Velikost videa: 1280 X 720853 X 480640 X 360
Zobrazit ovladače přehrávání
Automatické přehrávání
Přehrát
2021 কোন কোন শুনি আছা like diok
গীত আহিব আৰু যাব কিন্তু কিছুমান সোণালী গীত চিৰস্থায়ী যেনে এই গীতটি😍
এইবোৰ গীতেই মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখে । গীতটিৰ কথা সুৰ কণ্ঠৰ কোনো তুলনা নাই ।
বাৰম্বাৰ শুনি থাকিবলৈ মন যোৱা হৃদয় পৰশা গীত
সুন্দৰ, চিৰযুগমীয়া ! বহুত দিনৰ মোৰত গীতটি শুনি ভাল লাগিল...!
শুনি আমনি নলগা গীত সমূহৰ তালিকাত এইটোও চিৰস্থায়ী হৈ আছে ৷ধন্যবাদ আগবঢ়োৱাৰ বাবে ৷৷
এনে বোৰ ভাল গান আৰু শিল্গী অভাৱ আজি দিনত
মনপৰশা .....কালজয়ী..... সোণোৱালী শৈশৱ মনত পৰি গল.... এইবোৰ গীতত যে কিমান নাচিছিলোঁ
Hsakoi bohut nasisilu moiu ajiu pahorib nuaru
Hosakoi agor Geet bilak hunile antor sui jaii.......
হয় নে?
Rich assaame culture..
এই গীত টি বহুত বহুত ভাল পাওঁ,,, সন্ধ্যা মেনন মোৰ প্ৰিয় গায়িকা,,,বহু মঞ্চত তেখেতৰ গীত গাই প্ৰথম পুৰষ্কাৰ পাইছোঁ,,,❤❤❤
যি দিনাৰ পৰা শুনিছিলোঁ সদায় হৃদয় জুৰ পৰি যায় । অমৰ চিৰ সেউজ গীত ।
এইটো গান যোনে যোনে চাইছে like এটা মাৰি দিব plase 🙏🙏🙏
palki Deka যোনে যোনে বুলি অসমীয়াত কোনো শব্দ নাই-যিয়ে বা যি সকলে বুলি হে কোৱা হয় !!এই অপতৃণ বোৰে অসমীয়া ভাষাটো ছানি ধৰি শেষ কৰিব কোনোবা দিনা ..... !!
চিৰসেউজ গীতটি শুনি মন প্ৰাণ ভৰি পৰিল ❤️❤️❤️
বহুত দিনৰ পৰা বিচাৰি থকা গানতো পালো বহুত বছৰ আগতে শুনিছিলো।thanks
কি যে মজ্জা গীতআজি কালি কিয় নোলাই এনেকুৱা গীত
অত্যন্ত সুমধুৰ গীত । এবাৰ শুণিলে শুণি থাকিবৰ মন যায় ।
মধুৰ গান বা 🌻🌻🌷🌷🌺প্রণামো তোমাক 🙏🙏🙏🙏
শুনি ভাল লাগিল দেই ।
অপূৰ্ব....চিৰ যুগমীয়া গীত...
পাহাৰ - ভৈয়াম একে কৰা সমন্বয়ৰ গীত ৷ শুনি হেঁপাহ নপলায় ……
খুউব সুন্দৰ গীত শুনি ভাল লাগিল 👌👌👌
Akerahe 100 bar hunileu amoni nalage. Hosakoi khub bhal lage ai gaantu.
সুন্দৰ হৈছে গীতটি
এই গানটো শুনিলে শৈশৱৰ স্মৃতি মনত পৰে । কালজয়ী গীত
এই গীতটী কোনোবায়ে 2021 চনত শুনিছে নেকি। মই 2021 চনত শুনিছোঁ।
Bahut val lagil gaanto huni.
গীতটি শুনিবলৈ পায় বৰ ভাল লাগিল ।এনেকুৱা ধৰণৰ আৰু এটি গীত আছে- য'ত সুধাকণ্ঠৰ কণ্ঠৰে আৰু গীতৰ কথা নগেন বৰাৰ ..... আই অ' আই আমি সাতজনী জী লুইতৰ বালিতে উমলি আছিলোৰ'দ কাচলিত বহি ........... " গীতটিও সমন্বয়ৰ গীত !! আনুভূতিক সমন্বয়ৰে সংযুক্ত কৰাৰ প্ৰচেষ্টা এই গীতসমূহ ... !!
