এজন অন্ধ মানুহক ৬ ঘন্টাত এটা ঘৰ বনাই উপহাৰ দিলোঁ 💫 Asorit holu anekoiyu manuh thake ne🥺 Step - 1

Sdílet
Vložit
  • čas přidán 21. 10. 2023
  • এজন অন্ধ মানুহক ৬ ঘন্টাত এটা ঘৰ বনাই উপহাৰ দিলোঁ 💫 Asorit holu anekoiyu manuh thake ne🥺 Step - 1
    #jagya #help #assamese #poor

Komentáře • 650

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před 2 měsíci +23

    আৰু এনে মহান মনৰ মানুহ জন্ম হ ওক ভগৱানে তোমালোকক কুশলে ৰাখক

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru Před měsícem

      পৃথিৱীত আছেনে নাই নেজানো আমি কম এওলোকেই ভগৱান ।কি বুলি ধন্যবাদ দিম ।

  • @popibora2324
    @popibora2324 Před 6 měsíci +30

    মানুহৰ আশীর্বাদ আপুনি ইমানকৈ পাইছে... এইয়াই ভগৱানৰ আশীর্বাদ আপোনাৰ বাবে। আপুনি আৰু আগুৱাই যাওক। Keep it up👍. আপোনাক শতকোটি 🙏🙏🙏

  • @babulborah3515
    @babulborah3515 Před 3 měsíci +4

    আনক সহায় কৰা মন এটা আছিলে কিন্তু নিজে যেনে তেনে চলি আছো তথাপি তোমাতে দেখা পাওঁ নিজক সেয়ে ভাল লাগে । ভগবানে সদায় কুশলে ৰাখক তোমাক আনৰ সহায়ৰ বাবে ।

  • @souravgogoi7038
    @souravgogoi7038 Před 7 měsíci +14

    সুন্দৰ পদক্ষেপ 🙏 । আচৰিত হৈছোঁ চৰকাৰী ঘৰৰ আঁচনিয়ে এখেত সকলক এতিয়াও কিয় ঢুকি পোৱা নাই!!! বাঁহৰ ঘৰটো অস্থায়ী, সদাসয় এই পৰিয়াল টি বাস কৰা অঞ্চলৰ কোনো ব্যক্তিয়ে যদি video টো চাই আছে অনুগ্ৰহ কৰি পঞ্চায়ত্ত খবৰ এটা কৰি চৰকাৰী ঘৰ এটা পোৱাত সহায় কৰি দিয়ক।

  • @RupjyotiKhatonier
    @RupjyotiKhatonier Před 7 měsíci +29

    সঁচাকৈ ই এক মহাযজ্ঞ। যজ্ঞ (Jagya). লৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

  • @monjulaborah8567
    @monjulaborah8567 Před 5 měsíci +7

    সঁচাই তুমি আৰু আন ব্যক্তিসকলো মহান । আগুৱাই যোৱা ।

  • @ogginextlevel7312
    @ogginextlevel7312 Před 5 měsíci +12

    😢🥹🥹 ki Kom aru dada bohut bhal lagise moi HOMOY CZcamsR NISNA NY BHABI SIL KINTU AKO AJON APUNI AHILE AMI SAPORT KORI TAKIM PROMISE🫰💝👍🥹🥹🥹

  • @manjitdeka2876
    @manjitdeka2876 Před 5 měsíci +11

    সময় গগৈ কৰি আছে বহুত আগৰ পৰা, good👍

  • @user-vp2hu6mh9t
    @user-vp2hu6mh9t Před 6 měsíci +9

    বৰ ভাল কাম কৰিছা তুমি। দেখি চকুৰ পানী ওলাই গল। বহুত আশীৰ্বাদ পাবা তুমি। উন্নতিৰ পথত আৰু আগুৱাই যোৱা। বহুত ভাল হব তোমাৰ। শুভকামনা থাকিল।

  • @bittu2052
    @bittu2052 Před 9 dny

    বহুত ভাল কাম কৰি আছে 💚 আপুনি সঁচা ঈশ্বৰে আগবঢ়াই নিয়ে 😢। আমাৰ আশীৰ্বাদ সদায় থাকিব ❣️ জীৱনটো সুখী হোৱা দেই ❤️🤍

