আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সৈতে বাৰ্তালাপ। EXCLUSIVE...

Sdílet
Vložit
  • čas přidán 14. 06. 2024
  • " বিধিগত স্পষ্টীকৰণ"
    এই সাক্ষাৎকাৰত অতিথিজনে দিয়া মতামত আৰু মন্তব্য সম্পূৰ্ণ তেওঁৰ নিজৰ। এই সাক্ষাৎকাৰটো কেৱল এটা অনানুষ্ঠানিক কথোপকথন । সাক্ষাৎকাৰ গ্ৰহণকাৰী বা বাৰ্তলাপে অতিথিৰ মতামত বা মন্তব্যক সমৰ্থন নকৰে।

Komentáře • 463

  • @KanakDas-ii8bo
    @KanakDas-ii8bo Před 11 dny +253

    অসমত এতিয়াও বহিৰাগতৰ দপদপনি চলি আছে😢😢অসমত অসমীয়াৰ সুৰক্ষা নহোৱা যেন অনুভৱ হয়😭

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e Před 11 dny +22

      Main Ahomor dinote kela bhal asil tetia kunu Bongali bihari nasil. Jetia Mohatma gandhi Assamot humal tetiar porai pura North East Assamoku India logot logai diar porai aibilak bahira manuh humai gutei Assam khon gelai dise kela.

    • @pankajkaushik9043
      @pankajkaushik9043 Před 11 dny

      Ahomr dinote process Tu start hol bhalkoi itihaas salei bujiba

    • @deba9186
      @deba9186 Před 11 dny +3

      Thik koisa.

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e Před 11 dny

      Bihari Bongali aibilak Jati Letera Jati Ji Lukor Matit thaki Dangor Dangor kotha koi. Lukor mati karhi khuwa Jati aibilakei.

    • @nayan7311
      @nayan7311 Před 10 dny

      ​@@user-nz7oi4wf9e উজিনি অসম হে ভাল আছিল। নামনিত পাত্তা পোৱা নাছিল। কোঁচ ৰজা আছিল আমাৰ নামনিত।

  • @ankursharma2282
    @ankursharma2282 Před 11 dny +112

    অসমত আলফাৰ প্ৰয়োজন আছে, অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসমৰ স্বাভিমানী জাতীয় ইতিহাসৰ ক্ষেত্ৰত। আশা কৰিম আলফাৰ জাতীয় সংগ্ৰাম এদিন সফল হ'ব। #স্বাধীন‌_অসম #independent_assam

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu Před 10 dny +4

      কেৱল আশা এই কৰিব পাৰি ।।

    • @ankursharma2282
      @ankursharma2282 Před 10 dny +9

      @@SumonBaruah-bb2pu খিলঞ্জীয়াৰ স্বাধিকাৰৰ দাবী, আশা থাকিলে বাস্তৱতা থাকে। sovereignty লাগিব‌ই।

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu Před 10 dny

      ​@@ankursharma2282 কথা টো ১০০% সঁচা কৈছে ।। অসমীয়া জাতিয়ো প্ৰথিষ্টা হোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে ।।

    • @Legend5110
      @Legend5110 Před 10 dny

      Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.

    • @pribrazakpritam4931
      @pribrazakpritam4931 Před 5 dny +4

      Miya r raj hobo axomt. Axom k Bangladesh bonai dibo. Namoni axom(except kamrup/Nalbari ) muslim majority. 😢

  • @XubarnaMoran
    @XubarnaMoran Před 9 dny +43

    আলফাৰ জন্ম হৈছিল বাবেই সেই সময়ত অসমীয়া মানুহবোৰে অলপমান হলেও শান্তিৰে জীৱন জীয়াৱ পাৰিছিল, মোৰ মা, দেউতা, আইতাহতে কয় নহয়, আৰ্মিয়ে কেনেকৈ অত্যাচাৰ কৰিছিল সেই সময়ত, সেইকিছুমানবোৰ কাৰণতে মই আলফাক সদায়েই সমৰ্থন কৰো, আৰু আগলৈও কৰি যাম।
    জয় আই অসম ❤✊

    • @amarbaishya3679
      @amarbaishya3679 Před 4 dny +3

      ❤❤❤❤

    • @user-ve1sx6bb9q
      @user-ve1sx6bb9q Před 2 dny +2

      সঁচা কথা ❤॥

    • @amlan_daflari06
      @amlan_daflari06 Před dnem +2

      হয়, আৰ্মিৰ অত্যাচাৰৰ কথা আমাক আইতা, মা'হতে কয়। আৰ্মিৰ অত্যাচাৰ বাবে তেওঁলোকে হেনো গাঁত খান্দি মাটিৰ তলত সোমাই থাকিব লগীয়া হৈছিল। নহলে হেনো ল'ৰা মানুহ দেখিলেই আৰ্মিয়ে ধৰি নি মাৰি পেলাইছিল। তেনেদৰে এবাৰ আমাৰ কঁকাৰ ককায়েকৰ ডাঙৰ পেতেকক( সম্বন্ধত মোৰ বৰদেউতা হব)আৰ্মিয়ে ধৰি নি প্ৰেনৰ ওপৰৰ পৰা পেলাই দিছিল। সেই দিবোৰৰ কথা ভাবিলে এতিয়াও বুকু কঁপি উঠে।

    • @user-ve1sx6bb9q
      @user-ve1sx6bb9q Před dnem

      @@amlan_daflari06 হয়! মোৰ দেউতাক Army এ ধৰি নি খুব অত্যাচাৰ কৰিছিল! এজন সাধাৰণ মানুহ আছিল মোৰ দেউতা কোনো বেয়া বা অবৈধ কামত লিপ্ত নাছিল ! এইবোৰ কথা মোক মোৰ মা এ কৈছিল....

