হিন্দু- মুচলিমৰ ৰাজনীতিক লৈ কি ক'লে লুৰিণজ্যোতি গগৈয়ে? Lurinjyoti Gogoi Interview
Vložit
- čas přidán 1. 03. 2024
- Created by:
Mustaq ahmed
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios - Zábava
EVM machine ৰ যোগেদি যদি দুই নম্বৰী কৰিব পাৰে তেতিয়াহে বিজেপি জিকিব কাৰণ বিজেপি চৰকাৰখনে মানুহক দমন কৰি ৰাখিব বিচাৰে ,বাকী লুৰিণদাৰ প্ৰতিটো কথাতে সন্মত আৰু সত্য so সদায়ে আপোনাক সমৰ্থন কৰো
😊😊😊
যিটো দেখিবলৈ পালোঁ, লুৰিন অসমৰ শ্ৰেষ্ঠতম জ্ঞানী, অভিজ্ঞ, জনা বুজা, ভাল ব্যক্তি। এইজন ব্যক্তিক দেশ চলাবলৈ দিলে নিশ্চিত ভাৱে দেশ আগবাঢ়ি যাব।
সৎ সাহসী , স্পষ্টবাদী , সুবক্তা, নিস্বাৰ্থ অটল স্থিতিৰ গৰাকী লুৰিনজ্যোতিদা অসমৰ গৌৰৱ ।আপোনাৰ এনে আকৰ্ষণীয় ব্যক্তিত্ব জনসাধাৰণৰ বাবে আদৰ্শ আৰুদেশ জাতি সমাজৰ পৰিবৰ্তনৰ আশাৰ বতৰা ।লুৰিনজ্যোতি ডাঙৰীয়া আৰু আগুৱাই যাওক ।জয় আই অসম ।
To much exciting and practical speech.
আপোচবিহীন ভাৱে থাকক সদায়, যেতিয়ালৈকে নিজৰ কথাত অতল আছে আমি লগত আছো দাদা।
আমাৰ ডিব্ৰুগড়ৰ সমষ্টিৰ লুৰিনজ্যোতি গগৈ সচাকৈ অসমৰ প্ৰকৃত সমস্যাবিলাক উপস্থাপন কৰিব পাৰিব ।
তুমি সদায় আগবাঢ়ি যোৱা জাতিহকে মাত মাতি জাতিক আগবাঢ়াই নিবলৈ নির্বাচনত জয়ী হোৱা। 👍👍👍
Kukurot koi beya ke haribo. Hindu hoi namas pohibo jai.
আপোনালোকলৈ শুভেচ্ছা জনালোঁ ।ডাঙৰীয়া লুৰীণ,মহান মেনডালাৰ দৰে জাতীয় সত্তাক আগবঢ়াই নিব ই লাগিব । কুদ্দুচ আলী, সাতগাও গুৱাহাটী ।
লুৰিন দা ফাটা ফাটি যুজ কিন্তু হতাশ নহব,big Care , congratulations আগবাঢ়ি যাওক।
আমি সদায় আপোনাৰ লগতে আছো।
I like Lorin jyoti Gogoi because he is an educated politician. I also like Sarbananda sonowal, he is also educated. Person. .