  • @pravachutia931
    @pravachutia931 Před 7 měsíci +7

    আত্ম সন্তুষ্টিযেই ভগবান সন্তুষ্ট ,তুমি বহুত মহান ।ধন্যবাদ

  • @anjanrajbongshi6249
    @anjanrajbongshi6249 Před 6 měsíci +4

    নিজেটো নোৱাৰোঁই,বেলেগে সহায় কৰা দেখিলেও ভাল লাগি যায় মনটো,,,সঁচাই বহুত ভাল লাগিল ❤❤

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Před 7 měsíci +12

    অতি সন্তোষিত হৈছোঁ তোমাৰ কাম দেখি। ঈশ্বৰে তোমাক আৰু উন্নতিৰ পথলৈ লৈ যাওক তাকেই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ।

  • @ajoykumarsarma1298
    @ajoykumarsarma1298 Před 6 měsíci +3

    যজ্ঞ,জীৱন জীবিকা আৰু মনৰ হাবিয়াস সকলো মানুহৰ থাকে।তাক শুদ্ধ আৰু সথিক ৰূপে পৰিচালিত কৰাৰ জলন্ত উদাহৰণ তুমি। প্ৰথম খোজ তোমাৰ সথিকভাৱেই আগুৱাইছা, পৰবৰ্তীকালত পৰম পিতা পৰমেশ্বৰে আশীৰ্বাদ দিব বুলি তেওঁক পাৰ্থনা জনালো। আগোৱাই যোৱা।

  • @hiyasmitaray3060
    @hiyasmitaray3060 Před 7 měsíci +5

    বহুত ভাল লাগিছে। ভাষা নাই বুজাবলৈ।বৰ প্ৰশংসনীয় কাম কৰিছা।God bless you

  • @deepjyotisonowal4632
    @deepjyotisonowal4632 Před měsícem +2

    Val algil সময় ৰ দৰে দৃতীয় এজন মহান ব্যক্তি আপুনি সেলুত আপোনাক

  • @jobavlogs4906
    @jobavlogs4906 Před 6 měsíci +8

    আজিৰ যুগৰ বিশ্বকৰ্মা 🙏🙏🙏

  • @satyaranjangogoi7284
    @satyaranjangogoi7284 Před 7 měsíci +8

    ❤আপুনি বহুত ভাল কাম কৰিছে । ❤ আপুনি আগলৈও এনেকৈ কৰি যাব বুলি আশা ৰাখিলোঁ ❤ এনেকৈ
    কৰিব পৰা মানুহ সমাজত বহুত আছে । তেওঁ লোকৰ নিজৰ কাৰণে
    নোজোৰে।

  • @rupjyotiborah3967
    @rupjyotiborah3967 Před 7 měsíci +5

    ইচ ৰাম, চকুৰ পানী ওলাই গল। মোৰ চকু পানী তোমাৰ আশীৰ্বাদ হ ওক । সাহস দিয়ক তোমাক ভগৱানে ।

  • @miduldutta8798
    @miduldutta8798 Před 5 měsíci +1

    বৰ ধুনীয়া কথা সুখ পালো অতি সুখ অনুভৱ কৰিলো ,
    মই এটা কথা কৈ হে শান্তি পাম বৰ বেয়াকৈ কম ,
    সেই গাঁওখনৰ ছোদোভাই পঞ্চায়তৰ বিৱস্তা নাই নেকি ,
    অন্ধ ভকত কেইটাৰে চকুৰে দেখা নাই নেকি সেই অসহায় মানুহ জনৰ অৱস্থা ,

  • @milandas6421
    @milandas6421 Před měsícem +1

    ।ভাল কাম কৰি আছে। ঈশ্বৰে আগবঢ়াই নিয়ক।

  • @zakirhussain-kk2ig
    @zakirhussain-kk2ig Před 6 měsíci +1

    This is a story of a real hero,,u know brother ,,,poisa jibonot bohut ahibo aru jabo ...kintu apunar kormo aru hohujuk aru apunar chinta dharona hohot importance diye ..good job moi nokow kintu apuni je step loise ba korise heitu bohut dangor kormo ....luv u brother...and salute u ...thanks....

