvlog1515
    @Rekhasvlog1515 Před měsícem +29

    উৎপল দা🙏নিবিৰ দা🙏 সময় দা🙏 আপোনালোকৰ সকলো লৈ ধন্যবাদ 🙏 আপোনালোকৰ ভবিষ্যত উজ্বল কামনা কৰু🙏💐

  • @pabitraborah632
    @pabitraborah632 Před měsícem +8

    কবলৈ ভাষা নাই, বহুত বহুত মৰম আৰু আশীৰ্বাদ তোমালৈ ❤️❤️❤️

  • @MunmiBora-lm4fu
    @MunmiBora-lm4fu Před měsícem +5

    তুমি দুখীয়াৰ কাৰণে এক কথাত কব গলে ভগৱান।বাকী আগ বাঁহী যোৱা বহুত বহুত শুভেচ্ছা থাকিল❤❤

  • @godgaming636
    @godgaming636 Před měsícem +54

    কবলৈ ভাষা নাই। বহুত মৰম থাকিল আৰু আগুৱাই যোৱা🙏🙏

  • @dipakgogoi7283
    @dipakgogoi7283 Před měsícem +30

    সময় তুমাক ভগৱানে আশীবাদ কৰক আৰু সদাই আগবাহী যোৱা কুশলে থাকা 🙏🙏🙏

  • @NNG-SINGER
    @NNG-SINGER Před měsícem +10

    মাইনা নিবিড় উৎপল আৰুসময় সকলোকেআশীবৰ্বাদ কৰিছো ।❤❤❤❤❤❤❤

  • @mohimvlogs9605
    @mohimvlogs9605 Před měsícem +17

    তোমাৰ নিচিনা এজন সময় গগৈ কেতিয়াও নোলায় আৰু নিস্বাৰ্থ ভাৱে সহায় কৰি অহা এজনেই সময় গগৈ গগৈ proud fill কৰো 🥰🤗

  • @pubaligogoiofficial4412
    @pubaligogoiofficial4412 Před měsícem +33

    Homoi ye manuh hok homoi bur dekhuwai dise ... Vogobane tumr lgt hodai ase .....tumk ketiya bipodhot nepelai .....❤

  • @munmiborpatragohain4710
    @munmiborpatragohain4710 Před měsícem +11

    আপোনালোকৰ তিনিওজনলৈ বহুত বহুত মৰম থাকিল, ভগৱানে সদায় ভালে ৰাখক 🙏

  • @priyojonorbandhun
    @priyojonorbandhun Před měsícem +9

    🙏🙏🙏🙏🙏🙏🙏প্ৰথমে সকলোলৈকে।ভাষাৰে বুজাব নোঁৱাৰো।তোমালোকৰ এই কৰ্মই উঠি অহা নতুন প্ৰজন্মৰ বাবে এক সুন্দৰ আৰ্হি।🎉🎉🎉❤❤❤

  • @dhiramonikalita555
    @dhiramonikalita555 Před měsícem +1

    প্ৰজেক্টতোৰ লগত জড়িত সকলো ব্যক্তিকে তথা উৎপলদা আৰু নিবিৰদাক বহুত বহুত ধন্যবাদ 🙏🙏

