Kesuman you Tuber ke sabe hehotor video gare kina bike kina ghor lua aru ke ke video sabe kintu ajone only one CZcamsr King Homay Daa love you Jai Homay daa
Aponak kisuman youtubere beya pay but u r the best influencer for the other people. Many other youtubers should be like you❤ These all steps you do help more other people. Brings hope.
Tomak ki buli kom ভাষা নাই Homoy তোমাৰ video bor sai Khosa koi enekua lage je manuhak সহায় কৰক যাতে তোমাৰ কাৰণেই কাৰোবাৰ এখন ঘৰ কাৰোবাৰ জীৱন টো সুখ শান্তিৰে ভৰি পৰে
তাইৰ মুখৰ হাঁহি টো দেখি ভাল লাগিছে।❤
আপুনাৰ দৰে মানুহ বোৰ ৰ বাবেই পৃথিৱী খন সুন্দৰ হৈ আছে। ❤
ঘৰ ভঙা হ'লেও একো কথা নাই মাইনা,মনটো ভাঙিব নিদিৱা। এইদৰে থাকিও ভাল মানুহ হ'ব পাৰি💯🌈
এজনী ইমান সৰু ছোৱালী ঘৰ চম্ভালি লৈ পঢ়ি আছে যে, তাইক ভগৱানে আৰু আগুৱাই নীয়ক❤❤ আমি তাৰে কামনা কৰিলো ।
আজিৰ তাৰিখত একমাত্ৰ ইউটিউবাৰ সময় গগৈৰ পৰা দুঃখ সুখ আৰু জীয়াই থকাৰ পেৰণাৰ লগতে সকলো শিক্ষা লৱ পাৰি । সোণৰ অসম অতি তৎকালে সফল হোৱাৰ আশাৰে বট চাই ৰ'লো ।
নৰ পূজা আৰু নাৰায়ণৰ সমান।❤❤❤❤
আপুনি সদায় ভাল কাম কৰক দাদা ভগবান সদায় আপোনাৰ লগত আছে
তুমি আহিছা___নিশ্চয় ডালিমীৰ ভাল হ'ব।
Who's is think that this person is real hero in the world 🌍❤❤love from sivasagar ❤️
সুন্দৰ.. আপুনি অসহায় লোকক সহায় কৰক.. আপোনাক ভগৱানে সহায় কৰিৰ।
সময় তোমাক ভগৱানে সুস্থ কৰি ৰাখক ।❤❤❤❤❤❤❤❤❤
ডালিমীৰ মনৰ আশা পূৰণ হওক ।
তোমাৰ কাম খিনি দেখি বহুত ধনী ইউতিউবাৰে লাজ পাব লাগে। বিয়াৰ উপহাৰ দেখাই ভিউজ লৈ আছে নামি দামি ইউতিউবাৰে।😂।
Right 👍
Thikei
Name Manson krela aru val lgela hoi..agi kali hei bor video sabloi arelu moi
And unsubscribe krelu
ও হয় দা কবাত ফুৰিব গেলি ও vedio বনাই তাকেই দি পইচা কমাই আছে ...bike কিনিছে ... সময় ৰ দৰে কেতিয়া ও হব নোৱাৰে
বৰ সুন্দৰ নিদৰ্শন
আপুনি মহান সমৰ দা এনেকৈ আৰু আগবাঢ়ি যাওক সদায়🙏
তোমাক আশীৰ্বাদ কৰিছো ভগৱানে তোমাক শক্তি দিয়ক এনেধৰণৰ কাম কৰিবলৈ ।
ভগৱানে তোমাক কুশলে ৰাখক
Homoy dak bohut bohut TQ karon aji kalir manuhe dekhiyeu nedekha hise manuhe manuhok agbarib nidiya aru akhon sorkarok anurodha jonalu je amar xundor akhon Khanot dhukhiya manuhok agubai loi jayok 🙏🙏
আচলতে আমি শিক্ষিত হৈছোঁ কিয়? যদি কোনো এজন দৰিদ্ৰ বা অসহায় লোকক সহায় কৰিবই নোৱাৰোঁ।❤❤❤😮