    • @XubarnaMoran
      @XubarnaMoran Před dnem

      @@amlan_daflari06 হয়, হয়, এইবোৰ চব সত্য কথা, কাৰণ সৰু হৈ আছিলো যদিও কিছু হলেও তেনে ধৰণৰ কৰ্মকাণ্ডবোৰ মইও দেখিবলৈ পাইছিলো ।
      আজিৰ পৰা প্ৰায় ৮,৯বছৰ মান আগৰ কথা, মোৰ দাইটী এটাক আৰ্মি পেন্ট পিন্ধি ফুৰাৰ কাৰণেই জাঙ্গিয়া পিন্ধাই পঠিষাই দিছিল, ২কি'লমিটাৰ দুৰৰ পৰা, ৰাতিৰ সময়ত।

  • @Dipankar.fires..
    @Dipankar.fires.. Před 3 dny +4

    এই মানুহ জনে যি কেইটা কথা কলে অসমৰ কোনোবা এজন মানুহৰ মুখত শুনিছিল নে কোনোবাই কোৱা বহুত ভাল মানুহ ..mr পৰেশ বৰুৱা ❤

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu Před 2 dny

      নাই, কাৰণ তেওঁৰ কথা বুজিবলৈ মগজ লাগিব, যিটো বৰ্তমান সময়ত নোহোৱা হৈ পৰিছে ।

  • @pankajtalukdar8696
    @pankajtalukdar8696 Před 6 dny +15

    এই অনুষ্ঠানতো সকলো অসমীয়া চাই
    যাতে অনুৰোধ জনালোঁ
    জয় আই অসম

  • @sanjibbora1789
    @sanjibbora1789 Před 11 dny +62

    কি সুন্দৰ অনুষ্ঠান ,সঁচাকৈয়ে সুন্দৰ পদক্ষেপ । ২ ই জন ব্যক্তিকে সন্মান জনাইছোঁ ,মোৰ অতিকে প্ৰিয় মানুহ ।

    • @Legend5110
      @Legend5110 Před 10 dny

      Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.

  • @harendranathkalita990
    @harendranathkalita990 Před 11 dny +31

    এই বিষয়ে বহুত জানিলোঁ। এই বিষয়ে আৰু বহুত জানিব লগীয়া আছে। এনে অনুস্থান পুনৰ পাম বুলি আশা কৰিলোঁ।পৰাশমণি ডাঙৰীয়া আৰু বৰুৱা ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ।

  • @kunalkakati7974
    @kunalkakati7974 Před 11 dny +42

    #প্ৰতি_পৰেশ_বৰুৱা_ডাঙৰীয়া
    অসমত এতিয়া হিন্দী ভাষী ( মাৰোৱাৰী, বিহাৰী, পাঞ্জাবী) মানুহৰ বহুত বেছি দপ্-দপনি বাঢ়ি গৈছে। গাওঁ সমূহত সহজ সৰল থলুৱা মানুহৰ পৰা বিভিন্ন লোভ তথা ভয় দেখুৱাই মাটি সমূহ ক্ৰয় কৰি আছে। ভবিষ্যতে থলুৱা মানুহ খিনিৰ অৱস্থা কি হ'ব ভাবিলে ভয় লাগে। পৰেশ ককাইদেউ, আপুনি অসমত আহিলেহে অনুমান কৰিব পাৰিব। গতিকে, ককাইদেউক অনুৰোধ জনালো, ইয়াৰ ওপৰত যেন অতি সোনকালে কিবা ব্যবস্থা গ্ৰহণ কৰে যেন। অন্যথা আপোনাৰ - আমাৰ সোণৰ অসম খন অসম হৈ নাথাকে আৰু।
    পৰেশ ককাইদেউক এই অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনালো। 🙏🙏 ধন্যবাদ।

    • @Legend5110
      @Legend5110 Před 10 dny +2

      Talent ase mul dhon ase agbahi goisa. Tumi Hui thaka.

    • @kunalkakati7974
      @kunalkakati7974 Před 10 dny +3

      @@Legend5110 marwari, biharir usrt j mati bikri kori diya dalal ase.. tar majot tumiu ejon mane... Ai dalali tokare keidin soliba bhai.. nijor jagat tolotia hoi thakibo lagibo... tumalukor dore Badan r babe ajir assam r ai obostha ! !

    • @Legend5110
      @Legend5110 Před 10 dny

      @@kunalkakati7974 Myanmar r pora tumak independent korebo. Moi majuli r dai age 20. Karubar talent ase resource ase agbahi goisa Tumi Hui taka. Atear pora sage poresh borur usorot sakori bisare jabo Hyderabad, Bengaluru, Maharashtra, Gujarat t najabo.

