পত্নী গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমত সদৰী কৰিলে শিল্পীজনৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা
Vložit
- čas přidán 27. 02. 2020
- পত্নী গৰিমা শইকীয়া গাৰ্গে সংবাদ মাধ্যমত সদৰী কৰিলে শিল্পীজনৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থা
#NewsLive #AssamNews
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
পত্নী হিচাবে তোমাৰ সাহস...
নমস্কাৰ
কাইলে সুভ কামতো কৰি আহা সিহতে বৰ আশাৰে কৰিছিল
ভগবানে তোমাক সহায় কৰিব
Good good
ধন্যবাদ News Live! মোক এইখিনি news শুনা বাবে ৰয় আছিলোঁ। সোনকালে সুস্থ হৈ আহক জুবিন দা। Thank God.
জিৰণিৰ বহুত প্ৰয়োজন হৈছে।।অলপ যত্ন লওক দাদা।আনৰ বাবে কিমান কৰে আৰু।সোনকালে ভাল হোৱা ।
Ooo.. Allah kotha2 huni val lagil moi bohut tenstion t asilu. Zuben Daa olop jironi lok..
অলপ জিৰণি লওক দাদা!!
জুবিন দা জিৰণি খুব প্ৰয়োজন,
জুবিন দাৰ এনেকুৱা অৱস্থা চাই চকুলো ওলাল। আল্লাহ ৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ জুবিন দা অতি সোনকালে যেন সুস্থ হৈ উঠে।
Hosai dei muro saku pani ulai goisile
@@NKMblogs77
😭😭😭
আমাৰ ভগৱান অসুঽস হৈ পৰিছে ।
জুবিন দাক অলপ জিৰণিৰ প্রয়োজন ❤
তই দুখীয়াৰ আচলৰ ধন ও ককাই তোৰ একো নহয়।। অসম ৰাইজৰ আশীৰ্বাদ তই আৰু বহুত দিন জীয়াই থাকিবি ককাইদেউ।
Hoi apuni xunklei thik Hoi jbo Zubeen da
Inshallah Zubeen Da Thik hoi jabo ♥️🌸
জুবিন দা সোনকালে সুস্হ হৈ উথক তাৰেই কামনা কৰিলো,
আৰু এটা কথা কো যে কাকো পথাৰত বাহৰ দলং যে,এতিয়াও যে ইমান পিছ পৰি আছে যে,
Zbn daa kunu m l a nhoi nhoi kathor dolong B'nai diboloi.eibur kam kra manuh extra
জুবিন দা আমাৰ অসমীয়া ভাষীৰ কাৰণে আমাৰ অসমৰ কাৰণে বহুত কষ্ট কৰিছে এতিয়া দাদাক কেইদিনমান জিৰণি ল'বলৈ দিয়ক
আমাৰ কাৰণে ইমান কষ্ট কৰাৰ বাবে ধন্যবাদ জুবিন দা
আৰু আল্লাই যাতে আপোনাক অতি সোনকালে সুস্থ কৰি তুলে তাৰে কামোন কৰো।
জুবিন দা ভাল হওক বুলি আমি প্রাৰ্থনা জনাইছো...
জুবিন দা পানী খোৱাৰ দৃশ্য টো দেখি চকুপানী ওলাই গল.... সোনকালে সুস্থ হৈ উঠক দাদা তাৰে কামনা কৰিছোঁ 😢
Hoi 😭
হে ভগবান আমাৰ ভগবান জনক সোনকালে আৰোগ্য কৰি দিয়া 🙏🙏😢😢
Anor sinta Kori Kori daday nijr sinta nkora hoise 😰dada apunak anurodh jonaisu apuni njr dehor protio olp sinta krk ...apuni hunkle hustho hoi uthok ...apuni axomr gaurob aru axom r babe bht korise hy2 apunar Nisna mnuh ai prithibit an ajn bisari ulia tu o kothin hbo ... Val hoi Jen apuni jironi loy tare kamona korilu🙏..karon apunar kiba ata hole Ami bur jiai thoka tu bht kothin hbo ....love you Dada n God bless you ❤️
Allah bless jubeen daa
Axom r manuhr iman bur axirbaad hubhessya ase j ami zubeen daak ketiau eku hoboloi nidiu.......zubeen daar bea din bure aagote amak paar kori jabo lagibo....protyek jon axomiya axombaxi raaiz k paar kori jabo lagibo.......zubeen daar ashu arugyar kamona korilu....take care zubeen daa......ami asu aru xodai thakim tumar logot karon tumi axomi aaai hujugyo xontan...joi aai asom jai zubeen daa
জুবিন দা আপুনি সকলো কাম কাজ এৰি কেইদিনমান আৰাম কৰক,বহুত কৰিলে ৰাইজৰ কাৰণে, এতিয়া অলপ আপোনাৰ নিজৰ কথা চিন্তা কৰক,ভগৱানে আপোনাৰ সদায় ভাল কৰিব
জুবিন দা সোনকালে সুস্থ হৈ উঠা তুমি , ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 😢
Zubeen daa Long Live.
