‘প্রতিদিন টাইম’ৰ ষ্টুডিঅ’ত অসম গৌৰৱ ময়ূৰ হাজৰিকা,কোচিং নোলোৱাকৈ প্রথম চেষ্টাতেই কেনেকৈ উজলিল ময়ূৰ?
Vložit
- čas přidán 22. 05. 2023
- ‘প্রতিদিন টাইম’ৰ ষ্টুডিঅ’ত অসম গৌৰৱ ময়ূৰ হাজৰিকা
ময়ূৰৰ সৈতে একেলগে ষ্টুডিঅ’ত গৰ্বিত পিতৃ-মাতৃ
ময়ূৰৰ একাগ্রতাৰ কথা ক’বলৈ ষ্টুডিঅ’ত থাকিব তেওঁৰ শিক্ষাগুৰু
কোচিং নোলোৱাকৈ প্রথম চেষ্টাতেই কেনেকৈ পঞ্চমত উজলিল ময়ূৰ?
#UPSC #Mayurhazarika #pratidintime #nitumonisaikia
দেউতা ভগৱানৰ ৰূপ, ময়ুৰৰ দেউতাকৰ সঁচাকৈয়ে কথাবোৰ শুনি থাকিলে হেপাহ নপলাই এনেকুৱা সুযোগ্য দেউতাকৰ সুযোগ্য সন্তান নিশ্চয় ভাল মানুহ হব 🙏
দেশ এখনৰ উন্নয়ন বাবে সকলো ধৰণৰ চাকৰিয়েই লাগিব। আৰু লগতে লাগিব খেতিয়কো। চকিদাৰো লাগিব IAS ও লাগিব।
Biharor nisina amatkoi dukhia rajyot IASr jenekwa trend heitu kobo bisarise baba
3rd divion luwa loraisu tat IAS hoise
Amar Axomotu hoise kin2 bosorot 10 jonkoi komeu lage dopdopai thakiboloi as a Axom people
Toi guarantee chowkidar hobi, hei karone tur jolise, balor Bhai amar manuh kunubai success hoise tak toi encourage he koribo Lage, take nohoi tur kotit puroni hoise, Amar aukat nathakileu ami belege bhal korile nojolu
@@jyotiprasad4945 oi noradhom farmer k insult kriswje America t farmer flight t he jai.farmer e kheti nkorile nigoni mora khi mribi
@@neeljuli8083 farmer k tu moi insult kora nai, farmer hole je dukhiya hobo heitu kunu kothai nohoi, kintu belegor bhal dekhi turu koti pure neki😜😜😜
Monor kotha koi dila bhai🤝🤝
এটা দুখীযা পৰিয়ালৰ বাবে কিন্তু এটা পুলিচৰ চাকৰি আইএ এছ অফিচাৰৰ ওপৰত ।
তেজপুৰ মাজগাও ৰ ময়ুৰ ৰ চুবুৰীয়া হৈ খুব আনন্দিত।।।দেশৰ বাবে ভাল কাম কৰি আগুৱাই যোৱা ময়ুৰ।।।
Dilip bora sir credit sur korat ustad 12 paas kori gmch ot 4 yrs pohi + rural+ internship kori akou nije self preparation kori palai hai clear korise mayur daai apuni akou imn bosoror murot credit tu lobole ahile je...NEET JEE r u anekoi lora suwalir no. Rakhi loi aru drop di di puar pisot RJC r eu credit tu loi lobo ....😂Nijor xamortho thakile 12 th r logote pabo pora ke prepare koruabo...( O shit... faculty u xetu level or thkibo lgbo nhoi😂sobei tu erile besara dkb sir😢ok😂😂)
Yes, college khon val buli amio porhiba jao pisot jikaijone porhi ahe teoloke he gom pi college khon val ne beya
@@bikashbaishya-bl5fr credit sur dekhba issA NAJAI BEHEN KI CHUT TUK
আমাৰ সপোন বোৰ ডাঙৰ হব লাগে,ঠিক তেনেকৈ পৰিবেশ টো পাব লাগিব, আমাৰ চাৰিওফালে তুমি কি কৰিছা এইবুলি এ motivate দিয়া। আমুকে অমুক t পাইছে😢
যদিহে আপুনি অসমীয়া বুলি নিজকে চিনাকি দিব বিচাৰে, তেনেহ'লে হৃদয়ৰ পৰা ময়ূৰ ছাৰলৈ Like এটা কৰে যেন!🙏❤
ময়ুৰৰ লগতে ময়ুৰৰ মাক দেউতাক আৰু ভনীয়েকলৈও অভিনন্দন জনালোঁ , এনেকোৱা অমায়িক মাক দেউতাকৰ এজন সু যোগ্য পুত্ৰ দেশৰ গৌৰৱ তেখেতলোকলৈ প্ৰতিদিন টাইমৰ যোগেদি নমস্কাৰ জনাইছোঁ লগতে নিতুমণি শইকীয়া লৈও এনেকোৱা এটা সাক্ষাৎকাৰ ৰাইজলৈ আগবঢ়াই দিয়াৰ কাৰনে ধন্যবাদ জনাইছোঁ । এই অনুস্থানটোৱে উঠি অহা শিক্ষাৰ্থীসকললৈ বহুত উৎসাহ দিব বুলি আশা ৰাখিলোঁ 🙏
It is very sad that the media and society of Assam donot consider that getting into the Armed Forces is not an equally great achievement. For the information of the viewers it even more challenging to become an officer in the Defence services. Clearing the entrance examination of the NDA, CDS is also very tough.
