MUR TEZ MUR MOROM / OFFICIAL FULL DRAMA/ AWAHAN THEATER/PROSTUTI PORASOR/মোৰ তেজ মোৰ মৰম।
Vložit
- čas přidán 21. 06. 2024
- Embracing the love rendition with "MUR TEZ MUR MOROM", as Awahan theatre is presenting the captivating journey of 2023-24 along with the best stage performance.
The drama is considered as the most successful drama of this year with more than hundreds shows in every places across Assam. Here's the complete glimpse of the drama. Brace yourself with the beautiful emotions.
✨Drama Name : Mur Tez Mur Morom
📝Writer&director : Abhijit Bhattacharya
🎥Producer: Prastuti Porasor
✨Starring: Prastuti Porasor, Sanjib Sarma, Jeffy Bakshi, Arun Borah
✨🎶Audio Credits 🎶✨
🎵Music Director: Ajay Phukon
Background music : Dipak baruah
🎤Singers : Zubeen Garg, Dikshu Sarma, Neel Akash, Papori Gogoi, Nilakshi Neog, Rupali Kashyap , Bastav.
Follow Prastuti Porasor for more updates.
Facebook: / prastutiporasorofficial
Instagram : / prastutiporasor
Stay connected with us.
#AwahanTheatre #MurTezMurMorom - Zábava
প্রস্তুতি বাক কোনে কোনে ভাল পায় like কৰা |
প্ৰস্তুতি বা সদায় প্ৰস্তুতিয়েই ❤❤ আৰু দ্বিতীয় গৰাকী নাই এনেকুৱা দুৰ্দান্ত অভিনেত্ৰী ❤❤🔥🔥 .... সতীবেউলা লৈ অপেক্ষা। কোনে কোনে সোনকালে বিচাৰা like kora ❤❤
দুৰ্দান্ত অভিনয় , সুন্দৰ কাহিনী , সুন্দৰ গীত মুঠতে সকলো পাৰফেক্ট ❤ এইকাৰণেই আৱাহন বিশেষ , আৱাহন আনতকৈ সদায় পৃথক । প্ৰতিটো কামেই অতি নিখুঁতভাবে কৰা প্ৰস্তুতি বা সদায় পৃথক । সেইবাবেই আৱাহন সদায় শীৰ্ষত জিলিকি আছে আৰু জিলিকি থাকিব । খুব কম থিয়েটাৰ আছে যিয়ে আটাইকেইখন নাটককেই সমানভাৱে গুৰুত্ব প্ৰদান কৰে । আৱাহন আৰু আগুৱাওক , ইয়াতকৈও আৰু ভাল আৰু উন্নত মানদণ্ডৰ নাটক ৰাইজৰ মাজলৈ আনক । আৱাহন প্ৰতিগৰাকী লোকৰ এতিয়া আৱেগ ❤ আৱাহন সদায় শ্ৰেষ্ঠ ❤
জয় আৱাহন ❤
জয়তু ভ্ৰাম্যমাণ থিয়েটাৰ ❤
জয় নটৰাজ 🙏
প্ৰস্তুতি বা কাৰণে এটা Like Please.❤❤❤
প্ৰস্তুতি পৰাশৰৰ অনুৰাগী বোৰে এটা এটা like কৰি যোৱা ❤🤗 ।।
অভিজিত ভট্টাচাৰ্যদেৱৰ এইখন এখন অতি সুন্দৰ তথা হৃদয়স্পৰ্শী নাটক।❤
দুৰ্দান্ত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ । তোমাৰ দৰে অভিনেত্ৰী এই অসমত আজিলৈকে কোনো হোৱা নাই । তুমি বহুত সাহসী বা । ❤❤❤❤
পাঞ্জনা দত্ত আৰু অঞ্জলী চেত্ৰী বহুত ভাল অভিনেত্ৰী।
আমাৰ কাৰনে অকল প্ৰস্তুতি পৰাশৰ
@@user-sm7kf1fx7f agree 💯
সঞ্জীৱ দা কন্দুয়াই দিলা বে ।।। ❤❤❤❤
সঞ্জীৱ দা আৰু প্ৰস্তুতি বাৰ এনেকুৱা নিখুঁত অভিনয় সদায় বিছাৰো ।।।
সতি বেউলালৈ অপেক্ষা।।।।