    • @kaustavsarmah5351
      @kaustavsarmah5351 Před 6 dny +1

      Punjabi manuhr dopdoponi naihua apuni line to milaboloi Bihari, Maruarir logote Punjabi tuo add kri dle asolote. Punjabi manuh baki burr nisina nhoi tewlok dildar manuh, USA, Canada, England adi dekhot bohut dangor dangor business, service kri ase tewloke. Apuni likha prothom duta hobdor bahire 3rd hobdo to prothom dutar holoni thoka hle aji Axomia homaj khon nissoi hukhi hoi thakil haten

    • @kunalkakati7974
      @kunalkakati7974 Před 6 dny +1

      @@kaustavsarmah5351 apuni Jalukbarir pora Rangia loi ebar khbr korok... national highways r side r mati bilak..aru tar usrr gaon xomuhot bighai bighai mati kinise Punjabi manuhe, Marwari manuhe.... information paisu.. dukh lage ... Mati bilak...ona-oxmiyai kini lole...

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před 11 dny +32

    এতিয়াও আমাৰ এচাম বদনৰূপী, পালেহেতেনকাৰী ৰ বাবে বহিৰাগত ৰ দপদপনি চলি আছে।

    • @Legend5110
      @Legend5110 Před 10 dny

      Assam khon boxing ring nohoi bop boponi ki bostu. Talent aru resource uporat sab agbahi goisa. Apunak kunau bandhi rakha nai. Ankua video bonai terr*** promote nokorebo. Apuni janene Paresh Barua r agot kiman jaane employment besare jai aru kiman jaane bohi rajyt employment visare jay. Bohiragoto buli kola amar karone illegal Bangladeshi ha hobo lage.

  • @Jugaantor
    @Jugaantor Před 11 dny +27

    অসমৰ দুৰৱস্থাৰ কাৰণ বেলেগ নহয় অসমীয়া মানুহ নিজেই। এই কথাষাৰ উনবিংশ শতিকাতে আনন্দৰাম ঢেকিয়াল ফুকনে কৈছিল যিষাৰ এতিয়াও খাটে। এফালে যদি বহু ডেকা গাভৰুৱে স্বাধীনতাৰ নামত নিস্বাৰ্থ ভাৱে আত্মবলিদান দিলে, আনহাতে এচামে জাতিৰ কথা বাদ দি নিজৰ ব্যক্তিস্বাৰ্থ পুৰণৰ নামত দুৰ্নীতি অনিয়ম কৰি অসমখন শেষ কৰিলে। অসমৰ দুৰৱস্থাৰ কাৰণ এই অসমীয়া মানুহখিনিয়েই। বেলেগক দোষ দি লাভ নাই। অসমীয়া ল'ৰা ছোৱালীয়ে যদি অসমীয়া ভাষাটো ক'ব নেজানে আমি কাক দোষ দিম? অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই যদি অসমৰ ইমান ঘটনাবহুল ইতিহাস বা সাহিত্যিক সমল থকা স্বত্বেও বলিউডৰ কাহিনী - চিকুৱেন্সৰ নকল কৰি চিনেমা বনায় আমি কাক দোষ দিম ?
    সাহিত্যৰ লগত আমাৰ সম্পৰ্ক নাই। সংস্কৃতি মানে আমাৰ কাৰণে অকল গান গোৱা দুজনমান মানুহ। অসমৰ বহুধাবিভক্ত সাংস্কৃতিক ইতিহাসক আমি কেতিয়াও সামাজিক মাধ্যমলৈ তুলি অনা নাই। কেতিয়াও আমন্ত্ৰণ জনোৱা নাই জনজাতীয় সমাজ -সংস্কৃতিৰ প্ৰতিনিধিক। ৰাজনীতিৰ কথা নকলোৱেইবা। কিন্তু জাতিৰ কাৰণে কৰণীয়খিনি আমি নিজে কিমানে কৰিছোঁ? অসমীয়াৰ দুৰ্গতিৰ কাৰণ যে অসমীয়া মানুহ নিজেই, এই কথা হৃদয়ংগম নকৰিলে হেজাৰটা সংগঠনেও আমাক উদ্ধাৰ কৰিব নোৱাৰে।

  • @user-et5tq1em6o
    @user-et5tq1em6o Před 7 dny +20

    অসমত হিন্দী লবী আৰু বহিৰাগতৰ দপদপনি বহুত বাঢ়িছে,
    এইক্ষেত্ৰত আলফাৰ লগতে অসমক ভালপোৱা সকলোৰে কৰণীয় আছে

  • @rajumonibaruah8389
    @rajumonibaruah8389 Před 11 dny +33

    অসমক সুৰক্ষা প্ৰদান কৰক। সেৱা জনালোঁ

  • @umanadagogoi1033
    @umanadagogoi1033 Před 11 dny +14

    পৰেশ বৰুৱা ডাঙৰীয়াই কোৱা কথাবোৰ আমাৰ ককা হঁতেকৈছিলে।
    ঘৰৰপৰা মাইকী মানুহ ওলাবলে ভয় কৰিছিলে।

  • @kamalkalita338
    @kamalkalita338 Před 10 dny +7

    পৰশ বৰুৱা দাঙৰীয়া অসম স্বাধীন হবনে , অসমীয়াই কেটিয়া স্বাধীন পাব । নে স্বাধীনৰ স্বপ্ন অথলে জাৱ , কাৰণ বহু লৰা ছোৱালী শ্বহীদ হল , বহু লৰা ছোৱালী সংগঠন এৰি গুচি আহিলে আৰু বহু লৰা ছোৱালী আপোনাৰ লগতে ৰল সেয়েহে জানিব বিচাৰিছোঁ ।

