কংগ্ৰেছ পৰিয়ালৰ সদস্যই মাফিয়াৰাজৰ কথা কোৱা উচিত নহয়৷

Sdílet
Vložit
  • čas přidán 1. 05. 2024
  • কংগ্ৰেছ পৰিয়ালৰ সদস্যই মাফিয়াৰাজৰ কথা কোৱা উচিত নহয়৷ কংগ্ৰেছৰ হৈ প্ৰচাৰ কৰিবলৈ অহাগৰাকীয়ে হয়তো পাহৰি গৈছে, কংগ্ৰেছৰ শাসন কালত অসমত বন্দুকৰ আতংক, বোমা-বাৰুদৰ ধোঁৱাই ছানি ধৰিছিল৷
    #SangbadPrahari #Assam #HimantaBiswaSarma # PriyankaGandhi #MPElection

Komentáře •