Right leader
Clean.leader
Quality..leader
Public..leader
Brother ...Lurin....u will be come one day great leader in our nation
God bless and guide u in every day every movement. Thanku
Long live brother Lurin
অতি উত্তম। বঢ়িয়া। সৰ্বোচ্চ মান আৰু ক্ৰমৰ এক সাক্ষাৎকাৰ চালো।ইয়াৰ ক্ৰেডিট সাক্ষাৎকাৰ গ্ৰহন কৰোতা আৰু সাক্ষাৎকাৰ দিয়া দুয়োজনকে সমানে দিব লাগিব। এটা চাব লগা সাক্ষাৎকাৰ। মিছ কৰাটো উচিৎ নহব।
খুব সুন্দৰ কথা কৈছে 👌❤
ডিব্ৰুগড় লোকসভা সমষ্টিৰ শক্তিশালী প্ৰাৰ্থীজনলৈ সুস্বাগতম।
ভাল কথা
আগবাঢ়ি যাওঁক ❤
বহু বছৰৰ মূৰত অসমে এগৰাকী মহান আদৰ্শবাদী যুৱক পাইছো বুলি গৌবৱ কবিৱ পাৰোঁ নে
😂😂😂
প্ৰকৃতিৰ ৰূপ যেনেকৈ সলায়, তেনেকৈ লুৰীনে অসমৰ তথা ভাৰতৰ ৰূপ সলাব পাৰিব বুলি অশা কৰিলো
Very decent personal
Mon tu bhut bhut bhal lagil ..lurin da love you ❤️
ৰাজনীতিত উত্থান-পতন নিতান্তই স্বাভাৱিক কথা ৷ কিবা যদি চিৰদিনৰ বাবে ৰৈ যায়, সেয়া হ’ল ৰাইজৰ বাবে কৰা কাম - ভাল বা বেয়া - যিয়েই নহওক কিয় ৷ --- ক’ৰবাত পাইছিলো , প্ৰকৃত নেতা এজন য’তেই থিয় হয় ৰাইজৰ শাৰী তাৰ পৰা আপোনা-আপুনি আৰম্ভ হয়---৷ ড°এ পি জে আব্দুল কালামে কৈছিল - সময়ৰ বালিত ভৰিৰ সাঁচ থৈ যাব খুজিলে ভৰি দুখন চোচৰাই লৈ নাযাবা - ৷ জীৱননো কি ? মানুহ কেতিয়াবা জিকিও হাৰে আৰু কেতিয়াবা হাৰিও জিকে -----“লাজ অপমান ক্ষত্ৰিয়ৰ কেহো কৰ্ম ৷ জিতিয়া হাৰয় কেহো হাৰিয়া জিতয়” (স্মৃতিৰ পৰা লিখিছো, শব্দ আগ-পিছ বা ভুলো হ’ব পাৰে দেই; ক্ষমা কৰিব) ৷ আচল কথা হ’ল নিস্বাৰ্থভাৱে ৰাইজৰ বাবে কাম কৰি যোৱাটোহে ৷
Bhal prosno korile bhal uttar olayi_ best wishes for both!
22:00 khub hundor kotha koise
Lurin gogoi
You r a talented young, am emerging political leader, based on your principles of equality among all religious n caste community. You hv rightly diagnosed tht our state is being poisoned by communal instincts.
People also expect your common understanding with other young leaders who r fighting for right cause of Assam. Your mass travel through out Assam is required, afterwards
সুন্দৰ ভাষন
Moi baksa district or hoi ,
apunar vobischot 100%100
Val dekhu aguwai jawuk please
Jai hind Sir
Joi ai okhom
Jai Luyrinjawti
Go ahead
সফল হওক লুৰিনজ্যোতি দা
লুৰিন দা কথাবোৰ সুন্দৰ ; দেখাটো সুন্দৰ ।❤
Thanks Gogoi sir
Lurin daa ❤️🙌
কথা অতি সুন্দৰ, ভাষাৰে বুজাব নোৱাৰো । সুন্দৰ ব্যক্তিত্ব , আগবাঢ়ি যোৱা। 💞💞💞💞
তুমি মহান
Yes Right ❤❤❤❤
Good Job dada
Great
GO ahead
Lurinjyoti Gogoi zindabad
Lurin da plz don't change like other "dolar bogori politician".
প্ৰতিটো প্ৰশ্নৰ স্পষ্ট উওৰ ।ভাল লাগিল।
Lorin da aponar kotha bilak huni huni mor bahut bhal lagise Thank U ❤
Tumar utrnrbabe akhibad thakil krishna
Great Leader......our next CM
lurinjyoti gogoi kotha bootra bohutei val lage
CCA again full support assamese people. Thankyou
লুৰিনৰ দৰে এজন নিষ্ঠাবান নেতা আমাৰ বহুত প্ৰয়োজন আছে। গতিকে আমি সকলোৱে তেখেতৰ হাতত হাত ধৰি আগবঢ়ায় লৈ যোৱাটো আমাৰ কৰ্তব্য হোৱা উচিত বুলি মই ভাবো। অসমীয়া জাতিৰ কাৰণে মাত মতা মানুহ লুৰিনৰ দৰে এজন সাধাৰণ সহজ সৰল নেতা আমাক আগন্তুক দিনত প্ৰয়োজন আছে।
Lurin da ❤️
Lorinjyoti is clean in Heart and powerful. People must choose such leader. Make him a Victorious.
Good advice lurinda joi ai akham
Very good
ধন্যবাদ ❤
Haari Haari ji jiki jaai teu , itihaasot Thaki Jaai.. Lurin daa jindabaad...