  • @binaray1181
    @binaray1181 Před 6 měsíci +1

    ধন্যবাদ ভাইটী । এনেকুৱা তোমাৰ দৰে মানুহক ভগবানে আগুৱাই যোৱাৰ আৰু শক্তি দিয়ক ।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 Před 2 měsíci +2

    মহান মনৰ মহান কাম

  • @papugogoi134
    @papugogoi134 Před měsícem

    বহুত ভাল কাম কৰিছে দাদা আপুনি ভগবানৰ আশীৰ্বাদ সদায় থাকিব আপোনাৰ লগত । আগলৈও এনেকৈ সহায় কৰি যাব পাৰে যেন অসহায় লোক সকলক ।

  • @nirupomanirmolia2820
    @nirupomanirmolia2820 Před 5 měsíci +3

    পৃথিৱীত অকল মানু হে আছে বুলি ভাবিছিলো। কিন্তু মানুহ পৃথিৱীত সঁচাকৈয়ে আছে । কিন্তু বিৰল ।মানু জাতিটোৱে পৃথিবীৰ ধ্বংস কৰে । কিন্তু মানুহে পৃথিবী গড়ে। ধন্য তোমাৰ জীৱন, ধন্য তোমাৰ অদুৰ ভৱিষ্যতৰ। ঈশ্বৰে তোমাৰ মঙ্গল কৰক । ধন্যবাদ। তুমি মহান । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @nakulch.bordoloicreation2639
    @nakulch.bordoloicreation2639 Před 6 měsíci +1

    বহুত ভাল লাগিল কামবোৰ দেখি । তুমাৰ ভিডীঅ আজিপ্ৰথম চালো । গোটেই ভিডীঅটোচোৱাৰপিছত এটা দীঘল হুমনিয়া চাৰিলো । তুমি দীৰ্ঘজীবি হোবা ।

  • @bitusaikia8056
    @bitusaikia8056 Před měsícem

    বহুত ভাল লাগিছে, কবলৈ ভাষা নাই, তোমাক ভগৱানে সদায়ে ভালে কুশলে ৰাখক, এয়ে মোৰ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা 🙏

  • @nagench.baishya4486
    @nagench.baishya4486 Před 7 měsíci +1

    আপোনাৰ মহানুভবতাৰ শলাগ লৈছো ৷ঈশ্বৰে আপোনাক আৰু শক্তি দিয়ক ৷আগলৈ আৰু অধিক তেনে কাম কৰিযাবলৈ ৷
    মানব সেৱাই হে ঈশ্বৰৰ সেৱা ৷আশীৰ্বাদ জনাইছো ৷লগতে আপোনাৰ পিতৃ মাতৃকো প্ৰনাম জনালো ৷এনে এজন সংস্কাৰী সন্তান গঢ় দিয়াৰ বাবে ৷

  • @kankanmedhi7548
    @kankanmedhi7548 Před 7 měsíci +1

    আজি প্ৰথম চালো আপোনাৰ ভিদিয় বহুত ভাল লাগিছে। ভগৱানে আপোনাক সদায় ভালে কুশলে ৰাখোঁক।❤❤

  • @tridipsonowal4236
    @tridipsonowal4236 Před měsícem

    Hosai apuni bor hundor monor manuh. Vogobane aru basi hokti diok apunak agoloi val val kam koribole❤

  • @harikantagogoi2607
    @harikantagogoi2607 Před 6 měsíci +1

    Hosakoi Dada,,, Homoi Gogoi rr nisina apuni o Completely unic ...really Proud of you & Homoi

  • @jaynathbez1082
    @jaynathbez1082 Před měsícem

    আজি প্ৰথম আপোনাৰ ভিদিঅ চালো। ভাল লাগিল। ভগৱানে আপোনাক কুশলে ৰাখক।

  • @jintubaruah9727
    @jintubaruah9727 Před 6 měsíci +1

    Dekhi sokupani ulai gl...bht vl km krise apuni.apunak aru apunar poriyalor saistho vle rakhok vgbne...😊

