জন্ম মৃত্যু আমাৰ হাতত নাই , ভতিজা ৷ সকলোৰে দুখ লগাতো স্ৱাভাবিক ৷ আইতাৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক আৰু তোমাৰ এই যাত্ৰা অক্ষুণ্ণ ৰাখা ,আমি তাকেই কামনা কৰোঁ ৷ ❤❤❤❤❤❤
Aaita kio gusi gola kune akhirbad dibo amak tumi jote thaka xantit thoka aru amak sai thakiba xodai. Homoy bro apuni hosai bohut bhal pai axom khn eman care kore bhogovan xodai ase apunar logot 😢😢😢❤❤❤
Homoy dak vl pwa bure like kora... ❤❤❤❤
Tumak kiyo like korim kla😤 homy dak like korim ❤
Hosai bohut val lage homoy dak❤❤❤
@@Bablubodo homoy dak a like korib disu dada muk like nlge 🙏🙏
মৃত্যু চিৰসত্য বুলিও জানিও দুখ লাগে কোনোবা নোহোৱা হলে, কিন্তু এই আইতা গৰাকী একেবাৰে উপযুক্ত সময়ত গল, ইয়াতকৈ দেৰিলৈ থাকিলে তেওঁ হয়তু শাৰীৰিক ভাৱে বহুত কষ্ট পালে হেঁতেন, আটাইতকৈ ভাল লগা কথাটো হল আপোনাৰ দৰে এগৰাকী মহান ব্যক্তিৰ বাবে তেও জীৱনৰ শেষৰ সময়খিনিত এটা বৰষুণ নপৰা ঘৰত থাকিব পালে নহলে তেওঁৰ সেই জৰাজীৰ্ণ ঘৰটোতে মনত দুখ লৈ মৃত্যু হল হেতেন
সময় তোমাৰ মা দেউতা ক বহুত ধন্যবাদ ।কাৰণ তোমাৰ দৰে এজন ল'ৰা জন্ম দিয়াৰ বাবে ।
খবৰটো শুনি বহুত দুখ লাগিল তেখেতৰ আত্মাই চিৰশান্তি পাওঁক তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ 🙏
খবৰ টো শুনি বৰ দুখ লাগিল, আইতা ৰ আত্মাই শান্তি পাওক তাকে ভগবানৰ ওচৰত পাৰ্থনা কৰিছোঁ
খবৰটো শুনি বেয়া লাগিল ৷ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক ৷
আইতাৰ আত্মাই সদগতি পাওক ।চিৰশান্তি লাভ কৰক ।🙏🙏
অন্ততঃ মৃত্যুৰ আগত তুমি শান্তি দিলা❤
আপোনাৰ বাবেই আইতাই জীৱনৰ শেষৰ সময়খিনি সুখেৰে থাকিব পাৰিলে । আপোনাক বহুত ধন্যবাদ লগতে আইতাৰ আত্মা মতেই থাকে শান্তি যে থাকক ।
জন্ম মৃত্যু আমাৰ হাতত নাই , ভতিজা ৷ সকলোৰে দুখ লগাতো স্ৱাভাবিক ৷ আইতাৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক আৰু তোমাৰ এই যাত্ৰা অক্ষুণ্ণ ৰাখা ,আমি তাকেই কামনা কৰোঁ ৷ ❤❤❤❤❤❤
বৰ দুখ পালো খবৰটো পাই, তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক
অসমীয়া ডেকাৰ ল'ৰা,সময় জিন্দাবাদ
😢... বৰ দুখ লগে এইবোৰ শুনি
Khbr2 huni Bor bea lagile 😭😭😭aita jotei ase kukhole thakok take vogoban or usrt parthana jonaisu 🙏🙏🙏
খৱৰটো শুনি বেয়া লাগি গ'ল! তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো
খবৰটো শুনি বহু দুখ লাগিল তেওঁৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো.......ওম শান্তি 🙏
আপোনিএজন মহান আপোনাৰ লগত সদায় আছো❤❤❤❤❤❤❤❤❤❤