Zubeen daa Long love
ভগৱানে সোনকালে সুস্থ কৰি দিয়ে যেন জয় জুবিন দা god bless you 😢
জুবিন দা এতিয়াই নাভাগৰে,তেওঁক আমি ভাগৰিব দিব নোৱাৰোঁ । নেদেখা জনৰ ওচৰত শতকোটি প্ৰাৰ্থনা । আমাৰ দাদাক সম্পূৰ্ণ সুস্থ কৰি দিয়ক।জুবিন দা তুমি অলপ নিজৰ কাৰণেও ভাবা। আমাক তোমাৰ বহুত প্ৰয়োজন । তুমি অলপ জিৰণি লোৱা,স্বাস্থ্য কথা ভাবা। নিজকো সময় দিয়া।
Zubeenda Agor Dora Vall Hoi Jata Moi Vogo banor Osorot Parthona Koreso 🙏🙏🙏🙏🙏🙏🙏
😢😢😢😢😭😭😭😭😭😭😭😭😭😭😭
ভগৱানক বহুত ধন্যবাদ জনাইছো জুবিন দা ভাল হোৱাৰ বাবে
Jabin da is my favorite
Love you zubeen daa..get well soon😔
Love you Zubeen Da..Will pray for speed recovery!!
Allah bless jubin da,,,
Zubin da will get well soon we will all pray for you.. God a apunak ako hob nidiye ami gotei Assambahi ye pray korim nahoy
Zubin dar ashu arogya kamana korilo,get well soon💐💐
Zubeen da aapuni oti hunkale hustha aru arogya hok..iswaror usorot tare kamona korilu...apuni aru bo duyujon aamar prerona.. We all love u.. God bless both of u alwz
Bohut. Val lagil. Bhal. Huwa xuni
জুবিন দা আপুনি সোনকালে ভাল হয় উঠা তাৰে কামনা কৰিছো ভগৱানৰ উছৰত
I love you dada ..i miss you..
God bless you..Tumi jiyai thaka
জুবিন দা আপোনাৰ একো হব নোৱাৰে ভগৱান আছে
দাদা আকৌ আগৰ দৰে সোনকালে ভাল হৈ উঠিব লাগে,,🙏🙏🙏🙏🙏
জুবিন গাৰ্গে দা আপোনাৰ সনকালে সুহু হয় যেন
জুবিন দা আৰু আগৰ দৰে হওক
zubin da apuni hunkale hustha houk..........God bless u..
হে আল্লা জবিনক হোনা ভাল করি দিবা
Bou apuni khyoma khijise .. moi kandisu aji jibonot moi aji bohut dukh palu
Zubeen da anakuwa obostha dakhi bohut dukh lagexa.jolde jan hustho hoi uthok...God blessed You....🙏🙏
Joi zubeen da.aamar nisina dukhiya k care kora harthuban Singer zubeen
জুবিন দা অতি সোণকালে সুস্থ হৈ উঠক।
জয় জুবিন দা , জিৰণি লব অলপ এতিয়া
জুবিন ভগৱানৰ ওচৰত সেৱা যনাইছো আপোনী সোনকালে আৰোগ্য হক
God bless you jubeen. Please take care your health. Health is wealth.