  • @PranjalTamuli-sd4bl
    @PranjalTamuli-sd4bl Před 11 dny +13

    ককাইদেউ কথাবোৰ হৃদয় স্পৰ্শি স্বাৰ্থলুবি মনুহবোৰে উপলব্ধি কৰিব নোৱাৰে।থলগীৰি অ সমীয়াৰ চেতনা ঘূৰি আহিব বুলি ভাবো।।অসমীয়া কিমান শোশিত নিস্পেচিত অনুধাৱন কৰা উচিত আজিও।

  • @prafulladas6597
    @prafulladas6597 Před 11 dny +17

    এতিয়া ও বহিৰাগত সকলৰ দপদপনিৰ অন্ত নাই ইয়াৰ বাবে কিন্তু আমি নিজেই নিজৰ বাবে দায়ী কাৰণ বহিৰাগতক সুবিধা আমিয়ে দি আহিছোঁ ।

  • @DebasishChaliha
    @DebasishChaliha Před 11 dny +73

    শিকিবলগীয়া বহুতো আছে ব্যক্তিজনৰ পৰা ....

  • @CC.nabadipnath
    @CC.nabadipnath Před 11 dny +8

    Respect and Love for this Man ❤

  • @anupamdas1823
    @anupamdas1823 Před 9 dny +6

    অসমত এতিয়াও বহিৰাগতই আমাৰ কৃষিভূমি সমূহ শ্ৰেণীৰ পৰিৱৰ্তন অতি আগ্ৰাসী ভাৱে দখল কৰিছে। আপোনাৰ বিপ্লৱী সত্তাক আমি শ্ৰদ্ধা জনাওঁ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 9 dny +4

    ❤❤❤❤❤ Grand salute. God bless to him. Go ahead way to your journey. Always be positive and happiness.❤❤❤❤❤

  • @rajusarma9691
    @rajusarma9691 Před 11 dny +11

    পৰেশবৰুৱা ডাঙৰীয়া দেৱক নমস্কাৰ জনালো। সচাঁ কথা কইছে। বতমান আপোনাৰ অভাব অনুভব কৰো।

  • @Jyotiprasad958
    @Jyotiprasad958 Před 11 dny +15

    হৃদয় চুই গৈছে ককাইদেউ, আৰু লাগে বাকী কথাবোৰৰ ভিডিও।
    জয় আই অসম✊

  • @gopalboruah1233
    @gopalboruah1233 Před dnem

    ধন্যবাদ পৰাশৰ ! ভাল লাগিল !

  • @dhetterii_as_03
    @dhetterii_as_03 Před 11 dny +8

    অতীজৰে পৰা অসমত হোৱা আন্দোলন আৰু শ্বহীদৰ অৰ্থ শূণ্য হৈছেগৈ ।
    বৰাক উপত্যকাত অসমীয়া ভাষা লুপ্ত অৱস্থাত , থলুৱা মানুহৰ সংখ্যা কমি বহিৰাগত লোকৰ সংখ্যা বাঢ়িছে ।
    বদনৰূপী সকলৰ অসম বিক্ৰীৰ চেষ্টা অব্যাহত আছে, তথাপিও কিছুমান ধুডৰূপী জনতাই তাহতকেই মৰম জাচিছে।
    অসম ৰখাতলৰ পথত গতি কৰি আছে, ভীষণ পৰিবৰ্তনৰ প্ৰয়োজন হৈছে.....

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu Před 5 dny +1

      কেৱল স্বাধীন অসমেই একমাত্ৰ উপায় , খিলঞ্জীয়া ক প্ৰতিষ্ঠা কৰাৰ ।

  • @partha_p76
    @partha_p76 Před 9 dny +14

    জয় আই অসম 🙏🏻🙏🏻❤️ অসমত এনে আৰু কেইজন মান মানুহ লাগিছিল। যি ডাঙৰিয়াৰ দৰে নিস্বাৰ্থ ভাবে অসম দেশ খন খেৱা কৰে ❤

  • @ASSAMESEYOUTUBE-wx2hn
    @ASSAMESEYOUTUBE-wx2hn Před 11 dny +6

    Ulfa jindabad Apuni bahut val manuh sir apuni Axom sokti ari nidibo .

  • @mridulnath1556
    @mridulnath1556 Před 11 dny +62

    জয় আই অসম। শোষনৰ পৰা অসমৰ মুক্ত হব লাগে।

    • @KarishmaKonwar-em3ps
      @KarishmaKonwar-em3ps Před 11 dny +1

      Kihor pora mukti hobo bisarise dangoriya..

    • @user-nz7oi4wf9e
      @user-nz7oi4wf9e Před 11 dny +2

      ​@@KarishmaKonwar-em3psAssam Sadhinot Assam oil tu main ahe aibilak kothat

    • @KarishmaKonwar-em3ps
      @KarishmaKonwar-em3ps Před 11 dny +1

      Adhoruwa Gyan hei karone bor bhoyonkor ...

    • @KarishmaKonwar-em3ps
      @KarishmaKonwar-em3ps Před 11 dny +1

      Poresh boruah sir bor bhal manuh teuk moi bohut srodha koru kintu sadhin axom or hopun dekhuwai axomor suka suka lora suwali bilakok bipothe porisalito kora tu kunu poidhye xomorthon koribo nuwari .