সচাঁই এক মনোৰম সম্পৰ্ক । জোন ,বেলি,তৰাৰে ভৰপূৰ আকাশখনৰ দৰে বাই- ভনী , ককাই - ভাই মাজৰ সম্পৰ্কবোৰো বৰ বিশাল হয় । থিয়েটাৰৰ সংজ্ঞা কি সঠিককৈ আজিও জ্ঞান হোৱা নাই , কিন্তু আপোনাৰ প্ৰতিখন থিয়েটাৰেই মোক প্ৰতিটো কথা অনুভৱ কৰিবলৈ শিকায় ।
ইমান ধুনীয়া৷ উপভোগ্য এখন নাট৷ মোৰ কিন্ত সকলোতকৈ মামা জনক ভাল লাগিল❤❤প্ৰস্তুতি বাক টো কবই নালাগে৷ একদম একক আৰু অনন্য তেওঁ❤❤❤❤❤
Dhuniya lagise ba❤❤❤❤
প্ৰস্ততি বাইদেউ মোৰ প্ৰিয় 😊 যিকোনো ধৰণৰ নাটক চাই ভাল লাগে 😊💞।
সুন্দৰ ❤❤❤,সতী বেউলা নাটকখন সোনকালেই দিব💖
বহুত এখন সুন্দৰ নাটক উপভোগ কৰিলোঁ ❤ ।। সঁচাই বৰ ভাল লাগিল চাই ❤।। আৱাহন থিয়েটাৰ ❤ ।।
সঁচাকৈ মোৰ তেজ মোৰ মৰম নাত খনি অভিনয় কৰা সকলো অভিনেতা/ অভিনেত্ৰী সকললৈ আমাৰ তৰফৰ .......। ভাল লাগিল
আপোনাৰ অভিনয় বুলি ক’লে মই পাগল হৈ থাকো চাবলৈ৷
অপেক্ষা বা । আপোনাৰ নাটক বুলি কলে বেলেগ এটা অনুভৱ হয়। যাত্ৰা ভাল হওঁক।
Hoi diya......moi o bhut val pao teok....... Love frm nalbari
প্ৰস্তুতি বা আৰু বক্সি দাৰ যোৰা টো মজা লাগে।💗🔥
ইমান সুন্দৰ নাটক এখন উপহাৰ দিয়াৰ বাবে ধন্যবাদ। নাটক খন চাই বহুত ভাল লাগিলে আৰু শেষলৈ চকুপানী ওলাই গল।
❤
Amar pathsalt panir mojt duri duri caicu natok khon ❤❤❤
যোৱা বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ নাটক ❤❤❤❤
বঢ়িয়া
Bahut dhuniya ooo sabole mon jai apunar drama bur mukhor agor pora ❤nuwaru j 😢atea CZcams t Sai bor vl lgise o❤❤❤bahut morom❤
সুন্দৰ কাহিনী।সকলোৰে অভিনয় খূউব সুন্দৰ। কান্দি গলো❤😢😢❤
প্ৰিয় অভিনেত্ৰী গৰাকী সদাই ভালে থাকক❤❤❤❤❤❤❤
অসমীয়া থিয়েটাৰ বহুত চালো কিন্তু এনেকুৱা কাহিনী নাটক কোনো এখন থিয়েটাৰত দেশা নাপালোঁ 🫡❤️🔥।
Selut for .....=আৱাহন থয়েটাৰ 🙌❤️🔥
বহুত ভাল লাগিল চাই মই চাব নাপালোঁ আমাৰ ইয়াতে মাততে সেইবাবে আজি চালোঁ বহুত বেছি ভাল লাগিব গোটে কেইটা অভিনয় চাই।। চকুৰ পানী ওলাই গৈছে।। বাকী দুখন লাগে অপেক্ষা কৰি আছো এইদুখন চাব।। এনেকৈ ভাল দৰে অভিনয় কৰি যোৱা তাৰে কামনা কৰিছোঁ বাইদেউ love you all ❤ Thank you so much ইমান কষ্ট কৰাৰ বাৰে ৩মাহ কষ্ট কৰি আমাক এনেকৈ অভিনয় কৰি দেখাৰ বাবে।। ❤❤❤❤❤
Love from nalbari(SOLMARA)❤
Ardhangini is also available on Prastuti Porasor's CZcams channel ❤❤
❤❤❤akou salo baa,stage t saiclo e..bahuut val lagil..Beula khno dbsn plz...
Belsor r durga puja t saisilu theatre khn......bahut bahut val lgisil natok khn❤😘
No one can take your place Baa❤My idol
সঞ্জীৱ দাৰ অভিনয় সচাকৈ হৃদয়স্পৰ্শী , প্ৰস্তুতি বাৰ কথা কি নো কম । মঞ্জিল দাৰ অভিনয়ো দুৰ্দান্ত 🔥🤗🥰❤️
Bohut dhunia hoise baa
Bht vl lagil sai,kandi pelaisu,emn xundar ovinoi
বৰ সুন্দৰ অভিনয় , ভাল লাগিল ।শুভৰাতি ।
Thanks for Sharing.Bhut Bhal lagil Saai❤.
