Video není dostupné.
Omlouváme se.
MOGHAI BULE DHOLAR MAAT
Komentáře • 483
Další v pořadí
Automatické přehrávání
Moghai Bule by Loknath GoswamiI K
zhlédnutí 1,4M
AAI SARASWATI O Original VIDEO আই সৰস্বতী অ APAROOPA Bandana Boraha Bhupen HazarikaAnjan Kumar Saikia
zhlédnutí 816K
UZDRAVME SRDCE ELIŠKYRaegoTV
zhlédnutí 96K
Llegó al techo 😱Juan De Dios Pantoja
zhlédnutí 61M
Wait for the BOWLING BALL! 👀Josh Horton
zhlédnutí 49M
Attack a Terezka jdou na rande… KVÍZ LÁSKAAttackShorts
zhlédnutí 114K
Maah Haoldhire Nowale DhowaleFocus Hifi
zhlédnutí 2,3M
khagen mahanta & Archona mahanta Talatol Ghar ,sivasagar 2004AUDIO CITY
zhlédnutí 20K
Eikhoni Gaon BUkur AponFocus Hifi
zhlédnutí 551K
Amulmul Xewali Gundh by Loknath GoswamiI K
zhlédnutí 775K
Mithun dhar kalkataDMCD
zhlédnutí 150K
TIRIS TIRIS | JUNBAI BIHU HD | MANAS ROBIN | ZUBEEN GARGLUIT MANAS ROBIN'S PRODUCTION
zhlédnutí 7M
Mukuti Bordhul by Loknath GoswamiI K
zhlédnutí 147K
Jai O Kanu Bai Benu(যায় অ' কাণু বায় বেণু),Original-Khogen Mohanta,New version-Mohendra HazarikaCREATIVE MIND by Biplob Buragohain
zhlédnutí 3,7M
তই হেনো ভৈয়ামৰ মই পাহাৰী | Toi henu Bhoiyamor Moi pahari | সন্ধ্যা মেনন,মই অসমীয়া
zhlédnutí 2,4M
NEVIDITELNOST???🤯AlkanShorts
zhlédnutí 164K
SPILLED CHOCKY MILK PRANK ON BROTHER 😂 #shortsSavage Vlogs
zhlédnutí 15M
Smart Sigma Kid #funny #sigma #comedyCRAZY GREAPA
zhlédnutí 34M
لااا! هذه البرتقالة مزعجة جدًا #قصيرOne More Arabic
zhlédnutí 33M
Symmetrical face⁉️🤔 #beautySwasti Ji
zhlédnutí 4,9M
Attack a Terezka jdou na rande… KVÍZ LÁSKAAttackShorts
zhlédnutí 114K
Střelec na Donalda Trumpa - Thomas Crooks | Co o něm po týdnu víme? | #mscrewpodcastMichal Šopor
zhlédnutí 607K
Smart Sigma Kid #funny #sigma #memesCRAZY GREAPA
zhlédnutí 10M
কি গীত আছিল, কি শব্দ, কি সুৰ, কি সুন্দৰ আৰু সাৱলীল পৰিৱেশন শৈলী,,, শুনি শুনি আমনি নলগা গীত এইবোৰ, লোকনাথ গোস্বামীৰ দুটি গীত প্ৰতিটো মূহুৰ্তত মোৰ মূখত থাকেই " আমোলমোল শেৱালীৰ গোন্ধ " আৰু মঘাই বুলে ঢোলৰ মাত "
আজিলৈকে মই এই দুটি গীতৰ লগত ফেৰ মাৰিব পৰা গীত শুনা নাই,,, ❤❤❤
জাতি মাতিৰ গোন্ধ থকা গীত .শুনিলে গা মন শীতল পৰি যায়.
শুনিলে শুনি থাকিব মন যায়.
কোনে-কোনে , এই অপূৰ্ব সুন্দৰ গানটো শুনিছে , ২০২০'ত । 😍
খুব সুন্দৰ গীত, শুনিলে শুনি থাকিব মন যায়, মোৰ খুব প্ৰিয় গীত। ধন্যবাদ ছাৰ।
শিল্পী গৰাকীৰ এক অনবদ্য ও অতুলনীয় অৱদান। যুগজয়ী গীত। সদায়েই প্ৰশংসিত হৈ থাকিব।
thanks dadada
বৰ সুন্দৰ ছাৰ। আপোনাক বহুত ধন্যবাদ ছাৰ। মন পৰসা গীত। মোৰ মনৰ গান।
এই গীতবোৰ জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়াই চেষ্টা কৰা উচিত। কাৰণ, আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে এই গীতবোৰ।
Long live Assamese culture.