    • @sanjoydeka6615
      @sanjoydeka6615 Před 11 dny

      ​Toi bangladeshi hoii​@@KarishmaKonwar-em3ps

  • @deepakkachari6846
    @deepakkachari6846 Před 11 dny +3

    ভাল লাগিল কথাবোৰৰ হুনি | আকাশৰ তলত চুতালৰ মাজত সনধীয়া সাধু কথা হুনা যেন অনুভব হল । আপোনালোক দুয়োকে মই বহুত বহুত কৃতজ্ঞতা গিয়া পন জনালো 🙏🙏🙏 ইমান সুন্দৰ ভাবে এনেকোৱা এটা কাহিনী আমাৰৰ অসমৰ ৰাইজৰ বাবে আগবঢ়োৱাই দিয়া বাবে।।
    L❤ From Lakhimpur 🥰

  • @phuleswarrzbnc8003
    @phuleswarrzbnc8003 Před 11 dny +5

    ❤জয় আই অসম ❤️

  • @simantadeka1191
    @simantadeka1191 Před 10 dny +4

    তিক্ত কথাতু হ'ল অসমৰ প্ৰায়বোৰতে বহিৰাগতৰ কবলত যত মন্ত্রী বিধায়কেও তেওঁলোকক উদগনি দিছে।

  • @hirakjyotigogoi1131
    @hirakjyotigogoi1131 Před 9 dny +4

    What a good personality......

  • @onpassion6939
    @onpassion6939 Před 11 dny +4

    অসমীয়াৰ হকে অসমৰ হকে সামগ্ৰিক ভাবে বৰ অসমৰ সকলো আৰ্য্ অনাৰ্য,,,জনজাতি-অ-জনজাতি ,,,,জনগোষ্ঠীৰ প্ৰতি সামূহিক সুদূৰ প্ৰসাৰিত ইতিবাচক মহান চিন্তাই আপোনাক এজন মহান দেশপ্ৰেমীক সজাইছে। আপুনি কৰা অসমীয়া জাতিটোৰ চিৰো হিত চিন্তাই আপোনাক অসমীয়াৰ চকুত চিৰদিন অমৰ কৰি ৰাখিব ।।

  • @paragkalita8649
    @paragkalita8649 Před 3 dny +1

    Jai aai Axom 🫡

  • @pinkubengia8071
    @pinkubengia8071 Před 2 dny +1

    Joi ai axom❤

  • @AdityaKumarPhukan
    @AdityaKumarPhukan Před 10 dny +3

    Joi Aai Axom

  • @Jibonzindabad786
    @Jibonzindabad786 Před 11 dny +109

    চক্ৰপাণি ছাৰক ভালপোৱা সকলে এটা লাইক কৰি যাব❤

  • @vlogs7636
    @vlogs7636 Před dnem +1

    মোৰ ফালৰ পৰা পৰেশ বৰুৱা ডাঙৰীয়াক বহুত সমৰ্থন কৰো। আমাৰ অসম খনক স্বাধীন লাগে । কেতিয়াবা নিজৰ অসমত থাকিও পৰিধীন অনুভৱ কৰো । 😢 জয় আই অসম ❤

  • @abhijitcreations1431
    @abhijitcreations1431 Před 6 dny +2

    সকলোতকৈ ভাল লগা বাতালাপ.... জয় আই অসম❤

  • @sdchutiaaxom8796
    @sdchutiaaxom8796 Před 3 dny +3

    নিয়ায্য প্ৰাপ্তিৰ সংগ্ৰাম কৰিলে কেতিয়াও সন্ত্ৰাসবাদী হব নোৱাৰে।

  • @BhaskarjyotiPegu-bv1jw
    @BhaskarjyotiPegu-bv1jw Před 11 dny +36

    Bir lachit sena k hokoluwe support korok❤

  • @BaserAli-yi9rs
    @BaserAli-yi9rs Před 6 dny +2

    জয় আই অসম ❤ জয় আই অসম

  • @radaliassame3397
    @radaliassame3397 Před 11 dny +3

    আপুনি অসমলৈ ঘুৰি আহক ককাইদেউ আপোনাৰ লগত গতেয় অসমীয়া ৰাইজ থাকিৱ জয় আই অসম

  • @CCMp3
    @CCMp3 Před dnem

    ❤❤❤ Love from Assam Paresh Da

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te Před 11 dny +44

    পৰেশ বৰুৱা ডাঙৰীয়া আপুনি অসমলৈ ঘুৰি আহক ।উদোগপতিৰ পৰা কৌৰ কৌৰ টকা লৈ সেইবোৰ নাগপুৰীয়া ৰজাই অসমৰ ৰাইজক মূল্য বৃদ্ধি ৰে তেজ শুহি খাই শেষ কৰিছে ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা পৰিকল্পনা কৰিছে ।আপুনি অসমলৈ আহি অসমখন বচাওক ।আমাৰ সোনৰ অসম খন বিজেপি চতুৰ লিডাৰ বোৰে বিক্ৰী কৰি শেষ কৰিব ।

  • @bestclips5089
    @bestclips5089 Před 5 dny

    বহুতো ভাল লাগিলে।
    আজি মূল কথাবোৰ তেঁওৰ মুখেৰে জানিব পায়
    ❤❤❤ জয় আই অসম ❤❤❤