Suwali jonik dekhi bor morom lagi gol 😊ghor khon jenekuai nhouk kio tai bor pori pati ke rakhise
বহু ত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো বেটা আগুৱা জোৱা
Hamoy daaa r rupot bhagaban he apuni❤❤❤
তোমাক বৰ ভাল লাগে এইবোৰ কাৰনতে❤️❤️❤️❤️❤️ আগ বাঢ়ি যোৱা
Eikhone kaam kora sarkar, dukhiya manuhok dekhi napai ,Homay ❤
দাদা Vonty ক ঘৰ আৰু কাৰেণ্ট দিলে ভাল হলে +হৈ কাৰণ তাৰ সোপন আপনি ভগৱান হৈ তাক আগলৈ নিব বুলি আকাশ থাকিল.. মোৰ মতা মত kheni কৈছোঁ... আপোনাৰ লগত আমি আৰু ৰাইজে আছে
Home and karent.table.huboloi bisona👌
So lovely ❤
Tair Ujjol vobisyot kamona krilu , ami mathu pray kribohe prim, homoy da apuni bht hahokhi , ru aagbahi jauk
তুমি বৰ হৃদয়বান।তোমাক ভগৱানে সহায় কৰক
Ami Duror pora 'Vogobanor Usorot ' prathona korisu , Tai utjal vobishot monor kamona pur hoi .... " Homoi ' Tumi , hosai Ashomor Jugya Hontan ...!!!
সচাঁকৈ, বুজাৱ নোৱাৰা এক দৃশ্য ! এনেবোৰ পৰিয়ালক চৰকাৰৰ আঁচনি ডুকি নাপায় কিয় ? চৰকাৰৰ গৃহ,তেওঁৰ মাকৰ বাবে অৰুণোদয় আঁচনি ইত্যাদি পালে পৰিয়ালতো অলপ হ'লেও সহায় হ'ল হেতেন । তেওঁলোকৰ গাওঁ পঞ্চায়তৰ সভাপতি বা সদস্যই এনেবোৰ পৰিয়ালক চকু দেখা নাপায় নেকি ? যি কি নহওঁক ছোৱালীজনীৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
Aiu lukor dore manuhe aku napai , karon auluke rajnitir dalali burok aku dibo nuware
এতিয়া পিচত Homoy ডাঙৰীয়া পঞ্চায়তৰ মানুহক ডালিমীৰ লগ লগাই দিলে উপকাৰ হব। সম্ভৱ ডালিমীৰ Aadhar card আদি নাই । পোৱাৰ ব্যৱস্থা কৰিব।
Ajiloi comment kora nii but aji korisu tay jate jibon vl houk 🙏
ছোৱালী জনী বৰ ভাল লাগিছে মোৰ এনেকুৱা এজনী পালে জীৱন ধন্য ❤
😂😂Kam nai fotura
😂😂😂😂
Tq❤❤❤
@__anime_o_ac_ tumar nai sage😅
Vnti junir hahi bor dhuniya aguwai jaok tare kamona 🙏
বৰ ভাল কৰিছা তোমাক ভগৱানে সহায় কৰক
Suali jonir hahi tu imn dhunia 🤍 taai jate val manuh hoi goi takei kamona korilu 🙏🏻
এয়াই আমাৰ সোণৰ অসম মানৱ সমাজত যে আপুনি ইমান মানুহ ক সহায় কৰিছে, ধন্য মনিছো দাদা এনেকৈ য়ে আপুনি আগবাঢ়ি যাওক 👍🙌
ছোৱালী জনিৰ মুখত হাঁহি দেখি মনতো ভাল লাগি গ'ল।
Hundor video 😢
এইয়াই মানুহৰ জীৱন ❤❤❤❤
Apuni hosakoi vhogoban hoi dada..... Love you from sivasagar
সুন্দৰ, ভগৱানে সদাই ভালে ৰাখক।
বহুত ভাল কাম কৰি আছে দাদা .. আৰু আগ বাঢ়ি জন তাকে ভগৱান ওচৰত প্ৰাৰ্থনা জনাইছো ..
