Aamolmol Xewalir Gondh ( আমোলমোল শেৱালিৰ গোন্ধ) - by Loknath Goswami

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • Assamese song of Loknath Goswami / Lyrics by Hiren Bhattacharji / Music by Utpal Sarma / Lyrics of the song :
    আমোলমোল শেৱালিৰ গোন্ধ
    যাওঁ বুলি যাবই নোখোজেচোন
    চকুৱে চকুৱে চাবপৰা হ'লে
    দেখিলোঁহেতেন বেলিৰ মুখৰ ৰং
    তোমাৰ সিৰৰ সেন্দুৰকণ ।
    আমোলমোল শেৱালিৰ গোন্ধ
    যাওঁ বুলি যাবই নোখোজেচোন ।।
    পুৱতি নিয়ৰে ফুলালে শেৱালি
    দূবৰিৰ দলিচাত থলেহি দাপোনখন
    আহিন আহি বজালে বাঁহী
    ভৰিল শেৱালি বন ।
    পাহিলৈ কি চাবা পাবলি পাবলি
    হাঁহিটি ৰজনজনাই ।
    আমোলমোল শেৱালিৰ গোন্ধ
    যাওঁ বুলি যাবই নোখোজেচোন ।।
    মোক তোল মোক তোল শেৱালিৰ গোন্ধ
    আহিনৰ স'তে আহিল আকৌ দেখোন
    মোক তোল মোক তোল শেৱালিৰ গোন্ধ
    আহিনৰ স'তে আহিল আকৌ দেখোন
    চকুৱে চকুৱে পৰা হ'লে চাব
    দেখিলোহেঁতেন কেঁচা সোণ যেন
    তোমাৰ শিৰৰ সেন্দুৰ কণ ।
    আমোলমোল শেৱালিৰ গোন্ধ
    যাওঁ বুলি যাবই নোখোজেচোন
    চকুৱে চকুৱে চাবপৰা হ'লে
    দেখিলোঁহেতেন বেলিৰ মুখৰ ৰং
    তোমাৰ সিৰৰ সেন্দুৰকণ ।
    আমোলমোল শেৱালিৰ গোন্ধ
    যাওঁ বুলি যাবই নোখোজেচোন ।
    আমোলমোল শেৱালিৰ গোন্ধ
    যাওঁ বুলি যাবই নোখোজেচোন ।।
    ***********
    কথা : হীৰেণ ভট্টাচাৰ্য্য
    কণ্ঠ : লোকনাথ গোস্বামী
    সংগীত : উৎপল শৰ্মা

Komentáře • 38

  • @bibhasaikia2710
    @bibhasaikia2710 Před měsícem +1

    কি যে মিঠা ❤❤

  • @DebendraNathmuktiar-dx5pb
    @DebendraNathmuktiar-dx5pb Před 3 měsíci +1

    Fine voice most enjoyable

  • @alakadevi5347
    @alakadevi5347 Před 4 měsíci +1

    Bahut bhal lagil.

  • @user-ig5ic7wy1s
    @user-ig5ic7wy1s Před 3 měsíci +3

    অতি সুন্দৰ গীত মন পৰশা বহুত ভাল লাগিল শুনি । এই গীত সমূহ লোপ পায় গৈছ নেকি।

  • @NxNBR9
    @NxNBR9 Před 4 měsíci

    ❤❤❤❤❤

  • @BhupendraHazarika-jk5ks
    @BhupendraHazarika-jk5ks Před rokem +5

    ইমান সুন্দৰ গীতৰ কথা আৰু সুৰ লগতে গোস্বামী দেৱৰ কণ্ঠ অপূর্ব সমাহাৰ।

  • @ghansyampatowary1746
    @ghansyampatowary1746 Před 5 měsíci

    Ati sundar

  • @LifeForce-pw6xd
    @LifeForce-pw6xd Před 2 měsíci +1

    মোৰ ভাল লগা শিল্পী

  • @user-lz6xp8ib3f
    @user-lz6xp8ib3f Před 2 měsíci +2

    এই বিলাকৰ গতীৰ লগত প্ৰতিদ্বন্দিতা কৰিব পৰা বৰ্তমান কোনো গীত নাই,,, অতি সুমধুৰ আৰু অৰ্থ পূৰ্ণ