Love from Assam ❤
bohut dhunia song huni amonieiiii nelage ...puroni gaanbur bor val pau
এই গানটি 2019 ত কোনে কোনে শুনি আছে; লাইক এটা মাৰি দিব।
moi atiyau huni thaku
Moi atiyau huni thaku... Bhut bhut vl lge mur
Bohut dhuniya likhise gantu dei. Aiahe artist buli koi.দুখৰ কথা গীত। কান্দি কান্দি গোৱা গীত । অ.....অ....অ.... কান্দোনৰ সুৰ। আগতে গীত বিলাক গীতিকাৰে বহুত চিন্তা কৰি লিখিছিল । সেইকাৰণেই আগৰ গানবোৰ শুনি ভাল লাগিছিল। আজিকালি গানবোৰ ভাল নালাগে।
1111111111ল্দ্ফ্দ্ল্দ্ল্ব্য_/ত
Sunile suni thakibar man joa sundar geet
সচাকৈ বহুত ভাল লগা গীত
সুন্দৰ গীত।আজি ৪ মাৰ্চ ২০২১ ত শুনিছো।
অনন্য গীতিকাৰ গায়িকা। বৰ অসমৰ এনাজৰীৰ গীত।
My favorite song ❤️❤️
Good and beautiful song
অতি সুন্দৰ-ধুনীয়া-চিৰসেউজ-চিৰযুগমীয়া গীত।ভাষাৰে বুজাব নোৱাৰোঁ গীতৰ কথা-সুৰ-কন্ঠ।অসমীয়া ভাষা-সংস্কৃতি এওঁলোকে জীয়াই ৰাখিছে।
Oti hundar
Thankyou
@@jitupanboruah9850 bhi
Bahut Val Laga Geet
How Melodious songI m feeling happy.
a mojjjjaaaaa 👉💘💘💘
Hi
সদায়েই মৰমৰ গীত কিছুমান ☄️
Iman j hundor git. Mon jur pora git.
Supper se vi bahut uppor gantu bahut val lage
Emotional hoi jau gaan2 sunile...xdai siroseuj hoi thakibo ei geetu
😍😍
Beautiful Assam Beautiful songs. Land of beauty. Unity is power.
ইমান সুন্দৰ, সৰুতে যে এই গীতটিত কিমান নাছিলোঁ।।
Bohu dinor murot gan2 hunisu bohut bohut vall lagill tq so mash
Nice song 🙏🇮🇳😄😍
Emman dhuniya Gaan. Dukh lagi gol huni.
Mur bht vl lge ai gan2....old is gold
I love Assamese old song 🤗🤗🤗✌✌✌
Aji 8years manar pora maje maje bisari thaku gantu....aji Palu xuni bor Val lagil.gantur logat bohut purani memory ASE Thank you so much gaan tur babe
Everytime I like this song.
Bohut vl lge o aibu gn huni
Hundar uti hundar,asomiyar Jibon ayai,aru aku nalage.....
Bahut bahut Val Lage .huni amoni Nalage👌
মজা গান (সচাকে)
বহুত ভাল লাগিল। ধন্যবাদ।
Mahendra Hazarika: Ek Anubhob Kakapather ot Jonmo Grahaon korar pisot Singer Souravjyoti Borar (Ekaalor 3 times Inter College best Singer aru 'Kakapatheror Usuponi' Gitor Srostaa) hoite ji gaan hunisilu tar vitorot asil -- 'Swadeshar Baatori'. Dibrugarh ot an an Jonopriyo Cassette buru hunaar pisot Mugdho hoisilu. Prokritaarthot Ejon Duradorkhi gaayok Mahendra Hajarika. Guwahatir Zoo Road Tinialir Usha Court or Honmukhot Sourav dar hoite Byosto Hazarika dak hekhbaar log paisilu. Ekhon horu Repairing Dukaanor ukho kaathor sokit bohi ami ganor-Samasyaar kotha paatisilu. Mahendra da Ejon otib durodorkhi Gayak, Byatikrami Silpi. Teur Asomiya Bhasar Huddha Ucchaaronu Monot Raakhibo logia. Moi bhaabu-- Mahendra Haajorikar Gaanot-- bhobisyote jonmo lobo bisaare. Aru edin hosa hobo khuje...Srutaa raaijeu dekhe he hosaakoi adin asoritdhorone huddha hoise...Bhobisyot dorkhi Sintaa koribo Jonaatuu Jen Silpir aan ek 'Silpotta'....Jitu teur ganot dekhaa jaai...Bihugitor Khetrotkoi teu Adhunik git Srojon-Monthonor Khetrothe besi Hofol...Edin Teur Gaanu Itihaas Hoi Robo...(Dr. Jalin Prakash Chetia, Assam:: INDIA::).