এইবোৰ গানে প্ৰমান কৰে অসমীয়া সংগীতজগতখন কিমান চহকী। লগতে কল্পতৰু অনুস্থানটো বৰ ভাল লাগিছিল দে,এইবোৰ বৰ মনত পৰে
বহুত ধুনীয়া গান.... হৃদয় ছুই যায় এইবোৰ গানেই
কি যে সুমধুৰ গীত !!!
শুনিলে শুনি থাকিবৰ মন যায়।
Aami horu thakute Aamar colony t g kunu function patilei ei geet2 bojaisil. Horure pora Amar sobore mukhosto asil ei gaan Keita. Aji Moi nostalgic. Love you Goswami sir.
কি অপুৰ্ব সৃষ্টি এই গানটি । বাৰে বাৰে শুনিও হেপাঁহ নপলায় । আজিকালি এনেকুৱা গান শুনিবলৈ পোৱা নাযায় । সৃষ্টিৰ অভাৱ অনুভৱ কৰিছোঁ ।
অসমীয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মাজৰ একতাৰ দোলডাল অধিক সুদৃঢ় কৰিবলৈ গীতৰ জৰিয়তে প্ৰয়াস কৰা সমন্বয়ৰ গীত।
A gaan tu hulila, horu kal or kotha monot pori jai. One of my very fav song❤. Ak dom nostalgic hoi jau aru a geet ti hunila❤
আমাৰ শৈশৱ এইবোৰ গীত শুনিয়েই পাৰ হৈছিল ।। এতিয়াও দেহৰ ৰন্ধে ৰন্ধে প্ৰবাহিত হৈ আছে এই চিৰসেউজ গীতসমূহ।।।।।।
এই গীত বোৰেই আমাৰ সংগীত কিমান উচ্চ মানৰ তাৰ পৰিচয় দিয়ে... আশা কৰো এই গীতবোৰ যাতে কেতিয়াও হেৰাই নেযায়... আমাৰ ভৱিষ্যত প্ৰজন্ম ও যাতে এই গীত বোৰ উপভোগ কৰিব পাৰে..
হয় । চিৰ যুগমীয়া গান ।
যিবিলাক অন্তৰত বহি গৈছে তাক কেনেকৈ আঁতৰাব ।
যুগমীয়া গীত যুগ যুগ এনেকৈয়েই থাকিব ।
Aponar Lagat moi sanmat
You
same wish
আমাৰ সংগীত জগতত এক অনবদ্য সংযোজন......
Best song video, superhit, beautiful, awesome, excellent song video
one of my most favourite song since school life. .. Guswami khuwa is a very genuine man. ... first I met him in mumbai 2016 Nov 9th
jani
বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ গীত।।।
Bohut dhuniya geet hkunile xuni thakibo mon jai moi jetiya khuru asilo tetiya redio t ai geet to bohut disil aru ai geet to dile bohut val lagisil akanto mone xunisilo ajio je amar majot anekua geet bilak jiyai ase tar babe bohut val lagise aru agoloi anekoiye jen thake .. best singer
গানটো এবাৰ শুনিলে শুনি থাকিব মন যায় ৷
কেঁচা মাটিৰ সোণ আছিল এইবোৰ গীত
মোৰ সাংবাদিক জীৱনত গোস্বামী ককাইদেউৰ এটা সাক্ষাত্কাৰ লৈছিলো, প্ৰতিটো কথাই অন্তৰ পৰশি গৈছিল
Lakhs of thanks sir, for this song. Aami anedore asom dekot bohhu vhaka vaki jono gono aakotar jorirea ban khai aasu, aaru thakim siro dinoloi.
Wow Bohutbohut bhal lagil huni 💕👌💕
Best Dr.Moghai Ojha,Dr.Loknath Goswami
ঐক্যবদ্ধতা কি মহান প্ৰকাশ।
Nice song
I was looking for this song from a long time.. thanks!
