বিয়াৰ এখন পেণ্ডেল, সজা হৈছে কলগছৰ পাত, পটুৱা আদি বিভিন্ন প্ৰকৃতিপদত্ত উপকৰণেৰে!
Vložit
- čas přidán 16. 12. 2021
- বিয়াৰ এখন পেণ্ডেল, সজা হৈছে কলগছৰ পাত, পটুৱা আদি বিভিন্ন প্ৰকৃতিপদত্ত উপকৰণেৰে!
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
এয়া আমাৰ পৰম্পৰা আছিল, কিন্তু আমাৰ আধুনিক যুগৰ আধুনিকতাই এইবোৰ শেষ কৰি দিলে। এতিয়া এয়াই কৌতুকৰ দৰে হৈ পৰিল, ধন্যবাদ হেমন্ত দাদা 🙏 ❤️ 🙏
বহুত কল গছ কাটা গল😢😢
বৰ ভাল লাগিছে , এনেকুৱা ৰভা এতিয়াও কামৰূপ মহানগৰ জিলাৰ মাজিৰ গাওঁৰ এখন সভাত সজোৱা হয় ।
বৰ ভাল কথা পুৰণা সংস্কৃতি বজাই ৰাখিছে , ধন্যবাদ দাদা , আৰু আমি সকলো মানুহে যাক জীয়াই ৰখা চেষ্টা কৰিব লাগে
Ekdom right da eautu puroni niyom hoi eataiu amar tat diya hoi
Ghanta
@@deepborah2088 tur maror ghnta
@@deepborah2088 sdmarni
পুৰণি নীতি নিয়ম ঘূৰি আহিছে নতুন ৰূপত । দেখি ভাল লগিছে । কিন্তু এখন ৰভাত (পেণ্ডেলত)যিমানখিনি কলগছ দৰকাৰ হব তাৰ পিছত আকৌ আৰু এখন ৰভা সাজিবলৈ আকৌ নতুনকৈ কলগছৰ দৰকাৰ হব । সেয়া সম্ভৱ হবলৈ হলে গাঁৱৰ সকলো মানুহেই তিনিশ ষাঠি জোপা কলগছ ৰুব নোৱাৰিলেও এখন কলগছৰ বাৰী থাকিবই লাগিব। এই ভিডিঅটিৰ পৰা এটা কথা মই অনুভৱ কৰিছো যে হেমন্ত কোঁৱৰৰ এই সৃষ্টিশীল কামে পুৰণি পৰম্পৰা নতুন প্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰ উপৰিও মানুহক কলগছ ৰোপণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। ★মই ভবাৰ দৰেই আপোনালোকে ও বাৰু ভাবেনে ?
নিশ্চয় । ইতি সত্য ।
সুন্দৰ।
ভবিষ্যত প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি(বিয়া বাৰু) এনেয়ে পৰি থকা বাৰীৰ চুক কোণ বোৰত ভীমকল জাতীয় পুলি ৰুই থোৱাৰহে কথা।
আমিও সৰুতে দেখিছিলো ।।।আজি কালি আধুনিকতাৰ বেছি প্ৰভাৱ পৰিছে
Amar gaon ot xaje
কিমান কল গছ কাটিলে.. কথা বহুত.. কলে কি হব.. কল নালাগিলে.. পেণ্ডেলৰ ক'ত পলিথিন ব্যৱহাৰ হয়. ভাল্ লাগিল দিয়ক... পাৰিছেঃ জে আপুনি ধুনীয়াকে বনাব
এইয়া আধুনিক নহয়.....পৰম্পৰা..... নেদেখা জনেহে আধুনিক বুলি কব পাৰি।
সুন্দৰ ও প্ৰশংসনীয় পদক্ষেপ...
Tumi dhukoakha r nki.
এখন গাওঁত এখন বিয়া যোয়াৰ পিচতে 2য় খন পাতিবলে হলে, মই ভাবো হাহাকাৰ কৰিবলগীয়া হব কল গছৰ বাবে, ই সহজলভ্য নহব বুলিয়ে অনুমেয়।
Absolutely right
Hoy thik koise
Hoi thik koise kintu amar gaon t eatiyau deye kintu rovha haje bahor kami d uport de diye kol pat khub ghon koi nohoi kitu mane deboi lagibo
অতি সুন্দৰ হৈছে।গুৰি ধৰোতাৰ লগতে সকলো কৰ্মকতালৈ অশেষ ধন্যবাদ জনাইছো।
বৰষুণ ৰ বতৰ নহয় বাবে হে পৰিছে।
আৰু তেনে হলে কলগছ নাইকীয়া হৈ যাব।
You are right...