  • @user-fu8nt2kz8n
    @user-fu8nt2kz8n Před 6 dny +2

    Yes paresh barua da.mur mon jai alfaloi jabar...jam ..jam jam

  • @santonugogoi
    @santonugogoi Před 11 dny +5

    Mon sui juwa Kisuman kotha koi gol

  • @manjubarman1855
    @manjubarman1855 Před 11 dny +5

    নৱপ্ৰজন্মই জানিব লগীয়া কথা।আপুনি সন্মুখৰ পৰা যুঁজ দিব পাৰিলে ভাল আছিল।

  • @pronabjyotigohain6352
    @pronabjyotigohain6352 Před 10 dny +2

    জয় আই অসম।

  • @dipjyotisaikia8223
    @dipjyotisaikia8223 Před 36 minutami

    Jai aai axom 🙏

  • @binudpahar1745
    @binudpahar1745 Před 6 dny +2

    অসমীয়া অসমীয়াৰ মাজত হিংসা স্বভাৱ কিন্তু এতিয়াও আছে,,আপুনি খুবেই প্ৰয়োজন কথা এষাৰ কলে🙏🙏,

  • @rupamgaming9122
    @rupamgaming9122 Před 9 dny +4

    #প্ৰতি_পৰেশ_বৰুৱা_ডাঙৰীয়া অসমত এতিয়া মাৰোৱাৰী, বিহাৰী, বেংগলী মানুহৰ বহুত বেছি দপ্-দপনি বাঢ়ি গৈছে (কিবা এটা কৰক🙏🏻)

  • @adityaroy1659
    @adityaroy1659 Před 11 dny

    Chakrapani sir....is very humble and down towards the Earth..... I met him once in Duliajan......his conversation towards everyone is mesmerizing.....❤ Keep going sir... keep watching Baartalaap guys❤

  • @hairprasaddeori2325
    @hairprasaddeori2325 Před 6 dny +1

    Great..... salute....

  • @mainaborgohain1344
    @mainaborgohain1344 Před 11 dny +2

    Movement will never come to an end!!

  • @jadupathak5435
    @jadupathak5435 Před 10 dny +11

    স্বাধীন অসমৰ সপোন কেতিয়া পূৰণ হব । আশাৰে বাত চাই আছোঁ❤❤

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu Před 8 dny +3

      তেতিয়াহে হব যেতিয়া খিলঞ্জীয়া টোপনি ৰ পৰা সাৰ পাব ।

    • @anujkumarsaha0454
      @anujkumarsaha0454 Před 3 dny

      Until and unless, single drop of blood is present in the body of Nationalists like me...no one can separate any portion of my country. Bharat Mata ki Jay❤

    • @Designawinyall
      @Designawinyall Před 14 hodinami

      ​@@anujkumarsaha0454 "...Mago! Bago! Dago! নে কিবা কিবি..." ☺️

    • @Designawinyall
      @Designawinyall Před 14 hodinami

      ​@@anujkumarsaha0454 Quit focusing on "single drop of blood" and those kinda cringy, usurpy, violence-instigating shyt. *Instead, focus on what is necessary, kid. Focus on uplifting/reforming **_YOURSELF FIRST_** and then your own Bengali people (in general). Just like Swami Vivekananda ji - get to publicly rebuking the miscreants among your own Bengali people, and teaching them righteous values and proper conduct early on: that's the only way it remains a nation.* I do the same for our Assamese people. A genuine comment, this. Get to work.

  • @Charlie-tp9wy
    @Charlie-tp9wy Před 10 dny +2

    জয় আই অসম

  • @Ansh_illu666
    @Ansh_illu666 Před 11 dny +2

    জয় আই অসম ❤️❤️❤️

  • @Withhprcreation
    @Withhprcreation Před 5 dny +1

    অসম স্বাধীন হব নোৱাৰে....কিন্তু বৰুৱা দেৱৰ উদ্দেশ্য সফল কৰিবলে আমি চেষ্টা কৰিব পাৰোঁ....আলফা অসমীয়াৰ এক বিশেষ শক্তি....এই শক্তিৰ উচিত ব্যবহাৰ হওঁক❤

    • @SumonBaruah-bb2pu
      @SumonBaruah-bb2pu Před 5 dny

      সকলো এক গোট হলে সম্ভৱ হোৱাৰ আশা নথকা নহয় । জয় আই অসম

    • @Withhprcreation
      @Withhprcreation Před 5 dny

      @@SumonBaruah-bb2pu chinai লৈ লব

    • @anujkumarsaha0454
      @anujkumarsaha0454 Před 3 dny

      ​@@SumonBaruah-bb2pu ভাইটি ৰাষ্ট্ৰীয় ৰাইফেলছ ৰ বন্দুক ৰ আগত তিষ্টিব পাৰিবা?