  • @bipulborah2193
    @bipulborah2193 Před měsícem +16

    দুয়ো জনলৈ অশেষ ধন্যবাদ থাকিল। এনেদৰে আগোৱাই যোৱা।

  • @Realfoolscopy-9
    @Realfoolscopy-9 Před měsícem +24

    আৰু আগ বাহি যোৱা দাদা তোমাৰ ভিদেও চাই বহুত ভাল লাগে যই আই অসম ♥️♥️

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w Před měsícem +7

    তোমাক কি বুলি কম ভাৱি পোৱা নাই সময় ।তুমি অনন্য ।তোমাক হাজাৰ🙏🙏🙏

  • @chandramaikonwar7744
    @chandramaikonwar7744 Před měsícem +3

    এনে মহান কাম কৰিবলৈ ভগৱানে তোমাক সদায় কুশলে ৰাখক।

  • @user-ge2ni1st2n
    @user-ge2ni1st2n Před měsícem +40

    আৰু আগ বাঢ়ি যোৱা দাদা 🎉

  • @user-cd2kw3dh4v
    @user-cd2kw3dh4v Před měsícem +19

    সময় দা আপোনাৰ কামবোৰ বহুত ভাল লাগিছে।

  • @dutta22
    @dutta22 Před měsícem +5

    *সময় আগুৱাই যোৱা এনেকৈয়ে❤ জয় বাবা অগ্নিনাভ*

  • @rekhaneog1101
    @rekhaneog1101 Před měsícem +7

    তোমাক আচলতে ধন্যবাদ দিবলৈও মোৰ ভাষা নাই ভাল কৰি ৰাখক তোমাক তাকে কামনা কৰিলো, 🙏

  • @rijubharali8409
    @rijubharali8409 Před měsícem +8

    সুন্দৰ খুউব ভাল কাম কৰিছা। ভগৱান তোমাৰ সহায় হওক আৰু আগুৱাই যোৱা।

  • @sushmitagogoi7955
    @sushmitagogoi7955 Před měsícem +24

    Tumak vogobane hodai kukhole rakhok ru aguwai juwa❤️❤️

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 Před 20 dny

    আপোনাৰ সৈতে এই অভিযানৰ নিবিৰ কাশ্যপ,উতপল ডাঙৰীয়া, মামাৰ লৰা সকলোকে মহৎ কাৰ্যৰ শুভেচ্ছা জনালোঁ।

  • @user-bg6cl1dp9t
    @user-bg6cl1dp9t Před měsícem +1

    আপোনাক কি বুলি ধন্যবাদ দিম, ভাষা নাই, আপোনাক অন্তৰৰ পৰা চেলুট ❤

  • @shahnazalimir686
    @shahnazalimir686 Před měsícem +15

    Heartfelt thanks to Mr. Nibir and Mr. Utpal🙏

  • @lipimanidas7088
    @lipimanidas7088 Před měsícem +9

    আপুনি যি মহান কাম কৰি আছে তাৰ বাবে ধন্যবাদ শব্দটো বহুত সৰু, তথাপিও মোৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ।

  • @jyotimakumbang8132
    @jyotimakumbang8132 Před 23 dny

    সময় তোমাৰ লগতে উৎপল,নিবিৰ সকলোলৈ আশীৰ্বাদ কৰিছোঁ।যাতে সদায় ভগৱানে কুশলে ৰাখক। আৰু অসমৰ চুকে কুনে থকা দৰিদ্ৰ সকলক সেৱা আগবঢ়ায় থাকিব পৰাকৈ।❤

  • @user-ep2rt8zu1f
    @user-ep2rt8zu1f Před měsícem +2

    ভগৱানে, আপোনাক, আশিবাদ,কৰক আগবাঢ়ি যায়

  • @hemantakumarborooah1104
    @hemantakumarborooah1104 Před měsícem +5

    ভতিজা ,ভগৱানে তোমাৰ মঙ্গল কৰক ৷ তাতোকৈ কবলৈ আৰু মোৰ ভাষা নাই ৷ ❤❤❤❤❤❤

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 Před měsícem +33

    তোমাৰ লগতে সকলো লৈ ধন্যবাদ থাকিল ❤❤

  • @prasantalightandsound9684

    আপোনাক ভগৱানে আৰু সাহক দিয়ক ।দুখীয়া মানুহৰ আৰু সহায় কৰি যোৱক🙏🙏

  • @mujibursamidrohman9330
    @mujibursamidrohman9330 Před měsícem +2

    আপোনালোক সকলোলৈ ধন্যবাদ এনেদৰে সঁচাই ভাল পদক্ষেপ লোঁৱা বাবে

  • @nitubarua3352
    @nitubarua3352 Před měsícem +17

    বহুত ভাল লাগিল ৰাকেশ ৰ বাবে ইমান খিনি কৰি দিয়াৰ বাবে ,God bless you Beta❤

  • @PulenRoy-kc5vn
    @PulenRoy-kc5vn Před měsícem +5

    সচাকৈ আপুনি আমাৰ বাবে মহান ব্যক্তি 🙏 🙏 ইশ্বৰে আপোনাক সদায় ভালে ৰাখক 🙏....