আনৰ কাৰণে কাম কৰিবলৈকে প্ৰথমে নিজে সুস্থ সবল হৈ থাকিব লাগিব। সেয়ে জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা দৰকাৰ। যিখিনি মানুহে বিপদৰ বন্ধু বুলি তেওঁৰ মুখলৈকে চাই থাকে, অন্ততঃ সেইখিনি মানুহৰ বাবেই জুবিনে নিজৰ অলপ যত্ন লওক। মধ্যবয়সীয়া মানুহ এনেও সাৱধানে থাকিব লাগে
অ জুবিন দা তুমি সোনকালে ঠিক হৈ যোৱা আমি সদায় আছো তোমাৰ লগত
A deep breath is released from my heart at last after listening this news.....
হে ভগৱান, আমাৰ জুবিন দাক সোনকালে সুস্থ কৰি তোলা🙏🙏🙏
Allah tumi laage muk maari loi juwa tothapiu tumi amar khokolure moromor Zubeen daak oti khunkale khusto kori diya
Allah Allah Allah
Dada get well soon
Allahi bosai rakok Jubin dhak moi dua korisu opor allahor osort inshallah....ameen.......hosake aji bhut beya lagigol jubin dhak sai kene...allah bless you....🙏
Gd always bless u 😍 💕 ❤ we love u so much Zubben Da
My godd
Zubeen da god bless you
Lv u zubeen daa 🥰 🥰❤️❤️❤️❤️
Love you dear Jubin Da
God bless you
আপোনাক অলপ জিৰণি লওক দাদা। তেতিয়াহে সুস্থ হৈ উঠিব আপুনি। 🙏🙏
Atiya he mntu val lagise zubeen da xunkale strong hoi jua
সোনকালে সুস্থ হৈ উঠক দাদা...ভগৱানে মংগল কৰক🙏🙏
Zubeen da hunkala bhal hoi uthok..apuni hdai amar moromor hoi ru hdai thakibo ...god bless u ..
O god olp xanti paisu xuni khbrtu 😪😪😪
Thank you God
Jubeen da get well soon 💞 may god help u to recover..
জুবিন দাৰ একো হব নোৱাৰে...সকলোৰে মৰম, ভালপোৱা আৰু আশীৰ্বাদত তেওঁ সোনকালে সুস্থ হৈ উঠিব.....জুবিন দা আপুনি জিৰণি লওক.
God bless you
God bless him...
Get well soon Zubeen Daa....
Joldike jate val hoi take kamona korisu,🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
God bless you....
Thank God
Thank god
জুবিন দাৰ অসুস্থতা দেখি মোৰ সছাকৈ চকুলু উলাল।bhut dukh lagil.😰😰.....god bless you
দাদা সোনকালে সুস্থ হৈ উঠক ভগৱানৰ ওচৰত তাৰেই প্ৰাথনা কৰিছো🙏🙏🙏
God bless you zubin da
God is going heal you brother
Zubin garg honkale xostho houk heye bhogowanor osprot kamona korisu... God bless u...
The way Garima maam handle the situation and deliver updates really relieved me..... Get well soon da.
Jubeen da plz vl hoi jaok
juben daa God blease you
God bless you Dada 🙏
জুবিন দাৰ লগত ..ৰাইজ আছে ..তেও সদাই ভালে থাকিব।। love u zubeen da...
জুবিন দা সুস্থ হোৱা ভগৱান ওচৰত প্ৰাৰ্থনা কৰিছো
জুবিনৰ আশু আৰোগ্য কামনাৰে ভগবানৰ ওচৰত মিনতি জনালো।
Thank you. God
Thanks a lot god.
God bless you jubinda .
God bless you.
অতি সুনকালে সুস্থ হয় উঠক জুবিন দা তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো
Ooh God thank you
God bless you dada
জুবিন দা আপুনি ভাল হক সোনকালে i love you🌹🌹🇮🇳🇮🇳💕💕
Good job jubeen d
Tnq God
Jubin da love you amii tomk bhut val pao toii he Assam r pran
Oh God bless you
May god bless you
God bless him