খাকী পোছাক তেওঁ এদিনতে পোৱা নাছিল...EPISODE 01

Sdílet
Vložit
  • čas přidán 4. 10. 2021
  • খাকী পোছাক তেওঁ এদিনতে পোৱা নাছিল। মাতৃয়ে খাকী পোছাক পিন্ধা দেখা নাপালে। বহু এনকাউণ্টাৰৰ আঁৰৰ কাহিনী। UPSC ৰ ইণ্টাৰভিউত কি ঘটিছিল আনন্দ মিশ্ৰাৰ সৈতে? জীৱনত মাছ, মাংস খাই পোৱা নাই আনন্দ মিশ্ৰই। পুলিচ আৰু জনতাৰ মাজত কেনেকৈ মধুৰ সম্পৰ্ক গঢ়িছে আনন্দ মিশ্ৰই? এগৰাকী Emotional আৰু Professional ব্যক্তিৰ সৈতে বাৰ্তালাপ।
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/

Komentáře • 310

  • @1mikon
    @1mikon Před 2 lety +58

    ইমান সুন্দৰ কৈ তেখেতে অসমীয়া ক’বলৈ শিকিছে শুনিয়েই ভাল সাগিছে। মানুহক শ্রদ্ধা কৰি কথা কব পাৰে । ভাল পৰিয়াসৰ পৰা অহা যেন লাগিছে।

  • @subhasishsekharnath9634
    @subhasishsekharnath9634 Před 2 lety +61

    দেউতা মোৰ লগত থাকে কোৱাটো ভুল হব, আমি দেউতাৰ লগত থাকো।।

  • @debajit2106
    @debajit2106 Před rokem +8

    ছাৰ আপোনাৰ জীৱন সম্পকীয় এখন গ্ৰন্থ প্ৰকাশ কৰিব বুলি আশা থাকিল৷আপোনাৰ পৰা শিকিব লগা বহুত আছে ৷

  • @rekhasaikia7336
    @rekhasaikia7336 Před 2 lety +130

    সচাঁই আনন্দ মিশ্ৰ চাৰ আপোনাক পূণৰ এবাৰ চেলুট। আপুনি মোৰ ফেৱৰিট পুলিচ অফিচা ।আপোনাৰ দীৰ্ঘায়ু ও সু স্বাস্থ্য কামনা কৰিছো ।🙏🙏🙏🙏🙏

  • @himadrisaikia6314
    @himadrisaikia6314 Před 2 lety +50

    আপোনাৰ আদৰ্শক সন্মান জনাইছোঁ ছাৰ🙏

  • @Subuja.20
    @Subuja.20 Před 2 lety +152

    মাটিৰ মানুহ

  • @pallabgogoi120
    @pallabgogoi120 Před 2 lety +34

    সকলো পুলিচ এনেকুৱা হ'ব লাগে

  • @nabanitabora1069
    @nabanitabora1069 Před 2 lety +45

    My fav. Ips officer🇮🇳🇮🇳

  • @pujasaikia8931
    @pujasaikia8931 Před 2 lety +68

    মহান ব্যক্তিত্ব ব্যক্তি গৰাকীৰ জীৱনৰ বিষয়ে পৰিচিত কৰোৱাৰ বাবে আপোনাক চক্ৰ দাদা বহুত বহুত

  • @nayanjyotinath2786
    @nayanjyotinath2786 Před 2 lety +34

    এজন সত্য, সততাৰে ৰাইজৰ কাম কৰা মোৰ ভাল লগা ব্যক্তি । কিছুমানে নামত IPS/ IAS হয় আৰু কিছুমানে কামত ।

  • @hiro408
    @hiro408 Před 2 lety +13

    তেওঁৰ কথা বিলাকতে গম পোৱা যায় তেওঁ কিমান Confidence থকা মানুহ।❤️🙏

  • @bornalisaikia7425
    @bornalisaikia7425 Před 2 lety +59

    এনে এজন ব্যক্তিক নতুনকৈ পৰিচিত কৰোৱাৰ বাবে আপোনাক ধন্যবাদ।সচঁাকৈয়ে তেখেত আমাৰ আদৰ্শ।এইখিনিতে আপোনাক জনাওঁ যে মোৰ ভণ্টিয়ে আপোনাৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি আছে।

  • @nayandeepmusicmasti8631
    @nayandeepmusicmasti8631 Před 2 lety +29

    আনন্দ sir,আপোনাক বহুত ভাল লাগে। আপোনাক দেখি দেখি মোৰো IPS হবলৈ মন যায়।

  • @dutta22
    @dutta22 Před 2 lety +16

    ♥️

  • @preetbordoloi9626
    @preetbordoloi9626 Před 2 lety +15

    This man himself is a life lesson. God bless this good man ❤️

  • @republic1974
    @republic1974 Před 2 lety +19

    IPS Anand Mishara Sir very legend officer . He has excellent quality of leadership as well as communication skill. I did attained his 2020 15 august Webinar. My Idol.

  • @manuborah4135
    @manuborah4135 Před 2 lety +24

    বহুত ভাল লগা এজন পুলিচ অফিচাৰ ।

  • @foodlover791
    @foodlover791 Před 2 lety +7

    Amar logot dewta nathake dewtar logot ami thaku ❤️wah 😍😍🙏🙏

  • @ChandanCollection
    @ChandanCollection Před 2 lety +19

    মাটিৰ মানুহ মাটিত মিলি যাম ❣️❣️❣️

  • @budhinsaikia1914
    @budhinsaikia1914 Před rokem +3

    Anand Mishra is not only a police officer ... But also a social reformer also ... We want him always ...