  • @nijudowarah4123
    @nijudowarah4123 Před 7 měsíci +1

    সুন্দৰ পদক্ষেপ ,ভগৱানে তোমাক মংগল কৰক ❤❤❤

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u Před 7 měsíci +1

    সচাকৈ আপোনাৰ দৰে মানুহৰ সমাজত প্ৰয়োজন আছে।এই ভোগালী পৃথিৱীত আনৰ বাবে চিন্তা কৰা নিস্বাৰ্থ ভাৱে সহায় কৰা ।❤

  • @user-xs8pf6ed7d
    @user-xs8pf6ed7d Před měsícem

    তোমালোকৰ দৰে এনেদৰে জন্ম হ‌ওক বহু জন🙏

  • @nilakshidevi8250
    @nilakshidevi8250 Před 5 měsíci +1

    A very honest effort.... feeling proud of you., God bless you always 🙏

  • @dipikamahapatra215
    @dipikamahapatra215 Před 6 měsíci

    আপোনি‌ এজন‌ ভগৱান,বহুত‌ ভাল‌ পালো,আগলৈ‌ আগোৱাই‌ যোৱা, ধন্যবাদ 🙏🙏

  • @nirathengal1872
    @nirathengal1872 Před 3 měsíci

    সঁচাই এই মহানতা সকলোকে ভগৱানে নিদিয়ে কিন্তু ভগৱানে আপোনাক দিছে আৰু ভৱিষ্যতে আগুৱাই যাবলৈ ভগৱানে শক্তি দিয়ক তাকেই কামনা কৰিলোঁ 🙏

  • @annalatasaikia2434
    @annalatasaikia2434 Před 5 měsíci +1

    ভগৱানে আৰু মহান কৰিব।ধন্যবাদ।

  • @bristisaikia7980
    @bristisaikia7980 Před 6 měsíci

    এনেকুৱা ধৰণৰ video বোৰ দেখিলে ভাল লাগে আঁচলতে ভগবান এনেদৰেই আহে সহায়ৰ হাত আগবঢ়াবলৈ ❤🙏🏻

  • @jyotirmaydebnath1500
    @jyotirmaydebnath1500 Před 6 měsíci +2

    This is the Great message to everyone ❤ May God bless you always and Give you more success .
    This is called Humanity 😊

  • @goplaycriticalops
    @goplaycriticalops Před 6 měsíci +2

    কাৰোবাক বিনা স্বাৰ্থত কিবা দিবলৈও কলিজা লাগিব। যিটো নেকি বহুতৰ নাথাকে।

  • @user-qz2ke4jy3y
    @user-qz2ke4jy3y Před 7 měsíci +1

    আনৰ দূখ বুজা মানুহৰ এই পৃথিৱীত নাই বুলিলেও বেয়া কোৱা নহয় আৰু আপুনি বুজি পাই এনে উপহাৰ দি উপকাৰ কৰা দেখি বহুত ভাল লাগিল ❤❤❤

  • @bharadwajcreation9294
    @bharadwajcreation9294 Před 7 měsíci +2

    Moi najanu apuni aitu comment Sabo neh nai ,but moi kobo bisaru j apuni buhut bhal Kam kori asay ...
    Ata Kota kou apuni jdi ghr diyat k xai poisa rey jdi Kiba Ata income source generate kori d a te sagey ghr tu nije bonai life time happy thaki bo . Like this comment if u support this idea. So this will high light..
    Love ur work from Missamari ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @polashediting12k
    @polashediting12k Před měsícem +1

    Toka ghotibo parile moiu enekua kam korim buli axha rakhilu ❤

  • @SovanaDebnath-zs4vn
    @SovanaDebnath-zs4vn Před 5 měsíci

    Manuha manuhar babe jadiha akano nabhaba bhabiba kunano Kuwa. Aji aponi Dr.bhupen hazarika devar ai ganar sarmarma khini aponar karmajagyar jugade pratifalita karar baba sachakai aponi salagar patra.You are great sir.God bless you.keep it up.🙏🙏🙏