আইতাৰ আত্মাই শান্তি লাভ কৰক।
ঔঁম শান্তি ।। প্ৰাৰ্থনা কৰিছো আইতাৰ আত্মাই শান্তি পাওঁক।
God bless you সময় দা❤❤❤❤
আপোনাৰ বাবে তেওঁ জীৱনৰ অন্তিম সময় খিনি হলেও কিছু শান্তি পালে আপুনি বহুত আশীৰ্বাদ পাব❤
আইতা গৰাকীৰ খবৰ টো পাই দুখ লাগিল ।তেখেতৰ আত্মাই সৰগত ঠাই পাওক🙏🙏।তোমালৈবহুত আশীৰ্বাদ থাকিল ।
Khobor tu pai beya lagil😢
কথাটো শুনি বৰ দুখ লাগিল।
ওম শান্তি 🙏
সঁচাকৈ দুখ জনক খবৰ। বাকী তোমাৰ কামবোৰ সদায় প্ৰশংসনীয় 👏🏻👏🏻👏🏻👏🏻
মানুহ মৰনশিল আইতা আত্মই সদ গতি পাওঁক।
খবৰটো পাই বৰ দুখ লাগিল। তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰে যেন
খবৰতো শুনি বহুত দুখ লাগিল
Dada apunr xosakoi dil se selut. Apunak log pabo bhut mn ❤❤
মজা তুমি বহুত ভাল কাম কৰি আছা, ভগৱানে সদায়েই তোমাৰ ভাল কৰিব
Om Shanti 🙏🙏🙏
Bahut dux lagil manuh joni bahut kosto pai a asile
খবৰতো শুনি বহুত দূখ লাগিল ।
যদিও আইতা আমাৰ মাজত নাই আপোনাৰ লগত আইতাৰ আশীৰ্বাদ সদায়ে থাকিব....ঔম শান্তি
বহুত বেয়া লাগিল 😭 আইতাৰ আত্মাই শান্তি পাওঁ ক🙏🙏
আইতাৰ আত্মাই চিৰ শান্তি পোৱা কামনা কৰিলোঁ ভগৱানৰ ওচৰত 🪔🙏😥।
খবৰটো পাই দুখ লাগিল । তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ।💐🙏
😢 আইতাৰ আত্মাই শান্তি পাওক তাকে কামনা কৰিলো।
সময় তুমি মহান।
এবাৰ যাব ছোন আইতাৰ ঘৰলৈ খবৰ লবলৈ ঘৰৰ মানুহে ভাল পাব। Dada apuni mohan ❤❤
Bhut bea lagil xuni 😢😢❤❤❤ love from guwahati
Om Shanti😢😢😢😢
Tumar bahut punya hobo komse kam Aita goraki mritur agat ghor akhon paisil bahut bahut Sadhubad Aitar hoi...❤❤❤
God bless you homay❤tumi hadai valay thaka
খবৰটো পাই বৰ দুখ লাগিল । তেখেতৰ আত্মাই শান্তি পাওঁক
তেখেতৰ বিদেশী আত্মাই চিৰ শান্তি লাভ কৰক 😢
সময় আমাৰ আশিবাদ তোমাৰ লগত সদাই আছে।
পৰলোকগত আত্মাৰ সদগতি কামনা কৰিলোঁ ৷ সময়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ৷❤
আইতাৰ আত্মাই চিৰশান্তি পাওক তাকে ভগবানৰ ওচৰত পাৰ্থনা 🙏
God bless you homoy da❤❤🎉🎉
দাদা আপোনাক বহুত মৰমৰ🙏🙏🙏🙏🙏
সদাই দাদা ভাল কাম কৰক আপুনি মহান
Apunar video but Sai hosai bht Val lage
Homoy da val val kam kori juya 😘😘😘
Aponar hridoy khn manibo lagibo best..xadai aso ami oo..love from Baksa xamoy da love you
Om shanti 🙏
Tume aitar pora bhut akribad pai asa,aitai Mora olp din tu tumr porai olp hantit ghar tut thakibo parile,so your are great ❤❤❤❤
খবৰো পাই বহুত দুখ লাগিল
Bhagabane tumar bohut val karebo