  • @bubudiganth2009
    @bubudiganth2009 Před 25 dny

    নিবিৰ দা , উৎপল দা আৰু সময়লৈ বহুত বহুত ধন্যবাদ থাকিল

  • @supriyabora8943
    @supriyabora8943 Před měsícem +6

    ভালে ৰাখক ভগৱানে সময় তোমাক ❤🙏🏻

  • @darshuvlog7241
    @darshuvlog7241 Před měsícem +11

    আনক সহায় কৰিবৰ বাবে এখন বহল হৃদয় থাকিব লাগে যিটো তোমাৰ আছে❤ বহুতৰে সপোনৰ ঘৰখন তৈয়াৰ কৰি গৈ আছা ❤ ভগৱানে তোমাক শক্তি দিয়ক ভালে থাকা তুমি, নিৰুগী হোৱা তুমি ❤, তুমি ভালে থাকিলেহে এনেদৰে সপোন পূৰণ হব , বহুতৰে ভৱিষ্যত উজ্জ্বল হব ❤️💕💗 মানুহৰ ৰূপত এই বুলে ভগৱান আহে, যাৰ কোনো নাই তাৰ লগত তুমি আছা ❤️ বহুত মৰম তোমালৈ ❤। কিছুমানে মানুহৰ ৰূপ লৈ দানৱৰ কাম, আনক সমালোচনা কৰি এই সময় পাৰ কৰি আছে, আনফালে তুমি 🥺🙏🙏🙏💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓💓

  • @debabratagogoidhun6579
    @debabratagogoidhun6579 Před měsícem +1

    ভাল মানুহৰ ভাল কাম, সকলোৱেই মুখত হক তোমাৰেই নাম ‌❤

  • @madhushmitamedhi1592
    @madhushmitamedhi1592 Před 29 dny +1

    নিবিৰ দাদা আৰু উৎপল দাৰ দৰে সকলো হব চেষ্টা কৰাই তেওঁলোকৰ সৰ্থকতা, আহক আমি সকলো তেওঁলোকৰ দৰে হওঁ 🙏🙏 বহুত ধন্যবাদ 🙏🙏

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c Před měsícem +74

    ঠাণ্ডা দিনৰ বাবে ডাঠ কম্বল দুখন দিলে ভাল হব সময় ৷ তিনি মাহৰ পাচত দিলেও হব অৱশ্যে গৰমৰ দিন নহয় এতিয়া ৷ বৰষুণ দিলে ঠাণ্ডা লাগিব ৰাকেশৰ তেজ কম যে ৷ লৰাটো জীয়াই থাকক আশীৰ্বাদ কৰিছো কৃষ্ণ কৃষ্ণ!❤❤❤❤❤

  • @user-re1qn8ug4x
    @user-re1qn8ug4x Před měsícem +5

    আগুৱাই যোৱা, বহুত বহুত ধন্যবাদ আৰু শুভকামনা তোমালৈ, ভগৱানে মঙ্গল কৰক তোমাক🙏🙏

  • @kabitabhuyan9507
    @kabitabhuyan9507 Před měsícem

    ভগৱানে তোমাক আৰু শক্তি দিয়ক। সঁচাকৈয়ে তুমি নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা ।