  • @netraranjansaikia7798
    @netraranjansaikia7798 Před 7 měsíci

    সচাঁকৈ মানুহক ইমান খিনি সহায় কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ক। ভাল লাগিছে🙏🙏

  • @dhkpatir1483
    @dhkpatir1483 Před 7 měsíci +1

    কি বুলি ধন্যবাদ মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত কোটি কোটি প্ৰণাম তুমি সকলোতকৈ বেচি মৰম কৰিব লাগে |

  • @manabdekadeka2533
    @manabdekadeka2533 Před 6 měsíci +2

    Keep it up the good work 👍👍👍👍🙏🙏🙏❤️❤️❤️❤️❤️

  • @Sheiza384
    @Sheiza384 Před 2 měsíci

    Bohut val lagil ....ami hokolu a jodi anekoi ejone anjonok xohai korilu hoi tetia kunu dukhi nathakil hoi sage.... 👏🙏

  • @pradipnath8612
    @pradipnath8612 Před měsícem

    বহুত মহান আদৰ্শ সঢাই ভাল লাগিল ভগৱানে আৰু দিয়ক নমস্কাৰ

  • @koushikborah8698
    @koushikborah8698 Před 6 měsíci +1

    13.46 is heart touching ♥️
    Next aru hohai kora dekha pam buli akha thakil ....
    Really proud of you and ur team....❤

  • @AnjaliGogoi-cb5dq
    @AnjaliGogoi-cb5dq Před 6 měsíci

    ভগৱান তোমাৰ সহায় হওক।।ভাল হওক তোমাৰ।মঙল হওক।যজ্ঞ আশীবাদ কৰিছো

  • @paragbharali4572
    @paragbharali4572 Před 6 měsíci +1

    মানুহে মানুহৰ বাবে যদিহে (কানেও না ভাৱে ভাবিছে এজন ব্যক্তিয়ে ' সেইজন যজ্ঞ বৰা ধন্যবাদ

  • @silcharsehu1159
    @silcharsehu1159 Před 16 dny

    Salute bro 👍 bohot bhaal kaam kori dice bogoban upnar upor Mongol korok aami hodai partona koru. R aapnar video bilag mor bohot bhal lage. ❤ love from silchar.

  • @bharatirajkhowa8348
    @bharatirajkhowa8348 Před 6 měsíci +2

    1din Comments disilu dukhia manuhok Ghor 1khn Bonai dibole. Val lagil Aji kam2 kori dile ... God bless you

  • @madhusmitadevi8528
    @madhusmitadevi8528 Před 3 měsíci

    আপুনি বহুত মহান কাম কৰিছে ।এয়াই মানৱতাৰ পৰিচয় ।ধন্যবাদ ।

  • @basicconceptofmaths9496
    @basicconceptofmaths9496 Před 7 měsíci +2

    চাই থাকোতে চিনেমা চাই থকাৰ দৰেই লাগিছে।। সঁচাই প্ৰশংসনীয়।

  • @user-ps8of5sj9t
    @user-ps8of5sj9t Před 7 měsíci +1

    Axmot anekuwa manuh bohut ase kintu kunewo karubak khohai nakore apuni korile Val lagise dada

  • @kalpanakataky9092
    @kalpanakataky9092 Před 6 měsíci

    আপুনি যি কাম কৰিছে তাত যি মানুহৰ আশীৰ্বাদ পাইছে সেইয়াই ভগবানৰ কৃপা আপোনাৰ ওপৰত।কৰি যাওঁক দুখী জনক সহায় আপোনাক ভগৱান এ কৰিব।আমাৰ শুভ কামনা সদাই আপোনাৰ লগত

  • @BiplobDas-lz8lb
    @BiplobDas-lz8lb Před 2 měsíci

    আপোনি মহান দাদা ❤

  • @remantahandique31
    @remantahandique31 Před 5 měsíci

    Aru agbarhi juwa hodai vl kam kora..... Asol Hero real life r Hero buli kobo lgibo Asolote .... Apunaloi salute dada ❤❤❤❤❤ Love from Jorhat

  • @rubideka6816
    @rubideka6816 Před 7 měsíci +1

    Xosake saku pani rokhabo nuarilu, bhogoban swarup tumi God bless you.

