আচলতে এই কলি কালত আমি যাক ভগৱান ৰূপে স্মৰণ কৰো তেওঁলোকক আমি দেখা নাপাওঁ গতিকে সময় দা ৰ দৰে মানুহৰ ৰূপতেই ভগবানে আমাক দেখা দিয়ে, সময় দা ক ভগবানৰ আন এটা ৰূপ বুলি ক'লেও হয়তো ভুল কোৱা নহব । 🙏🙏🙏
Padmavati lucky j apunar dore manuh log pale aru life tu dhuniyakoi notun k start hol.bohut val lagil tyk eneke dekhi.God bless you homoy da.enekei agbahi jaok.❤
Homoy Dar Karone Ata Like kora . Kiman Like Ahe Sau
Tumar karone mur falor pora like 😉
@@Homoy tq Da Da 🥺
Khub bhal kaam kori asa.. Aru aghbarhi juwa
❤❤❤❤
Dadai hodai val Kam Kori jauk
আচলতে এই কলি কালত আমি যাক ভগৱান ৰূপে স্মৰণ কৰো তেওঁলোকক আমি দেখা নাপাওঁ গতিকে সময় দা ৰ দৰে মানুহৰ ৰূপতেই ভগবানে আমাক দেখা দিয়ে, সময় দা ক ভগবানৰ আন এটা ৰূপ বুলি ক'লেও হয়তো ভুল কোৱা নহব । 🙏🙏🙏
সঁচাকৈ ❤
শিৱ বাবাই সময়ক আৰু শক্তি দিয়ক ❤️🕉️🙏 ওম শিৱ❤ধেমাজি
বহুত দুখ লাগিল। সময় দা সদায় মানুহৰ মাজত জিলিকি থাকক।
পুত্ৰ সময়, ভগৱানে তোমাক কৃপা কৰে যেন।
ধন্যবাদ,ভগৱানে তোমাক শক্তি দিয়ক।ভাল কাম কৰিছা
আপোনি বহুত ভালকৰিছে। আপোনাৰ মঙ্গল হওঁক।
পদ্মাৱতী ধুনীয়া হৈছে ❤️ ইমান ভাল কৰিছে বহুত বহুত মৰম ভগৱানে তোমাক কুশলে ৰাখক।
আজিকালি মানুহে আনৰ ভাল হোৱাটো নিবিচাৰে, নিজেইটো সহায় কৰিব নোৱাৰেই আনে সহায় কৰিলেও বদনাম কৰে, এইবিলাকৰ আন কাম নাই ,আনৰ কথা খুচৰি ফুৰি ভাল পাই,অভদ্ৰ মানুহ এইবোৰ, বহুত দিনৰ পিছত মাইনাজনিক দেখা পায় বহুত ভাল লাগিল,তাই বহুত সলনি হৈছে, দেখিবলৈ ভাল লাগিছে 🥰
আপোনাক ভগৱানে আৰু শক্তি দিয়ক দাদা ।
পিতৃৰ লগত দেখা দৃশ্য দেখি বৰ দুখ লাগিল তোমাক ভগৱানে কুশলে ৰাখক
পদ্মাৱতীয়ে পঢ়া শুনা কৰি ভৱিষ্যতে ভাল মানুহ হওঁক তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ লগতে সময় গোষ্ঠী আৰু পদ্মাৱতীৰ দীৰ্ঘায়ো কামনা কৰিলোঁ।
পদ্মাবতী ধুনীয়া হৈছে আৰু শকত হৈছে। ডিব্ৰুগড়ৰ টেঙাখাতৰ পৰা মৰম দিলো ❤❤❤❤❤🙏🙏🙏
মৰম লগা ছোৱালী জনী ❤ আগবাঢ়ি যোৱা তুমি,,,,
সময় তোমাৰ কৰ্মই সমাজখনক আগুৱাই নিয়াত সদায় সহায় হওঁক।
কান্দি দিব দেতাই বুলি কোৱাত চকুপানী ওলাই গ'ল অ'।ভালে থাকক সকলো।
তুমি আৰু চেষ্টা কৰা পাৰিবা, তোমাৰ মনৰ উচ্চাস বঢ়াই তোলা । ভগৱানে মঙ্গল কৰক 🪔🪔🪔।
ধন্যবাদ 🙏
God bless you somoy
বহুত ভাল কাম কৰি আছা তুমি পদ্মাৱতী ক আকৌ দেখি ভাল লাগিল ।
বহুত ধুনীয়া লাগিছে আৰু এক আবেগিক মূহুৰ্ত ❤❤❤
Assamar best CZcams king 😢😢😢😢😢 apuni mahan😢
ইয়াতকৈ আনন্দ লাগেনে ঐ সময় কোৱাচোন,
তোমাক ভগৱানে সুখত ৰাখিবলৈ প্ৰাৰ্থনা জনাইছোঁ, তেতিয়া সকলো পদ্মাৱতী,ককা, আইতাক , সঙ্গীবিহীন
সকলে ৰঙীন জীৱন
কটাবলে পাব....!