লুৰিনদাক এটা কাৰনে ভাল লাগে সদায় স্ৱতচফুত নিস্বাৰ্থ মানুহ❤❤❤
Bal buli kolu
Right
তেওৰ কথাবোৰ বৰ সুন্দৰ লাগে
Good wishes for your good job
Lurinjyoti jindabad💪💪💪💪🙏🙏🙏
Thanks 👍👍👍❤❤❤❤
Really we proud of you.god bless you.step ahead
Lurinjuti jindabad
Prokrito Akhomiya Nagorik hoboi nuware hei2.. jiye neki Zubeen dak val napai.. hoi2 beleg jati beleg dekhor hobo
Success hoboi
Well Educated young leader
অভিজ্ঞ আৰু দেশ আৰু জাতি প্ৰতি তেখেতৰ মন্তব্য আৰু আদৰ্শ চিন্তাধাৰা জানি ভাল লাগিল।
Bhal.lagil.kothabur.huni.best.lurin.aksha.rakhiusu.
Good talking
26:25 Best Line❤
Lurín Jyoti Gogai zindabad
Thank you so much ❤❤❤ lurinjyoti Gogoi sir ❤❤❤
God bless him.... Success in all
Deka lora tomar dighalia chintadhara bilak khub bhal lagil ,bhagabane tomar antarat aru bhal chintar shristy korak, Dhanyabad .
Thanks❤🙏
❤ আগুৱাই যাওক
সুন্দৰ👌
ভাল লাগিল ।
Thanks Lurin±Akil Da
Himasree r interview bur bohut val lge hoday Sao
Lurinjyoti Gogoi❣️❣️❣️
hosai muru bhut val lage lurindak hosa monor manuh hkolu buji pai
God bless you forever to save assam.
I love lurinjyoti gogoi ❤❤
Nice discussion...Lurin you need to speed up the message to the people of entire Dibrugarh and Tinsukia region...both rural and urban... specially women & first time voters are unaware.
He is on right track. has an analytical approach.Difficult time ahead of him many many thanks wish Lurinjyoti agrand success
💯 are right
Like u lurinjyoti gogoi da
God bless you ❤
Moi Apunak Vote Dimm...Moi Dibrugarh hoii.I Love Dibrugarh...
এই অহা নিৰ্বাচনত সংগ্ৰাম চলিব যেন লাগিছে। আমাৰ ভাই ভনী আৰু কিমানে কি হব ভয় লাগিছো।
Lurin Jyoti Gogoi jindabat
আপোনাৰ স্থিত, প্ৰজ্ঞতাক অ শেষ
ধন্য বাদ জনাইছোঁ! ভগৱানে আপোনাক নীস্ব য়ে কৃপা কৰিব!আন্ধাৰ পিছত সদায়ে জোনাক
থাকে!
লুৰিণ মহাশয়ৰ ব্যক্তিত্ব চাওক !এনে নিৰ্ভীক /বলিষ্ঠ ব্যক্তিত্বক জয়ী কৰিবলৈ ঈশ্বৰে যেন খুব বেচি পলম নকৰে,আমাৰ প্ৰাৰ্থনা।
কেতিয়াবা লুৰিন জ্যোতিক সহায় কৰিবলৈ পালে মোৰ ভাল লাগিব।
Inspiring talks.
Good speach
Hundor bhabona chinta .Ksrjyakori korat Bhagobane agborhi niak .Tarei prarthona korisu. Tumi amar gowrab.
Khup phal lagise te
Iurinjyoti gogoi jindabad
Very nice comment.Madan Neogf fmm Rajgarh tq.
.
God bless you .
লুৰীণজ্যোতি গগৈক অসমীয়া আৰু চাহ জনজাতীয় খিলঞ্জীয়া ৰাইজে ভোট দি জিকাবই।
56:02 pyr kiya tu dorna kiya lurin da
Very very good advise good bless you wine for mp elections thanks
😊😊
তেওঁ ঠিকেই কৈছে দুখ আহিলে হে সুখ হব ই তেওঁ এইবাৰ সফল হ'ব ই আমি আশীৰ্বাদ কৰিছো কাম কৰি যোৱাতো নিজৰ বাকী ভগৱানৰ বিচাৰ
লুৰিণ গগৈ ❤🔥✔️
Very nice comment' Madan Neog Rajgarh.Tq.