  • @InternationalAffairs-mm4cd

    আপুনি কোৱা কথা বোৰ এতিয়া নতুন চামে না জানে | আপোনাৰ কথাবোৰ যদি প্ৰতিখন অসমীয়াৰ ঘৰত কলে হেতেন তেনেহলে অসমীয়াই আকৌ মূৰ দাঙি উঠিল হয়।

  • @politicswallah
    @politicswallah Před 10 dny +2

    আলফাৰ আদৰ্শ ক সন্মান কৰোঁ কিন্তু আলফাৰ কাম কাজক কেতিয়াও সন্মতি প্ৰকাশ কৰিব নোৱাৰি ।।
    পৃথিৱীৰ বিভিন্ন দেশত এটা সময়ত গৰিলা যুদ্ধ আৰম্ভ হৈছিল আজি কালি প্ৰায় অন্ত পৰিলে কিন্তু আলফাৰ সংগ্ৰাম অন্ত পৰা নাই এয়া নিশ্চয় অশ্চৰ্যকৰ ...
    ভাৰত মহাদেশৰ বিৰুদ্ধে যুদ্ধ কৰি একো লাভ নাই ।।। নৱ প্ৰজন্মই আপোনাক আদৰ্শ হিচাবে কেতিয়াও নলয়।।

  • @GiridharThakuria
    @GiridharThakuria Před 10 dny +5

    আপুনি আহক দাদা আপোনাৰ প্ৰতি আকর্ষণ এতিয়াও আছে, জাতিৰ বাবে আপোনাৰ ত্যাগক ইতিহাসে মনত ৰাখিব।কিন্তু দাদা স্বাধীন অসমৰ বাস্তৱিক চিন্তাধাৰা একেবাৰেই নাই আপুনি এৰি থৈ যোৱা পৰিবেশে এতিয়া আৰু নাই, অনুৰোধ এটি কৰিছোঁ চৰকাৰৰ সতে আলোচনাত সন্মতি দিয়ক।

  • @user-pt7bn9ps6s
    @user-pt7bn9ps6s Před 9 dny +1

    জয় আই অসম ✊

  • @dreamway2210
    @dreamway2210 Před 9 dny +1

    জয় আই অসম 🙏

  • @rajiv1223
    @rajiv1223 Před 4 dny

    Ona-oxomia (marowari , bongal, bihari) r pora Oxom aru Oxomia k bosawk Sir.
    ULFA LONG LIVE
    JOI AAI OXOM.

  • @palashkalita7291
    @palashkalita7291 Před 11 dny +1

    বহুত ভাল লাগিল

  • @hirakjyotigogoi1131
    @hirakjyotigogoi1131 Před 9 dny +1

    Jai Ai Axon kokaideu.Ulfa ZINDABAD.........

  • @debasischetia3290
    @debasischetia3290 Před 10 dny +1

    Jai Aii Aoxom❤❤❤❤

  • @madhurjya-wy2ls
    @madhurjya-wy2ls Před 7 dny +1

    Joi ai axom ❤✊

  • @PNR1m
    @PNR1m Před 2 dny

    Joy ai axom❤❤❤❤❤

  • @3030mana
    @3030mana Před 9 dny +2

    তেখেতৰ অসম প্ৰেম অতুলনীয়

  • @zakirahmed9677
    @zakirahmed9677 Před 11 dny +2

    Joi aai akhm ❤

  • @leninmilileninmili8923
    @leninmilileninmili8923 Před 9 hodinami +1

    Etyahu eaky hoi ase.. kintu etya condition to alop belek hol..

  • @sukleswardas3869
    @sukleswardas3869 Před 11 dny +2

    Khosa koi বাৰ্তা লাভ অনুষ্ঠান টো চাই বৰ ভাল লাগিল sir kintu অসমৰ খিলংজ্জীয়া মানুহ খেনিৰ অৱস্থা টো দেখি চকুৰ পানী ওলাই আজি আমাৰ ভৱিষ্যত অন্ধকাৰ কাৰণ বাহিৰা গতাৰ দপ দপানি দেখি

  • @pronobgogoi3402
    @pronobgogoi3402 Před 3 dny +1

    অসমত আৰ্মী হুইছেল বজাই যোৱা নিয়ম উঠাব লাগে সহ্য নহৈছে গৈ আৰু .....

  • @user-rj7if6vf1x
    @user-rj7if6vf1x Před 11 dny +1

    জয় আই অসম

  • @rupamaxom4310
    @rupamaxom4310 Před 9 dny +3

    ডাঙৰীয়াৰ কথা শুনি তেজ আৰু গৰম হৈছে। এতিয়াও বিদেশীৰ দপদপনি চলি আছে l

  • @user-uq3ss5lz3e
    @user-uq3ss5lz3e Před 11 dny +1

    Huni bhal lagil ❤❤❤❤❤❤

  • @zubeenfhitnesschannel3212

    জয় আই অসম 🫡✊❤️

  • @bitumedhi8392
    @bitumedhi8392 Před 7 dny +2

    অসমক দক্ষিণ ভাৰতীয় ৰাজ্য বিলাকৰ নিচিনা সক্ষম কৰিব লাগে ।।সকলো কোম্পানী ত অসমীয়া নিযুক্তি হব লাগে ।।।বৰ্তমান নামনিত মিয়া সকলে অসমীয়াৰ কাম মাটি কাঢ়ি লৈ গৈ আছে।।আমাৰ অসমীয়া সকলো ৰ ভুল আছে

  • @apurbajunak4725
    @apurbajunak4725 Před 10 dny +1

    ভাল লাগিল।

  • @tapanuzir5713
    @tapanuzir5713 Před 10 dny

    Bhut vl lagil sai Jai ai Assom

  • @ssassam_1.5Million.
    @ssassam_1.5Million. Před 4 dny

    Bohut val lagile nojona kotha janibo pari ❤ Love from Majuli ❤

  • @PNR1m
    @PNR1m Před dnem

    Love from Rabha tribe ❤❤❤

  • @madewithlove4666
    @madewithlove4666 Před 4 dny

    জই আই অসম❤

  • @jaansaikia9308
    @jaansaikia9308 Před 10 dny +1

    Val vedio disaa .dei val lagil .aru tomar qulty ase so tomi paribaa Kisuman kothaa xudhibaaa ..