Kesuman you Tuber ke sabe hehotor video gare kina bike kina ghor lua aru ke ke video sabe kintu ajone only one CZcamsr King Homay Daa love you Jai Homay daa
😮😢😢 সঁচাই অসম চৰকাৰৰ একো কাম নাই সময় দা selut 🙋🙏♥️
সময় দা, খুওব ভাল কাম কৰি আছা...😊 দুখীয়া পৰিয়ালবোৰক সদায় সহায় কৰি গৈ থাকিবলৈ ভগৱানে তোমাক শক্তি দিয়ক 😊....অনাগত দিনত ভগৱান তোমাৰ সহায় হওক, তাকেই কামনা কৰোঁ 🙏🏻😊❤
Location hoise bordoi bam na pam ❤❤ our vilaage mur ghoror pisfalor manuh ghor 😊❤
Homoi Gogoi is with you now your homoi Will change very soon Bhonti good luck
মই কাকপথাৰ ৰংপুৰীয়া গাঁৱৰ পৰা আপোনাৰ ভিডিও টো চালোঁ, বহুত ভাল লাগিল
অসম ৰত্ন সময় দা ❤️❤️❤️
Aponak kisuman youtubere beya pay but u r the best influencer for the other people. Many other youtubers should be like you❤ These all steps you do help more other people. Brings hope.
Homoi dak kun youtubere beya pai Taku sai lom . Iman Val Kam kore manuh jonok kunubai beya pabo ne ?
সচাঁ কৈ সময় কʼত দিম্পু বৰুৱা কʼত।
Apuni bahut mahan❤
Adin bohut aguwai jabi maina❤
Suwali joni bor morom loga o. Bhogoban r rupot tumak pothaise ❤❤❤❤
🙏🙏🙏🙏🙏 ভগৱানে আপোনাক কুশলে ৰাখক ।
খুব ভাল আৰু মৰম লগা ছোৱালী জনী। দৰিদ্ৰ যদিও সংস্কাৰ জনা ছোৱালী তাই। তোমাৰ লগ হৈছে যেতিয়া নিশ্বই ভাল হব।
Good job 👍👌
বেটা তোমি বহুত ভাল কাম কৰিছা তোমাক ভগৱানে শক্তি দিয়ক
তুমি আগুৱাই যোৱা দেৰগাঁও
Tomak ki buli kom ভাষা নাই Homoy তোমাৰ video bor sai Khosa koi enekua lage je manuhak সহায় কৰক যাতে তোমাৰ কাৰণেই কাৰোবাৰ এখন ঘৰ কাৰোবাৰ জীৱন টো সুখ শান্তিৰে ভৰি পৰে
ভগৱানে আপোনাক ভালে ৰাখক ।
Nice job...
Mazza big bro god bless you
I wish her bright future 😇
God bless you.
Great Bhai ❤
Great job brother 👍❤️
Dhuniya kam
Xosakoi dada Tomi bohut besi mohan.....❤❤❤❤❤
Samay is a great U Tuber of Assam ❤
Great job...
🙏🙏ভাল লাগিল
ধন্যবাদ জনালোঁ
Apon manush jon ❤❤❤
Somoy God bless you very much for your thinking ❤
Good 👍
❤❤❤🎉🎉🎉 bohut bohut dhonybat🙏🙏
Dada eman duxot thakiu je vonti jonia emn xundorkoi hahib janise anekuai hobo lage jibon aru apunar dore manuhr bohut proyujon amar xomajt ❤❤ from morigaon
God bless you ❤❤❤
Apun manuh jon.❤❤❤❤
Vaity Tumi agiwai jua
Very good work ❤
Bohut CZcamsr dekhisu kintu dadar dore moi dekha nai bohut vl lage dadar video sai
You are a great person❤ never give up ❤❤
Good job samay tumi aru agbarhi jowa
Nice. God bless you🙏
ছোৱালী জনীৰ হাঁহিটো ইমান ধুনিয়া,
Moja ❤
Nice❤
Hundor
ভাল লাগি লাগি ল দাদা ❤
Great job bro... love from arunachal
Axomor no one CZcams r,,,xomoy da,,,, love you ♥️
Great job homoy daa apuni agowai jok dukhiya manuh burok hohai kori jok.
Tumar video aji pothom bar salu val lagil aguai jua
বহূত.বহূত..ভাল.লাগিল
Bohot bahot val lagi manohak di
তুমি আগবাহি যোৱা, ভাল লাগিল videoto চাই,
Val hoise dada
Bohut beya lagise 😢😢😢❤