অতি আপুৰুগিয়া গীত উপহাৰ দিলে । তাৰ বাবে ধন্যবাদ
Thanks
@@nilutpolplays7283 ggggggg
শুনি আমনি নেলাগে।চিৰযুগমীয়া গীত।
*সাম্প্ৰতিক সময়ত বৰকৈ প্ৰয়োজনীয় গীত*
চিৰ-সেউজ ❤️
চিৰসেউজত ৰ'দালিৰ ৰহন, আগৰৱালাই দিয়ে সোঁৱৰায় সোণসেৰিয়া কৃষ্টি ভাবিকালৰ সমাজলে লাগে নতুন সৃষ্টি।
Big fan
বৰ সুন্দৰ গান
I am very pleased with the lyric and meaning of the SOCIETY COORDINATION song.....🤗🤗🤗🤗🤝🤝🤝🤝🤝🏅🏅🏅🏅🏅🙏🙏🙏
Axom Amar hosakoi xuwoni rupohi aru moromi ...Ami hosakoi bhut lucky Ami ai axom r nibakhi .. I love my Assam
bohut dhunia gaan.....anekua gaan lage amak....
saidul Ali
+Rana Ali 0000000000
+Rana Ali,00000000000ki nu?
Sar iman Hundor gan huni thakibor mon jai ai Hundor monumuha gan bur jn hodai jiai thake aiai bhogobanor ushorot mur amar hokolure parthona krishno
বৰ ধুনীয়া লাগে গীতো শুনি।পুৰণি গীতবোৰ শুনিলে শুনি থাকিব মন যায়।❤❤❤
এইটো চেনেলৰ নাম কি????? শুনি কি ভাল লাগি| বা কি ভাল লগিল ||| বা বা
Guinness world records book world no 1 best song, my favourite song, I love you this song, my favourite song
Moja gan dei hosakoi.
অসমীয়া সংস্কৃতিক চহকী কৰাত অনবদ্য অৱদান আগবঢ়াই আহিছে এই গীত সমূহে।
এনেচিৰস্মৰণীয় গীত সমুহ বোজাসকলৰ বাৱে সদায়ে নতুনঃ
Aaibur Gaan Khuniley Blood Garam Hoi Jaai. Jai Aai Asom. U R Great Baidaw
অসমীয়া সংগীতৰ সোণালী গীত এইবোৰ
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, most beautiful song video, I love you this video.
সুন্দৰ গান👍
Otikoi dhunia geet... Mon jur pori jai aibur geet hunile
অতীতৰ বহু কথাই মনত পৰে এই গানটো শুনিলে । i love this songs
Best song video, my favourite video, I love you this video, my favourite video, best song video, I love you this video.
Excellent song video, my favourite video, best song video, I love you this video, my favourite video, best song video, I love you this video, my favourite video, best song video.
সৰুৰে পৰা শুনি আহিছো এই সমন্বয়ৰ গীতটো । বৰ ভাল লাগে গীতটো । অসম থকালৈকে এই গীতটো অসমীয়াৰ বুকুত বাজি থাকিব ।
Bohut val gaan my favourite song👌👌👌
বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ গীত....
Reema Goswami
One of my most favourite song... Excellent lyrics an music
এনেবোৰ গীত শুনিলে নিজকে অসমীয়া বুলি গৰ্বৰে কব paaruu
নিজৰ মাটিৰ গান মনমহা
Nice song
বৰ সুন্দৰ গীত মহাশয় বৰ ভাল লাগিল।
Bohu Din Par hoi Gol, Aaji huniba Palu. Moi Radiot He Huniba Paisillu ai gan2...1997, 1998 Man Sonot.
Nice video 🥰🙂
Bhut vl lage ai geet bur xuni. Kin2 bortoman oxom khn ji fale goti kri ase. xeyehe vabile voy lage ai geet bur onagoto dn burot heray jbo buli. Ai omulyo geet bur xurokkhito kri rakhiboloi ami xokoluwe sesta kra usit.
Really,,, we as the member of new Assamese society should avoid caste discrimination and think for the unity of Assamese people
A great song with powerful lyrics and tune.