  • @nobi6557
    @nobi6557 Před 2 dny

    ULFA xodai amar thakibo ❤

  • @jintukonwaryoutube3993
    @jintukonwaryoutube3993 Před 9 dny +3

    আজি কালি আলফা ক চৰকাৰ এ পইচা দি চলাই আছে নিকি । বাৰু,

  • @dilipkumarnath1886
    @dilipkumarnath1886 Před 11 dny

    Come back to Assam.we proud of you ❤bro.

  • @dailyupdates6469
    @dailyupdates6469 Před 11 dny

    Jai Aii Axom❤

  • @Aashingfa6706
    @Aashingfa6706 Před 5 dny

    স্বাধীন অসম লাগে ❤। অসমীয়াই নিজৰ অধিকাৰৰ পৰা আজি বঞ্চিত।। অসমীয়াই নিজৰ মাতৃভূমিতেই adjust হব লাগে

  • @gogoibaba8799
    @gogoibaba8799 Před 5 dny +1

    ULFA long live,ulfa amar jibon hoi.

  • @bidyagogoi7318
    @bidyagogoi7318 Před dnem

    Thanks

  • @user-ef1ey4cs6g
    @user-ef1ey4cs6g Před 11 dny

    Dhuniya lagil Sai Baarta laap joriute aaji sirk dekha Pai
    Jai aai axom Jai shree Ram, ... Dhonyabad thakil ..da from Hyderabad,ch rabha

  • @drbneo4250
    @drbneo4250 Před 16 hodinami

    আজিৰ অসমীয়াই নিজক নুবুজিলে অসমীয়া ৰসাতলে যাব, আৰু সময়ৰ সোঁতত গৈ আছে।

  • @ujjalkonwar2859
    @ujjalkonwar2859 Před 11 dny +1

    জয় আই অসম ।

  • @UGCNETECONOMICS
    @UGCNETECONOMICS Před 5 dny

    Bhut val lagil Jai Aai Axom

  • @roktimraag1129
    @roktimraag1129 Před 5 dny

    ভাল লাগিল ❤

  • @perfectcrafts4698
    @perfectcrafts4698 Před 4 dny

    ধন্যবাদ পৰেশ বৰুৱা ডাঙৰীয়া, আমাৰ ককাক মনত পেলোৱা বাবে l পিছে আমাৰ ককা অৰ্থাৎ স্বৰ্গীয় হেম বৰা ডাঙৰীয়া ২০১৬ চনতে আমাৰ পৰিয়ালৰ পৰা বিদায় লৈছিল l

  • @nandannath6212
    @nandannath6212 Před 10 dny +4

    পৰেশ বৰুৱা ডাঙৰীয়া, এতিয়াও অসমত মাৰোৱাৰী , বিহাৰী , মিঞা , হিন্দু বঙালীৰ দপদপনি চলি আছে । আমি নিবনুৱা হৈয়েই আছোঁ। তেখেত সকলে কৰ্ম নিযুক্তি কেৱল মিঞা, বঙালী আৰু বিহাৰী ক হে দিয়ে । তেওঁলোকক বেতনৰ পৰিমান বেছিকৈ দি অসমীয়া লৰাক বেতন কমাই দিয়ে ।
    নালাগে আমাক এনেকুৱা আধুনিক আৰু উন্নীতকৰণৰ চহৰ যত কেৱল অসমৰ বহিৰাগত সকলৰ ঠগ প্ৰৱনস্কৰ টকাৰে উন্নীত কৰণৰ প্ৰক্ৰিয়া চলে ।
    আমিও কিবা কৰ্মত নিয়োজিত হব বিচাৰো । কিন্তু মাৰোৱাৰীয়ে , বাঙালীয়ে কৰ্ম নিযুক্তি নিদিয়ে । আৰু দিলেও দৰমহা 3000 ৰ পৰা 5000 ৰ ভিতৰত দি জোখত কৈ বেছি কামত খটুৱাই ।

    • @NallaBerozzgaar
      @NallaBerozzgaar Před 4 dny +1

      যোগ্য ভোগ্য বসুন্ধৰা😊 তেখেত সকল যোগ্য হয় সেই কাৰণেই জীৱনত সফলতা পাইছে। আমাৰ খাৰখোৱা অসমীয়াবোৰ দিনটো তিনিআলিৰ তামোলৰ দোকানত বহি আদ্দা মাৰি চৰকাৰক গালি দিয়ে, চৰকাৰী চাকৰিৰ আশাত গোটেই জীৱন বৰ্বাদ কৰি। মাৰোৱাৰী, বঙালী সম্প্ৰদায়ৰ মানুহৰ চিন্তা অসমীয়া মানুহৰ তুলনাত বহুগুণে বেছি সেইকাৰনে হাজাৰ হাজাৰ কোটি টকাৰ ওপৰত বহিবলৈ সক্ষম হৈছে।