True assam and assam's media is only biased on normal government job and high level government job 😭😭😭😭😭😭😭
Right
দৰ্শকৰ প্ৰশ্নৰ এটা শিতানো সংযুক্ত কৰিব পাৰে অভিমতত ই আৰু কিছু প্ৰশ্নৰ উত্তৰ দৰ্শকক দিব ।
সঁচাকৈয়ে এটা প্ৰেৰণাদায়ক অনুষ্ঠান । ধন্যবাদ
ভাল
ঠিক কথা কৈছে ,আমি কিবা সুধিব পাৰোঁ
ই নহয় এওঁ ...
অভিনন্দন জ্ঞাপন কৰিলো ।ভগৱানে মঙ্গল কৰক ।🎉🎉🎉
বাবা ময়ুৰ,তোমালৈ থাকিল অশেষ শুভ কামনা.... এজন সৎ ব্যক্তি হিচাপে দেশৰ,অসমৰ মঙ্গলাৰ্থে কাম কৰাৰ কামনা কৰিলো....
তোমালৈ আন্তৰিক অভিনন্দন জনালোঁ ময়ূৰ 🙏
বহুত দিনৰ মূৰত এটা ভাল সাক্ষাৎকাৰ চালোঁ, হাজৰিকা দেৱলৈ মোৰ তৰফৰ পৰা অভিনন্দন জনালোঁ
Mayur is a genius man.. তেওঁ যি কোনো কলেজত পঢ়িলেওঁ, আজিৰ দৰে সফল হ'লহৈ।
Mayur sir a 3ta man coaching centre r pora class loisil
@@swarnalata96gogoi16 lobo pare... Coaching lowa student kichumane o napai
অভিনন্দন জনালো ময়ুৰ |
M A . PhD. MAc etc পাছ কৰা ব্যক্তি সকলে 3rd grade IV Grade চাকৰি বিচাৰি পায় । তেতিয়া জানিবা অসমখন প্ৰতিভাবোৰ অসমতে সমাপ্ত হৈছে ।
True
Ekdom😂..
Respected Mayur Hazarika is an ideal personalities for the present and the future generation of Assam & to all over India .
Nitumani sir, you are the best journalist of Assam
Dadakor vaniyekoloi bhut maram jen lagil..khub vl lgil
Mak deutak mayur dada bhonti guteikijon bht positive manuh bohut bhal lagil.
সকলো শ্ৰেণীৰ মানুহৰে সমাজত প্ৰয়োজন আছে৷সকলো কাম সমানেই গুৰুত্বপূৰ্ণ৷কামৰ কোনো সৰু বৰ নাই ৷সৰু কাম, সৰু চাকৰি এইধৰণৰ মানসিকতা অসমৰ পৰা আঁতৰাতহে অসমৰ মংগল৷ময়ুৰ হাজৰিকা অসমৰ নহয় দেশৰ সম্পদ৷তেওঁলৈ অলেখ অভিনন্দন আৰু শুভকামনা ৷
আজিৰ অভিমত বহুত ভাল লাগিল নিতুমণি শইকীয়া ডাঙৰীয়া,, UPSC ত পঞ্চম স্থান স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ময়ুৰ হাজৰিকাদেৱলৈ আন্তৰিক অভিনন্দন জনালো লগতে তেওঁৰ পিতৃ মাতৃ, ভগ্নী তথা শিক্ষাগুৰু জনলৈও অভিনন্দন জ্ঞাপন কৰিলো,, ❤️💜❤️
অভিনন্দন জ্ঞাপন কৰিলোঁ সুযোগ্য সন্তান ময়ূৰক ।🌷 তেখেতৰ লগতে পৰিয়ালৰ সকলোৰে অমায়িক আচৰণত আপ্লুত হ'লো ।
অতি উত্তম আজিৰ এই "অভিমত" অনুষ্ঠান । কৃতজ্ঞ হৈ ৰ'লো ।
Definitely he is an inspiration for the Assamese.Nitumoni da thanks a lot for dis program
Moi bhabu je ami akhomiya hokole tekhetok loi okol gorbo korilei nohobo. Aji Mayur Hazarikae dangoriyai ji kirtito orjon korise heiai aji okhomiya jatir ji eta monot hondeh asile je Ami Upsc porikhatut top rank pabole hokhom hom ne nai heitu dur korise jar babe Teuloi bohut bohut dhonyobad thakile. Ru ami hokolue tekhetor adorkhot anupranito hoi ami akhomiya jatituk ru honman orjon koribole jotno koribo lage. Eibar 5th next time jate kunuba ejon 1st rank akhomia hoi❤ Mur bisakh amar jatitu prithibir kunu onyo jatitke okonu kom nohoi.