@@hollywoodtime5359 right👍👍.kintu jimane ji houk teu kiba eta beleg krible sesta krise babe val lgise
Kolgos hekh nohoi......kheti korilei hol
Hoy aapuni thikei koise anekoi jdi lakh lakh manuhe anedre kl gos nstu kare adin sn kl gos nhwa hoi jabo...aneei ajikali bjart oukht diya kl khabo lagat parise
বহুতো ভাল লাগিল। সৰুতে আমি এনে বিয়া খাইছিলো।
আমাৰ গাঁওত আজিও আছে
বহুত ভাল লাগিছে। পুৰণি অসমীয়া সঙসকিতিক জিয়াই ৰখাৰ বাবে বহুতো ধন্যবাদ।
এইয়া বেটিক্ৰমিক নহয়, এইয়া আমাৰ হেৰাই যোৱা ইতিহাস.
Hoi
এতিয়া খৰাং বতৰ কাৰনে পাৰিছে, বৰষুনৰ বতৰত নোৱাৰিব ॥ বাৰু দেখি ভাল লাগিল , আমাৰ হেৰাই যোৱা পুৰনা কিছুমান আগৰ দিন বোৰৰ বিষয়ে মনত পেলাই দিলে ॥
Amar Baideo r Biyat ank disilo... Aji dekhi akou mn2 bhuttttttttttttttt bhuttttttttttttttt vl lagise 🤗🤗🤗💕💕💕😍😍😍💐💐💐🤗🤗🤗😎😎😎💕💕💕
বহোত.....ভাল.....লাগিছে.....
আগতে কলপাতৰ ৰভা খনেই ৰাইজ গিয়াতীৰ বাবে পৱিত্ৰ বুলি বিবেচনা কৰা হৈছিল...আমিও দেখিছো...এতিয়া কইনা ঘৰৰ এচুকত সজাই পৰাই ৰখা চাইকেল লাগিবই মানে...😂😂😂😂
Great news! Brilliant !!!
আগৰ দিনত বিয়া ৰভাথলী এনেকুৱাই আছিল।।আমাৰ বিয়া ও এইদৰে ৰভা সাজিছিল ।।।বৰ ভাল লাগিল দেই ভাই ।।।আগৰ কথা বোৰ ,,নীতি নিয়ম বোৰ সমাজৰ সকলোৱে জানিব লগীয়া পুৰণি অসমীয়া স ্স্কৃতি বোৰ সোৱৰাই দিয়া বাবে বহুত ধন্যবাদ জনালোঁ।।
সুন্দৰ হেমন্ত কোঁৱৰ
Imanei jodi sinta korise tenehole baloon tu kio dile. baloon tu jui logai dile polithinr pora besi hanikarok gas ulai. Aru eta kotha gos gosoni kati poribesh ketiyau unnot nohoi. dekhiboloi val hbo pare. kintu kotha tu olop nijei vabi sabo olop apunaluke. jodi kiba vul kolu tene maaf koribo🙏🙏🙏
😁😁😁
আপুনি জানেনে কল গছ শাল গছ নহয় । কলগছ এবাৰ ফল দিয়েই মৰি যায় । ইয়াৰ ফলত ইয়াৰ গুৰিৰ পৰা আকৌ নিজে নিজে চাৰি পাচটা পুলি ওলায় গছ হৈ আকৌ ফল দিয়ে। উৎসাহ দিয়ক ।
@@binodbora9551 hae kota kol gas bur kijani pregnant a asil😁😁 kune jane
Good job it's assamese wonderful creativity so nice🤣🤣🤣
Bohut val lagil video 2 Sai Mojaa 👌
বহুত ভাল লাগিছে। ধন্যবাদ
Khub xundor amar parampara je apuni dhori rakhile tar babe dhanyabad.
Ami nije nijor ostitto xex nakorai rakhatu dorkar.
