কপৌ পাহি তোৰে খোপাত / Kapou Paahi Tore Khopate / Apurba Bezbaruah Kapou Paahi Tore Khopate / Assam
Vložit
- čas přidán 24. 10. 2020
- কপৌ পাহি তোৰে খোপাত / Kapou Paahi Tore Khopate / Apurba Bezbaruah Kapou Paahi Tore Khopate / Assam
~Disclaimer~
This is purely a non-commercial presentation.We do not earn any money from this channel and we do not own any copyrights.All credits go to the respective owners and we are truly grateful to them.The sole purpose of uploading this video is to share, promote and popularise some of the Evergreen Assamese Songs in Digital World as well as among Music lovers.If you have any complaints/objections regarding the uploaded video,kindly write your remarks.If the owner of this video wants me to remove this video,then they are requested to write it in the comment box.We will definitely respond to you.
কপৌ পাহি তোৰে খোপাত / Kapou Paahi Tore Khopate / Apurba Bezbaruah Kapou Paahi Tore Khopate / Assam, zubben garg, assamese song, new assamese song, assamese old song, rakash riyan, vrigu kashyap, neel akash, priyanka bharali, deeplina deka, কপৌ পাহি তোৰে খোপাত assamese song, Kapou Paahi Tore Khopate assamese song, Apurba Bezbaruah assamese song, Kapou Paahi Tore Khopate old assamese song, apurba bezbaruah old song, apurba bezbaruah assamese song, kapou paahi tore khopate song
please like share and subscribe - Hudba
জিতুল দাৰ সতে হুবহু কণ্ঠৰ মিল অপূৰ্ব দাৰ। আজিৰ উৰুকা দিনা তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জাচিলো।🙏🌷🌷🌷
আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰে তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাথনা কৰিছো।
Krishna
আমাৰ স্কুলীয়া দিনবোৰ সুৰীয়া কৰি ধুনীয়া কৰি গোৱা এই গীতটি জীৱন জুৰি শুনিম একেই আৱেগেৰে ।
আপোনাৰ মৃত্যুত গভীৰ মৰ্মাহত হৈছোঁ। আপোনাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
Krishna
Radio ত প্ৰায়ে আগতে শুনিছিলো।
❤❤❤❤
আপোনাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলোঁ
আপোনাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো ।
আপুনি সদায় আমাৰ মাজত থাকিব, আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক🙏
🙏🙏
🙏
মন-প্ৰাণ জুৰ পৰি যোৱা গীত।😍❤️❤️
Hepah napalay❤
সুন্দৰ গীত । আজীৱন মানসপটৰ পৰা আতঁৰি নেযায় মেন । কৃষ্ণ
Krishna
সেই সময় মনত পৰে। বৰভাল লাগিল।
Apurba Daa porialborgaloi Bohut Dhanya bad dichu ai geet tu sthayi kora baabe. Potra. Dada Dhemaji
বেলেগ দিনত মনত নপৰিলেও কিন্তু বিহুৰ সময়ত এই গীতটো মনত পৰে কাৰণ বিহুৰ সময়ৰ খাপ খাই পৰাকৈ সুন্দৰ গীত আৰু বেজবৰুৱা দেৱক সেই বাবে অসমীয়া ই মনত ৰাখিব ।
শুনি আছো আজি বিহুৰ দিনা আগৰ সকলোৰে পুৰণা বিহু গীতবোৰ। নতুন বিহু গীতবোৰত আগৰ মাদকতা বিচাৰি নাপাওঁ। আজি পুৰনা গানবোৰ শুনি আবেগিক আৰু নষ্টালজিক হৈ পৰিছোঁ।
Bohut hundor
Listening in 2021.... Becouse জয় আই অসম
আপোনাৰ চিৰসেউজ গীত সদায়েই আদৰৰ, সদায়েই হেপাহৰ ।
Heart touching song. Reflection of Boyhood days.
কণ্ঠটো অপূর্ব বেজবৰুৱাৰ নহয়।
Keneke janile,
অতীতক সোৱৰাই দিয়া এটি গীত মনত পৰে পাৰ কৰি অহা দিন বোৰলৈ
অতি সুন্দৰ গীত। যি বাৰ শুনো, সিমানেই শুনাৰ ইচ্ছা মনত জাগে।
Sundor paribehon 🎉🎉🎉❤❤
Bah,ki voice,ki xurar abhinabta,mon jur pori gol.🙏🙏🙏
গীতটো শ্ৰদ্ধাৰ অপূৰ্ব বেজবৰুৱাৰ যদিও, গাইছে জিতুল সোনোৱালে।
গীতটি originally দেউতা অপূর্ব বেজবৰুৱাই গাইছে। পিছতহে জিতুল দাই দেউতাৰ অনুমতি লৈ গাইছে
P
@@arundhatiz বৰ সুন্দৰ গীত দেই।❤️
মন শাত পৰি যায়😌🌼
Bare bare hunibo man jay.