গতিকে পদ্মাৱতীৰ লগতে তোমালৈও
বহুত মৰম শুভেচ্ছাৰ
লগতে অশেষ ধন্যবাদ জনাইছো ❤❤❤
❤️🙏
ভগৱানে সহায় কৰক |এইয়ে আমাৰ কামনা
Padmavati lucky j apunar dore manuh log pale aru life tu dhuniyakoi notun k start hol.bohut val lagil tyk eneke dekhi.God bless you homoy da.enekei agbahi jaok.❤
আৰু আগুৱাই যোৱা। প্ৰভুৱে তোমাক সহায় কৰক।
bohut bohut val lage dadar kam❤❤❤😊😊😊😊 bur
Tumi mohan homoi hodai vale rakhe jen vogobane tumak❤
ভগৱানৰ এটা ৰূপ হৈ আপুনি সময় দা❤❤❤❤
পদ্মা শকত আৰু ধুনীয়া হ'ল পাই দেখি মৰম লাগি গৈছে ।
So nice bohut Val lagel aapunalok anakoi aag bare thakok
সঁচাই বহুত মৰম আপোনালৈ এগৰাকী কণমানি আপুনি নতুন জীৱনৰ বাট দেখুৱালে,,,salute homoy da,,
Homoy Da is a kind hearted Human 👍 God bless you Da and Family 👐
আপোনাৰ Video চাই সচাকৈয়ে মন পৰিবৰ্তন হৈ গল
বহুত ভাল লাগিল দেই ধন্যবাদ জনালো।
Bohut val kam koriso bhaeti
Bohut besi val lagil
প্ৰকৃত মানৱীয়তা চীন তুমি আজিৰ সমাজৰ ভগৱানে তুমাক আৰু শক্তি দিয়ক জীৱ শেচত প্ৰাণী হিচাপে এনেধৰণৰ কাম কৰি যাবৰ বাবে❤
Tumar video hodai saw , padmawatik dekhi val lagil deutakor sakupani dakhi moiu kandi dilu ,dautakbur bor moromor
Anekua you tuber he hobo lage. Dukhia manuhor proti abeg, khohanuvuti thoka. Apunar video Sai bht Val Lage dei.
Apunak হৃদয়ৰ pora nomoskar, Amer morom ,শ্ৰদ্ধা ,সন্মান সদায়েই apunar uporot
Bohut bhal lagil🙏🙏🙏
আপোনাক লগ পোৱা আশাৰে
তোমাৰ লগতে তোমাৰ সহযোগী সকলকো অশেষ ধন্যবাদ আৰু আশীৰ্বাদ অভিনন্দন জনালো 🙏
Real hero in assam ❤❤
Apuni bohut bhal kam kori ase anekai hodai aguai jhak dada❤❤❤
Apunak hodai vogobane vale rakhok apuni agbahi jauk aenekoie
Bohut val lagil dada.bohut bohut danyabat antarar pora apunak
Hamoy da tmi bhgbn khske aru ag bahi jua bhgbne tmk mangol krak i love hamoy da
ঈশ্বৰে তোমালোকক আশীৰ্বাদ কৰক🙏🙏
Homoy. Tomak mor. Osas. dhannybad.