Bhut din agor porai cholisil ai niyom amar Boro jonogostir majot 🙏
Boro bulie nhoi. Puroni kalot axomot hokolue enekoi e bia hokam patisile
অতি সুন্দৰ
Excellent dada,apunak sahasra namaskar jonalu apuni sasai viswakarma
Motivational,Thank you dada
Dhei kol gos kelei dhongkho koribo lagei.... gaon ekhonot jodi dukhon tinikhon charikhon eke rahe emah dumahor bhitorot biya hobo tetiya dekhun kol gos pabole naai... kol gos bahut mulyaban xompod hoi BABA hot...kol gose Phol diye,aru kol gosor pora khowa xaar bonowa hoi... so, ajikali okoman bujatoh ushit...... Dhanyabaad🙏
Kotha tu thikei koisa kintu dewali namot kiman lakh lakh nosto hoi vabisa ne...agote enedorei bonaisil ru ful dia bilak nakate
বঢ়িয়া,,খৰচো কমিছে ।
Bhaal lagil.... pise aaji Kali kol gos paboloi Nai....
পৰম্পৰা ❤️
Welcome Hemanta Da
Wahhh moja aa geya
A Dada nice....
Bohut bohut dhanyawad.
Bhut dhuniya hoise o
Oti xundor.
Valai hol kolgoj bor rovar pisot paylai dibo nalagay eary orgynik soda, kol khar bonabo pari. Good👍 job
Yes, prakitik khampador goon khodai besi
God job 👍👍
ভাল লাগিছে ৰভা খন
Good but so many Banana tree they have cutten 🥺🥺🥺
Bohut dhuniya. Val sinta kori sy.
সুন্দৰ।
ভাল লাগিল
Good job very good
Mojaa bro
good work
Bahut val lagesa
Good work.. i am so proud of him ...🙏👍
সুন্দৰ পদক্ষেপ
Good 👍 work Sir
Xundor prokitir poribekh
👌🏼👌🏼👌🏼👌🏼😍😍
Very nice
👍👍👍
Very nice ❤️
মূল্যবৃদ্ধিৰ ওপৰত বিতৰ্ক হৈছেনে নিউজ লাইভত । নে এইবোৰ টুলুঙা কথা পাতিয়েই সময় কটাই দিব নিউজ লাইভে । এটা কথা বুজি নাপাওঁ , আপোনালোকে আপোনাৰ সন্তানক কি শিক্ষা দিয়ে ?
ধন্য বাদ
beautiful . Amiu try korim.
Nice
সৰু থাকোঁতে দেখিছিলোঁ কলপাতৰ ৰভা। আৰু আজি দেখিলোঁ দেখি ভাল লাগিল।
Well...
Nice 😀👍
Nice villages is always good
Very Good
Great
👍👏👏
So nice
Boroxhun dile gom pabo
Japi loi lobe
🤣
Val lagise
❤️❤️❤️❤️❤️❤️❤️
Good
আমাৰ গাঁওত ত আছে
Nice 👍
Val lgl
👌👌👌👌
So beautiful
সুন্দৰ দাদা। আচলতে এনেকুৱা ব্যক্তিক সমাজৰ আগত সন্মান যাচিব লাগে, সেয়া চৰকাৰ বা দল সং গঠনয়েই হওঁক। কিয়নো তেনে কৰিলে এওঁক দেখি আৰু বহুতে এনে পদক্ষেপ লবৰ বাবে আগবাহি আহিব।
👌
Wow
Hundar
De forestation as well as boruxun ahele Tu ses a hol ru..
Tumr bleg kotha nai.
Anekuwa robha amar gaon tu biyat bonaisilu ami 2006t amar agore pora bonai ahi asil gaon r manuhe ..Karon tetya amar manuhor poisar ovab tu besi asil.
Xundar
present day it is also a FASHION not a cultur
❤❤❤
Positive news
Moja
Sobe jodi anekoi kol gos houk ba paat potua Kate tetia hole kol gos nathakiboi Assamot..
Gosot janu jio nathake ne... Kimn jio hoitiya korile akhon biya babe.. pape sob 😔😔
😂😂😂
আদৰণীয় পদক্ষেপ 🙏🙏
Mojjj
Bor val lgise deii.....
Great thinking
Val hoise but kiman klpuli kta goise xei to sai he bea lagise
@@mahantada4940 kiba pabo hole kiba Tu herawabo lagiboy
🙏🏻🙏🏻🙏🏻🙏🏻