  • @music-remix-editor477
    @music-remix-editor477 Před rokem +2

    শুনি শুনি আমনি নালাগে, আকৌ শুনিবৰ মন যায়

  • @iranath2651
    @iranath2651 Před měsícem

    মোৰ প্ৰিয় গীত ❤️

  • @monjuborah1375
    @monjuborah1375 Před 7 měsíci +3

    বৰ সুন্দৰ গীত তুলনা বিহীন

  • @jyotimonidas2564
    @jyotimonidas2564 Před rokem +3

    My best song

  • @user-rn5gx8oh7x
    @user-rn5gx8oh7x Před 4 měsíci +1

    ❤ Priya monporakha geet

  • @wasidhussain6370
    @wasidhussain6370 Před 8 měsíci +1

    ইমান মিঠা❤❤❤

  • @tanmoyfilms1844
    @tanmoyfilms1844 Před 2 lety +2

    গোটেই দিনটো শুনি থাকিলেও হেপাহ নপলায়.

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +5

    কিযে সুন্দৰ কথা, সুৰ আৰু কন্ঠ! শুনিলে শুনিয়েই থাকিবৰ মন যায়।

  • @kabitadevi5622
    @kabitadevi5622 Před 8 měsíci

    অপূৰ্ব ❤

  • @nayanabaruah1234
    @nayanabaruah1234 Před 4 měsíci

    Gana silpi Luknath gushwami dev or nidista kaitamn gan moi nusunakoi thikabo nuaru tekhator soron sui sua koribo mon jai

  • @debangsudas8671
    @debangsudas8671 Před 11 měsíci +1

    আহিনৰ মতলীয়া বতৰা, মোক তুল মোক তুল শেৱালীৰ গোন্ধ আহিনৰ সতে আহিল আকৌ দেখুন আহঃ

  • @Mr.Brojen321
    @Mr.Brojen321 Před 10 měsíci

    Very nice.👍👍❤️❤️

  • @asdjklladfhjkgg532
    @asdjklladfhjkgg532 Před 9 měsíci

  • @ranuburagohainburagohain7232

    অপুৰব,,,

  • @user-nk5oe2ut7f
    @user-nk5oe2ut7f Před 8 měsíci

    ❤😊🎉

  • @pallabgogoi9580
    @pallabgogoi9580 Před 8 měsíci

    Nice

  • @meghaligogoi3935
    @meghaligogoi3935 Před 3 lety +3

    কি সুন্দৰ কথা,সুৰ আৰু কণ্ঠৰ সমাহাৰ!

  • @kangkanasaikia2464
    @kangkanasaikia2464 Před 4 lety +2

    Very beautiful song 💕💕💕

  • @soon3047
    @soon3047 Před 3 lety +2

    অন্তৰ চুই গ´ল

    • @sailenray584
      @sailenray584 Před 6 měsíci

      Umm hosakoi ki humodhur horu kalor kotha monot pori gol

  • @happyindia9422
    @happyindia9422 Před 4 lety +1

    অপূৰ্ব সমাহাৰ

  • @jadumoniborah1392
    @jadumoniborah1392 Před 2 lety +2

    mur bahut priya

    • @lalitabora912
      @lalitabora912 Před rokem +1

      sir nomoskar sir nomoskar jodiyu kobo apuni aitiu xur kora kar dhuya hoy jodiyu sir bohut dhuniya aru sir zubeen garku bohut dhuniya jodiyu bos asei with out anyting work kodiyu bohut priy kinu fifa cup in karter ba bohut dhuniya koi drasding koiloise kinu bah bah we are wonder ful singef zodiyu best singer

  • @Mridul_Hazarika.
    @Mridul_Hazarika. Před 2 lety +1

    কবিতা নে গান।অপূৰ্ব মধুৰ কণ্ঠ ।বুজিব নোৱাৰা এক আস্বাদন ।

  • @pranjupritam7111
    @pranjupritam7111 Před 2 lety

    শুনিও আমনি নলগা সুন্দৰ গীত

  • @user-nr6nq1kj4x
    @user-nr6nq1kj4x Před rokem +1

    Cc ZZ

  • @sunilgogoi5370
    @sunilgogoi5370 Před 2 lety +1

    Hundur

  • @dhrubajyotisarmah6733
    @dhrubajyotisarmah6733 Před 3 lety

    Birat suriya dei

  • @progyanfb6570
    @progyanfb6570 Před rokem +1

    My best song