Mukuti Bordhul by Loknath Goswami
Vložit
- čas přidán 20. 06. 2018
- DISCLAIMER : THIS VIDEO SONG IS JUST A HARMLESS AND HONEST AT CREATING ENTERTAINING VIDEO. PLEASE DON’T APPLY A COPYRIGHT TAKE DOWN REQUEST. IF YOU WANT TO REMOVE THIS SONG THAT YOU OWN PLEASE COMMENT BELOW. WE WILL SURELY RESPOND TO IT. THANK YOU.
- Zábava
এনেকুৱা মিঠা সুৰ অসমীয়া গীত শুনিবলৈ আজি কালি নাইকিয়া হ'ল, কিমান যে সুন্দৰ গান আছিল শুনিলে শুনি থাকিব মন যায়। (জয় আই অসম)❤️❤️
বহু বছৰৰ পাছত দৰদী শিল্পী লোকনাথ গোস্বামী দেৱৰ এই গীতটো শুনিবলৈ পাই আপ্লুত হলোঁ। তেখেতৰ গায়কী অনন্য সুন্দৰ। প্ৰতিটো গীতেই শ্ৰোতাৰ অতি প্ৰিয়। বেছিভাগ গীততেই লোকসংকৃতিৰ সজীৱ ধাৰা এটা দেখা পোৱা যায়। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ সামাহাৰেৰে ভৰপূৰ এই চিৰসেউজ গীতবোৰ অসমীয়া সংগীত জগতৰ একো একোটা আপুৰুগীয়া সম্পদ।এইবোৰ সংগ্ৰহ আৰু সংৰক্ষণ হ'ব লাগে।
ei geet bur xynile mon val lagi jai
মন পৰশা এটি গীত।
চাৰ মই পূব কামৰূপ মহাবিদ্যালয় ছাত্ৰী সেইদিনা আপোনাৰ ভাষণ শুনি সচাই আপ্লুত হৈছো 😊
সুন্দৰ মন পৰশা গীত।
কি অপূৰ্ব কলা।
जोबोद समायना। খুবেই সুন্দৰ।
❤❤❤❤ very very nice 🎉🎉😊😊
সুন্দৰ🙏🙏
Best song of MY
Xundar
Nice ❤
A very nice song _excellient performance
Mor Priyo tewor holo ganbor❤❤❤
Best song sir
Nice song sar
Nyc
Mind blowing voice
Nice 😍😍😘
Nice song