Kakopthar usupni gan bisari ni pua j kia
Xosakoi oti xondor geet !Xomonyor anajori !
Emn dhuniya lgise
2020 চনটো মই শুনি আছো
Moiu
Nice song
Moyu
মই
মনপৰশা গীত 🥰😍
Beautiful😍💓
মৰম
জয়মতী উৎসৱত এই গীতটো ধুনীয়াকৈ প্ৰকাশ পায়।যেতিয়া স্বৰ্গদেউ গদাধৰ সিংহই ডালিমীৰ প্ৰেমত পৰে।
bahut vl lage aibor gan xunile xuni thakibo a mn jai
চিৰ যুগমীয়া গীত 💓💓
সুন্দৰ সদায় বাজি ৰোৱা এটি গান
Huni huni amoni nologa geet bur ❤❤❤❤❤
Love you zubeen da ❣️
ধুনীয়া গীত
Like this song
💝💝💝💝💝💝💝
এই ভাষা এই সুৰ সকলো সেৰাই গল..আজিকালি একো নায় মৰাপাতৰ থাৰি গান
........সমন্বয়ৰ এনাজৰী.......
Mostly thank you for give us these most valuable song..
অশেষ ধন্যবাদ
@@admin_moi_axomiya Bohut val lagilse aie bur siro xauj gaan....Mitalee Dutta Bora.......Ghy......
00
Superb, evergreen, amazing, marvelous, superhit, beautiful, awesome, excellent song
Bhutttttttttt mojaaaahhhhh dei
PEACE AND HARMONY ALL OVER THE WORLD ...
No words to express my emotion !!!!
gaan2 huni bohut val lagil...
পঞ্চম মান শ্ৰেণীত থাকোতে এই গীতটি গাই প্ৰথম স্থান পাইছিলো। কিন্তু গীতটি কাৰ অাছিল জনাই নাছিলো। এতিয়া গীতটি পুনৰ শুনিবলৈ পাই ভাল লাগিল।ধন্যবাদ গীতিমালা।
thank you
Bohut val loga puroni geet bur....
Mur Bohut VaL Lageh ai Gaan to huni.. Mur Bohut Bohut Priyo ai Gaan to
মন পৰখা গান
Bht dhuniya lage gan2 huni
ইমান ধুনীয়া গান
Bhut dhunia lagisy
Me.... and really beautiful😍😍😍..
Anekuwa gaan bur mozzaai beleg ,huni amoni nalage
Bahut bahut 👍👍
Mon bhal lagi jai,jetia eibor gaan suno😊
Evergreen song....sweet voice
সমন্বয়ৰ গীত, শুনি আমনি নলগা ।
মন ভাল লগা গান
Nice song, sweet melody, thanks.🍀🌸☘️🌸☘️🌸☘️
Evergreen song they will never get old no matter what comes n goes...
Nice song...........baideu
MojjA
Bah
2021 কোন কোন শুনি আছা like diok
গীত আহিব আৰু যাব কিন্তু কিছুমান সোণালী গীত চিৰস্থায়ী যেনে এই গীতটি😍
এইবোৰ গীতেই মানুহক একতাৰ এনাজৰীৰে বান্ধি ৰাখে । গীতটিৰ কথা সুৰ কণ্ঠৰ কোনো তুলনা নাই ।
বাৰম্বাৰ শুনি থাকিবলৈ মন যোৱা হৃদয় পৰশা গীত
সুন্দৰ, চিৰযুগমীয়া ! বহুত দিনৰ মোৰত গীতটি শুনি ভাল লাগিল...!