Oti hundor geet
Very good
অপুৰ্ব বেজবৰুৱা ৰ দাৰ গানবোৰ শুনিব ভাল লাগে অকল বৰুৱা দাৰ গানটোৱেই নহয় সকলোৰে গান শুনো আৰু ট্ৰেক বিচাৰি কিছু প্ৰগ্ৰাম কৰো ট্ৰেক টো পঠিয়াই দিব বুলি আশা কৰিলো ।
বেজবৰুৱাৰ আত্মাই শান্তি লাভ কৰক🙏
Krishna 🙏🙏
আত্মাই চিৰ শান্তি লাভ কৰক ।😭😭😭👏👏👏
আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক৷
মন ভাল লাগি যোৱা গীত ❤❤
Eman dhuniya
Mor mar favourite song.purni dinoloy mnt pori goise.তেখেতৰ প্ৰতি সশ্ৰদ্বা প্ৰণাম 🙏🙏🙏💐💐💐
Nostslgic! Very sweet song.
Moza
Otitoloi gonor kori gol dei
সুন্দৰ গীত
Oti sundar
Always favorite...
অতি সুন্দৰ
RIP sir...Radio t apunar geet xuni xuni a daor holu..
❤❤❤❤
আজিৰ যুগত এনে গীত শুনিবলৈ ক'ত পাওঁ।সেইবাবেই ফাংচনবোৰ চাবলৈ মন নাযায়। সেয়েহে ঘৰতে বহি বহি পুৰণি আপুৰুগীয়া গীতবোৰ শুনিবলৈ ভাল পাওঁ।গীতৰ লগত গুনগুনাই থকাটোতো এক অনন্য মাদকতা আছে।
গীতটি শুনি মনটো তৃপ্তিৰে ভৰি পৰিল।
RIP Apurba Bezbaruah da🙏
Neel da k gua dekhi ahisu hunibole 🔥❤️
Wonderful! 😍👌
Hridoi. Jurua git
❤❤❤
OM SHANTI !!!
OM SHANTI 🙏
R. I. P
Apurbo da Moi cable r Pranab .apunr dirghaju kamona karilu.
So beautiful✨❤
So beautiful song ❤️❤️❤️❤️❤️
Ai git tu gai mur Khura schoolot prize paishil o....
💚💚 💛💛
অতী সূন্দৰ গীত
Hi ki kom agor.ganor.kotha.mon.val.lage.jai🙏🙏🙏
Speechless.
Apurbo hodai amar major hodai opurbo hoie thakibo, but this one jitul sonowal's voice.
Nice 😊
আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰক
সুন্দৰ গান৷ সৰুতে ৰেডিঅ ত শুনিছিলো৷
newsonair app tu down load kori lobo playstore r pora Radio r bare
Khurak log kog koribo niki KAHILIPARA t thake
We always miss you sir
May God bless you♥️♥️♥️♥️♥️♥️♥️
🙏🙏🙏🙏
Nice
All time hit song.
এই গীত টো june যেনেকৈ remix কৰি galeu অপূৰ্ব দা ৰ নিছিনা গাব নোৱাৰে, সুন্দৰ কণ্ঠ আৰু গীত।🙏🙏🎉🎉
Bor dhunia gaan Apurba dar , Kintu ai version tu Jitul Sonowal he gaise
হয়,তাহানিৰ,সেই গীতবোৰশুনিলে শুনি থাকিবলৈ মনযায় ,
হয়ে,ইমান ভাল লাগে এই গানটো শুনি খুব ভাল লাগে কিন্তু আমনি নায়
R. I. P the Melodious Singer.
Really evergreen song 😚😚😚
Rip dada
RIP ;-(
One of fvrt song 🎵🥰........ Apuna r attmaii siira xanti lav kork 😣😭🙏
👌👌👌👌👍👍♥️♥️♥️♥️♥️
Miss u Sir🙏
আপোনাৰ আত্মাৰ শান্তি কামনা কৰিলো।
May his soul rest in peace. Bahut bhal geet .
❤❤❤❤❤
Apunar Attmar xanti kamona karilu
Muk bhohut val lage dei ..gaaan2 ../
I love this song ❤️❤️❤️❤️❤️❤️❤️
Rip 🥺
🙏
One of the most popular evergreen songs of Evergreen singer, Lyricist, music composer of Assamese modern Bihusuriya songs, whose demise is the great loss of Assamese Music & Cultural World. I offer my pay homage and grief on his demise.
Very sweet song
Reminded our school days
😊
❤
Miss you
I love this song
My favourite
Val. Lagil.
Nice song nice tune
Evergreen song very nice 👌
My pleasure ♥️♥️♥️
RIP sir
Apunaloi bahut monot pore apuni jote ase bhale thakok
Evergreen song ❤️❤️❤️😥😥😥
🙏🙏🙏
Hunile huni thakibor mn jai
My love song