  • @BishalDas-mn9im
    @BishalDas-mn9im Před měsícem +1

    ৰক্তিম যেন এটি উত্তাপ হওঁক, সময়ে সকলো কৈয় যাব সময়ৰ কথা। ❤

  • @RunjunGogoi-td5pm
    @RunjunGogoi-td5pm Před měsícem +6

    Homoy tumak vogobane aaru hahokh diyk tumi kukhole thaka vogobanor usorot parthona jonalu 🙏🙏🙏

  • @rupakgogoi4023
    @rupakgogoi4023 Před měsícem +7

    অতি গুৰুত্বপূৰ্ণ কাম কৰিছা।
    Keep going Brother
    Hat's off you✨👏

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u Před 20 dny

    সচাঁই তোমাক ধন্যবাদ দিবলৈ ভাষাই নাই ইমান ভাল ভাল কাম কৰি গৈছা বহুত ভাল লাগে। তোমাক সদায় ভালে ৰাখক তাকে ভগৱানৰ ওচৰত কামনা কৰিছো।

  • @manashibora-gk5fe
    @manashibora-gk5fe Před měsícem +1

    তুমি দুখিয়া মানুহৰ কাৰণে যিখিনি সহায় কৰিছা কোনো youtuberoke কৰা দেখা নাই । তোমাক ভগৱানে আৰু শক্তি দিয়ক । ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যে বেলেগৰ নিচিনা কি খাইছো ক'ত গৈছো video নেদেখাই অসমৰ দুখিয়া মানুহৰ কাৰণে দিনে ৰাতিয়েই চিন্তা কৰি থাকা তোমাক বহুত বহুত ধন্যবাদ সময় । তোমাক এজন ভাল youtuber হিছাপে আমি আগলৈয়ো এনেকৈ চাই থাকিব বিচাৰোঁ।

  • @anupamkalita2619
    @anupamkalita2619 Před měsícem +5

    আপোনাৰ দৰে সকলো youtuber hole kotha a nasil ভাল লাগে আপোনাক আমাৰ গাঁৱত বহুত দুখীয়া মানুহ আছে আজিলৈকে চৰকাৰী সুবিধা পোৱা নাই

  • @user-gx9ci3ki8k
    @user-gx9ci3ki8k Před měsícem +97

    Homoy da ❤❤❤❤❤❤

  • @bhagyashribordoloi5071
    @bhagyashribordoloi5071 Před měsícem

    তোমাৰ এই কাম বোৰে এক নতুনৰ সৃষ্টি কৰে সময় দা কবলৈ , লিখিবলৈ ভাষা নাই তোমাৰ লগতে উৎপল দা আৰু নিৱীৰ দাকো বহুত বহুত ধন্যবাদ ❤❤

  • @binaytalukdar8226
    @binaytalukdar8226 Před měsícem +1

    ভগবানে আপোনাক সদায় কুশলে ৰাখক❤❤❤❤

  • @tarangakonwar98
    @tarangakonwar98 Před měsícem +13

    Thank you নিবিৰ দাদা ,উৎপল দাদা, সময় দাদা❤❤❤❤❤❤❤❤

  • @raj.q.gaming1688
    @raj.q.gaming1688 Před měsícem +30

    Like please ❤

  • @PremodharSaikia-xg7fd
    @PremodharSaikia-xg7fd Před měsícem

    গোটেই কেইজনকে সদাই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সদাই যাতে এনেকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ

  • @dilipgorh2921
    @dilipgorh2921 Před měsícem +1

    ভক্তি ভৰা ঽদয়ৰে আপোনাক ধন্যবাদ ভগৱানে আপোনাক ভক্তি ভৰা ঽদয়ৰে আশীৰ্বাদ কৰক 🙏🙏🙏।

  • @achintyaborah7037
    @achintyaborah7037 Před měsícem +18

    তুমি এনেদৰে কাম কৰি যাবলে ভগৱানে আশীৰ্বাদ কৰক ❤❤❤।

  • @MunmiPhukon-dk4lo
    @MunmiPhukon-dk4lo Před měsícem +5

    Homoy da tumk vogoban valae rakha🙏🔥❤️

  • @user-bg6cl1dp9t
    @user-bg6cl1dp9t Před měsícem +1

    নগতে উৎপল বৰা আৰু নিবিৰ কাশ্যপ ডাঙৰীয়াক বহু বহু ধন্যবাদ🙏🏼

  • @gubinvlog8543
    @gubinvlog8543 Před měsícem

    Dhanyawad Homoy Nibir Da aru Utpal Da.Mohan Kam korisa tumaluke👃👃👃👃👏👏👏👏👏

  • @HumenKhanikar
    @HumenKhanikar Před měsícem +6

    ৰজাৰ খনৰ খোবোয়া এটা লগাই দিব লাগিছিল দাদা মানে আৰু ভাল হ'ল সেতেন ❤❤

  • @userjayamili
    @userjayamili Před měsícem +5

    You are my favourite youtuber ❤❤❤ love from Gogamukh....

  • @assamkingff3455
    @assamkingff3455 Před měsícem

    Gogoi da Tume🔥🔥🔥🔥

  • @udhabdas9129
    @udhabdas9129 Před měsícem

    সময় দা,নিবিড় দা আৰু উৎপল দা সকলোকে আকৌ এবাৰ মৰম আৰু ধন্যবাদ দিলোঁ।।সকলো সুস্বাস্থ্যবান হওক।

  • @ranjandeka2017
    @ranjandeka2017 Před měsícem +12

    Utpal da aru Nibir da k amar falor porau u dhoinobad

  • @TTaid-hi7ez
    @TTaid-hi7ez Před měsícem +3

    Nice Video dada aru aguwai juwa dada love prom Lakhimpur ❤❤❤❤❤

  • @NamitaSarkarBonia-st5tv

    Bohut bohut val Kam korise apuni vogobanor dore Kam korise apuni ❤❤❤❤❤❤❤❤❤❤❤

  • @deepagogoi3182
    @deepagogoi3182 Před měsícem

    উৎপল দা আৰু নিবীৰ দা দুয়োজনকে ধন্যবাদ জনাইছো।কিন্তু তোমাক হে প্ৰথমতে ধন্যবাদ জনাইছো ।🙏

  • @user-yi1rf5tf5u
    @user-yi1rf5tf5u Před měsícem +3

    Facebook t Sai silo 🎉🎉🎉I love you homoy daa

  • @DEVAR270
    @DEVAR270 Před měsícem +4

    Thumbnail t jeneke hahi ase teneke jen apuni xodai hahi thake iyak e kamona korilo❤️😊

  • @user-rq4sf9oq8z
    @user-rq4sf9oq8z Před měsícem

    ভগৱানে তোমালোকৰ মঙ্গল কৰক। সকলো লৈকে হিয়াভৰা আৰ্শীবাদ থাকিলে।জীৱ শ্ৰেষ্ঠ মানুহৰ শ্ৰেষ্ঠতম ধৰ্ম এইয়াই। ভগৱন্তই কৃপা কৰক কৃষ্ণ কৃষ্ণ।

  • @shamimakhter6409
    @shamimakhter6409 Před 14 dny

    Bahut bhal kaam korise. Humanity work. ❤❤

  • @Protimchelleng5938
    @Protimchelleng5938 Před měsícem +3

    সময় দাদা ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Polashneog
    @Polashneog Před měsícem +5

    স্বয়ং ভগৱানক সকলোৱে আশীৰ্বাদ কৰক ❤❤

  • @monalishagogoi7207
    @monalishagogoi7207 Před měsícem

    Utpol àru nibir da karone bohut tq

  • @sandhanibora5354
    @sandhanibora5354 Před měsícem

    সময় দা তুমি জীৱনত বহুত বহুত আগুৱাই যোৱা ❤❤❤

  • @user-piyush8011
    @user-piyush8011 Před měsícem +5

    Apuni mohan dada

  • @bimalgogoi6791
    @bimalgogoi6791 Před měsícem

    সময় দা আপোনাৰ লগতে নিবিড় দা আৰু উৎপল দা তিনিজন ক ঈশ্বৰে মংগল কৰক, ধন্যবাদ ❤❤❤আৰু আগুৱাই যাওক তাকে কামনা কৰো 👍👍👍