  • @AbhijitBorahcsp
    @AbhijitBorahcsp Před 6 měsíci +3

    Great Job - Bhaiti!! God Bless you and your Team..keep shining.. ❤❤❤ Lot of blessing..

  • @mamubaruah7390
    @mamubaruah7390 Před 5 měsíci

    Bohut val kam ..aakhir baad butolisa jibonot eaar bohut proyojon ...Toka poisa ahibo jabo ..🙏🙏🙏

  • @puspalataborah8895
    @puspalataborah8895 Před 5 měsíci

    Krishna Krishna ভগৱানে আপোনাক বহুত কৃপা কৰক মঙ্গল কৰক এই আমাৰ কামনা

  • @kabitahandique4725
    @kabitahandique4725 Před 5 měsíci

    বহুত বহুত ভাল কাম কৰিছে আৰু আগ বাঢ়ি যোৱা আগুৱাই ‌‌যাবলৈ আশীৰ্বাদ থাকিল

  • @MyLifestyle-n4g
    @MyLifestyle-n4g Před 11 dny

    বহুত ভাল কাম কৰিছে ❤❤

  • @hirokmahanta5132
    @hirokmahanta5132 Před 7 měsíci +1

    Khub bhal lagil,
    Mon Jai Jai ho

  • @dilipdas3025
    @dilipdas3025 Před 7 měsíci +2

    মহান কৰ্ম ধন্যবাদ ❤❤❤

  • @kunjolotagogoi3458
    @kunjolotagogoi3458 Před 4 měsíci

    Tumi bohut val kam korisa minister level r manuhe eman dangor kam koribo nuware aguwai juwa god bless you

  • @ritumonisonowal4418
    @ritumonisonowal4418 Před 4 měsíci

    I proud of u . tumak mur khub vl lage .tumar thinking bur bahut great mur khub vl lage tumar nisina thinking thoka manuhor . mur mn sui gola . I appreciate tu u .

  • @rintuborgohain9760
    @rintuborgohain9760 Před 5 měsíci

    Apnaloi bohut bohut dhoinobad, apuni ru aguwali jauk.

  • @RanuDas-rp7ct
    @RanuDas-rp7ct Před 5 měsíci

    Really great man thanks all team members God bless jagya please tumar ghar kat shudha babe beya napaba

  • @NibeditaDutta-su9sz
    @NibeditaDutta-su9sz Před 6 měsíci

    Bor hundor kam korisa manuh rupot bhogoban dei tumi .val lagil .aguai jua .bohut bohut morom tumak .❤️❤️❤️

  • @bidyutbikashboruah2550
    @bidyutbikashboruah2550 Před 6 měsíci

    Salute…. Vogowane aru hokti hamarth diok tumak.. antoror pora huvokamona…. Parile vobisyotoloi kiba eta koriboloi anuprerona eta palu

  • @BD-cr9lj
    @BD-cr9lj Před 6 měsíci +1

    Apunar dirghaiu howk Dada...God bless you..

  • @dibyajyotikitchen7889
    @dibyajyotikitchen7889 Před 7 měsíci +1

    Eman a val korisa tume khosa koi kobo vakha ni really good tumr logt moi o join hom bhut khunkale Guwahati ahardina vali koi log pi o val koi kotha patibo nuwarilu next akeloge kam korim ankoi aguwai juwa ❤❤❤

  • @firojabegum6879
    @firojabegum6879 Před 6 měsíci

    সচাকৈ তুমি বহুত ভাল কাম কৰিছা আল্লাই তোমাক হেফাজাত কৰিব

  • @rajibdas1272
    @rajibdas1272 Před 6 měsíci

    Apuni great dada fmly tu Hahi sai nijoke bohut Happy feel krisu aru aguwai jaok bhogoban r usrt parthona krisu 🙏🙏🙏🙏🙏🙏🙏