শতকৌটি অভিনন্দন ।মাক , দেউতাক আৰু ভন্তীজনীলৈও বহু বহু শুভকামনা যাচিলো ।🙏🙏🙏
আন্তৰিক অভিনন্দন জনালো প্ৰতি দিনৰযোগেদি । সুন্দৰ অনুষ্ঠান । সকলোৰে প্ৰেৰণা দায়ক ।
Studying in Ramanujan College, he got 9th position in All Assam, and after leaving Ramanujan got 5th position in All India, The real thing is that he got this success not because of Ramanujan, but because of his own ability.
Llllltltllltllllllllllllltlllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllltltlttlttlllllllllltlttltlltllltllltlllllllllllllllllllllllllllllllttlt5ltl5llltllllllttlllltllttllllltllttlllltltttttlltlltl CTg
Right
Seriously a proper guidance is most important to crack like these exam.. so we hope a great environment will be creat with lots of aspirants in our assam like other states... Congrats mayur da 🎉♥️
আমাৰ বহুত বহুত আশীৰ্বাদ থাকিল ময়ূৰলৈ। আৰু এনেকুৱা বহুত ময়ূৰ হাজৰিকা জন্ম হওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।
কষ্টৰ ফল সদায়েই মিঠা তাক পুনৰ বাৰ প্ৰতিপন্ন কৰি অসম সন্তান হৈ অসমক আকৌ এখোজ আগুৱাই নিয়াৰ বাবে আপোনাৰ ওচৰত অশেষ ধন্যবাদ ।
7
Congrusulate to Ma.yur. Hazarika. You are admireable and iddle for next UPSC competitor of Oxom. "God Blessed you'' Thanks allot to you.👍🪔💥
বহুত অনুপ্ৰেৰণা পালো❤
আন্তৰিক অভিনন্দন জনালো ময়ুৰলৈ।ভাগবানে তোমাৰ মঙ্গল কৰক।
ধন্যবাদ নিতুমনি চাৰ।🙏🙏
মা দেউতা শিক্ষা গুৰু আৰু তোমাৰ বাবে সহশ্ৰ প্ৰণাম তুমি আমাৰ গৌৰৱ সদায় মংগল হওঁক তোমাৰ।
Congratulations Mayur Sir. Proud moment for Assam. Also being in IFS.
ময়ূৰৰ বাবে অশেষ ধন্যবাদ আৰু শুভকামনা জনালোঁ।
Heartiest congratulations Mr. Mayur. Wishing you all the best in your life. We are proud of you.
বহুত সুখী অনুভব কৰিছো অসমীয়াৰ হৈ ।
ময়ূৰলৈ অশেষ অভিনন্দন, অসমৰ লগতে তেজপুৰৰ হৈ বহুত গৌৰৱ কৰিছো জয় তেজপুৰ জয়, ভগৱানে তোমাক সহায় কৰক।
Moi o preparation kori asu.... Muk o axirvaad koribo❤❤
Eman dhuniyake kotha khini koi Mayur ❤❤❤
সচাকৈয়ে এই অভিমত জৰিয়তে বহুত কথা শিকিব পৰিলো❤
Best wishes, hope you and all sucessful candidate will give safety to our constitutions democratic right, fundrntal right, basic human right and save our constitution & judicery.