  • @SankarDas-nw7jc
    @SankarDas-nw7jc Před měsícem +1

    আপোনাক অসমৰ ভগৱান বুলি কলো.
    মই

  • @Targetdefence403
    @Targetdefence403 Před měsícem +3

    Homoy❤😊

  • @monujhazarikadodo743
    @monujhazarikadodo743 Před měsícem

    Thank you উৎপল দা আৰু তোমাকো ৷

  • @Tralukya99
    @Tralukya99 Před měsícem +1

    কি ক'ম দাদা তোমাক❤💓...... ভাষা বিচাৰি পোৱা নাই......❤🎉🌹

  • @rekhamonigogoi1391
    @rekhamonigogoi1391 Před měsícem

    তোমাক ওচৰৰ পৰা চাবলৈ বহুত মন গৈছে। কাৰণ তুমি এজন ভগৱানৰ শাৰীত থকা এজন ব্যক্তি।

  • @thekamansisters.7725
    @thekamansisters.7725 Před měsícem

    সঁচাকৈ আপুনি মহান ❤

  • @Naina.kole.10
    @Naina.kole.10 Před měsícem

    Utpal da bohut bohut dhoinobad

  • @rockon9937
    @rockon9937 Před měsícem

    hundor vaiti

  • @jayantadeka2349
    @jayantadeka2349 Před měsícem

    আপোনাক ভগৱানে মংগল কৰক । লৰা জন সোনকালে ভাল পায় জানো ভগবানৰ ওচৰত প্ৰাথনা কৰিছোঁ।

  • @tinamonidutta
    @tinamonidutta Před 28 dny

    Dhoinyabad xomoy da nibir da utpal da manobota jiyai rokha babe

  • @nilakshiphukon9249
    @nilakshiphukon9249 Před 28 dny

    Bohut val lagile apuni aru aguwai jauk

  • @niranjannarah
    @niranjannarah Před měsícem

    Utpal. Nibir and homoy jai ho ❤❤❤❤

  • @xunsikhavlogs4145
    @xunsikhavlogs4145 Před měsícem

    সঁচাকৈ ৰাকেশ আগতকৈ বহুত ভাল হল শকত হৈছে আগতকৈ ,বিশেষ আৰু একো নকওঁ বাৰু,তোমাক বহুত ভাল লাগে সময় দা

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Před měsícem

    বহুত ভাল কাম কৰিছা সময়, ভগৱানে তোমাক মঙ্গল কৰক তাকেই কামনা কৰিলোঁ 🙏 ধন্যবাদ

  • @rupamdoley5377
    @rupamdoley5377 Před měsícem

    সুন্দৰ আৰু আগুৱাই যাওক ❤❤

  • @rijusshorts
    @rijusshorts Před měsícem +1

    Proude of you Hamai da❤
    Thanks for Nibir da and Utpal da❤❤

  • @nurmdvlogs6624
    @nurmdvlogs6624 Před měsícem

    সঁচাকৈ আপোনাক মনিব লাগিব আজিৰ দিন এনেকুৱা মানুহ আছে যে বহুত ডাঙৰ কথা ভগৱানে আপোনাক শক্তি আৰু আয়ুস দিয়াক 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 বহুত বহুত ভাল লাগে আপোনক # homoy দা❤❤❤❤❤

  • @ManojSahani-eb4bh
    @ManojSahani-eb4bh Před měsícem

    One of best person in assam...i have one wish from god to meet dada❤ love from dhemaji , Silapathar

  • @prittyvolgs8285
    @prittyvolgs8285 Před měsícem

    Utpal da n Nibir da thank u dil se