বহুত সুন্দৰ অভিনয় সকলোৰে ❤️ প্ৰস্তুুতি বা আপোনাক এবাৰ লগ পোৱাৰ বহুত আশা আছে। নাজানো মনৰ আশা কেতিয়া পূৰণ হব❤️❤️
Bhut dhuniya lagil. Thanks & All the best AWAHAN THEATER all Members,...
Oti hundar prostuti ba great ❤❤❤
Manjil daa jui....You just killed every character in every way... wish to see you in different projects 🎉 All the best for a bright future
Prostuti baa apuni Mur karone xodai best ❤❤
সকলো অভিনয়ে অন্তৰ চুই গ'ল, বহুত ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤
tq baa aibar xoti beula khon dibo . kak kak xoti beula lage like kori juya ❤❤
Top no-1 🎭🎭drama
❤❤❤😢😢😢soku Pani ulai gol,,, bohut vl lagil sai
Wow bhut bhut Val lgil aekhn natoko Sai .
Missed this drama because of end-sem exams in my college. Thanks, Prastuti baa for uploading it on CZcams.
Perfect performance Prostuti baa🥰😍😍👍👌👌💕😘😘❤️❤️
Bohut bhal lagil ba..sabor babe roi asilu ❤️❤️
Moja prostuti ba xundor abhinoi ❤❤❤❤❤❤😮😮😮😮😢😢😢😢😢😢
আমাৰ মঞ্জিল য’তেই যায় তাতেই জুই লগাই থৈ আহে৷ Bad boy is জুই৷ Well done Monjil❤️
Thank you ba upload kora babe❣️
Nice 👍👍👍❤❤❤❤ ilove you all thater family ❤❤ from dhemaji
Ba always good.. God bless u ba ❤
কেনেকৈ ইমান সুন্দৰ অভিনয় কৰিব পাৰে। আপোনাৰ অভিনয়ত আপ্লুত হও। কাহিনী বহুত ধুনীয়া। সকলোৰে অভিনয় বহুত ধুনীয়া।
বহুত ধুনীয়া লাগিছে চাই
Xosai val lagil oo
প্ৰস্তুতি বাৰ বাবে লাইক 👍
Aru olp dighal hua heten jen lagil o baaa..... Hepahai nopolal ki kom.... Emn bolistha ovhinoy hokolure..... Natun borkhor babe huvaishya jonalu dai......❤❤❤❤
Acting mani goisu ❤ apunar dore aru kunu nulabo ❤
Bohut val lageel aime ghror fama xoita saisa maa dauta aibageek hoi poresa I love postute baa❤
Kandi golu dei...bor hundor obhinoy...
Prastuti ba and all team is great actor
Bhut bhal lagise o ba
Bohut val lagil.aru dukhu lagil
O Baa xoti beula theatre khon o upload diba sun plzzz 🙏🙏🙏 Bhut dhuniya hoi apunar acting tu 👌👌👌
কোনে কোনে এবাৰতকৈ বেছি ছাইছে লাইক কৰা
Val lagil dei sai❤❤
সতী বেউলাই লৈ অপেক্ষা কৰি আছো অতি সোনকাল দিয়ে যেন
Moja❤
Bor bhal lagil sai ..
Pathsala t saisilu ae khon natok aji akou abar salu... Ketiyaba mon gole aro sam... Majja hoise
❤❤❤❤❤❤❤❤❤
Dhunia dramma ❤
Khub dhuniya abhinoy hokolure❤
সকলোকে অভিনয় কৰা ভাল লাগিছে বা
Emn vl lgsa ❤
Seriously bhal khule Sai
Niche 👌👌👌
Bohut dhunia ❤❤
Ajiloke jiman bar ji kahini nahak kio proshti ba he sakur pani ulaba parise mok❤...xodai val loga kahini hou thakok...xaklore avinoy dhuniya
বা আপোনাৰ অভিনয় কথা কি কম কবলৈ ভাষা নাই। তথাপিও কও আপোনাৰ অভিনয় অতি সুন্দৰ। ❤❤❤❤❤
Bhut bhute val hsi tini bar hl mur sawa
Mojja lagil sai.... Sanjib daa prastuti baa jui
অতি সুন্দৰ, প্ৰস্তুতি বা 🥰🙏
Bhut val lagil
Mur mon xuy gol baaaaa😢😢😢❤❤❤❤❤
Bohut dinorpora wait kori asilu .apunar ovinoi bohut val lage❤❤❤
Moja moja 😊
Mojaaaa lagil❤
God bless you ba love you 🎉❤
Manjil da jui acting
Bahut val lagil ba
Baa bohut val lagel
Bhut val lagil ❤
Opekhar onto palu .... Borhiya hoise 🔥🔥🔥
Bohut dhunia lagile aru ebar gotai natok khon sai❤❤
Bohut ধুনীয়া লাগিল চাই,,,
Val lagil sai prostuti ba bohut dhonybad
Love from Bongaigaon Tulungia
Standing ovation from me 🙏🏻