শুনি আমনি নলগা গীত সমূহৰ তালিকাত এইটোও চিৰস্থায়ী হৈ আছে ৷
ধন্যবাদ আগবঢ়োৱাৰ বাবে ৷৷
এনে বোৰ ভাল গান আৰু শিল্গী অভাৱ আজি দিনত
মনপৰশা .....কালজয়ী..... সোণোৱালী শৈশৱ মনত পৰি গল.... এইবোৰ গীতত যে কিমান নাচিছিলোঁ
Hsakoi bohut nasisilu moiu ajiu pahorib nuaru
Hosakoi agor Geet bilak hunile antor sui jaii.......
হয় নে?
Rich assaame culture..
এই গীত টি বহুত বহুত ভাল পাওঁ,,, সন্ধ্যা মেনন মোৰ প্ৰিয় গায়িকা,,,বহু মঞ্চত তেখেতৰ গীত গাই প্ৰথম পুৰষ্কাৰ পাইছোঁ,,,❤❤❤
যি দিনাৰ পৰা শুনিছিলোঁ সদায় হৃদয় জুৰ পৰি যায় । অমৰ চিৰ সেউজ গীত ।
এইটো গান যোনে যোনে চাইছে like এটা মাৰি দিব plase 🙏🙏🙏
palki Deka যোনে যোনে বুলি অসমীয়াত কোনো শব্দ নাই-যিয়ে বা যি সকলে বুলি হে কোৱা হয় !!এই অপতৃণ বোৰে অসমীয়া ভাষাটো ছানি ধৰি শেষ কৰিব কোনোবা দিনা ..... !!
চিৰসেউজ গীতটি শুনি মন প্ৰাণ ভৰি পৰিল ❤️❤️❤️
বহুত দিনৰ পৰা বিচাৰি থকা গানতো পালো বহুত বছৰ আগতে শুনিছিলো।thanks
কি যে মজ্জা গীত
আজি কালি কিয় নোলাই এনেকুৱা গীত
অত্যন্ত সুমধুৰ গীত । এবাৰ শুণিলে শুণি থাকিবৰ মন যায় ।
মধুৰ গান বা 🌻🌻🌷🌷🌺প্রণামো তোমাক 🙏🙏🙏🙏
শুনি ভাল লাগিল দেই ।
অপূৰ্ব....চিৰ যুগমীয়া গীত...
পাহাৰ - ভৈয়াম একে কৰা সমন্বয়ৰ গীত ৷ শুনি হেঁপাহ নপলায় ……
খুউব সুন্দৰ গীত শুনি ভাল লাগিল 👌👌👌
Akerahe 100 bar hunileu amoni nalage. Hosakoi khub bhal lage ai gaantu.
সুন্দৰ হৈছে গীতটি
এই গানটো শুনিলে শৈশৱৰ স্মৃতি মনত পৰে । কালজয়ী গীত
এই গীতটী কোনোবায়ে 2021 চনত শুনিছে নেকি। মই 2021 চনত শুনিছোঁ।
Bahut val lagil gaanto huni.
গীতটি শুনিবলৈ পায় বৰ ভাল লাগিল ।
এনেকুৱা ধৰণৰ আৰু এটি গীত আছে- য'ত সুধাকণ্ঠৰ কণ্ঠৰে আৰু গীতৰ কথা নগেন বৰাৰ .....
আই অ' আই
আমি সাতজনী জী
লুইতৰ বালিতে উমলি আছিলো
ৰ'দ কাচলিত বহি ........... " গীতটিও সমন্বয়ৰ গীত !! আনুভূতিক সমন্বয়ৰে সংযুক্ত কৰাৰ প্ৰচেষ্টা এই গীতসমূহ ... !!
