বাৰ্তালাপ শ্ৰেণীকোঠাত দুই সহপাঠী,নীল আকাশ আৰু চক্ৰপাণি...

Sdílet
Vložit
  • čas přidán 11. 10. 2021
  • বাৰ্তালাপ শ্ৰেণীকোঠাত দুই সহপাঠী।
    নীল আকাশ আৰু চক্ৰপাণি।
    কণ্ঠশিল্পী নোহোৱা হ'লে সাংবাদিক হ'ল হেঁতেন নেকি নীল আকাশ!
    নীল আকাশ হ'বলৈ কিমান কষ্ট কৰিছিল সঞ্জয় দাসে ?
    চাকৰি আৰু সংগীত সমানে কেনেকৈ আগবঢ়াই নিছে নীল আকাশে?
    চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপ
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #neelakash
    #chakrapaniparashar

Komentáře • 265

  • @iamrajbongshi8228
    @iamrajbongshi8228 Před 2 lety +63

    নীল দা সঁচাকৈ সহজ-সৰল ব্যক্তি ❤ ,,, লগ পোৱাৰ পিছৰ পৰাই তেওঁলৈ সন্মান বেছিহে বাঢ়ে 🙏

  • @juribhuyan7438
    @juribhuyan7438 Před 2 lety +37

    জীৱনত আটাইতকৈ সাংবাদিক হিচাপে আৰু গায়ক হিচাপে বহুত বেছি ভাল পোৱা ব্যক্তি দুজন । ❤️❤️

  • @sikhamonideka3128
    @sikhamonideka3128 Před 2 lety +24

    আপোনালোকৰ কথোপকথন মই খুব পচন্দ কৰো,,,, ইমান সহজ সৰলভাৱে কথাবোৰ আলোচনা হয় , খুব ভাল লাগে গীতবোৰ, কথাবোৰ 💕💕

  • @pinkumonigogoi5024
    @pinkumonigogoi5024 Před 2 lety +76

    মোৰ প্ৰিয় ব্যক্তি দুয়োজন।

  • @mainaborah3289
    @mainaborah3289 Před 2 lety +61

    মোৰ আতাইতকৈ প্ৰিয় সংগীত শিল্পী জন নিল দা❤❤

  • @abhinandandas7554
    @abhinandandas7554 Před 2 lety +2

    Jodi zubeen da aru papon da pist kunba ase tente its only neel akash daa ❣️

  • @pranjalgogoi7745
    @pranjalgogoi7745 Před 2 lety +2

    চক্ৰ দা, নত পকোৱাতো কোনো দাঙৰ কথা নহয় , কাম তো কামেই । নীল দালৈ 🙏 ।

  • @dibakar022
    @dibakar022 Před rokem +8

    প্রিয় ব্যক্তি দুজন❤

  • @nibirhazarika2029
    @nibirhazarika2029 Před 2 lety +37

    ভাল লাগিল, দুয়ো জনে বৰ সৰল বক্তিত্তৰ মানুহ 👌👌 নীল দা Studioত সময় নকমাব।❤️❤️

  • @bituponmoranaxom6626
    @bituponmoranaxom6626 Před 2 lety +22

    দুয়োজনকেই বহুত বহুত মৰম আৰু শুভ কামনা যাচিলো।

  • @phagunchetia29
    @phagunchetia29 Před rokem +8

    নীল দা মানুহজন বহুত বেছি ভাল ❤️❤️ কোনোবাই কাষত লগ পালে জানিব ।

  • @manuborah4135
    @manuborah4135 Před 2 lety +29

    দুয়ো জনকে বহুত বেছি ভাল লাগে ।শুভেচ্ছা থাকিল ❤️❤️

  • @napresentshort3385
    @napresentshort3385 Před 2 lety +30

    নীল দাক অতি সোনকালেই লগ পাম বুলি এটা আশা আছে 😍love you boss

  • @Neel__d
    @Neel__d Před 2 lety +7

    Neel akash da Assamese most popular singer hoi dadak bohut val pau i love you Neel da

  • @mainasaikiamainasaikia8799

    নীল দা ভাল লাগিল। সচাকৈ ভাবিব লগিয়া। কেনেকৈ চাকৰি কৰি আপুনি ভাল ভাল গান আমাৰ বাবে দিছে। সদায় আশীৰ্বাদ থাকিব আপোনালৈ আৰু চক্ৰ প্ৰাণীদা লৈ

  • @akahrajkhwa1037
    @akahrajkhwa1037 Před 2 lety +9

    ভাল লগা মানুহ দুজন,,লগপোৱাৰ বহুত আশা আছে।।💚💚💚

  • @tinashriborah6841
    @tinashriborah6841 Před 2 lety +22

    My favourite person ..whose voice and personality touch my heart...God bless u dada

  • @zubeendoleycreation860
    @zubeendoleycreation860 Před 2 lety +5

    Zubeen daa aru Neel daa my favourite singer

  • @johnmusical5098
    @johnmusical5098 Před 2 lety +46

    Neel da is very hardworking and humble guy...

  • @purnimadas78
    @purnimadas78 Před 2 lety +7

    Nell da mor xdai fvrt ♥️♥️♥️♥️