  • @Neerandhismom
    @Neerandhismom Před 5 měsíci +1

    ঈশ্বৰে আপোনাৰ মংগল কৰক 🙏

  • @herockx777
    @herockx777 Před měsícem

    Goosebumps ahi gol surprise tu diya pist xsakei😌

  • @chutia992
    @chutia992 Před 6 měsíci

    Dhuniya val kam korise val lagil ❤Agoloi hohai kori juwa dada manuhok 🎉

  • @dipadutta958
    @dipadutta958 Před 6 měsíci

    ভাইটি আদৰ্শ লেখত লব লগিয়া ।বহুত বহুত ধন্যবাদ থাকিল ।

  • @KarabiGogoi-tz8nv
    @KarabiGogoi-tz8nv Před 6 měsíci

    Hosakkoi jolokiyatu mitha hoi jabo jdi ankuaa mohan manuhr mohan kaambur dekhu ❤

  • @krishnaborah2420
    @krishnaborah2420 Před 6 měsíci

    তোমালৈ মোৰ বহুতো আশীৰ্বাদ আৰু মৰম যাচিলোঁ৷এখন ঘৰৰ অভাৱ কি? মই বুজি পাওঁ ৷আৰু আগবাঢ়ি যোৱা৷

  • @plabangohain4845
    @plabangohain4845 Před 7 měsíci

    Aguai jua tumi...anadore hokolure hahokh hoi hohai kori jua...vogobane tmk ru hukh dibo ❤

  • @assamegaming2281
    @assamegaming2281 Před 5 měsíci

    Bohut val paisu Dada agotau moi balag video ot dakhiselu gor khon bohut val korela❤❤❤❤❤❤❤❤❤❤❤❤

  • @user-kw2br3gd2i
    @user-kw2br3gd2i Před 6 měsíci

    Val lagil god bless you .. agole aneke help kori jaok

  • @ankurjyotiphukan9876
    @ankurjyotiphukan9876 Před 6 měsíci

    Very good work bro akha koru jibonot moiu ketyaba anekoi manuhok hohai koribo paruu

  • @drakenxff5309
    @drakenxff5309 Před 6 měsíci

    Jagya tumar antor khon bohut safa.... Hei karone enekoi anor hohai hobo parisa... Agoloi enekoie anok hohai kori jua Bhogobane tumark hohai koribo.....

  • @user-vy5pt2yq5l
    @user-vy5pt2yq5l Před 2 měsíci

    সুন্দৰ পদক্ষেপ

  • @bristisaikia7980
    @bristisaikia7980 Před 6 měsíci

    দাদা এনেদৰে সদায় আপুনি আগুৱাই যাওঁক☺️

  • @budheswarnath6516
    @budheswarnath6516 Před 7 měsíci +1

    বহুত ভাল লাগিল.... এদল অসমীয়া ডেকা ই এনেদৰে সাহসেৰে ৰাইজৰ কাম কৰি দি লগতে সততাৰে সৈতে স্বাৱলম্বী হব পাৰিছা .. অন্তঃ কৰনে ধন্যবাদ জনালো ❤❤... তোমাৰ ফোন নাম্বাৰ পালে কথা পতাৰ ইচ্ছা আছে !!

  • @prasannakumaradhikari2625
    @prasannakumaradhikari2625 Před 3 měsíci

    Manuhe manuhor baabe .... Well done. Thanks. God bless you.

  • @dolungtani1261
    @dolungtani1261 Před měsícem

    সময় আৰু আপুনি মানুহৰ ৰূপত ভগৱান

  • @b4you00
    @b4you00 Před 6 měsíci

    Nisswartha morom Val powa aru manobatar uthkrista nidarxan iyaat koi beleg hobo nuware......
    I salute you bro☝️

  • @user-rz4ib3un3y
    @user-rz4ib3un3y Před 4 měsíci

    বৰ ভাল কাম কৰিছে আপোনাক বহুত ধন্যবাদ🙏