Love from Assam ❤
bohut dhunia song huni amonieiiii nelage ...puroni gaanbur bor val pau
এই গানটি 2019 ত কোনে কোনে শুনি আছে; লাইক এটা মাৰি দিব।
moi atiyau huni thaku
Moi atiyau huni thaku... Bhut bhut vl lge mur
Bohut dhuniya likhise gantu dei. Aiahe artist buli koi.দুখৰ কথা গীত। কান্দি কান্দি গোৱা গীত । অ.....অ....অ.... কান্দোনৰ সুৰ। আগতে গীত বিলাক গীতিকাৰে বহুত চিন্তা কৰি লিখিছিল । সেইকাৰণেই আগৰ গানবোৰ শুনি ভাল লাগিছিল। আজিকালি গানবোৰ ভাল নালাগে।
1111111111ল্দ্ফ্দ্ল্দ্ল্ব্য_/ত
Sunile suni thakibar man joa sundar geet
সচাকৈ বহুত ভাল লগা গীত
সুন্দৰ গীত।আজি ৪ মাৰ্চ ২০২১ ত শুনিছো।
অনন্য গীতিকাৰ গায়িকা। বৰ অসমৰ এনাজৰীৰ গীত।
My favorite song ❤️❤️
Good and beautiful song
অতি সুন্দৰ-ধুনীয়া-চিৰসেউজ-চিৰযুগমীয়া গীত।ভাষাৰে বুজাব নোৱাৰোঁ গীতৰ কথা-সুৰ-কন্ঠ।অসমীয়া ভাষা-সংস্কৃতি এওঁলোকে জীয়াই ৰাখিছে।
Oti hundar
Thankyou
@@jitupanboruah9850 bhi
Bahut Val Laga Geet
How Melodious song
I m feeling happy.
a mojjjjaaaaa 👉💘💘💘
Hi
সদায়েই মৰমৰ গীত কিছুমান ☄️
Iman j hundor git. Mon jur pora git.
Supper se vi bahut uppor gantu bahut val lage
Emotional hoi jau gaan2 sunile...xdai siroseuj hoi thakibo ei geetu
😍😍
Beautiful Assam Beautiful songs. Land of beauty. Unity is power.
ইমান সুন্দৰ, সৰুতে যে এই গীতটিত কিমান নাছিলোঁ।।
Bohu dinor murot gan2 hunisu bohut bohut vall lagill tq so mash
Nice song 🙏🇮🇳😄😍
Emman dhuniya Gaan. Dukh lagi gol huni.
Mur bht vl lge ai gan2....old is gold
I love Assamese old song 🤗🤗🤗✌✌✌
Aji 8years manar pora maje maje bisari thaku gantu....aji Palu xuni bor Val lagil.gantur logat bohut purani memory ASE
Thank you so much gaan tur babe
Everytime I like this song.
Bohut vl lge o aibu gn huni
Hundar uti hundar,asomiyar Jibon ayai,aru aku nalage.....
Bahut bahut Val Lage .huni amoni Nalage👌
মজা গান (সচাকে)
বহুত ভাল লাগিল। ধন্যবাদ।
Mahendra Hazarika: Ek Anubhob
Kakapather ot Jonmo Grahaon korar pisot Singer Souravjyoti Borar (Ekaalor 3 times Inter College best Singer aru 'Kakapatheror Usuponi' Gitor Srostaa) hoite ji gaan hunisilu tar vitorot asil -- 'Swadeshar Baatori'. Dibrugarh ot an an Jonopriyo Cassette buru hunaar pisot Mugdho hoisilu. Prokritaarthot Ejon Duradorkhi gaayok Mahendra Hajarika. Guwahatir Zoo Road Tinialir Usha Court or Honmukhot Sourav dar hoite Byosto Hazarika dak hekhbaar log paisilu. Ekhon horu Repairing Dukaanor ukho kaathor sokit bohi ami ganor-Samasyaar kotha paatisilu. Mahendra da Ejon otib durodorkhi Gayak, Byatikrami Silpi. Teur Asomiya Bhasar Huddha Ucchaaronu Monot Raakhibo logia. Moi bhaabu-- Mahendra Haajorikar Gaanot-- bhobisyote jonmo lobo bisaare. Aru edin hosa hobo khuje...Srutaa raaijeu dekhe he hosaakoi adin asoritdhorone huddha hoise...Bhobisyot dorkhi Sintaa koribo Jonaatuu Jen Silpir aan ek 'Silpotta'....Jitu teur ganot dekhaa jaai...Bihugitor Khetrotkoi teu Adhunik git Srojon-Monthonor Khetrothe besi Hofol...Edin Teur Gaanu Itihaas Hoi Robo...(Dr. Jalin Prakash Chetia, Assam:: INDIA::).