❤প্ৰম মাজুলী সদায় ❤️
Bohut bhal karisa
Aapunak bohut aahibad koresu aapunak vogobane vale rahok
Apuni bohut bhal kam kori ase dada anakei hodai aguai jok❤
সঁচাকৈ মানৱ সেৱাই মাধৱ সেৱা এই কথা তুমি বাস্তবায়িত কৰিব পৰিছা ভগৱান তোমাৰ সহায় হওক | বৰ ভাল লাগিল ভিডিও টো
আপোনাক অনুসৰণ কৰি আৰু হাজাৰজন সময়ৰ জন্ম হওক তাকে কামনা কৰিলো।
আপোনাক কি বুলি যে কম ভাষা নাই 🥺আপুনি সঁচাকৈ সেই সকল মানুহৰ কাৰণে ভগবান আৰু আমাৰ কাৰণেও 😢সঁচাকৈ বহুত ভাল লাগে আপোনাক বহুত বেছি😢🥹
Val lagil
ভাল লাগিল
Bht bht besi val lagise
আপোনাক সদায় মনত পৰিব ❤❤ সময় দা আপোনাৰ এইবোৰ কাম দেখি বহুত ভাল লাগে ❤❤
ভাল লাগিল ভিডিঅ টো চাই
ভগৱানে তোমাক ভালে সদায় ৰাখক তাৰে কামনা কৰিছোঁ।।❤️❤️🙏
Apunak bhut morom jaisu dada
Bahut val
Aioo.. padmawati Joni bhut moromloga .Bohut val lagil video to sai.
Lg pai val lagil dada❤
Dadai eman val
বহুত ভাল লাগিল । বহুত বহুত ধন্যৱাদ আপোনাক 🙏
Homoy Gogoi Zindabad
Ajoni swali ntun jibn diyar babe thank you ❤se
Bohut val lagila video tu sai ❤
Good steps, go ahead
Best of homoy da
দাদা আপোনাক যিমানে appreciate নকৰোঁ কিয় বহুত কম হব আপুনি বহুত ভাল ভাল কাম কৰি গৈ আছে এনেকৈ কৰি যাওক ❤আপোনাক লৈ বহুত গৌৰৱ অনুভৱ কৰোঁ ।হইটো আপোনাক কেতিয়াও লগ নাই পোৱা মই কিন্তু আপুনি সঁচাই মনুহৰূপি ভগৱান❤ আপোনাক লগ পোৱাৰ আশা থাকিল ❤
Very nice da
Guwahati airport bahut bahut dhanyvad
ভাল লাগিল ছোৱালী জনী সঁচাকৈয়ে বৰ মৰম লগা❤❤
Bhut val Kam kori Ase dada😢
সময় দা পাৰে যদি দেউতাককো ভাল থকা ব্যৱস্থা এটা কৰি দিব। আপোনাক ভগৱানে সদায় ভালে ৰাখক 🙏🙏🙏
Great job , ❤❤❤
👌👌👌👌👏👏
বহুত ভাল লাগিল ।
Xundar
bohut val lagil shai
bhout vl dada
পদ্মাৱতী দেখি ভাল লাগিছে।
ইমান ভাল কাম কৰিছা বহুত ভাল লাগিছে । ভগৱানে তোমাক কুখলে ৰাখক।
Very nice work
Nice decision tk sir
বহুত ভাল লাগিছে, ঈশ্বৰে মংগল কৰক,
Natun jibon diyar karonay padmabotik. Danyabad
তোমাক ঈশ্বৰে মঙ্গল কৰক ।
God bless you Homoi bhaiti ,Thank you kenekoi jonam bhakha nai ,🌹🙏🙏🙏❤️💚🧡💙💜💛
Padmavati bohut dhunia hoise bohut morm dilu ❤
🥰🥰
New Padmavati 😊😊😊
God bless you Homoy Da for caring her.👐
No comment !!Good bless you !
❤❤❤Homoy daa❤❤❤
Your are great xomoy da❤
🙏🙏🙏 মজা দাদা 😢
Good job bro