সুন্দৰ গীত
Mur priyo geet hoi... 😍 😍 😍
ক'ত হেৰাই গ'ল সেই দিনবোৰ?😢😢😢
মন ভাল লগা গীত
Nice song I like you
One of my favourite song . I like this song. I like song very much
Aji ei gan tu hunibo kiba mon gol bohut dinor murot hunilu vhal lagil😌
Mor bahutei moromor antar sui joa geet.
Ayai Amar asom aru asomiyar pran.
Nivaj asomiya mon pran jurua ati geet...
bohut vaal lagil gaantu honi.Bohut dinar murat honilu
one of the evergreen songs of Assam...
A contemporary evergreen Assamese song :-)
গীতটে বৰ মন পৰযা
Best song, my favourite song, I love you this song, marvelous, superhit, amazing, evergreen, world no 1 best,so sweet voice, marvelous, superhit, beautiful, awesome, excellent song
World no 1 best song video, my favourite video, best song video, I love you this video, my favourite video, best song video, my favourite video, best song video, I love you this video.
মোৰ প্রিয় গীত 😍😍😍
মই আজিৰ পৰা 3 দিন হল এই গান টো বিচাৰি আছিলোঁ আজিৰ পৰা 3 দিন আগত আমাৰ ঘৰৰ ওচৰত এজন মানুহে এই গান টো গুণগুণাই আছিল মুৰ এই গান টো কিবা এটা ভাল লাগিল মই লগালক you tube টো on Kori বহুত চেষ্টা কৰিলোঁ কিন্তু বিচাৰি নাপালো পিছত মই সেই মানুহ গৰাকীক কোলে যে আপুনি গান টো যে গুণগুণাই চিল মোক কোক চন গান টো আজি বিচাৰি পালোঁ ❤ Love from Sorbhog barpeta
Khorute Dd1ot saisilu.. n tetiar porai fvrt .. birate dhunia n khundor geet..
I feel of my Child life , i really fell nostaljik after hear this song🙏🏼🙏🏼🙏🏼🙏🏼
Evergreen Song💚💚💚
Bohut val paw aigantu .
সুন্দৰ কন্ঠত পৰিবেশন কৰা জনপ্ৰিয় গীতটি য়ে মন্ত্ৰমূগ্ধ কৰিলে।
Aponar geet xunio aamoni nalage xunileo xuni thakibo mon jai love you sir..
Bahut val lage ai geet bilak huni ami hokolua ai geet bilak jiyai rakhibo lage old is gold
আগৰ দিনৰ সুন্দৰ গীতৰ মজাই
আপোনাৰ গীতবোৰ বহুত ভাল লাগে
অতীত অসম কি আছিল আৰু এতিয়া কি হৈ গ'ল । শুনিলে শুনি থাকিব মন যোৱা গীত।
সচাঁ সচাঁ সচাঁ ।
Borhiya gan
Ati sunder house.
Xosake bohut dhuniya sang
Nice song
২০২৩ ৰ ডিচেম্বৰৰ শেষ গধূলিত শুনি আছোঁ। আজীৱন প্ৰিয় হৈ ৰ'ব এইবোৰ গান। চিৰসেউজ, অমৰ সৃষ্টি।
Really good
Your welcome
Please play old sweet song
Thank
From goa
Very very sweet song
Ki mojja gan o eman val lage khuni
Mur oti priyo gan .....
উপযুক্ত সময়ৰ উপযুক্ত গান, গান টো শুনিলে এতিয়াও স্কুলৰ দিনবোৰ মনত পৰি যায়। এইয়ে সময় নতুন প্ৰজন্মক এই গানটিৰ অন্তৰ্নিহিত অৰ্থতেওঁ বুজাই দিয়া।
সচাই এনে গীতবোৰৰ কথা আৰু সুৰে মন পুলকিত কৰি তোলে। আপোনাৰ লৈ অশেষ ধন্যবাদ, গোস্বামী SIR. আপোনাৰ লোকৰ দৰে শিল্পী অসমী আই বুকুত বহু সোভাগ্য বলত হে পোৱা যায়। আপোনাৰ লোকৰ এনেবোৰ গীতৰ অৱদানৰ বাবে আমাৰ গীতৰ ভৰাল আজিও চহকী।এই মনোমোহা গীতবোৰ অসমীয়াই বুকুত যেন চিৰসেউজ হৈ ৰয় তাৰে কামনা কৰিলোঁ।
সদাই শুনি থাকিও আমনি নালাগে ।