Dhuniya mhnu ❤dhuniya mon❤❤ love you homoy da❤
Khobor to huni bohut dukh lagil aiter atmai khanti pauk tare kamona korilu 🙏🙏
আপোনাক বহুত বহুত ধন্যবাদ জনালো 🙏❤
Bht dux lagil jote thake vale thakok aita❤❤❤❤
Khobor2 huni bohut dukh lagil😂😂😂😂teu jotei ase hantit thakok ru homoi tumak vogobane kukhole thakok tare kamona korilu❤❤❤❤❤❤
আইতা চিৰ শান্তি লাভ কৰক তাৰে কামনা কৰিলোঁ😢😢
আইতা আত্মা শান্তি পাওক 🙏🙏
Bohut val kam korisu
আইতাই স্বৰ্গত স্থান লাভ কৰক
জীৱ জন্তুৰ বাবেতোমাৰ যেকিমান মৰম ।দুলীয়াজানৰ পৰা মৰম যাছিলো ।
Ata kotha kao apunak...aunar anor katone kaam korarar bohut hepah ...gotike apuni jodhi rajnitit ahe tetia apuni powrr pale bohut kaam koribo parile hoi aru....jikhini sadhoron jonota hoi xomvob nohoi...xaikhini...ru sorkar bohut nika hno apunar dre manuh jodhi powert thakil hoi...vobesote take kamona korim....
Aaita kio gusi gola kune akhirbad dibo amak tumi jote thaka xantit thoka aru amak sai thakiba xodai. Homoy bro apuni hosai bohut bhal pai axom khn eman care kore bhogovan xodai ase apunar logot 😢😢😢❤❤❤
Krishno Probhu......
এটি বহুত দুখ লগা খবৰ😢😭
God bless you .....Homoy🙏
Tomak bhut val lage jibnt bhut manoh lg paisu kinto tomar Dre val manoh kto lg napalo anki nijeu nhy , tomi vgbanr Dre 🙏
Respect for human ❤🎉
Om Shanti
Om Shanti 🙏
Apunaloi bohut bohut morom❤️aguai jauk hodai❤️
Khobor2 huni bohut beya lagil...😢
Homoy da aponar kam rajibor mor bohut bohut val lage
Krishna Pravu Aeitar atma jen khanti pai 🙏🏻
খবৰটো পাই বৰ দুখ লাগিল তেখেতৰ আত্মাই শান্তি পাওক কৃষ্ণ কৃষ্ণ প্ৰভু
Bohut bohut 🙏🙏🙏🙏 ❤️❤️
সচাঁকৈ খবৰ টো শুনি বৰ দুখ লাগিল তেখেতৰ আত্মাই শান্তি পাওক
Thank you for sharing, RIP, God bless you
Apuni bhogowan hoi 🙏🙏🙏🙏🙏❤️❤️❤️
কথাতু জানি দুখ লাগিল ভাইতি ।
ঔম শান্তি।তেওৰ আত্মাই শান্তি পাওক।
aita garakir khabar2 huni hoxakoi bohut dukh lagil😢😢😢
🙏 সুনি বেয়া লাগিল 😢😢😢
খবৰটো পাই বৰ দুখ লাগিল
Apuni bahut val Kam kori ase dada
😭😭😭 vogobane aitar admak khanti diyok 🙏
আইতাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ 🙏
Good bless you sir 🥰🙏🙏
Aita jote ase santit thakok🙏🙏🙏🙏🙏
Love from Kamrup R❤
Dada vale thakok Apuni
আইতাৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏 🥺❣️