কৃষ্ণ 🙏 বহুত ভাল লাগিল সুন্দৰ সাক্ষাৎকাৰ অভিনন্দন জনালোঁ 🙏
ৰামানুজন কলেজৰ অধ্যক্ষ দিলীপ বৰা ছাৰক মাতিছে তাত কোনো মোৰ আপত্তি নাই কিন্তু , ময়ুৰে পঢ়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীকো মাতিব লাগিছিল । কাৰণ তেওঁ hslc ত ইতিমধ্যে 10 নম্বৰ ৰেংক পালেই। গতিকে hs ত তেওঁক 9 নম্বৰ ৰেংক আনি দিয়াটো ইমানু টান কাম নহয় যিমানটো hslc ত হয়তো ছাৰ হতৰ যিমান টান কাম আছিল ।হয়তো tv ৰ আগত hslc ত ময়ূৰক পঢ়োৱা ছাৰ বাইদেউ হতৰ চকু পানী পেলাইছে। যিয়ে আজি ময়ূৰক আজিৰ অৱস্থাত আনিছে তেওঁলোকক যেন পাহৰিছো যোৱা হৈছে !😢
তেখেতসকলৰ অমায়িকতাই তেখেতসকলৰ শিৰৰ মুকুট🙏🙏🙏🙏🙏
God bless you.❤❤🎉🎉💐💐💐
Mayur tomar video dekhi moi khub anandit anandate mor saku pani oolaise.thanks to you
বহুত বহুত অভিনন্দন জনালো। অনুষ্ঠানটো খুব ভাল লাগিল।
Congratulations sir...
Pride moment for Assam
পৰিয়ালৰ সকলোৱেই যথেষ্ট অমায়িক।
Mayur bohut bohut avinanadan.. Aru aguai jua.. May god bless you.. Logote mousumi unti.. Unkle loiku avinanandan🎉
Lots and lots of Congratulations and best and best of good wishes and success to Mr Mayur Hazarika sir.
May God bless him
His parents are so pure hearted , therefore God has blessed them with such a wonderful son
Val lagil Nitumoni shoikiya sir aponar babe iman dhuniya ata interview Pabo parisu .......congrats Dr.Mayur Hazarika sir 👍🏻
Apuni jdi pre mains r answer writing tropic ata loi knekoi analysis kre likhe details dekhbo
অভিনন্দন জনালোঁ ময়ূৰ।
Our inspiration 🥺❤️🙏
ইমান অমায়িক তেওঁ বৰ ভাল লাগিল❤️
Best TV program....avimot bohu kotha hikhilu.... Proud of you brother
God bless your dreams our best wishes always with you.
প্ৰেৰণা দায়ক অনুষ্ঠান। নিজেও আজি অনুপ্ৰাণিত।
Very encouraging.
ময়ুৰ লৈ শুভ কামনা জনালোঁ।ভালে ৰাখক ভগৱান এ ভাল কাম কৰিবলৈ
Sir re bohut val kotha aru xosa kotha koise🙏🙏
Congratulations Mayur sir for your achievements 🎉🎉 thank you so much nitumoni sir this program is very informative for us ❤
Congratulations Mayur
Congratulations 🙏🏻Shauryameva jeevanam 🇮🇳 Jai hind ✨
Really bohut besi motivated korile .💝
Bohut bhal lagil nitumoni da,
Bohut dhuniya anusthan.........
সচাঁই অনুষ্ঠানটো চাই অভিভূত হলো। জয় আই অসম🙏🙏🙏
Congratulations Mayur! God bless you!
So proud of you ❤
Best program.thanks.
প্ৰথমে অভিনন্দন জনালো। কিন্তু তেওঁ কছিঙ লৈছে। নিজে কৈছে।
Congratulations brother and your family 🙏
Congratulations Mayur... Proud of you
Thankyou,, helping and inspiring video👍👍❤️❤️❤️❤️
Congratulations....best of luck god bless you 🙏🙏
ৰামানুজনক ভালদৰেই promote কৰিছে।
প্ৰতিদিন টাইমে
Ekdom bhal kotha koise Axom Gaurav🙏
Big big congratulations @Dr.Mayur hazarika ❤️❤️
Congratulations Moyur sir🙏
Well done!
great excelant moment.god bless u.lovely suceessful.
সুন্দৰ অনুষ্ঠান
Wao so telented .....so quity......so handsome...Vogobane sob dise emn talent emn dhunu dhunu .....salute❤❤
Very very happy for you, proud of you bro
Thanks nitumoni da
Bohutt vall lagill
Congratulations0 to Mayur and wish you a bright future.
Bhout bhout bhal lagil.
Very inspiring vedio.thank u for this vedio
Bhal laagil❤❤❤..
অভিন্দন জনালোঁ ময়ূৰ
Family Tu bhut dhunia hoi❤
Bor vl lagil. Thanks for parents and sir.
God bless you
Congratulation. God bless you Mayur.